ধুনীয়া হৈছে।এনে ধৰণৰ বিহু গীত হব লাগে।গীতাঞ্জলী বাইদেউ লৈ ধন্যবাদ।
I guess im asking randomly but does anybody know of a trick to log back into an instagram account?
I stupidly forgot the login password. I love any tips you can offer me.
Bihu bihu lgi goise😍😍😘😘😉
Nice video and song
Nice ba bohut wait kori plu ru video tu 💞💞💞💞💞
A mjaa
Xundor hoise baa
ধুনীয়া হৈছে ❤️😍🥰
বহুত সুন্দৰ
Dhuniya bihu ata hunilu bhut dinor pist baa 🥰🥰🥰
বহুত ভাল লাগিল বা
Aijoii koliza 🕺🏿🕺🏿🕺🏿🕺🏿🕺🏿❤❤❤❤bihu bihu lgise gat 😅🕺🏿🕺🏿🕺🏿
Moja 💥❤️
Oti hundor hoise Gitanjali baa
Nyc ba
gritanjali baar babe eta hit like....👍👍bohut dhuniya gaan gaai...love you baa
Dhuniya lagise ba ❤
Bohut bohut bohut dhuniya hoise video tu
Moza
Gan tu huna pai montu bohut VAl laagil 😌😍😍❤️
Val lagil Ba😘😘😘
Mojaaa
Bht dhunia lagise. Bihu bihu lagi jai
জয় আই অসম।
বহুত ভাল হৈছে ।
বহুত miss কৰিম এই বাৰ বিহুতু
কাৰণ মই সীমান্তৰ প্ৰহৰী । like ata dilu
Nice video song
Happy rongali bihu বাইদেউ
Hokolu bohut bhaal lagile... Duhatot hokolure Jetuka thakile aru besi jiliki uthil hoi ✨
Mozza voice baa
ধুনীয়া গীত ৰচনা কৰা হৈছে যে
mojaaa
Happy rongali Bihu advance
Val lagil de sai
বহুত ধুনীয়া গানটো সঁচাই।
Xundor bihu song ba ♥♥
Beautiful💖💖💖💖
A mozza
মজা
ভাল লাগিল বিহু গান তু ❤️❤️❤️❤️❤️
ৰঙালী বিহুৰ শুভেচ্চ্ছা জনালো । বহুত ধূনীয়া কণ্ঠ আপোনাৰ
Moja ba
Mojaa hoise
Nice song ❤️
Nice bihu video baa
Mjaaaa video 🌹😍😍😍😍🎶🎶baaaaa
ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ ।
Congratulations baa
Moza sister
Eman dhuniya gaise ba
ধুনীয়া হৈছে অ আই। আগলৈ আৰু ভাল আশা কৰিলো।
গিতাঞ্জলী বাইদেউ গীতবোৰত যাদুৰ মায়া আছে
Dhunuia hoise
Val Lagil
বহাগত ইমান এটা সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে ধন্যবাদ গিতাঞ্জলী বা আৰু priyam pallabee , sukanya and nandini বাৰ অভিনয় ভাল হৈছে
Mja lgil dei ba♥️
Mjjh baa
A moza.
Nice baa😘😘
"স্থান চাই কথা আৰু স্থল চাই কঠীয়া সিঁচা" বুলি কথা এষাৰ আছে,ঠিক তেনেকুৱাই হৈছে গিতাঞ্জলি বাইদেউ এই বিহুগীত টি .....বিহু বিহু লাগিছে গাত.....সেই সময়তে আমাৰ মাজলৈ মুকলি কৰি দিছে এটি সুন্দৰ বিহুগীত, যাৰ কথা-সুৰ-অভিনয়-গায়িকীত মতলীয়া হৈ কঁকাল ভাঙি নাচিছে নাচনী-ঢুলীয়াই ....ঢোলৰ মাতে চৌদিশ ৰজনজনাই তুলিছে,পেঁপা-গগনাৰ মাতে কঁহুৱা ফুলিছে...…..কপৌফুল ফুলিছে গহৰাৰ ডালত.......চাৰিওফালে কেৱল প্ৰকৃতিৰ দুহিতা "ব'হাগীক" আদৰৰ প্ৰস্তুতি......…..অতি সুন্দৰ ❤❤
Mza ❤️
এটি নিভাঁজ,থলুৱা গীত উপহাৰ দিয়াৰ বাবে শুভকামনা জনালোঁ, অনাগত দিনত এনেকুৱা গীতৰ সুৰ কথা আৱিষ্কাৰ হব বুলি আশাৰে বাট চাই ৰৈ থাকিলো,শেষত ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ,
মোৰ প্ৰিয় অভিনেত্ৰী তিনি গৰাকী 💞🤞 । কাৰ কাৰ প্ৰিয় এই তিনি গৰাকী 🤔 । যদি প্ৰিয় like এটা কৰা 👍
👇
👇
Bohut dhuniya lgile bihu gaan2 huni n Vedio2 sai wow bohut dhuniya gaan baa
Baa ganbu huni bohut val lage
Very nice song &video👍👍.
বা, দেৰিকৈ হলেও বিহুৰ শুভেচ্ছা জনালো।
Wow 😍😍dhunia lgil sai.. ❤❤
Mojjja xundor vedio
Nahor.....💖💖💖💖💖
Bihu....Bihu....Lagise gat.....
Bhout val ligle grita!njali baa good bless you ❤❤❤❤❤❤❤❤
অতি ধুনীয়া ❤️🥰
Bihu boli hunilo val lagil Sai Bihu Bihu lagise gat so nice song 💓💓
Excellent...outstanding..
Aaru ene gaan saboloi pam buli aakha rakhisu
Wow🥰🥰
Nice bihu song
Moja
বহুত ধুনীয়া
সকলোলৈকে বহাগ বিহুৰ শুভেচ্ছা জনালো
Dancer group and Dhul team are excellent. All are fine, best of luck
Gitanjali bak kuna kuna vall pua like ata kora
khub dhunia hoise ❤❤❤
সঁচাই বিহু বিহু লাগি আছে🥰🥰
I can feel original bihu ferver from tune by Gitali.voice is bihu eromatic
Sukunnya ba Priyam Pallabee Ba Nandinee ba r Abhinoy sai moi khub val paaou bohot bohot Val lage mur Aei tiniu gorakike Gantu Val lagise Gitanjali bar 😍👍লগতে ৰঙালী বিহুৰ খুভেশ্বা জনালোঁ 🙏❤️
Wow amazing ♥️💞🏵️💞🏵️ bhut vl lagil baa love from lakhimpur dhakuakhana 😃♥️💞
Moja ♥️
Gitanjili baa❤️❤️❤️
Love it!!!! Happy Bihu. Love Assamese songs, people, culture and beauty!!!!
বহুত ধুনীয়া হৈছে বা, নাচি দিছো এপাক ❤️❤️
Baa dhuniya hoise...video to
Nice song ❤❤❤
Video 🔥🔥
Hundor hoyse
Fvrt Gitanjali Baa ❤️💚🖤
Gitanjali Baa Superb
Maja
আজ্জৈ বিহু বিহু❤️❤️
প্ৰিয়ম পল্লৱী ... বা... ইমান মৰম লগা .....লাইক...
Nice song and voice...
Moja.........
Gitanjali ba এই vdo টো বহুত like deserve কৰে...সকলোৱে like কৰা