ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
তোমাৰ কথা বিলাক যেন ভগৱানে কৈ থকা যেন লাগে। কৃষ্ণ হৰি কৃষ্ণ প্ৰভূ হৰি 🙏👍
প্ৰেম ভাল পোৱাৰ পৰা বিৰত থাকিব বহুত দিনেই হৈ গল। এতিয়া যেন সেইবোৰ ভালেই নলগা হল।এতিয়া কেৱল প্ৰভুৰ ভক্তিত বিলীন হব খোজোঁ । ভোকাতুৰ ক খাদ্য খোৱাব বিচাৰোঁ, অসহায়ক সহায় কৰিব বিচাৰোঁ, দুৰ্বলক শক্তি প্ৰদান কৰিব বিচাৰোঁ ❤।আশা কৰোঁ প্ৰভুৱে মোৰ সপোন অতি সোনকালে পূৰণ কৰিব ।
আপোনাৰ এই কথাখিনি শুনি মনতো শান্তি লাগি গৈছে। ধন্যবাদ জনালোঁ।
আপোনাৰ কথা শুনিলে শুনি থাকিব ৰ মন যায় । নেদেখা জনে সকলোকে কুশলে ৰাখক ,🙏🙏🙏
মনত যেতিয়া অশান্তি হয় তেতিয়া এইবোৰ শুনিব লাগে,তেতিয়া মন পাতল হয় আৰু শান্তি হয় ।🙏
বিশ্বৰ প্ৰথম জনমহাপুুৰুষ শ্ৰীকৃষ্ণ যাৰ জ্ঞাণে হৈছে ভগবাণ। মানবতা বাৰ্তাৰ বাবে ধন্যবাদ।
আপোনাৰ কথা বোৰ শুনি অকলে থাকিবলৈ শিকিছো নিজৰ বাবে জীয়াই থাকিবলৈ শিকিছো ❤
Apnar❤sahoglai❤jiyai❤Thakim❤provi❤krshina❤krishna❤krishna❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Right 👍🏻
🙏🏻👍🏻
আপোনাৰ কথাখিনিয়ে মোৰ হৃদয় স্পৰ্শ কৰিছে । ভগৱানক বিশ্বাস ৰাখি মই মোৰ কৰ্মত ধৈৰ্যসহ আগবাঢ়ি যাওঁ । 🙏🏼
বহুত ধন্যবাদ। জীৱন জীয়াই থকাৰ বাবে আপুনি সঠিক পথৰ সন্ধান দিব পাৰিছে।🙏
Bhal lagil
আপোনাৰ কথাবোৰ শুনি মনত বহুত শক্তি পাও জয় ওম নামো ভগবতে বাসুদেৱায়🙏🏻🙏🏻
ভাল লাগিল, ভগৱানে আপোনাক কুশলে ৰাখক
ইমান সুন্দৰ কথাৰে জীৱন জীয়াই থাকিবলৈ প্ৰেৰণা যোগাইছে ।ধন্যবাদ আপোনালৈ ।
আপোনাৰ মহত বানি পুৱৎ শুনি মনটো ফৰকাল লাগি গল ৷
Q
❤❤
আপোনাৰ ভিডিঅ'টোৰ জৰিয়তে খুব সুন্দৰ কথা কৈছে।ভাল লাগিল শুনি।
ভাল লাগিছে
বহুত সুন্দৰ । আন্তৰিক ধনয়বাদ ।
তোমাৰ কথা বিলাক যে ভগৱানে কৈ থকা যেন লাগে 🪔 Jai shree Krishna 🌺🌺
আপোনাৰ নিতি শিক্ষাবোৰ ভাল লাগে। ধন্যবাদ থাকিল।
ভাল লাগিছে ভিডিঅটো
মই সেই বাবেই অকলশৰে গোটেই জীৱন অতিবাহিত কৰিবলৈ দৃঢ় সংকল্প লৈছো। কাৰণ ভগৱন্তৰ নামৰ বিনে এই সংসাৰত সত্য আৰু স্থায়ী বস্তু একোৱেই নাই।
Bokotial ৰ দীপক দা নি অ
বহুত সুন্দৰ ও বিশ্বাস ভাল লাগিছে ধন্যবাদ আপোনালৈ
Bohut val lagile apuni সঁচাই কৈছে
আপুনি একেবাৰে শুদ্ধ কথা কৈছে❤😢প্ৰতাৰণা কৰিব মানুহে কেৱল সুযোগ বিচাৰি থাকে😢স্বাৰ্থপৰ দুনিয়াত অকলে থকাই শ্ৰেয় ❤হৰে কৃষ্ণ❤❤❤ বৰ শান্তি লাগিল মন টো🙏🥺
আপোনাৰ কথা বোৰ শুনি বৰ আনন্দিত হওঁ আৰু জীয়াই থাকিবলৈ মন য়া য়।
বহুত ভাল লাগিল কথা এষাৰ শুনি যেন ভগৱানে কই আছে
Bor bhal lagil apunar bornanoakhini, dhanyabad
Bulu Das আপোনাৰ ভিডিঅ' টো শুনি বহুত সাহস পালো জীৱন যুঁজত আগ বাঢ়িবলৈ বহুতো দুখ বুকুত ৰাখি জিয়াই থাকিব লাগে আনৰ সুখৰ বাবে
Khsa bhut val lagil vidotu khune
Jay.kisna.kisna
😂😂😂
Khsa 😂 khune😂
বহুত ভাল কথ কলে ভাললগিলে❤
Yes apunar video Sai bohut motivate hoisu jai shree krishna🎉🎉🎉🎉🎉🎉🎉
সুন্দৰ বাৰ্তা বাহক VDO। "জয় শ্ৰী কৃষ্ণ" 🙏🏻🙏🏻।
সুন্দৰ 👍🙏🙏
বহুত বেছি ভাল লাগিল। জয় শ্ৰীকৃষ্ণ।
বহুত সুখী হলো আজি আপোনাৰ কথা বোৰ শুনি,,🙏🙏🙏 ধন্যবাদ
আপোনাৰ প্ৰতিটো কথাই অন্ত ছুই গৈছে।।।বহুত ভাল লাগিল..ধন্যবাদ
বহুত ভাল লাগিল আপোনাৰ কথা বোৰ dada 😊❤️
আপোনাৰ কথা কেইটা ভগৱানৰ বানিযেনলাগিছে।বহুত❤
ইমান ধুনীয়া কথা মনটো ভাল লাগি গল
সুন্দৰ ভাল লাগিল কৃষ্ণদা,,,,,👍❤
আপোনি জীয়াই থাকিব লৈ সাহস দিছে আপোনাৰ কথা বোৰে
Right/Bohut val lagil THENK U
ধন্যবাদ ইমান খিনি সাহস দিয়াৰ বাবে😇🤗
Khsa bhut val lagil vdo2
বহুত বহুত ধন্যবাদ দাদা আপোৰ এই ভিডিঅতো মই চাইসচাকৈয়ে মোৰ মনতো আজি সচাকৈ ভাল লাগিল 🙏🏼
Bahut val lagil kotha khini xuni .. vogobane khokoluke vale rakhok
আপুনি অসমীয়াত খুব ভাল কন্টেট আগবঢ়াইছে। ভাল লাগিল দাদা❤
Val lagil.moi u okol hare taku
জয় শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণ ধন্যবাদ তুমাক প্ৰভু❤❤❤❤❤❤
Bohut bohut val lagil video to aru apunar voice to bohut bohut val laga 😊😊🙏🙏
Sir apuna kotha bur bohut mohorta ase❤ may God bless you ❤
ভাল লাগিল,এনেধৰনৰ বাণীয়ে জীৱনত আগুৱাই যাবলৈ সাহস দিয়ে।
হৰে কৃষ্ণ হৰে কৃষ্ণ 🙏🙏❣️🙏❣️
❤🙏Bohut vhal lagil da da❤
আপোনাক ধন্যৰ্বাদ জনালোঁ চাৰ।🙏🙏
Apunar video sai bohut motivate hoisu moi nahole Mur jiyai thokar issa nuhua hoi goisil.thanku
বহুত ধুনীয়া কথা কলে , শুনি মনটো ভাল লাগি গল।
Apunar video huni emane Val lage dada hosa montu mukoli lage 🙏🙏🙏
ভাল লাগিছে।
বহুত মূল্যবান জ্ঞান আপোনাৰ পৰা শুনিলো । শুনি আপ্লুত হলো ধন্যবাদ🎉🎉
Bahut badhiya bhal kotha khar jai shree Krishna
Hare Krishna hare Krishna, Krishna Krishna hare Krishna 🙏🙏🙏
আপোনাৰ video sai মনটো বহুত ভাল লাগে।
Bhal.lagil.
Bohut val lagil dhonyobad
Val Lagil bohut bohut
Bahut val lagil .om namah bhagawata basudevai.jai SRI KRISHNA.
মনলৈ বহুত শান্তি আহিল❤ 7:39
Jai shree Krishna ❤vall lagise sai ...anekoi aru bonabo ...sai bohut bujisu dada .... good things 🎉😊
Nice shareing dada🙏🙏
Krishno tmi mahan
Xosa kotha ...montu bhal lagi gol❤
অতি সুন্দৰ🌹🙏🙏🙏🌹
সুন্দৰ
একেবাৰে সত্য কথা কৈছে, কৃষ্ণ কৃষ্ণ🙏🙏
Bohut val lagil kothabor honi......
মইতু অকলেই থাকোঁ।মোক চবেই বেয়া পায় সেইকাৰনে
Sm 🥺💔
অতি সুনন্দৰ🙏🙏🙏
ওম নমঃ নাৰাযণ 🚩🙏
আপোনাৰ কথা শুনিলে শুনি থাকিব মন জায় 🙏🙏
Joi sri krishno .
বহুত বেছি ভাল লাগিল ভিড়িউ টো😊😊
Be continue jay shree Krishna
Really aponar kotha bor bohut utkha dayok. Mi aponar video bor time pale saw a . Bj life t aponar video r pora kisu kisu utkha powa jai.
Apunar video Sai bohot vall lage❤
Hosa hundur kotha koisa 🙏🙏🙏
Hossa koi apunar kotha bur huni bohut val lagile
Vl lagil kotha khini xuni
আপোনাৰ কথাই মন চুই গৈছে
ভিডিঅ'টো চাই বহুতো সাহস পালোঁ
সঁচাকৈ বহুত ভাল লাগিল
JAI SHREE KRISHNA JI...🙏🙏🙏🚩🚩🚩❤️❤️❤️
সুন্দৰ👌👌👌
🙏🌺 জয় শ্ৰী কৃষ্ণ 🌺🙏
মন চুই গল কথা খিনি শুনি।
বহুত সাহস পাও, আপোনাৰ কথা বোৰৰ পৰা
Joi sri krishna krishna 🙏🙏🙏🙏🙏🙏🙏🙏
🙏🙏🙏🙏🏼🙏🏼🙏🏼🙏🏼kokoi val khta kole mur hoi ase apunar khta bur mur logat hoi ase❤❤
সঁচাকৈ বহুত ভাল লাগিল কথাখিনি শুনি লগতে কান্দি উঠিলো 😢😢
Hoi apuni kuwar Dora moi aguwai goisu .😢😢njanu jibon kunfale goti kora kabol dhojo ..dhojo dhojo ... Krishna Krishna.. Krishna.. ❤❤.
বৰ সুন্দৰ ,, ভাল লাগিল !
তোমাৰ কথা বিলাক যেন ভগৱানে কৈ থকা যেন লাগে। কৃষ্ণ হৰি কৃষ্ণ প্ৰভূ হৰি 🙏👍
প্ৰেম ভাল পোৱাৰ পৰা বিৰত থাকিব বহুত দিনেই হৈ গল। এতিয়া যেন সেইবোৰ ভালেই নলগা হল।
এতিয়া কেৱল প্ৰভুৰ ভক্তিত বিলীন হব খোজোঁ । ভোকাতুৰ ক খাদ্য খোৱাব বিচাৰোঁ, অসহায়ক সহায় কৰিব বিচাৰোঁ, দুৰ্বলক শক্তি প্ৰদান কৰিব বিচাৰোঁ ❤।
আশা কৰোঁ প্ৰভুৱে মোৰ সপোন অতি সোনকালে পূৰণ কৰিব ।
আপোনাৰ এই কথাখিনি শুনি মনতো শান্তি লাগি গৈছে। ধন্যবাদ জনালোঁ।
আপোনাৰ কথা শুনিলে শুনি থাকিব ৰ মন যায় । নেদেখা জনে সকলোকে কুশলে ৰাখক ,🙏🙏🙏
মনত যেতিয়া অশান্তি হয় তেতিয়া এইবোৰ শুনিব লাগে,তেতিয়া মন পাতল হয় আৰু শান্তি হয় ।🙏
বিশ্বৰ প্ৰথম জনমহাপুুৰুষ শ্ৰীকৃষ্ণ যাৰ জ্ঞাণে হৈছে ভগবাণ। মানবতা বাৰ্তাৰ বাবে ধন্যবাদ।
আপোনাৰ কথা বোৰ শুনি অকলে থাকিবলৈ শিকিছো নিজৰ বাবে জীয়াই থাকিবলৈ শিকিছো
❤
Apnar❤sahoglai❤jiyai❤Thakim❤provi❤krshina❤krishna❤krishna❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Right 👍🏻
🙏🏻👍🏻
আপোনাৰ কথাখিনিয়ে মোৰ হৃদয় স্পৰ্শ কৰিছে । ভগৱানক বিশ্বাস ৰাখি মই মোৰ কৰ্মত ধৈৰ্যসহ আগবাঢ়ি যাওঁ । 🙏🏼
বহুত ধন্যবাদ। জীৱন জীয়াই থকাৰ বাবে আপুনি সঠিক পথৰ সন্ধান দিব পাৰিছে।🙏
Bhal lagil
আপোনাৰ কথাবোৰ শুনি মনত বহুত শক্তি পাও জয় ওম নামো ভগবতে বাসুদেৱায়🙏🏻🙏🏻
ভাল লাগিল, ভগৱানে আপোনাক কুশলে ৰাখক
ইমান সুন্দৰ কথাৰে জীৱন জীয়াই থাকিবলৈ প্ৰেৰণা যোগাইছে ।ধন্যবাদ আপোনালৈ ।
আপোনাৰ মহত বানি পুৱৎ শুনি মনটো ফৰকাল লাগি গল ৷
Q
❤❤
আপোনাৰ ভিডিঅ'টোৰ জৰিয়তে খুব সুন্দৰ কথা কৈছে।
ভাল লাগিল শুনি।
ভাল লাগিছে
বহুত সুন্দৰ । আন্তৰিক ধনয়বাদ ।
তোমাৰ কথা বিলাক যে ভগৱানে কৈ থকা যেন লাগে 🪔 Jai shree Krishna 🌺🌺
আপোনাৰ নিতি শিক্ষাবোৰ ভাল লাগে। ধন্যবাদ থাকিল।
ভাল লাগিছে ভিডিঅটো
মই সেই বাবেই অকলশৰে গোটেই জীৱন অতিবাহিত কৰিবলৈ দৃঢ় সংকল্প লৈছো। কাৰণ ভগৱন্তৰ নামৰ বিনে এই সংসাৰত সত্য আৰু স্থায়ী বস্তু একোৱেই নাই।
Bokotial ৰ দীপক দা নি অ
বহুত সুন্দৰ ও বিশ্বাস ভাল লাগিছে ধন্যবাদ আপোনালৈ
Bohut val lagile apuni সঁচাই কৈছে
আপুনি একেবাৰে শুদ্ধ কথা কৈছে❤😢
প্ৰতাৰণা কৰিব মানুহে কেৱল সুযোগ বিচাৰি থাকে😢
স্বাৰ্থপৰ দুনিয়াত অকলে থকাই শ্ৰেয় ❤
হৰে কৃষ্ণ❤❤❤
বৰ শান্তি লাগিল মন টো🙏🥺
আপোনাৰ কথা বোৰ শুনি বৰ আনন্দিত হওঁ আৰু জীয়াই থাকিবলৈ মন য়া য়।
বহুত ভাল লাগিল কথা এষাৰ শুনি যেন ভগৱানে কই আছে
Bor bhal lagil apunar bornanoakhini, dhanyabad
Bulu Das আপোনাৰ ভিডিঅ' টো শুনি বহুত সাহস পালো জীৱন যুঁজত আগ বাঢ়িবলৈ বহুতো দুখ বুকুত ৰাখি জিয়াই থাকিব লাগে আনৰ সুখৰ বাবে
Khsa bhut val lagil vidotu khune
Jay.kisna.kisna
😂😂😂
Khsa 😂 khune😂
বহুত ভাল কথ কলে ভাললগিলে❤
Yes apunar video Sai bohut motivate hoisu jai shree krishna🎉🎉🎉🎉🎉🎉🎉
সুন্দৰ বাৰ্তা বাহক VDO।
"জয় শ্ৰী কৃষ্ণ" 🙏🏻🙏🏻।