অসমৰ থলুৱা লোকবাদ্য যন্ত্ৰসমূহ || Assamese Folk Instruments ||

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.พ. 2025
  • 🙏Welcome Friends This is a short information about of Assamese folk Instruments.
    This video made for only Knowledge purposes not any profitable Motive.
    ভিডিঅ'টিৰ সবিশেষ :- অসমীয়া লোকবাদ্য যন্ত্ৰসমূহৰ বিষয়ে এটি চমু আভাস । য'ত অসমীয়া সংস্কৃতিত ব্যৱহাৰ হোৱা বাদ্য যন্ত্ৰ সমূহৰ বিষয়ে অৱগত কৰা হৈছে । কোনটো বাদ্য যন্ত্ৰ কিহৰ বাবে ব্যৱহৃত হয় সেয়াও ভিডিঅ'টিত 👆 দাঙি ধৰা হৈছে যাৰ দ্বাৰা আমাৰ নৱপ্ৰজন্ম সকলে আমাৰ আপুৰুগীয়া বাদ্যযন্ত্ৰৰ ব্যৱহাৰ সম্পৰ্কে জ্ঞাত হ'ব ।
    ____________________________________________
    বিঃদ্ৰঃ-(ভিডিঅ'টিত দিয়া যিকোনো তথ্য ভুল হ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ)
    _____________________________
    ভিডিঅ'টিৰ তথ্য উৎস :- ইণ্টাৰনেট
    Background sound:- • Voice Background Music...
    *********************************************
    ©Tanay Medhi
    ভিডিঅ'টি চাই কেনে পালে নিশ্চয় জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত আৰু যদি ভিদিঅটি ভাল লাগিল তেন্তে লাইক আৰু চেয়াৰ কৰিব । ধন্যবাদ
    অনুগ্ৰহ কৰি চেনেলটি চাৱষ্ক্ৰাইব কৰি ল'ব
    বিভিন্ন ধৰণৰ জ্ঞানেৰে পৰিপূৰ্ণ তথ্য সমূহ জানিবলৈ🤝🙏 / tanaymedhi
    Follow me 👇 (ফেচবুক)
    Facebook:- / tanay.medhi.1
    Instagram :- (ইনষ্টাগ্ৰাম)
    / niyar_sameer
    #assamese_folks_Instruments
    #Instruments_of_Assam
    #instruments_of_India
    #folks_dance_of_Assam
    #bihu_Instruments
    #review_of_Instruments
    #assamese_culture
    #asaamese_traditions
    #assamese_information
    Disclaimer
    Video for educational purposes only. Copyright Disclaimer under section 107 Copyright act 1976, allowance it made for "fair use" for purpose such criticism, comments,news reporting, teaching, scholarship,and research. Fair use permitted by copyright statute that might otherwise be infringing non profit educational or personal use the balance in favour of fair use.
    TAGS
    Assamese_traditional_Instruments
    Indian traditional Instruments
    Indian Folk Instruments
    Assamese folk Instruments
    Review of instruments
    Assamese Vlogs
    Assamese_trending_searches
    Historical Instruments of Assam
    Historical Instruments of India
    Basic knowledge of Instruments
    Western Instruments
    Indian Society Culture and Literature
    Assamese People Used Instruments

ความคิดเห็น • 33

  • @luckystore990
    @luckystore990 2 ปีที่แล้ว

    বা আজিহে গম পালো ধন্যবাদ

  • @RupamSharma
    @RupamSharma 4 ปีที่แล้ว +1

    সুন্দৰ প্ৰচেষ্টা । ভাল লাগিল

    • @TanayMedhi
      @TanayMedhi  4 ปีที่แล้ว

      অশেষ ধন্যবাদ 🙏💞

  • @gakulgogoi6697
    @gakulgogoi6697 4 ปีที่แล้ว +1

    Xundar Prasesta

    • @TanayMedhi
      @TanayMedhi  4 ปีที่แล้ว

      অশেষ ধন্যবাদ 🙏💞

  • @pranjitsaikia6796
    @pranjitsaikia6796 4 ปีที่แล้ว +1

    Mojaaa....

  • @manashjyotiboruah8427
    @manashjyotiboruah8427 4 ปีที่แล้ว

    hundor

  • @rumiborah5220
    @rumiborah5220 4 ปีที่แล้ว +1

    Good

  • @chayanikagogoi2788
    @chayanikagogoi2788 4 ปีที่แล้ว

    Great

  • @uttamsaikia7341
    @uttamsaikia7341 4 ปีที่แล้ว +1

    Keep it up bro👌🏻

  • @MainaBora-zo2ey
    @MainaBora-zo2ey 22 วันที่ผ่านมา +1

    বাঁহীত কাঠ কত থাকে বা কাঠেৰে কেনেকৈ বাঁহী বনাই

    • @TanayMedhi
      @TanayMedhi  21 วันที่ผ่านมา

      হয় সম্পূৰ্ণ কাঠেৰে নিৰ্মিত নহয় কিন্তু কাঠৰ কিছু অংশ আংশিক ভাবে সংযুক্ত কৰা হয় বুলি লিখিত পোৱা বাবে তথ্যটি আগবঢ়োৱা হ'ল । হয়তো মোৰ ভুল হ'ব পাৰে ক্ষমা কৰিব।

    • @MainaBora-zo2ey
      @MainaBora-zo2ey 21 วันที่ผ่านมา

      @TanayMedhi মুৰ বাঁহী বজাবলৈ শিকি আছোঁ। বাঁহী আছে মুৰ ওচৰত কিন্তু কাঠ সংযুক্ত হৈ থকা নাই but মুৰো ভুল হব পাৰে।

    • @TanayMedhi
      @TanayMedhi  21 วันที่ผ่านมา

      হয় মোৰ ভুল হৈছে ! মই য'ৰ পৰা তথ্য সংগ্ৰহ কৰিছিলো হয়তো তাত ভুল আছিল

    • @MainaBora-zo2ey
      @MainaBora-zo2ey 21 วันที่ผ่านมา +1

      @@TanayMedhi আপুনি মুৰ ওচৰত ক্ষমা নুখুজিব।কাৰণ মই সৰু লৰা ক্লাছ 7 মুৰ বাঁহী বজাবলৈ অদম্য হেঁপাহ।মুৰ ওচৰত 31 টা বেলেগ বেলেগ স্কেলৰ বাঁহী আছে তালৈ মই মন কৰা নাই কেতিয়াবা মন গলে বজাই থাকো। বাঁহিহে আছে ইমান বজাব নাজানো আৰু বেছি অভিজ্ঞতা ওঁ নাই নজনাকেই মূৰো ভুল হব পাৰে মই ওপৰতে মাত মতিলো তাৰ বাবে Sorry.

  • @Mercury-h7g
    @Mercury-h7g 4 หลายเดือนก่อน

    Kota, Great 3😂

  • @jurigogoi1356
    @jurigogoi1356 4 ปีที่แล้ว

    👍👍👍👍

  • @JesminSultana-f6k
    @JesminSultana-f6k 6 หลายเดือนก่อน

    Ba nohoi dada hoi lucky store

  • @sewalibora9367
    @sewalibora9367 4 ปีที่แล้ว +1

    Tq

    • @TanayMedhi
      @TanayMedhi  4 ปีที่แล้ว

      Welcome please share your Friends ❤️

    • @sewalibora9367
      @sewalibora9367 4 ปีที่แล้ว +1

      @@TanayMedhi abiesly shere krem.... Apuni imn hundr ke ktha khini koi dse nissoi shere krem

    • @TanayMedhi
      @TanayMedhi  4 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ আৰু কিছুমান ভিডিঅ' আছে‌ জ্ঞানমূলক চাব পাৰে ‌বৰ্তমান কিছু অসুবিধাৰ হোৱা হেতুকে ভিডিঅ'দিব পৰা নাই 🙏

  • @RakeshBorah18
    @RakeshBorah18 2 ปีที่แล้ว

    Hi muk aita xul liga pam nke

  • @JakirHussain-gd5of
    @JakirHussain-gd5of 3 ปีที่แล้ว +1

    তিৱা সকলৰ দুবিধ বাদ্য যন্ত্ৰৰ নাম কি?

    • @TanayMedhi
      @TanayMedhi  3 ปีที่แล้ว

      Dhul:The commonly used drum in the Assamese culture
      Thorang: The commonly known flute in the Assamese

    • @TanishaBaishya-e3u
      @TanishaBaishya-e3u 2 วันที่ผ่านมา

      পাংছি আৰু থুৰাং বাঁহী

  • @bastavsaikia-d4b
    @bastavsaikia-d4b 2 ปีที่แล้ว

    বীন খন লোক বাদ্যত নপৰে নেকি?

    • @TanayMedhi
      @TanayMedhi  2 ปีที่แล้ว

      হয়তো পৰে মই সঠিক ভাৱে নাজানিম

  • @lekhanboruah8658
    @lekhanboruah8658 4 ปีที่แล้ว +1

    Good