অখিল গগৈৰ ভৱিষ্যত্‍ নিৰ্ণয় হ’ব অহা ২২ অক্টোবৰত।

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 พ.ย. 2024

ความคิดเห็น • 33

  • @jontidekafitnessgoal1006
    @jontidekafitnessgoal1006 หลายเดือนก่อน +6

    ভাল মানুহবোৰক যেনেতেনে জইলত ঠোৱাাই ৰাজনিতি চৰকাৰৰ।

  • @bantidas2403
    @bantidas2403 หลายเดือนก่อน +1

    বাদুলি হয় এই লোক জনৰ ক্ষেত্ৰত কৰ্ম ধৰ্মৰ ক্ষেত্ৰত জয় জয়তে জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ

  • @mohinidoley7978
    @mohinidoley7978 หลายเดือนก่อน +4

    Akhil gogoi zindabaad!

  • @animeartgallery5159
    @animeartgallery5159 หลายเดือนก่อน +2

    Akhil gogi zindabad

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 หลายเดือนก่อน +1

    অখিল গগৈক পুণৰ জেললৈ পঠোৱাৰ ফণ্ডী পাতিছে । 2026 লৈ জেলত ৰাখিব নোৱাৰিলে অখিল গগৈয়ে শাসকীয় দললৈ যে বিপদ মাতিব সি খাটাং । তিনি গগৈৰ ভিতৰত অখিল গগৈ জেষ্ঠ আৰু অসম সম্পৰ্কে যথেষ্ট অভিজ্ঞ। শাসকীয় দলে অখিল গগৈক কোনো সুযোগ নিদিয়ে সেইটো প্ৰমাণ হৈছে।

  • @gobindastidar2082
    @gobindastidar2082 หลายเดือนก่อน +10

    অখিল গগৈ এজন গণতন্ত্ৰ প্ৰেমী সত্বাৰ যি সৰ্বদা অসমৰ স্বাৰ্থত ন্যায়ৰ গণ্ডীৰ ভিতৰত থাকি যুঁজ ৰি আহিছে যিটো সমগ্ৰ অসমৰ ৰাইজে প্ৰত্যক্ষ কৰি আহিছে । অখিল গগৈ কেৱল শিৱসাগৰ বাসীৰেই নহয় , সমগ্ৰ অসমৰে জনপ্ৰিয় বিধায়ক । গগৈ ডাঙৰীয়াৰ ভাবমূৰ্তী সমাজত নষ্ট কৰাৰ উদ্দেশ্যৰে চৰকাৰে উদ্দেশ্য প্ৰনোদিত ভাবে এই ধৰনৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি সচেতন ৰাইজে মত প্ৰকিশ কৰি আহিছে । অখিল গগৈ এই ন্যায় যুদ্ধত নিশ্চিতভাবে জয়ী হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস ।

    • @rantuborah6248
      @rantuborah6248 หลายเดือนก่อน

      Sivasagar raije miyar suraksa kowas akhiluddin k bonale...

    • @NabajitDas-eo5wz
      @NabajitDas-eo5wz หลายเดือนก่อน

      Mathat maal tor

    • @MonujKhanikor-vv8gz
      @MonujKhanikor-vv8gz หลายเดือนก่อน

      ​@@rantuborah6248# শিৱসাগৰত প্ৰথম মিয়া খেদা আৰম্ভ কৰিছিল ৰাইজে কথাষাৰ মনত ৰখা ভাল।

  • @monjulaborah8567
    @monjulaborah8567 หลายเดือนก่อน +11

    অখিল গগৈ এজন সততাৰে কাম কৰা ব্যক্তি গতিকে তেওঁ জয়ী হবই ।

    • @K.G-z-I6b
      @K.G-z-I6b หลายเดือนก่อน

      বাংলাদেশী মিঞাৰ পকৰ চেলেকা

  • @Chaitanuddin
    @Chaitanuddin หลายเดือนก่อน +4

    Akha krisu Hindu virodhi Miya Neta , Namaji Akhil Gogoi sir r jail houk...

  • @asanupamworld6611
    @asanupamworld6611 หลายเดือนก่อน +2

    Very good

  • @rajendrachoudhary5471
    @rajendrachoudhary5471 หลายเดือนก่อน

    Big Zero 000

  • @rameshpayang7871
    @rameshpayang7871 หลายเดือนก่อน +1

    Good news , ekdam val kotha

    • @milongogoi
      @milongogoi หลายเดือนก่อน

      কুকুৰ তই বি জে পি ৰ চোৱাচচেলেকা চাগে, সেই বাবে এইদৰে কৈছ।

  • @BaharUddin-w8e
    @BaharUddin-w8e หลายเดือนก่อน +3

    Akhil gogoik nibo nuware.raij akhil Gogoi lgt ase?himonta lgt nai.aeibar himontai foll pabo electiont

  • @bantidas2403
    @bantidas2403 หลายเดือนก่อน

    😂ঠাৰা চিঙা ভোলা বেঙেনা হয় কুকুচ বিষ্ণুত হয় লগতে ফেতিশাপ হয় আৰু জতে টকা বেচি পাই টতে বাগৰে এই লোক জনৰ ক্ষেত্ৰত জয় জয়তে জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ

  • @kau5109
    @kau5109 หลายเดือนก่อน

    Mama-mami lgt val ke thakak....Kune o eko koribo noware apunak....😅

  • @BijuKumbang-ou3fg
    @BijuKumbang-ou3fg หลายเดือนก่อน +10

    অখিল উদিনৰ কথাটো শুনি বেয়াই লাগিছে।হক দিয়া,যেনে কৰ্ম তেনে ফল।

    • @jalaramcochin9009
      @jalaramcochin9009 หลายเดือนก่อน +2

      Third class toi

    • @dibyaprasaddeori290
      @dibyaprasaddeori290 หลายเดือนก่อน +1

      Ooh 1500 thaka naki

    • @K.G-z-I6b
      @K.G-z-I6b หลายเดือนก่อน

      ​@@jalaramcochin9009মাকচুদু তই কি class. অখিলে ধতুৰা গছ ৰুই আপেল খাবলৈ পাব নেকি, যেনে কুকুৰ তেনে টাউন ।

    • @BijuKumbang-ou3fg
      @BijuKumbang-ou3fg หลายเดือนก่อน

      @@jalaramcochin9009 3th class toi, এজন অপৰাধিক suport কৰা অপৰাদিয়ে হৈ।মই কোৱা নাই আইনে কৈছে।

    • @BijuKumbang-ou3fg
      @BijuKumbang-ou3fg หลายเดือนก่อน

      @@K.G-z-I6b মাচুদু ভনীয়েক চুডা তৈ হৈ,আখিলুদিক suprt বাংলাদেশী মিয়া ক suport kora একেই

  • @RanuKhan-p7c
    @RanuKhan-p7c หลายเดือนก่อน +2

    Dy 365 BJPর দোষ বিলাক নকয় কিয়

  • @jupango460
    @jupango460 หลายเดือนก่อน +1

    Irritator of Assam

  • @sailenphukan9698
    @sailenphukan9698 หลายเดือนก่อน +1

    News to ye monot peli dise

  • @shaherhero833
    @shaherhero833 หลายเดือนก่อน +2

    2026 aahil je

  • @aliciadawns8535
    @aliciadawns8535 หลายเดือนก่อน

    Luti bagor mari, baghe sung holuar dore budhitu xiki luai bhal jailot jibontu par koratkoi, obobsye xeitu depend koibo nijor personality r uporot xeitut ami comment koriu labh nai.

  • @jogenkalita4268
    @jogenkalita4268 หลายเดือนก่อน +1

    এটা প্ৰকাণ্ড শুণ্যৰ ফালে গৈ আছে।

  • @HariPrasadSwargari
    @HariPrasadSwargari หลายเดือนก่อน

    Duta kothay ahibo, kar logot apush korebo dangoreyay, roja gohoreyar logot,ne raijoor logot, nijor ajir podobir uporot!!!