অখিল গগৈক বিজেপিৰ সৈতে ৰিজালে ভূপেন বৰাই

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ธ.ค. 2024

ความคิดเห็น • 21

  • @TarunDasTarundas-i4t
    @TarunDasTarundas-i4t 4 ชั่วโมงที่ผ่านมา +4

    অখিল হতাশাগ্ৰস্ত হৈছে, নহ'লে ইমান লগ বিচাৰি ফুৰাৰ কাৰণ কি?

  • @শ্ৰীসঞ্জীৱ
    @শ্ৰীসঞ্জীৱ 5 ชั่วโมงที่ผ่านมา +5

    আমাৰ অসমীয়াৰ খোৱা কামুৰাই বেছি । হিংসা আৰু মাছৰ তেলত মাছ ভজাৰ বুদ্ধি বেছি 😂

  • @AminulIslam-w3j4w
    @AminulIslam-w3j4w 3 ชั่วโมงที่ผ่านมา +1

    Aminul lslam

  • @AjitBora-q4l
    @AjitBora-q4l 3 ชั่วโมงที่ผ่านมา +1

    অখিল দাদা তুমি নিজেই নিজক বচোৱা . নহলে নিজেই ৰাইজৰ মাজত হেৰাই যাবা..

  • @pradipsharma6588
    @pradipsharma6588 4 ชั่วโมงที่ผ่านมา +1

    Aazir tarikhat Congress big zeero

  • @AjitBora-q4l
    @AjitBora-q4l 3 ชั่วโมงที่ผ่านมา

    আপুনি কেবল মিডিয়া আগতহে কথাবোৰ কৈছ. কিন্তু ৰাইজক উদ্দেশ্যি কথাবোৰ বুজনি দিয়ক.

  • @njyotinjyoti7541
    @njyotinjyoti7541 ชั่วโมงที่ผ่านมา

    ইয়াক শেষ কৰিব বিচাৰিছে মামা মূখ্য মন্ত্ৰীয়ে

  • @AjitBora-q4l
    @AjitBora-q4l 3 ชั่วโมงที่ผ่านมา +1

    তোমাক ভাল পোৱা কিমান আছে, ৰাইজৰ মাজত প্ৰশ্ন বিচৰা . নিজেই নিজকে শুদ্ধ বুলি জ্ঞান কৰিলেতো নহব...

  • @AjitBora-q4l
    @AjitBora-q4l 3 ชั่วโมงที่ผ่านมา

    ভূপেন দা কিন্তু বেষ্ট চতুৰ..

  • @pranabkumarsamrma731
    @pranabkumarsamrma731 4 นาทีที่ผ่านมา

    Apuni eman valei jodi kia eman halla kori asei

  • @Dikhowmix
    @Dikhowmix 34 นาทีที่ผ่านมา

    অখিলৰ কাম নাই

  • @tarundas3132
    @tarundas3132 59 นาทีที่ผ่านมา +1

    Faltu lecture.

  • @bumousumisharma6093
    @bumousumisharma6093 5 ชั่วโมงที่ผ่านมา

    Hoi nki 😂😂😂😂

  • @RanjitGogoi-pi1yf
    @RanjitGogoi-pi1yf 5 ชั่วโมงที่ผ่านมา +1

    Ami Nebesaru dai gogoi da