TUMI MOR KOLIJAR | KK | BIHU | ASSAMESE SONG | BEHARBARI OUTPOST

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.ย. 2024
  • TUMI MOR KOLIJAR | KK | BIHU | ASSAMESE SONG
    BEHARBARI OUTPOST
    Singer- Uzzal Batsas & Tribeni Gogoi

ความคิดเห็น • 478

  • @paniramyein3705
    @paniramyein3705 ปีที่แล้ว +4

    বহুত ভাল লাগিছে ।আপোনালোকে কৰা প্ৰতিটো অভিনয়ে মোৰ ভাল লগে ।

  • @bindakonch3330
    @bindakonch3330 ปีที่แล้ว +5

    Mojja kk da❤❤❤❤❤

  • @nitulbora374
    @nitulbora374 2 ปีที่แล้ว

    A moza

  • @kaberisaikia344
    @kaberisaikia344 5 ปีที่แล้ว +9

    Ish emn dhuniya lagise duiu jonok mojja 😍

  • @amarjitmirdha6364
    @amarjitmirdha6364 5 ปีที่แล้ว +1

    Aaaa mjaaaaa kk da & Moni bo

  • @babitagogoiphukan8568
    @babitagogoiphukan8568 ปีที่แล้ว

    Val lagil k.k.da moni bur .

  • @jimleekakoty3976
    @jimleekakoty3976 6 ปีที่แล้ว +5

    A. Mazzza kk sir & moni bow... Moni bow ur soo beautiful.. I like kk sir & moni bow 👍👍👍👍👍👍

  • @buddhadeori5526
    @buddhadeori5526 6 ปีที่แล้ว +2

    Mojja kk DA👌

  • @nogeningti337
    @nogeningti337 3 ปีที่แล้ว +2

    Happy new bihu k k SSa air Mani Bo bihu Nast bohut Val lagil👍👍👍

  • @nelashdas1324
    @nelashdas1324 5 ปีที่แล้ว

    এ.. মজা....

  • @babuldutta9967
    @babuldutta9967 3 ปีที่แล้ว +2

    My fav fav fav show I love this show ok,mohon,Moni,beauty,mukuda ,Garg,Tora may,bosumotari susmita ,acisir love love 😂❤️❤️

  • @gyanashreedutta4205
    @gyanashreedutta4205 3 ปีที่แล้ว +1

    Moja

  • @kalpanaborah3219
    @kalpanaborah3219 2 ปีที่แล้ว

    Ye mozza, K.K da & Moni bow..

  • @hunorasom129
    @hunorasom129 3 ปีที่แล้ว +1

    Kk sir bohut Val lagil dai.👍🏼🙏🙏🙏

  • @bitulboruah2971
    @bitulboruah2971 6 ปีที่แล้ว +1

    A mojja....

  • @rinasarmah925
    @rinasarmah925 3 ปีที่แล้ว +2

    বহুত ভাল লাগিল , আন্তৰিক শুভেচ্ছা থাকিল।

  • @anushkapatowary4050
    @anushkapatowary4050 6 ปีที่แล้ว +4

    Aee moja...

  • @happypori1525
    @happypori1525 3 ปีที่แล้ว

    Nice. Song

  • @minmoyvlogs7275
    @minmoyvlogs7275 4 ปีที่แล้ว +1

    aee mojaa

  • @ajitshekh422
    @ajitshekh422 5 ปีที่แล้ว

    Boriya lagise mojjjjjjjaaaaa d

  • @dulumonilahon812
    @dulumonilahon812 ปีที่แล้ว +1

    অতি সুন্দৰ

  • @jamunadas6653
    @jamunadas6653 3 ปีที่แล้ว

    Moni ba and kk dada mojja

  • @manoranjanmalakar3207
    @manoranjanmalakar3207 ปีที่แล้ว

    Oomooja

  • @purnimavlogs6501
    @purnimavlogs6501 5 ปีที่แล้ว

    A mojja kk da...

  • @deepsikhaadhikari6350
    @deepsikhaadhikari6350 7 ปีที่แล้ว +1

    moja.... milise deiiii jiri tu👌

  • @nehasaikia1955
    @nehasaikia1955 6 ปีที่แล้ว +1

    👌👌👌👌Mjaaaaa

  • @volvoassam7718
    @volvoassam7718 3 ปีที่แล้ว

    Very very nice বহুত বহুত ভাল লাগিলে

  • @babyofficial...3111
    @babyofficial...3111 6 ปีที่แล้ว

    mojja k.k da n moni bou

  • @debasishtamuli4819
    @debasishtamuli4819 8 ปีที่แล้ว

    a moja....kk da...keep it up..

  • @junmoniborah846
    @junmoniborah846 3 ปีที่แล้ว

    Kk da Moni bow Moja lagil sai 👍👍🙏🙏🙏

  • @joyantasaikia5585
    @joyantasaikia5585 5 ปีที่แล้ว +2

    Nice song

  • @sontoliprogramupdate8910
    @sontoliprogramupdate8910 3 ปีที่แล้ว +1

    ২ মিনিট সময় লৈ কাহিনীটো মন দি পঢ়িব Plz. Friends
    🌹সকলোতকৈ আপোন কোন? মা-দেউতা, সন্তান নে স্বামী?🌹
    এখন কলেজত "সুখী বৈবাহিক জীৱন" ৰ ওপৰত এখন আলোচনা চক্ৰ হৈছিল, য'ত কেইটামান পৰিয়ালৰ স্বামী-স্ত্রীয়ে অংশ লৈছিল।
    হঠাতে ৰুমটোৰ ভিতৰলৈ এজন কলেজৰ প্ৰবক্তা সোমাই আহি দেখে যে, সকলো পতি-পত্নীয়ে হাঁহি ফূৰ্তিৰে ৰগৰ আৰু কিছুমান অদৰকাৰী কথা আলোচনা কৰি আছিল।
    প্ৰবক্তাজনে থিয় হৈ সকলোয়ে শুনাকৈ ক'লে- "আহক, আমি সকলোয়ে মিলি প্ৰথমে এটা খেল খেলো, তাৰ পিছত মূল বিষয় আলোচনা কৰিম।
    ৰুমৰ ভিতৰত থকা সকলোলোকে উৎসাহেৰে সুধিলে, "কি খেল বাৰু ??"
    প্ৰবক্তাজনে তেওঁলোকৰ মাজৰ বিয়া হোৱা এগৰাকী মহিলাক তেওঁৰ ওচৰলৈ মাতিলে আৰু ক'লে-
    "তুমি এই ব্লেক বৰ্ডখনত তোমাৰ অতিকৈ আপোন, তুমি সততে পোৱা প্রায় ২৪/২৫ জন মানুহৰ নাম লিখা।"
    মহিলাগৰাকীয়ে তেতিয়া প্ৰথমে পৰিয়ালৰ নাম, সমন্ধীয় লোকৰ নাম, বন্ধু বৰ্গৰ নাম, কিছুমান ওচৰ-চুবুৰীয়া আৰু সহকৰ্মীৰ নাম এজন এজনকৈ (এজনী) লিখি গ'ল....।।
    তাৰপিছত প্ৰবক্তাজনে মহিলাগৰাকীৰ কম ভাল লগা পাঁচজনৰ নাম মোহাৰিব লৈ ক'লে-
    মহিলাগৰাকীয়ে প্ৰথমে তেওঁৰ সহকৰ্মী পাঁচজনৰ নামকেইটা মোহাৰিলে....।।
    ইয়াৰ পাছত মহিলাগৰাকীৰ ভাল নলগা আৰু পাঁচজনৰ নাম মোহাৰিবলৈ ক'লে- মহিলাগৰাকীয়ে তেতিয়া তেওঁৰ ওচৰ-চুবুৰীয়া পাঁচজনৰ নাম মোহাৰিলে....।।
    এইবাৰ তেওঁক পুণৰ কম ভাল লগা দহটা নাম মোহাৰিবলৈ কোৱাত- তেওঁ সমন্ধীয় দহজনৰ নাম মোহাৰিলে।
    শেষত এনেদৰে কাটি কাটি গৈ বৰ্ডত কেৱল চাৰিটা নাম বাকী থাকিল-
    মাক-দেউতাক, সন্তান (ল'ৰা) আৰু তেওঁৰ স্বামী....।।
    প্ৰবক্তাজনে মহিলাগৰাকীক তাৰো দুটা নাম মোহাৰি দিবলৈ ক'লে-
    এইবাৰ মহিলাগৰাকী কিছু চিন্তাত পৰিল, অলপ পৰ ৰৈ তেওঁ নিজৰ পিতৃ-মাতৃৰ নাম দুটা মোহাৰি দিলে।
    ৰুমটোত সকলো মানুহ চুপ-চাপ আছিল, কাৰণ খেলটো মহিলাগৰাকীয়ে খেলিছিল যদিও তেওঁলোকৰ মগুজুও তাত জড়িত হৈ আছিল।
    শেষত কেৱল দুটা নাম থাকিল, মহিলাগৰাকীৰ পুত্ৰ আৰু স্বামী...।।
    এইবাৰ প্ৰবক্তাজনে তেওঁক কম ভালপোৱা তাৰে এটা নাম মোহাৰি দিব ক'লে-
    মহিলাগৰাকী এইবাৰ বিবুদ্ধিত পৰি গ'ল। শেষত উপায়ন্তৰ হৈ তেওঁ নিজৰ পুত্ৰৰ নামটো মোহাৰি দিলে....।।
    প্ৰবক্তাজনে এইবাৰ সেই মহিলাগৰাকীক নিজৰ আগৰ ঠাইত বহিবলৈ ক'লে-
    তাৰ পাছত প্ৰবক্তাজনে ৰুমত থকা সকলো লোকলৈ চালে আৰু সুধিলে, "আপোনালোকে কোনোবাই ক'ব পাৰিব নে যে বৰ্ডত কিয় মাত্ৰ মহিলাগৰাকীৰ স্বামীৰ নামটো থাকি গ'ল...??"
    প্ৰশ্নটো শুনি কিন্তু কোনেও একো উত্তৰ দিব নোৱাৰিলে....।।
    তেতিয়া পুণৰ প্ৰবক্তাজনে মহিলাগৰাকীক থিয় কৰাই সুধিলে, "জানিব পাৰিম নে যে, যিয়ে আপোনাক জন্ম দিলে (মাক-বাপেক), সৰুৰে পৰা ডাঙৰ-দীঘল কৰিলে আৰু যাক আপুনি নিজৰ গৰ্ভত ন মাহ দিন ৰাখি জন্ম দিলে (পুত্ৰ) তেওঁলোকৰ নাম কিয় মোহাৰি দিলে...??"
    মহিলাগৰাকীয়ে বহুত ধীৰে-স্থিৰে তেওঁৰ কথাৰ উত্তৰ দিলে যে-
    মোৰ পিতৃ-মাতৃ বুঢ়া হৈ আহিছে, খুৱ সম্ভৱ অলপ দিন পিছত হয়তো তেওঁলোক এই পৃথিৱীত নাথাকিব (মৃত্যু হ'ব) আৰু মোৰ পুত্ৰ যেতিয়া ডাঙৰ হৈ বিয়া পাতিব, অপ্ৰিয় হ'লেও সত্য এইয়াই যে ইয়াকোতো ন দি ক'ব নোৱাৰি যে, সি তাৰ জীৱনটো মোৰ লগতে কটাব, কাৰণ আজিকালি পুত্ৰ বেলেগ হৈও থাকে।
    কিন্তু মোৰ স্বামী, যি নেকি মই জীয়াই থকা লৈকে সুখে-দুখে মোৰ শৰীৰৰ আধা অংশ হৈ গোটেই জীৱন মোৰ লগত কটাব। সেয়ে মোৰ সকলোতকৈ আপোন কেৱল মোৰ স্বামী।"
    কথাখিনি শুনি ৰুমটোত থকা সকলোৰে চকুলো নিগৰিবলৈ ধৰিলে আৰু সকলো থিয় হৈ মহিলাগৰাকীক অভিনন্দন জনাই হাত তালি বজালে....।।
    তেতিয়া প্ৰবক্তাগৰাকীয়েও এটা হাত তালি বজাই মহিলাগৰাকীক ক'লে-
    তোমাৰ এই বিচাৰ, আমাৰ সমাজৰ বাবে প্ৰশংসনীয়। তুমি সকলো এৰি থাকিব পাৰিবা, কিন্তু নিজৰ জীৱনৰ আধা অংশ নিজৰ স্বামীক এৰি নহয়....।।"
    শিক্ষণীয়ঃ
    স্বামী - স্ত্ৰীৰ মাজত মাজে-সময়ে হাই-কাজিয়া থাকেই, কিন্তু জীৱনৰ প্ৰতিটো সুখ-দুখৰ সমভাগী হোৱা ব্যক্তি কেৱল সেইজনেই, যাৰ সৈতে আপুনি জীৱনৰ শেষ মুহূৰ্তলৈকে কটাব....।।
    কাহিনীটো ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব
    প্লিজ Friends এটা শ্বেয়াৰ।
    🌹ধন্যবাদ 🌹 আৰু কাহীনী ছাবলৈ মোৰ Facebook follow কৰক facebook name : Sumon hk

  • @sanjibbaruah9537
    @sanjibbaruah9537 6 ปีที่แล้ว +1

    Mzaa lgixaii kk da.

    • @bhaigyashridas6031
      @bhaigyashridas6031 3 ปีที่แล้ว

      😋😀😀😱🥶🥵😈👿🤮😷🤮🤢🤢🥺😟🙄😀😃😄😁😅😂😭😭

  • @dadusaikia457
    @dadusaikia457 3 ปีที่แล้ว

    Nice video

  • @rahulmaina5346
    @rahulmaina5346 4 ปีที่แล้ว +2

    A mojja

  • @narayanboroboro6950
    @narayanboroboro6950 3 ปีที่แล้ว

    Iove. Song

  • @sangitatanti1696
    @sangitatanti1696 2 ปีที่แล้ว +1

    KK da a moja dimpy bo beautiful siddartha da aunt you r so nice is sweet apnluk boutvl muku ovnoikreb mon jai muklobneki aww

  • @tulsiguala9506
    @tulsiguala9506 6 ปีที่แล้ว +1

    bohut vall lagise nice video

  • @digantamojadisadeikintunat4685
    @digantamojadisadeikintunat4685 6 ปีที่แล้ว +1

    a..mojaa kk da

  • @niharikagogoi7788
    @niharikagogoi7788 5 ปีที่แล้ว

    A mojja moni bowk bhal lagisa

  • @TheMrinal4
    @TheMrinal4 9 ปีที่แล้ว +4

    Borhiya KK da

  • @mamonikhan509
    @mamonikhan509 6 ปีที่แล้ว

    K.k Da aru Moni Bow bhut val lagise 💖💖👌👌😘😘😘

  • @crazygamer4661
    @crazygamer4661 2 ปีที่แล้ว

    Kk Sire😎😎😎😎😎😎 Rongatupi Logabosun Val☀️☀️☀️☀️ Lagibo🍧🍧🍧🍧🍧🍧

  • @madhurjyahazarika5126
    @madhurjyahazarika5126 6 ปีที่แล้ว +6

    A moja

  • @Gaat_ligu
    @Gaat_ligu 9 หลายเดือนก่อน

    My favorite video.....🎉

  • @jayantadas8624
    @jayantadas8624 3 ปีที่แล้ว

    A mojaa kk da

  • @nayan6443
    @nayan6443 7 ปีที่แล้ว +3

    Mjaaaaaaaah

  • @murchanasaikia6019
    @murchanasaikia6019 6 ปีที่แล้ว +1

    a mojj kk da

  • @abinashbarman6096
    @abinashbarman6096 7 ปีที่แล้ว

    Kk sir bowr lgt mojjaaa lagisy dai..

  • @arifulhaque6607
    @arifulhaque6607 5 ปีที่แล้ว +2

    Hosa koi kk da apunar ovinoi ye bohu manoho r jibonot hahai r kholokoni tule , thanks

  • @abhinabchetia5022
    @abhinabchetia5022 3 ปีที่แล้ว +1

    Mojja 😂😂😂😂

  • @minatiduttadutta6190
    @minatiduttadutta6190 5 ปีที่แล้ว +1

    Mojaaaa K.k da Monee bow 😃

  • @bristichetia4976
    @bristichetia4976 6 ปีที่แล้ว +9

    Moni aunt you r so sweet n pretty.... and k. k uncle is so fanstic.... 🤗nice song😜

  • @topvideos5589
    @topvideos5589 7 ปีที่แล้ว

    A mojah kk da.....apunar porai moi o mojah kbloi xikilu.....

  • @kakulisaikia3264
    @kakulisaikia3264 7 ปีที่แล้ว +2

    ee mjaah k.k da,moni bw

  • @aniltanti4138
    @aniltanti4138 6 ปีที่แล้ว

    A majaa lagil kk daa

  • @junmonibora2589
    @junmonibora2589 2 ปีที่แล้ว

    ধুনীয়া বিহু

  • @mukutanath8977
    @mukutanath8977 7 ปีที่แล้ว

    mojja kk sir

  • @kishorsarma3562
    @kishorsarma3562 3 ปีที่แล้ว

    Nice

  • @kamalkrishnasarmah6481
    @kamalkrishnasarmah6481 7 ปีที่แล้ว +1

    borhiya kk da moza dey....

  • @principriyanath9464
    @principriyanath9464 6 ปีที่แล้ว

    kk uncle..... eee mojja

  • @bhaunasankshkriti4125
    @bhaunasankshkriti4125 3 ปีที่แล้ว +8

    I love u kk da❤😢

  • @puspanjaligohain5574
    @puspanjaligohain5574 7 ปีที่แล้ว +2

    mojjaa👌👌

  • @rajeshkaman2365
    @rajeshkaman2365 5 ปีที่แล้ว

    A mozza moni boh

  • @nilakhisonowal5032
    @nilakhisonowal5032 3 ปีที่แล้ว +2

    So nice 👌❣❣😍👏👏

  • @braunchdas9947
    @braunchdas9947 5 ปีที่แล้ว

    O kk moja

  • @minudevi1096
    @minudevi1096 2 ปีที่แล้ว

    বহুত ধুনীয়া লাগিছে

  • @karabiborah1753
    @karabiborah1753 5 ปีที่แล้ว

    a mojjjjjja k k da

  • @mayaranidas189
    @mayaranidas189 6 หลายเดือนก่อน

    Khub sundor

  • @nirenchutia2059
    @nirenchutia2059 5 ปีที่แล้ว

    Mja lagica kk da

    • @bharatsaikia4310
      @bharatsaikia4310 3 ปีที่แล้ว

      ধূনীয়া লাগিছে দুয়োকে।

  • @ritupankoch4109
    @ritupankoch4109 5 ปีที่แล้ว +5

    Dhunia lgse

  • @bunnyentertainment9438
    @bunnyentertainment9438 5 ปีที่แล้ว

    Ah mojjja.....

  • @sexeducation5694
    @sexeducation5694 3 ปีที่แล้ว

    K k sar mojja lagise ru moni bow nice

  • @madhabdeka4836
    @madhabdeka4836 3 ปีที่แล้ว

    Kk is best actor the assam

  • @boinicreations8031
    @boinicreations8031 3 ปีที่แล้ว

    মজা লাগিল

  • @deepkonwar2481
    @deepkonwar2481 5 ปีที่แล้ว +4

    এ মজ্জা

  • @sahidurkhan4004
    @sahidurkhan4004 3 ปีที่แล้ว

    Val lage gan to

  • @karishmaborah9736
    @karishmaborah9736 ปีที่แล้ว +1

    Very nice 💝 moja 💗

  • @nripendas9952
    @nripendas9952 6 ปีที่แล้ว +1

    Kk da hosai apuni mozaaa

  • @sawneelphukan6568
    @sawneelphukan6568 3 ปีที่แล้ว

    এ মজা

  • @locallora126
    @locallora126 3 ปีที่แล้ว +2

    I love kk da

  • @anajalisaikia3345
    @anajalisaikia3345 5 ปีที่แล้ว

    বহুত ভাল লাগিছে 👌👌👌👌👌👌

  • @rajengogoi9040
    @rajengogoi9040 7 ปีที่แล้ว

    ha ha moja dai kk da aru bow

  • @hemanthdas165
    @hemanthdas165 7 ปีที่แล้ว

    ay kk nare ba...moja

  • @dilipdoley1707
    @dilipdoley1707 5 ปีที่แล้ว +1

    Nice k.k dadaaaa

  • @manjugogoi5366
    @manjugogoi5366 5 ปีที่แล้ว

    Hundor hoise

  • @jalfikaralam4555
    @jalfikaralam4555 3 ปีที่แล้ว +2

    K K da Sprb..👌

  • @chiranjibkalita3021
    @chiranjibkalita3021 7 ปีที่แล้ว +5

    kk da maja.....dai..

  • @akanigogoik6498
    @akanigogoik6498 6 ปีที่แล้ว

    A mojaa k k da

  • @kmedhi2331
    @kmedhi2331 2 ปีที่แล้ว +2

    Moni bou love you ❤️

  • @gopikakrishnangopikakrishn3761
    @gopikakrishnangopikakrishn3761 5 ปีที่แล้ว +1

    ভাল লাগিচে দে

  • @moonmipathak.moonmipathak.5964
    @moonmipathak.moonmipathak.5964 6 ปีที่แล้ว

    a mojaaaaaa.. kk daaaa

  • @aiyoushday3194
    @aiyoushday3194 6 ปีที่แล้ว

    Aai mozzaaa kk da

  • @surajkumar-si1qt
    @surajkumar-si1qt 6 ปีที่แล้ว

    aa mojja

  • @dimpalchamuah6769
    @dimpalchamuah6769 6 ปีที่แล้ว

    oooo moja...kk da..

  • @dilipdas9924
    @dilipdas9924 3 ปีที่แล้ว

    মজা লাগিছে

  • @manuranjanbordoloi8333
    @manuranjanbordoloi8333 5 ปีที่แล้ว

    a moja

  • @assameseenterteiner5448
    @assameseenterteiner5448 7 ปีที่แล้ว +1

    a......mozzzaaaa

  • @ramendas9426
    @ramendas9426 3 ปีที่แล้ว +1

    A mojja kk da n moni bow.♥

  • @urmilamorang5150
    @urmilamorang5150 5 ปีที่แล้ว

    Kk daa n mni bou tmmm mzhh👌