লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ চিলনীৰ জীয়েকৰ সাধু Part1 | বুঢ়ী আইৰ সাধু |siloni jiyekor hadhu cartoon

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 มี.ค. 2022
  • অসমীয়া সমাজত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱে ৰচনা কৰা বুঢ়ী আইৰ সাধু খনেই হৈছে আটাইতকৈ বেছি জনপ্ৰিয় সাধুকথাৰ পুথি । তাত থকা প্ৰতিটো সাধুকে কতজনে যে কিমানবাৰ শুনিছে, ভিডিঅ আকাৰত চাইছে, তথাপি জানো হেঁপাহ পলায় ? এই সাধুকেইটা প্ৰতিটো প্ৰজন্মৰে পৰিচিত আৰু প্ৰাণৰ আপোন । এই সাধুকথাৰ পুথিখনৰে অন্তৰ্গত এটা জনপ্ৰিয় সাধু "চিলনীৰ জীয়েকৰ সাধু" ক কাৰ্টুন ভিডিঅ' হিচাপে সম্পাদিত কৰিলো । আমাৰ শিশু সকলে আমাৰ অসমীয়া সমাজৰ আৱেগ,বৈশিষ্ট্য বিদ্যমান হৈ থকাএই সাধুসমূহ জনাটো অতি প্ৰয়োজনীয় ।
    চাই কেনে পালে জনাব । আপোনালোকৰ উৎসাহ ভৰা মন্তব্যই আমাক এই কাম ধাৰাবাহিকভাৱে চলাই যাবলৈ অনুপ্ৰাণিত কৰিব ।
    #assamesevideo
    #stories
    #storytelling
    #hadhu
    #Burhi aair xadhu
    #axomiya xadhu
    #siloni jiyekor hadhu

ความคิดเห็น •