ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
ওখ পেঁপোৱা দাদা জনে ভাল পেঁপা বজাই ছে আৰু বা কথা কি কম ততি সুন্দৰ 😍😍😍😘😘😘😘
প্ৰথমতে কওঁ দাদাজনৰ সুৰ বহুত ধুনীয়া, এক বুজাই ক'ব নোৱাৰা। দ্বিতীয়তে নাচনী গৰাকী বহুত ধুনীয়া নাচিছে আৰু সুন্দৰকৈ গাইছে তাতে ঢোলৰ চাপৰ মাৰিছে কিছু, পেঁপোৱা ককাইটি ও কম নহয়। ডিব্ৰুগড়লৈ সুনাম কঢ়িয়াই আনক অনাগত দিনলৈ। আমাৰ অসমৰ গৌৰৱ বিহু ❤❤
কৃষ্ণ🙏,, বিহু সুন্দৰ হৈছে,, দলৰ ঐক্য, ঢোলৰ বাজনা,, নাম, সকলো সুন্দৰ হৈছে
ধুনীয়া নাচনী,ধুনীয়া নাচ👍😍
ইমান সুন্দৰ। খুব ভাল লাগিল। ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ ।
ইমান শুৱলা আৰু মিঠা কণ্ঠ বিহুৱাজনৰ। আপ্লুত হলো।
Naam tu janibo parile bhal lagil heten
@@upk9818 bikash gogoi
@@torunkhanikar5988 thank you
সুন্দৰ নাচ তোমাৰ। গান গোৱা জনৰ কন্ঠ সুন্দৰ। সকলোৱে মাজত নাচনী ক আৰু সুন্দৰ লাগিছে 👌👌
Wow 🥰bohu bar sai hepah poluwa nai bihuwa dil tu hidoy sui gol ...aru ag bahi jawok 🙏 joi ai axom 🥰.. from majuli
Bohut duniya lagise or jeneka chehra duniya tenekai dance. Amazing amazing.bemisal hai.
সুন্দৰ কণ্ঠ, সুন্দৰ পেপা বাদক, সুন্দৰ নাচনী আৰু সকলো সুন্দৰ হৈছে 👌🙏❤
Bihu gua bihua jonor kontho hosai Bor hundor🔥🔥🔥🔥
গান গোৱা লৰাটো মাতটো বহুত মিঠা,,,,আৰু তাতে বিশ্বজিত দা ঢুলীয়া,,,,অতি সুন্দৰ 👍👍👍❤️❤️
সচাঁকৈ দেই
Awesome really awesome..the whole group...bihu dancer...the vocalist ur out of d world...
Bohut Dhunia lagil aji dibrugarh pregame saii
এনে সুন্দৰ নৃত্য , ঢোল বাদন সুন্দৰ কণ্ঠ ,মুঠতে চাই থাকিলে ভোক পিয়াঁহ গুচি যায়। বহুত বহুত সুন্দৰ।
বৰ সুন্দৰ❤️✨
ৰিতুপৰ্ণা তুমি আগুৱাই যোৱা।। ❤ ❤
বিহুৱা জনৰ মাতটো অতি সুন্দৰ
Gaan gua jonor kontho 2 bor dhunia 🥰😍
😊
বিহুটিম টো ৱে নাচনীক যথেষ্ট সহযোগ কৰিছে..যথেষ্ট দেখনিয়াল নাচনীৰ লগতে বিহুৱা দাদা কেইজন ।
বিহুৱা জনৰ কণ্ঠ বৰ সুন্দৰ ❤️
Namtu ki baru bihuwa jonor....Bor dhunia gaise
Bikash gogoi
My favourite nasoni....👌👌👌👌👌
😍😍😍🥰🥰🥰moi hdai video tu saw😁
অতি সুন্দৰ হৈছে গানটো আৰু মাটটো
সুন্দৰ কণ্ঠ দাদা জনৰ... দিনটোত 10 বাৰৰ ওপৰত শুনো
sosakoi iman dhuniya mat
Iftiyg
@@subhashmalakar5157ko
Same ❤❤
Bikash Da akodom juie🔥 logai dise dei gan2t
দাদা জনৰ কন্ঠই অন্তৰ চুই গৈছে
Be
Hosakoie bihukhon hokolure dhunia hoise
Bikash da out standing ❤️❤️❤️
Taluwa Kai muson mozaa🔥
বিহুৱা জনৰ কন্ঠ ইমান সুন্দৰ❤️
Ii
Seu ketaman val lagise alp try koribo lagibo 👍🙏
ᴀɴᴜᴘᴀᴍ ʙɪᴛᴜᴘᴀɴ___🙏🙏সচাকৈ আপোনালোকৰ এই পদক্ষেপ প্রশংসনীয়।। ধন্যবাদ। আগলৈকেও আমাক অনুপ্রাণিত কৰি ৰাখিব।
Mur enekuwa perfect dol ata xikiboloi bohut aasha thakil
Bhut bhal nasise 👏👏💖💖🥰🥰
বিহুৱা জনৰ সুন্দৰ কণ্ঠ
Bihu amar jatir dapun
Rituporna tumar nas tu bohut gohin aru kokal tu khub dhunia vanga dei , tumar vobisoyt ujjal houk
Bohut xundar hoise😍😍😍😍
Bohut dhunia bihu dol tu
Den to 10 bar man video to sau holau aimoni nalaga ai video to sai Ema Val lga video hosake bohut bohut val lga 😘🥰🤗
Bhut vl lgil.... Mayuri Devi bar ASE nki
উফ্ কি সুন্দৰ কন্ঠ 😍😍
Bihuwa janar voice tu bahut dhunia
Sending lots of love ❤️ well done 👍🏻
Thnq nimikha💕
@@rituparnadas9101 ba apuni first pale nki 🙂💖
।p
Excellent performance.
Bohut val lage Rituparna tmr nach...
Dada jonor mat tu bor val..
Bihu huni ki je mojah lage... Ki kou aru..... Amar teje teje Bihu ase !!!..
🙏
ঋতুপৰ্ণা 'কভিদ ১৯ ৰ বাতৰিৰ বিভিষিকাৰ মাজতে তোমাৰ বিহু প্ৰদৰ্শনে আমাৰ দেহ-মন সতেজ কৰি দিলে ! তোমাক বহুত বহুত ধন্যবাদ !!!
সুন্দৰকৈ প্ৰদৰ্শন কৰিছে
ঋতুপৰ্ণাৰ নৃত্য-গীত সুন্দৰ মনোমোহা ।
আগুৱাই যোৱা তুমি ..
সুন্দৰ || শুভেচ্ছা থাকিল আগুৱাই যোৱা
Voice tu je emn dhuniya dhuliya dada jon r
নাচনী ধুনীয়া কে নাচিছে আৰু বৰ ধুনীয়া নাচনী জনি ❤️
Khub xundor lagise kintu dei
সুন্দৰ👌আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
বৰ ধুনীয়া নাচি ছে 💕💕
😍😍😍 বহুত ধুনিয়া নাচ
Mooooja ekebare jui
মঞ্চ কপোৱা বিহু..অলপো খুন নাই...বহুত বেছি ভাল লাগিল এগৰাকী পাকৈত বিহু সম্ৰাঞী হোৱাৰ লক্ষন দেখিছো...বহুতো শুভেচ্ছা তোমালৈ...❤
Dhonyobd🙏
@@rituparnadas9101 বহুত ভাল লাগিল, সকলোকে, ভৱিষ্যত ৰ উজ্জ্বল দিশৰ উমান পাইছোঁ। আগবাঢ়ি যাঁওক। অলেখ শুভকামনা
মৰ দৃষ্টিত শ্ৰেষ্ঠ নাচনী , বহুত ভাল লাগিল , সুন্দৰ পৰিবেশন , বিহু গীত আৰু নাচনীৰ নাচ , গোটেইখিনি এ মোৰ বহুত ভাল লাগিছে , 👌
Frm comments i came to knw tht d vocalist name is bikash...really bikash u r overpowering d whole group..tumar konthot jen khoroswati bakh kore...
সুন্দৰ ❤❤❤❤
Nice dance💃💃
Waah 😍
সুন্দৰ প্ৰদৰ্শন
মজা লাগিছে দাদা
Kunu adhunik gane bihur xuoni dibo nuare❤
ধুনীয়া লাগিছে ❤️
Love U ASSAM ❤️❤️❤️❤️❤️❤️❤️ INDIA'S BEAUTIFUL STATE
অতি সুন্দৰ❤❤🥳🥳
Ki apurba mnoraham❤🎉❤
সুন্দৰ সুন্দৰ,ভাল লাগিল
Val lagil bihu xon sai dhunia nas nasila ......
অতি সুন্দৰ
Dada jonr emn hundor kontho.....jimn huni thakileu mon nobhore
BIHUWAR KONTHO KHUP HUNDOR.MOJAAA LAGI GOL
শুকুলা শুকুলা লুইতৰ কহুৱা ..................♥️
Mojja❤❤
Bihuwa jonor xundar kontha...
Val lagil
বহূত ভাল নাচিছে তাই |
mozaa❤️❤️🔥🔥
Uff ki hundor
Nice bohut val lagisa 💗🥰🥰🥰❤️😇🤗🥰
Hundor poribexon.
Bohud val hoise🙏 ❤👌👍
বৰ ধুনীয়া
Bor val lagel de 💞hvy❤❤❤❤
Dhunia hoyse
Bihuwa jonor mat Tu huni sunit da loi monot poril
gan guwa dada jnr voice2 bht cute hoii❤❤
Nasi boloi mon goi su so beautiful ❤️
Bihu nas dehkilei montu val lagi jai
Dhuniya lagise
কি সুন্দৰ পৰিৱেশন
Bihuan dada jonor mat tu bohut xundor hoi porise 😘🙏
Eman khundor hoise khokolu khiki asu sai sai
Gun gowya lora jonor voice bor val lageel very nice Dancer
ওখ পেঁপোৱা দাদা জনে ভাল পেঁপা বজাই ছে আৰু বা কথা কি কম ততি সুন্দৰ 😍😍😍😘😘😘😘
প্ৰথমতে কওঁ দাদাজনৰ সুৰ বহুত ধুনীয়া, এক বুজাই ক'ব নোৱাৰা। দ্বিতীয়তে নাচনী গৰাকী বহুত ধুনীয়া নাচিছে আৰু সুন্দৰকৈ গাইছে তাতে ঢোলৰ চাপৰ মাৰিছে কিছু, পেঁপোৱা ককাইটি ও কম নহয়। ডিব্ৰুগড়লৈ সুনাম কঢ়িয়াই আনক অনাগত দিনলৈ। আমাৰ অসমৰ গৌৰৱ বিহু ❤❤
কৃষ্ণ🙏,, বিহু সুন্দৰ হৈছে,, দলৰ ঐক্য, ঢোলৰ বাজনা,, নাম, সকলো সুন্দৰ হৈছে
ধুনীয়া নাচনী,ধুনীয়া নাচ👍😍
ইমান সুন্দৰ। খুব ভাল লাগিল। ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ ।
ইমান শুৱলা আৰু মিঠা কণ্ঠ বিহুৱাজনৰ।
আপ্লুত হলো।
Naam tu janibo parile bhal lagil heten
@@upk9818 bikash gogoi
@@torunkhanikar5988 thank you
সুন্দৰ নাচ তোমাৰ। গান গোৱা জনৰ কন্ঠ সুন্দৰ। সকলোৱে মাজত নাচনী ক আৰু সুন্দৰ লাগিছে 👌👌
Wow 🥰bohu bar sai hepah poluwa nai bihuwa dil tu hidoy sui gol ...aru ag bahi jawok 🙏 joi ai axom 🥰.. from majuli
Bohut duniya lagise or jeneka chehra duniya tenekai dance. Amazing amazing.bemisal hai.
সুন্দৰ কণ্ঠ, সুন্দৰ পেপা বাদক, সুন্দৰ নাচনী আৰু সকলো সুন্দৰ হৈছে 👌🙏❤
Bihu gua bihua jonor kontho hosai Bor hundor🔥🔥🔥🔥
গান গোৱা লৰাটো মাতটো বহুত মিঠা,,,,আৰু তাতে বিশ্বজিত দা ঢুলীয়া,,,,অতি সুন্দৰ 👍👍👍❤️❤️
সচাঁকৈ দেই
Awesome really awesome..the whole group...bihu dancer...the vocalist ur out of d world...
Bohut Dhunia lagil aji dibrugarh pregame saii
এনে সুন্দৰ নৃত্য , ঢোল বাদন সুন্দৰ কণ্ঠ ,মুঠতে চাই থাকিলে ভোক পিয়াঁহ গুচি যায়। বহুত বহুত সুন্দৰ।
বৰ সুন্দৰ❤️✨
ৰিতুপৰ্ণা তুমি আগুৱাই যোৱা।। ❤ ❤
বিহুৱা জনৰ মাতটো অতি সুন্দৰ
Gaan gua jonor kontho 2 bor dhunia 🥰😍
😊
বিহুটিম টো ৱে নাচনীক যথেষ্ট সহযোগ কৰিছে..যথেষ্ট দেখনিয়াল নাচনীৰ লগতে বিহুৱা দাদা কেইজন ।
বিহুৱা জনৰ কণ্ঠ বৰ সুন্দৰ ❤️
Namtu ki baru bihuwa jonor....Bor dhunia gaise
Bikash gogoi
My favourite nasoni....👌👌👌👌👌
😍😍😍🥰🥰🥰moi hdai video tu saw😁
অতি সুন্দৰ হৈছে গানটো আৰু মাটটো
সুন্দৰ কণ্ঠ দাদা জনৰ... দিনটোত 10 বাৰৰ ওপৰত শুনো
sosakoi iman dhuniya mat
Iftiyg
@@subhashmalakar5157ko
Same ❤❤
Bikash Da akodom juie🔥 logai dise dei gan2t
দাদা জনৰ কন্ঠই অন্তৰ চুই গৈছে
Be
Hosakoie bihukhon hokolure dhunia hoise
Bikash da out standing ❤️❤️❤️
Taluwa Kai muson mozaa🔥
বিহুৱা জনৰ কন্ঠ ইমান সুন্দৰ❤️
Ii
Seu ketaman val lagise alp try koribo lagibo 👍🙏
ᴀɴᴜᴘᴀᴍ ʙɪᴛᴜᴘᴀɴ___🙏🙏
সচাকৈ আপোনালোকৰ এই পদক্ষেপ প্রশংসনীয়।।
ধন্যবাদ। আগলৈকেও আমাক অনুপ্রাণিত কৰি ৰাখিব।