বহুত দেৰিকৈ হলেও কথাখিনি শুনি ভাল লাগিছে । কি যে অমৃতময় কথা । কৃষ্ণ কৃষ্ণ🙏 সদায় যাতে তোমাৰ অমৃত ময় বাণী শুনিব পাৰো তাৰে কৃপা কৰিবা🙏 ও নমো ভগবতে বাসুদেৱায়🙏
Kiman je lg pab mn Jai aapunak. Bujab nuwau. Mur jibnr ai akn Mani smy knt vgbanr mhima kiman je palu keneke bujam.aapuni baa ki vabi ly vy w lage seye aapunak km km buliw naipra kb
Moi apunar program sai bor bhal pao. Moi eta question hudhibo khujisu jitur uttor bisari habathuri khai phurisu. Question tu hol..... Pita dharma pita swarga buli hashtrat paisu. Jodi deotai. Kiba beya kam koriboloi adesh diye her adesh Moo Palon koratu usitne? Please help me.
প্রণাম প্রভু ঈশ্বৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপজন👏
কৃষ্ণ কৃষ্ণ🙏
Jai shri krishna 🙏🙏🙏
ৰাম কৃষ্ণ হৰি
কৃষ্ণ.
কৃষ্ণ
KRISHNA 🙏🙏🙏
apunar am ghosha path huni vl lagil
কৃষ্ণ প্ৰভু ভগৱন্তই কৃপা কৰক
Krishna baap jon🙏🙏
কৃষ্ণ ঈশ্বৰপ্ৰভূ সেৱা নিৱেদন কৰিলোঁ পুৰণি video টো হঠাৎ পাই আনন্দিত হৈছোঁ ভগৱন্তৰ ওচৰত পৰিয়ালটিৰ কল্যান কামনা কৰিছোঁ কৃষ্ণ 🙏🙏
Krishna krishna prabhu
আমাৰো নেটৰ problem কিন্তু সেইবাবে ভাগৱত পাঠ নুশুনাকে নাঠাকো কৃষ্ণ🙏🏽🙏🏼🙏🏾🙏🏻🙏🏿🙏👍👌👌
কৃষ্ণ বাপ দেৰিকৈহে হ'লেও সেৱা জনালোঁ।
কৃষ্ণ।কৃষ্ণ।কৃষ্ণ।কি সুন্দৰ কথা কৈছে।হিয়া মন সুন্দৰ নহলে ইমান অমৃতময় কথা কব নোৱাৰি।মাধৱ।মাধৱ।মাধৱ।
বহুত দেৰিকৈ হলেও কথাখিনি শুনি ভাল লাগিছে । কি যে অমৃতময় কথা । কৃষ্ণ কৃষ্ণ🙏 সদায় যাতে তোমাৰ অমৃত ময় বাণী শুনিব পাৰো তাৰে কৃপা কৰিবা🙏 ও নমো ভগবতে বাসুদেৱায়🙏
Ram hiya bhora seya jonalu.apunar hiya mon bohut sundor.seye Apunar kothabur amritor dore .god bless you.
প্ৰণাম জনালোঁ
🙏🏼🙏🏼🙏🏼🙏🏼
Krishno
কৃষ্ণ
Ram Krishna Ram paramatma bap
Ram Krishna
bahut vl katha kale bap krishna aapuni gyani anedare aaponar para prabhu vbhagabantar amrit bakhya saday xuni thakib parim aaponar parim aaponak bhagabantai saday kukhale rakhak krishna
কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব
Krishna
Krisna
Bap krishna sewahe
Krishna.
বপ কৃষ্ণ ,কি যাদু আছে আপুনাৰ মোৰ আপুনাৰ কথা শুনি হৃদয় শাত পৰিগ'ল ।
Krishna bap
নমস্কাৰ প্ৰভু জনা,আপোনাৰ মহান উদাহৰণে মোৰ হাউলি যোৱা জিৰণি চৰাটোৱে ঠেকা পাই বহুত লাঘব কৰিলে। আগলৈও এনেধৰণৰ উদাহৰণে মোৰ জিৰণি চৰাটো পুনাই ৰখাৰ আশাৰে আজিলৈ ধন্যবাদ।
সকলো ঈশ্বৰৰ কৃপাত
Krishna 🙏🙏🙏
কৃষ্ণ কৃষ্ণ ,,,,,জয় গুৰু শংকৰ , বাপজন সেওঁআ গ্ৰহণ কৰিব । মই আচলতে আপোনালোকৰ দৰে মানুহ সকলক আমাৰ শংকৰী ধমৰ্ৰ গুৰি ধৰোতা বুলি কব বিচাৰু । সেয়ে আপুনি জাতিৰ ধাৰ্মিক দিশটোক যি ধৰণে ধণাত্মক দিশত আগবঢ়াই নিয়াৰ হকে যি পদশেপ লৈছে সেইয়া সছাকৈয়ে প্ৰশংসনীয় ।
Krishna pravo jona aponar kathaa moi hridayangam karo
উদেশ্য সফল হওক।ঈশ্বৰ সহায় হওক ।
কৃষ্ণ প্ৰভু প্ৰণাম
কৃষ্ণ বাপ খুব ভাল লাগিল আপোনাৰ প্ৰসংগ পাঠ শুনি আৰু দিব চোন অলপ দীঘলীয়া কৰিব পাঠ খিনি বাপ ! মন জুৰ পৰি গৈছে আপোনাৰ পাঠ শুনি।।
ইতি
ধন বাপ
comment তোৰ উত্তৰ পাম বুলি ৰয় থাকিম কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ এৰিছোঁ
Apunar answer To Pai bhal lagil.
জয় একশৰণ ভাগৱতী সমাজৰ
Bahut Val lagise bap krishna
Khub xundor baap
Khrishna bap aponar anusthan sai buhut buhut val lage
Krishna krishna
Aapunar kothabur boor bhal lage.
হয় প্রভু জন আপোনাৰ ঘৰ ক'ত ?
krishna bap aaponak ketiaba phn call karib parim ne krishna
Aeh apuni aag barhok....
Yat amar Hori bhokotit aru akhuj aagbarhi juwat anuprerona jugabo....
কৃষ্ণ বাপ
Provu hosakoi bor val lage apunar kothabur huni
বাপ ঈশ্বৰ আমাৰ জাগাখিনিটো সংঘ আৰু সত্ৰ এই দুই অনুষ্ঠানৰ মাজত বহু ঋণাত্মক চিন্তাই শিপাই আছে আমি আপোনাৰ যোগেদি অৱসান হওঁক বুলি আশা কৰিছোঁ ।বাপ ঈশ্বৰ আপোনাৰ পৰিশ্রমৰ মূল্য ভাষা ৰে দিব নোৱাৰি ।
দৰাচলতে অনুষ্ঠানবোৰত ঋণাত্মকতা নেথাকে , কিছুমান মানুহে সকলোতে কিছুমান অবাঞ্চিত পৰিৱেশৰ সৃষ্টি কৰি থাকে ।
aponar live keneke Pam
KRISHNA, Bap I'm very happy to listen your analysis. I wish ,May God bless you.
Yours unknown company
Amiyo Kr Bhakat
আমাৰো নেটৱৰ্ক
Kiman je lg pab mn Jai aapunak. Bujab nuwau. Mur jibnr ai akn Mani smy knt vgbanr mhima kiman je palu keneke bujam.aapuni baa ki vabi ly vy w lage seye aapunak km km buliw naipra kb
ধন্যবাদ জ্ঞাপন কৰিলোঁ। কথা খিনি পঢ়ি প্ৰেৰণা পালোঁ। লগ পাম নিশ্চয় । যোগাযোগ কৰিব 9365171311
Joy guru shankar
Multi related expression is very nice . Joy guru sonkor
Murti . Krishna
Prafulla. Boro. Krishnna
প্ৰভু ঈশ্বৰ আপুনি ঠিকেই কৈছে । সকলো পৰিৱেশ আৰু পৰিস্থিতিতে মানুহে ধনাত্মক দৃষ্টিভঙ্গী গ্ৰহণ কৰিব পাৰিব লাগে । কথাপ্ৰসঙ্গত আপুনি উদাহৰণ দিওঁতে সৰু ভুল এটা কাণত পৰিল । জনোৱাৰ বাবে ক্ষমা কৰিব । আপুনি উদাহৰণ দিয়া কবিতাটোৰ কবিজনৰ নাম হ'ল "চন্দ্ৰধৰ বৰুৱা " আৰু কবিতাটো হ'ল "ধূলি - কণা মই " ।শেষত আপোনাৰ লগতে আপোনাৰ পৰিয়ালবৰ্গলৈ ভক্তিভৰা সেৱা নিৱেদন কৰিলোঁ ।
Probhu jona prothomote hewa nivedisu krishna,aapunar udeshya aapunar prodokhyep aapunar lokhya hundor,mur dore muruko motik aapunar byakhya homuhe mur jivanat kriya kori muk aagbaddi juwat hohay aagboddaise.dhonyobaad jonalu probhu krishna..aapunar contact number bhagi rakhi lolu homoi milai ketiyaba phone korim..krishna
9365171311
Krishna.... you should upload or arrange this type of live videos in regular intervals...our family always waiting for it...
Thank you
Bap apuni srimanata sankardev sangar niki? Apunar kormoraji amar karone adorkho swarup.
Krishna bap...
আগলৈ পাম বুলি আশা কৰিলো
Apunar anusthan Moi Sai bor Val lage Krishna Bap
Moi apunar program sai bor bhal pao. Moi eta question hudhibo khujisu jitur uttor bisari habathuri khai phurisu. Question tu hol..... Pita dharma pita swarga buli hashtrat paisu. Jodi deotai. Kiba beya kam koriboloi adesh diye her adesh Moo Palon koratu usitne? Please help me.
পিতৃৰ আজ্ঞা সদায় পালনীয় , কিন্তু হিৰণ্যকশিপু ৰ দৰে পিতৃৰ আজ্ঞা পালনীয় নহয় বুলি পুত্ৰ প্ৰহ্লাদে আদৰ্শ দেখুৱাই থৈ গৈছে।
Bap aponar anustan sai bohut bhal lagil.
@@RijuPathakSatradhikar bap jona mur bohu bhal lage aspunar anusthan bilak.
@@akshaygogoi2010 ধন্যবাদ জ্ঞাপন কৰিলোঁ
Bohuut besi network disturb palu videotu .. baki apunar video bilak bohut val Lage.
Krishna pathak bap
Krishna bap kh
Krishna bap Jana Sundar hoishe
Bap krishna.n apnak live pabloi ki krib lagib bap.
বাপ আপুনি অলপ বেচিকৈ ভিডঅ' কৰিৱ নোৱাৰে নে ? মই আপোনাৰ বিগ ফেন কৃষ্ণ
Baap krishna... Pare jadi gurujanar korotolo komolo kabitatu bornona kri ata program bonabo sn
কৃষ্ণ বাপজন
🙏🙏🙏
Apuni baru ak soron bhagoboti so major neki bap
কৃষ্ণ বাপ
Krishna bap
হয় প্রভু জন আপোনাৰ ঘৰ ক'ত ?