Soan Productions Hits of Jitul Sonowal | Playlist | হৰিনাম | দিহানাম | টোকাৰী গীত | ভক্তিমূলক গীত

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • CAUTION:- © Copyright of this video and audio is strictly reserved by Soan Productions, Somnath Borah (Oja) and Swapnil Anjan Borah. Uploading this video/audio without legal permissions in any media platforms will not be tolerated and strict actions will be taken according to the section 13 of Copyright Act 1957.
    ***Song Collected, Video Edited and BG Graphics Designed by:- Swapnil Anjan Borah (Soan)
    সোণ প্ৰডাকচনৰ স্বত্বাধিকাৰ তথা আন্তৰাষ্ট্রীয় খ্যাতি সম্পন্ন, অসমৰ স্বনামধন্য লোক শিল্পী "ঢোল সম্ৰাট সোমনাথ বড়া ওজা" দেৱৰ প্ৰযোজনা আৰু পৰিচালনাত মুক্তি পোৱা বিষ্ণু প্ৰিয়া, বিষ্ণু পুৰাণ, সত্যসন্ধ্যা, বৈকুণ্ঠৰ জখলা, বৈজয়ন্তীমালা আৰু নৱ ঘনশ্যাম কেছেট ৰ ৬ টা জনপ্রিয় তথা সুমধুৰ হৰিনাম "জিতুল সোনোৱাল" দেৱৰ কন্ঠত প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ সকলোৱে যেন আদৰি লব।
    ১)গীত - দুপৰৰ বেলিয়ে মাৰ যাঁও বুলিলে
    এলবাম- সত্যসন্ধ্যা (সোন প্ৰডাকচন)
    কন্ঠ- জিতুল সোনোৱাল
    কথা/সুৰ-ডিম্বেশ্বৰ মহন্ত, অজিত বৰা
    সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
    Link⬇️
    • দুপৰৰ বেলিয়ে মাৰ যাঁও...
    • দুপৰৰ বেলিয়ে মাৰ যাঁও...
    ২)গীত - ৰথৰ চকা ঘুৰিছে বায়ুৰ বেগত
    এলবাম- বিষ্ণু প্ৰিয়া (সোন প্ৰডাকচন)
    কন্ঠ- জিতুল সোনোৱাল
    কথা/সুৰ- মুকুন্দ তামুলী
    সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
    Link⬇️
    • ৰথৰ চকা ঘুৰিছে বায়ুৰ ব...
    • ৰথৰ চকা ঘুৰিছে বায়ুৰ ব...
    ৩)গীত - নিত্য নিৰঞ্জন দেৱ জনার্দন
    এলবাম- বৈকুণ্ঠৰ জখলা (সোন প্ৰডাকচন)
    কন্ঠ- জিতুল সোনোৱাল
    কথা/সুৰ- মুকুন্দ তামুলী
    সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
    Link⬇️
    • নিত্য নিৰঞ্জন দেৱ জনার...
    • নিত্য নিৰঞ্জন দেৱ জনার...
    ৪)গীত - তল বল তল বল কৰে বসুমতী
    এলবাম- বৈজয়ন্তীমালা (সোন প্ৰডাকচন)
    কন্ঠ- জিতুল সোনোৱাল
    কথা/সুৰ- অজিত বৰা
    সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
    Link⬇️
    • Video
    • তল বল তল বল কৰে বসুমতী...
    ৫)গীত - সৰোবৰৰ মাজে পৰি কান্দিছে গজপতি
    (গ্ৰাহ গজেন্দ্ৰ উপাখ্যান)
    এলবাম- নৱ ঘনশ্যাম (সোন প্ৰডাকচন)
    কন্ঠ- জিতুল সোনোৱাল
    কথা/সুৰ- জয়ন্ত (কমলা) গগৈ, প্ৰয়াত জ্যোতি হাজৰিকা
    সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
    Link⬇️
    • সৰোবৰৰ মাজে (গ্ৰাহ গজে...
    • সৰোবৰৰ মাজে (গ্ৰাহ গজে...
    ৬)গীত - অমিয়া সুৰেৰে অ...শ্যাম অ...
    এলবাম- বিষ্ণু পুৰাণ (সোন প্ৰডাকচন)
    কন্ঠ- জিতুল সোনোৱাল
    কথা/সুৰ- সোমনাথ বড়া ওজা, গিৰিন্দ্ৰ শইকীয়া, বসন্ত নিবিড়
    সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
    Link⬇️
    • Video
    • অমিয়া সুৰেৰে অ...শ্যাম...
    খোল,নেগেৰা-সোমনাথ বড়া ওজা,স্বৰ্গীয় প্ৰসেন বৰা
    তাল/মঞ্জুৰা-নলিন বৰা
    বাঁহী- পৰমেশ্বৰ বসুমতাৰী, কৈলাস ৰাভা
    Banjo- স্বৰ্গীয় ধনজিত শৰ্মা
    Keyboard- ভদ্রকান্ত দাস
    Percussions- ৰাজু শৰ্মা
    সংগীত বাণীবন্ধন - Studio Dwija Chitra
    Mixing & Mastering- জিতু শৰ্মা
    #JitulSonowal #Horinaam #SoanProductions #Playlist_2 #SwapnilAnjanBorah #Aryanz_Pixelography
    Hope everyone enjoys the video.... Like it... Share it... Subscribe to my channel😊🙏🏻🙏🏻🙏🏻
    Subscribe my new You Tube Channel "Swapnil Aryanz Pixelography" Link👇🏻👇🏻👇🏻
    / @swapnilaryanzpixelogr...
    To follow me in Facebook:-
    / swapnilanjan.borah
    Official Facebook Page-
    / 212104595551052
    To follow me in Instagram:-
    / swapnil_aryanofficial
    / swaataryan

ความคิดเห็น • 31

  • @bijumonikalita588
    @bijumonikalita588 3 หลายเดือนก่อน +4

    সঁচাই হৰিনাম কেইটা ইমান ধুনীয়া লাগিছে মন আৰু হিদয় চুই গৈছে চকুৰ পানী ওলায় গৈছে কিন্তু ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা

  • @dibyasonowal1476
    @dibyasonowal1476 6 หลายเดือนก่อน

    সুন্দৰ 🙏

  • @archanahazarika3483
    @archanahazarika3483 2 ปีที่แล้ว +4

    Son production manei mon jorua horinam,krishna🙏🙏🙏

  • @AmusedElephant-oc7ne
    @AmusedElephant-oc7ne 6 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ ভাল হৈছে কৃষ্ণ ৰ চৰণত ভকতি বাহক 🙏🏽🙏🏽🙏🏽

  • @bijumonikalita588
    @bijumonikalita588 7 หลายเดือนก่อน

    গানটুৱে সচাই মনচূইছে

  • @bgogoima
    @bgogoima 4 หลายเดือนก่อน

    Bor hundar Hari nam

  • @durnaktpatgiri6345
    @durnaktpatgiri6345 2 ปีที่แล้ว

    Swapnilok bohut bohut dhoinobad disu.eii namhomuh jugutai diyar babe.sirohewj namm aibur

  • @sumitradeka3599
    @sumitradeka3599 8 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @monuj4615
    @monuj4615 10 หลายเดือนก่อน

    Class 3 manotei xunisilu... bht bisari bisari gaan tu palu... bht val lagise montu.... duporor belie

  • @tarusarma2102
    @tarusarma2102 2 ปีที่แล้ว +1

    Ati xundar ..Fantastic voice...
    Krishna Krishna Hari Hari Ram 🙏🙏🙏🙏🙏🌼🌼🌼🌼🌼

  • @NumalKhongiadigital
    @NumalKhongiadigital ปีที่แล้ว

    আহা ছোন নামলৈ অ বান্ধৈ ঐ,

  • @debajitchetia9224
    @debajitchetia9224 7 หลายเดือนก่อน

    Jai sri krishna

  • @Dbrosclasses
    @Dbrosclasses 8 หลายเดือนก่อน

    Jai Sri Krishna ram ram

  • @gunabatidas4267
    @gunabatidas4267 2 ปีที่แล้ว +2

    সুন্দৰ কণ্ঠ,ৰাতিপুৱাই ভক্তিমূলক গীত শুনিলে মনটো ভাল লাগে ।

  • @mgcreation1972
    @mgcreation1972 3 ปีที่แล้ว

    Nice ,,,,,,bahut val lagil

  • @digantagogoi1948
    @digantagogoi1948 ปีที่แล้ว +1

    Very good

  • @gajenborahborahgajen2602
    @gajenborahborahgajen2602 3 ปีที่แล้ว +2

    Best val lageel

  • @gajenborahborahgajen2602
    @gajenborahborahgajen2602 3 ปีที่แล้ว +1

    Jitol dada uponer geet tow moi bor val palow gajen borah from caernicobore pora Army lora moi

  • @parthapratimdutta5744
    @parthapratimdutta5744 2 ปีที่แล้ว

    Mojjjjjjja

  • @digantadutta3141
    @digantadutta3141 3 ปีที่แล้ว +8

    বৰ সুন্দৰ গীট এইবোৰ দাদা, পাৰিলে দাদা জোতি দাৰ নামৰ মহিমা শুনি তপস্যা এৰিলে মুণি গীটতো দিবচোন, শুনিম বুলি আশা কৰিলো,

  • @hunali26
    @hunali26 3 ปีที่แล้ว +5

    বিহু গান দুটা দিযক

  • @archanahazarika3483
    @archanahazarika3483 2 ปีที่แล้ว

    Jyoti da namor mohima Geetu diboson🙏🙏🙏

  • @bisojitsonowal5060
    @bisojitsonowal5060 2 ปีที่แล้ว

    Dada 2002 bakhor tora gaanketa debo sun. Parile

    • @SoanProductionsOfficial
      @SoanProductionsOfficial  2 ปีที่แล้ว

      Aami beleg cassette r geet upload nokoru karon iyat okol Soan Productions r cassette xomuhhe upload kora hobo. Sonali, Paharor Juriti, Kalpana eikeita albumor geet he pabo iyaat.

  • @hunali26
    @hunali26 3 ปีที่แล้ว

    দাদা 1999 চনৰ সোণালী গানকেইতা দিযক

  • @চোবাইপেলাম
    @চোবাইপেলাম 3 ปีที่แล้ว

    Krishna

  • @onlineaxomiya9430
    @onlineaxomiya9430 3 ปีที่แล้ว

    lyrics bur debo lgisel

  • @dibyasonowal1476
    @dibyasonowal1476 6 หลายเดือนก่อน +1

    বৰ সুন্দৰ 🙏

  • @shyambhuyan435
    @shyambhuyan435 3 ปีที่แล้ว +3

    Krishna krishna 🙏🙏🙏