Bohut dinor pora apunar ai video tu bisari asilu..akha asil apuni ai video tu bonabo buli.. Aji video salu aru khosakoi a bohut val lagil.. Iman dine horu horu question monot ahi asile but aji gutei question r answer pai golu.. Sir moi daily apunar video sou aru mur sinaki jar ji prblm hoi ase hihotk video bur share koru..... Thnk you Sir. ❤🙏
Aitu video mor babe bhut bhut important hoi because moi emane khin hoi manuhr agt ulaboke laj lage.but thank you so much sir Apunar advise bur xuni val lagil
Oxex dhanyabad..Moi praai xodai video diu.. xoptahot praai 3-4 din live aahu. Axomiyar babe lagi asu.. apunaloi onurudh j apuni jaate video tu share kori diye..
Thankyou sir 🙏apunar pora health r lgte bhut giyan u paw and apunar kotha kua style tu bor val lage nijor fell hoi aru apunar ghr kot sir log pabo mon jai😊
Oxex dhanyabad..Moi praai xodai video diu.. xoptahot praai 3-4 din live aahu. Axomiyar babe lagi ase.. apunaloi onurudh j apuni jaate video tu share kori diye..
Bohut dinor pora apunar ai video tu bisari asilu..akha asil apuni ai video tu bonabo buli.. Aji video salu aru khosakoi a bohut val lagil.. Iman dine horu horu question monot ahi asile but aji gutei question r answer pai golu.. Sir moi daily apunar video sou aru mur sinaki jar ji prblm hoi ase hihotk video bur share koru..... Thnk you Sir. ❤🙏
Oxex dhanyabad 🙏🏻.. bhale thakok
Hokot keneke hom bhabi bhabi TH-cam t bisari bisari .. finally aji palu 😊😊😌😌😌
ভাল লাগিল ।।
ইমান ধুনীয়াকৈ বুজাব পৰা ব্যক্তি বহুত কম উলাব! ধন্যবাদ ইমান ধুনীয়াকৈ বুজোৱাৰ বাবে।
দাদা ছমাহ মান আগতে এই ভিডিও টু চাইছিলোঁ আৰু আপুনি কোৱা মতে কৰি গৈছোঁ এতিয়া অকণমান পৃথক পাইছোঁ।লগৰ সমনীয়া বোৰে ও কৈছে অলপ শকত হৈছো বুলি আৰু দুটা মান ক্ষীণ ক্ষীণ লগৰ লৰক ভিডিও টু চিয়াৰ কৰি দিছো সিহঁতে ও কৰি আছে আপুনি কোৱা মতে।ধন্যবাদ দাদা আগতে নেওলা বুলি জোকাইছিল মোক এতিয়া নোজোকাই।মা দেউতাই ও আপোনাক ধন্যবাদ দিছে।
Hoi neki...ki kuwa bor bhal kotha...share kora babeo thank you dei ❤
Muleu diasun dada
ইমান ধুনীয়াকৈ কৈছে ভাল লাগিছে🥺❤️
ধন্যবাদ ছাৰ, আপুনি মোৰ মনৰ কথাবোৰকে কলে। আজিৰ পৰা ৩ বছৰৰ আগতে মই একেবাৰে ক্ষীণ আছিলো। মাত্র ৪৮ কেজি। মই মোৰ ওজন বঢ়াবৰ বাবে প্ৰথমে Exercise ৰ লগতে খোৱাৰ পৰিমাণো লাহে লাহে বঢ়াই গৈ থাকিলো। সমান্তৰাল ভাৱে ৰাতি ৭ ৰ পৰা ৮ ঘণ্টা শুবলৈ চেষ্টা কৰিলোঁ। বৰ্তমান মোৰ ওজন ৭৮ কেজি। আপোনাৰ কথাবোৰেই একো একোটা ঔষধৰ নিচিনা কাম কৰে। 🙏🙏🙏🙏🙏🙏
sir মানুহে এনেই নকই যে doctor hokol vogowan
sir
salute
and thanks a million
th-cam.com/video/YHqJGcmGKZk/w-d-xo.html
Kune Kune 2024t sai asa ..like
moi
Moi 😢
Moi sai asu
Moi
ভাল লাগিলে ছাৰ । কথা কোৱাৰ style বোৰ ভাল লাগে। ডক্টৰ যদিও কোনো attitude ত কথা নকয় আপুনি। নিজৰ ঘৰৰ মানুহৰ দৰে কয়। Thank you.. লগ পাব মন যায় কেতিয়াবা
Nicchoi log pam dei
Axomt ahile meet-up raxibo
🏳️🌈🏳️🌈🏳️🌈
Right
Mur lg pbo mon jai.. Manuh jon bhut vl manuh
এনেকুৱা ভিডিঅ' এতিয়ালৈকে কোনো ইউটোবাৰে বনাব পৰা নাই। আপুনি বনাব পাৰিছে। আপোনাক মই কি বুলি ধন্যবাদ দিম কোনো ভাষা বিচাৰি পোৱা নাই। you are great.....🙏🙏
Bhal lage enekuwa comment paale.. bhale thakok.. video bur share koribo..
Kol gakhir kaju mixed kri khle vl ne bea @@DevottomAxom
ভিডিঅ'টো চাই confidence level অলপ ঘূৰি অহা নাই,, বৰঞ্চ বহুতেই বেছিকৈ ঘূৰি আহিছে,,youtube ত বহুত ভিডিঅ' চালো কিন্তু এনেকুৱা সুন্দৰকৈ স্পষ্ট ভাৱে advice দিয়া ভিডিঅ' আজিহে চাবলৈ পালো,,এইয়া মোৰ সৌভাগ্য ছাৰ,,বহু বহু ধন্যবাদ আপোনাৰ tricks বোৰ follow কৰিবলৈ যত্ন কৰিম,,ভালদৰে healthy ৰে শকত হ'বলৈ আপোনাৰ উপদেশ মানি চলিম আৰু success হ'লে আপোনাক জনাম❤🙏❤A big Love And Big Respect From Jorhat❤🙏❤
এইটো ৱিদিও মোৰ বাবে খুবেই প্ৰয়োজনীয় ছাৰ(দাদা)।। ধন্যবাদ।
Dhonyobaad
Kiman j doniya k j koise mor bohut val lagil sir
ছাৰ আপোনাৰ ভিডিও বোৰৰ পৰা বহুত উপকৃত হৈছো৷কৰ’নাৰ প্ৰতি থকা ভয় লাহে লাহে নোহোৱা হৈছে৷সজাগ হৈ আছো সদায়৷
ধন্যবাদ চাৰ। বহুত নজনা কথা জানিব পাৰিলো আপোনাৰ পৰা। আপোনাৰ নিচিনা মানুহ পাৱলৈ সমাজত টান । ইমান ধুনীয়াকৈ বজাই দিয়া। বহুত বহুত ভাল লাগিল।
বহুত ধুনীয়া কথা কৈছে ছাৰ ❤আগতে মই ও বহুত বেছি খিন আছিলোঁ এতিয়া কিন্তু অলপ body তো আহিছে আৰু gym o গৈ আছোঁ ৰাতিপুৱা এতিয়া মোৰ বয়স 28 বছৰ।
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগে ছাৰ । আপোনাৰ পৰা আমি বহুখিনি জ্ঞান লাভ কৰিব পাৰো । তাৰ বাবে বহুত বহুত ধন্যবাদ ছাৰ 🙏❤
You are most welcome bhonti
Eman dhunia suali jne ako hokot hbo lagene
মোৰ বয়স 37 ম ই শকত হব পাৰিম জানো ? ভাত খাব মন নাযায়।
@@akhomialora763 Hihi..hoi nki 😝
আপোনাৰ ভিডিঅ' বোৰ কিয় janu skip kribo mn najai ...Dada buli e koisu....bht vl lge apunar kotha xunile ... Mn2 muru positive jen lge...ktha kuar khoily2 e cute kin2....dhunia ktha koi apuni...aru aguai jaouk apuni vgbnk take prathona ....anekoi hahi thakok xodai... love from Nagaon ❤️
আপোনাৰ ভিডিওৰ পৰা আমি বহুত জ্ঞান লাভ কৰো ছাৰ। ডাইবেটিচৰ ওপৰত এটি ভিডিও বনাবলৈ অনুৰোধ জনালো। মোৰ বয়স বৰ্তমান 30 বছৰ আৰু মোৰ তেজত ডাইবেটিচৰ উপস্হিতি পাইছো।
অশেষ ধন্যবাদ ৷ কমেন্টটো পাই সুখী হ’লো ৷ আপোনাৰ সমস্যাটো বুজিলো ৷ নিশ্চয়কৈ এইটো বিষয়ৰ ভিডিও বনাম ৷
ধন্যবাদ ছাৰ
@@DevottomAxom Tq sir
@@mrdibyajyoti6083 ক্ক্কক
ছাৰ আপোনাৰ মোবাইল নম্বৰ টো দিব নে কি ৷
আপোনাৰ আজি প্ৰথম বাৰ চালোঁ কিন্তু বহুত বহুত ভাল লাগিল চাই কথা কোৱাৰ style টো বহুত বেছি ভাল লাগিল আচলতে এই video টো মোৰ কাৰণে দৰকাৰী।
Nice
আপোনাক চৰাইদেউৰ পৰাও বহুত বহুত ধন্যবাদ জনাইছোঁ
ধুনীয়া Sir.
আপোনাৰ নিচিনা মানুহ বহুত কম আছে ।।
Love u Sir.
ছাৰ খুবেই সুন্দৰ ইমান সহজ কৈ বুজাই দিছে কোনো ভাষা নাই কবলৈ
ছাৰ আপোনাৰ ভিডিও আজি প্ৰথম চাইছো বহুত মৰম লগাকে কথা বোৰ বুজাই দিছে আপুনি ।অচিনাকি যদিও এনেকুৱা লাগিছে যে মই আপোনাক আগৰপৰাই চিনি পাওঁ।বহুত ভাল লাগিল আপোনাৰ কথা বোৰ।নিশ্চয় উপকৃত হম আপোনাৰ মৰমলগা কথাকেইটাৰ পৰা🙏🙏 ধন্যবাদ ছাৰ।🙏♥️❤️
You are most welcome...kuxole thakok
ছাৰ আপুনিও কুশলে থাকক🙏🙏আপোনালৈ মোৰ ফালৰ পৰা বহুত মৰম যাছিলো ❤️❤️❤️🙏🙏
Ekdom right kotha koisa bro
Right. Val lagele..
ধন্যবাদ দাদা❤
আপোনাৰ কথাবোৰ শুনি কিন্তু বেলেগ বঢ়িয়া লাগে🥰
Bohut dhonyobaad thakil...enekuwa comment pale nothoi xukhi hou
দাদা মই অলপ শকত, আৰু মোৰ বয়স ৩৯ বছৰ। ঘৰুৱা ভাৱে কিবা প্ৰকাৰে ক্ষীণাবপৰা আছে নেকি জনালে বহুত সুখী হ'ম।
বহুত বহুত ধন্যবাদ চাৰ.. এই উপায়টো মোৰো বৰ দৰকাৰ আছিল..।
১ চেকেণ্ডো Skip নকৰাকৈ চাইছো ছাৰ❤
বহুত ভাল পালো😊আপোনাৰ কথাখিনিত বহুত সাহসো পালো🥺❤
Thank you 🙏🏻.. enekuwa comment paale bor utxahito hou..
@@DevottomAxom Val na sir
eman hundor koi explain kore apuni, thank you sir
You are most welcome
Aitu video mor babe bhut bhut important hoi because moi emane khin hoi manuhr agt ulaboke laj lage.but thank you so much sir Apunar advise bur xuni val lagil
ইমান ভালকৈ সহজে বুজিব পৰাকৈ বুজাইছে আপুনি।
আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল ছাৰ ...
সুপ্ৰভাত 🌄
ছাৰ পাৰিম যেন লাগিছে এইবাৰ... মোৰ এক সপ্তাহ মান খোৱা টো ঠিক কৰোঁ আকৌ আগৰ নিচিনা হৈ যায় । এতিয়াৰ পৰা ভাল কৰিব লাগিব একেবাৰে ✌️
Ktha khini bhut vll lge apunar sir☺️,,miu bhut khin 19+ jdiu mor weight 31 hey,,,apunar pra upokrito hm buli akha kriluuuu,,,,thnk u
মই ছাৰ পোৱা গধুলি pushup 80-100 setup 50-60 pulup 10-12 dubmel ৮ কেজিৰ ব্যৱহাৰ কৰো, ১০ৰ পৰা ১০-৩০ ৰ মাজত শুই যাও ৰাতি ৪ ৰ পৰা ৪-৩০ৰ মাজত উঠি দৌৰিব যাও, বেছিভাগ প্ৰায় ৩-৬ কিলোমিটাৰকৈ, কিন্তু সপ্তাহত এদিনকৈ ১২-১৫ কিলোমিটাৰ দৌৰি, খুজো সিমানেই কাঢ়ি অহা হয়। বয়স ২৩ হল, ওজন, ৪৮-৫০ এনেকুৱাই হৈ থাকে, নেবাঢ়েই বেছিকৈ।
Tumi douribole kom kora
ধন্যবাদ চাৰ আপোনাৰ পৰা সদায় এনেকৈ পৰামৰ্শ আশা কৰি থাকিম …
Oxex dhonyobaad...kuxole thakok
Aji prothom saisu apunr video...Sai bhut vl lgil...apuni kotha bur emn hohoj vabee koise....Bhut vl lgil
Sir , Thank you..
I becAme stronger ..
Than older days 😁👍
আপোনাক বহুত বহুত ধন্যবাদ ছাৰ। মই ও শকত হ'ব বিচাৰো।আজিৰ পৰাই আৰম্ভ কৰি দিম।শকত হ'লে নিশ্চয় জনাম।
Hoisa ne xokot 🥲
hokt hola ny
Khub val lge kotha bor. Nuhuni buli vabo jodio kiba monto a namane . Iman val lge aponar kotha bor .moi iman khin laje pao . Kowar karone Thank you 👍
আপোনাৰ vdo ক video চোৱা যেন নালাগে।।
স্কুলত, শিক্ষকৰ আগত class কৰি থকা যেন অনুভব কৰো😇
আগলৈও আপোনাৰ সদাই আগ্রহ আৰু উৎসাহ, প্রেৰণা পাই যাম বুলি আশা ৰাখিলো😊
Bohut xundor comment...bhal lagil...kuxole thakok
You are actually a good doctor.
Sir u r my inspiration. Thanks for motivating us this way
th-cam.com/video/YHqJGcmGKZk/w-d-xo.html
বহুত ভাল লাগিল ছাৰ আপোনাৰ এই গুৰুত্বপূৰ্ণ কথা বোৰ শুনি আৰু বহুত কথা জানিবও পাৰিলোঁ ।thank you
ধন্যবাদ চাৰ 🙏 মই বহুত ক্ষীণ হয় video2 sai khubei val palu apuni kuwar mote ajir pora start koribo lagibo
Moiu 😔
@@barashanath5877 good
good health khabo
আপোনাৰ কথাখিনিৰ পৰা বহু নজনা কথা শিকিব পাৰিছো, মই অ বহুত ক্ষীণ চেষ্টা কৰিম অলপ শকত হবলৈ 🔥❣️
Sir bohut vl lagel video 2 bohut dinor pora bisari aselu thanks 🙏
Best line:- যাওক আৰু এঘন্টা বঢ়াই দিছোঁ ♥️🙏
Dhonyobaad thakil
চাৰে ভাত খোৱা ৰ style টো ধুনীয়া কৈ দেখাই দিলে,,,আপোনাৰ লগে লগে মই ও সমানে বহুত হাহিলো,,, মই ও তেনেকৈয়ে খাও বুলে মা হতে সদায় গালি দিয়ে। ,,,আপোনাৰ ভিদিও বোৰে সচাই বহুত positive কৰি ৰাখে। tnhks... sir
You are most welcome
🙏🙏
Haha.. Ho sake same mur nisina.. Vator gora2 dangorke lole dingit lagi dhore
@@anuradhagogoi2568 hihi.... Tenkoi ebar khalei mur pet vorie jbo... sire jnkoi khbo suggest korise.... But amar khua style tu eitu bad habbit hoi jna... 🤔
@@dharitrinath6006 oh hosake bht beya...ajikli olp sesta krisu horoh horoh ke khabole 😁
এই ভিডিঅটোৰ বাবে বহুত বহুত ধন্যবাদ দাদা, ময়ো বহুত ক্ষীণ, অলপ শকত হব বিচাৰি আছিলো । আজি আপোনাৰ ভিডিঅটো পায় মনটো বৰ ভাল লাগিল, বহুত ফূৰ্তি লাগিছে ।। আকৌ বহুত বহুত
বহুত ধন্যবাদ .........দাদা ।
Thank you sir for your awesome information 😊
You are most welcome
ছাৰ আপোনাৰ ভিডিঅ' মই আগতে চোৱা নাই আজি প্ৰথম। মই ক্ষীণ বাবে বহুত অস্পৃশ্যতাত ভুগিছিলো। মোৰ বৰ্তমান ২২ বছৰ , জীৱনত মই কেতিয়াও শকত হ'ব নোৱাৰিম বুলি ভাবিছিলো ।। আপোনাৰ ভিডিঅ'চায় মই মনত শকত হোৱাৰ সাহস পুনৰ উভতিল ।। ধন্যবাদ
Oxex dhanyabad..Moi praai xodai video diu.. xoptahot praai 3-4 din live aahu. Axomiyar babe lagi asu.. apunaloi onurudh j apuni jaate video tu share kori diye..
All the best
😆😆😆😆moi o take a bhabi thaku
Nesoya share kori dim ..comment diyar babe dhanyabad
@@DevottomAxom খিন কেনেকৈ হব পাৰি,,,জনাব নেকি🙏
Thankyou sir 🙏apunar pora health r lgte bhut giyan u paw and apunar kotha kua style tu bor val lage nijor fell hoi aru apunar ghr kot sir log pabo mon jai😊
ভাল লাগিলে Sir আপোনাৰ video tu sai
Hoy sir hosai apunar video bor sai bhal lage,,,
ছাৰ মই ক্ষীণ আপোনাৰ কথাবোৰ শুনি উপকৃত হৈছোঁ
Dhonyobaad
Sir apunar video aji Moi prathom saisu iman vl dore katha bur bujai koise bohut val lagil ❤️❤️❤️
ভাল লাগিল Dr ভাইটী
Dhonyobaad thakil baideo
It's a really helpful for me sir... thank you so much sir 🥰
You are not only doctor but also an actor.I like you very much.
1st view 😊bor dhuniyakoi bujai dye
Dhonyobaad
Sir নিয়মিত ভাৱে মাহেকীয়া নহলে কি কৰা উচিত। তাৰে ওপৰত জনাব ছোন
Take tu
Ratir kamtu korib Dba
Ananta malli faltu manuh nake ba
Sir mahekiya homoi mote nohole ki koribo lege jonabo sun muk
ছাৰ আপোনাৰ কথা বিলাক শুনি মই খুবেই আনন্দিত.
ভাল লাগিল সুন্দৰ
বহুত ভাল লাগিল আপোনাৰ ভিডিঅ টো চাই... Tnq sir...
ধন্যবাদ দাদা । মই যোৱাকালি আপোনাক এই প্ৰশ্নতো ফেচবুকত কৰিছিলোঁ ।
Most welcome...sikitsa khetrot pratyekjon axomiyak xojaag koratu e mur mul uddyeshyo...bhale thakok
আপোনাৰ ভিদিঅ' সঁচাকৈ বৰ ভালে ছাৰ।
Thank you so much
Bohut val lagil sir...apunar kotha bilak bohut moromloga,,,thnq sir kotha khini bujai diyar babe
Sir শালমইনা কেনেকৈ ভাল হয় এটা ভিডিঅ' বনাব চোন
Kisno
Hi
আইঔ ইমান Helpful ভিডিঅ' মোৰ বাবে....মই বৰ ক্ষীণ....মোৰ বৰ ইচ্ছা অলপ শকত হবলৈ
Aiiii ki khbr 2r.akebare contact nhua hl j..mi joyshree
অ হয় নেকি
আপুনি ইমান ধুনীয়াকৈ কথাবোৰ বুজাই কৈছে সোণি বৰ ভাল লাগিছে
মই বহুত ক্ষীণ। সকলোৱে হাঁহে । মানসিক ভাৱে ভাগি পৰিছোঁ ।😭😭
Alu khua ghiu khua bahi jbo pet
@@deisydevi2585Pet bahibo nalage 😂 healthy hobo lage
মানসিক ভাৱে ভাগি নপৰিবা।। নিজকে নিজে এটা সুন্দৰ শৰীৰৰ গৰাকী বুলি ভাবিবা 👍👍👍👍
😢😢
Good health nd protein powder khauk
ময়েই এই প্ৰশ্ন কৰি থাকো💕💕💕
Dhonyobaad dei
বহুত ধুনীয়া কৈ বুজাই দিছে ভাল লাগিল ❤️
Sir bhout vl lgil vedio2 sai.....moio khin bhout😥
Khuwa luwa korok bhaldore
Thank you sir🙏🙏.You are so friendly ❤️❤️.
Dhonyobaad
1st coment... Apuni bht clear koi ktha khini bujai dile bht vl lgil. 🙂🙂
ক্ষীণ মানুহৰ ভাত খোৱাৰ ষ্টাইল relatable 😎😂
😂😂😂 really
😅😅😅😌
সঁচা দেই
Hy ne
ধন্যবাদ sir ❤️❤️❤️
You are most welcome
আপোনাৰ কথা কোৱাৰ ভংগিমা বহু সুন্দৰ । ভিডিঅ'টো চাই ভাল লাগিল ।
Thank you so much sir❤❤🙏🙇♀️🥰
You are welcome 🙏🏻
Aapunar kothabur xunilu bohut val lagil acdom xahoj xarol... nijar dadai kotha koi thaka jen lagil..kep it up.. dada subscribed kori dilu.❤❤
ক্ষীণ হোৱাৰ উপায় ওপৰত এটি ভিডিঅৰ যোগেদি আপোনাৰ পৰা পুনৰ সহায় পাম বুলি আশা ৰাখিলো ছাৰ ।
O
Daily 5 km running kora push-up mara
Moi apunar aeitu vdo aji saisu.. Eman vldre explain krise ru mr lgot milise miu khin.. New Subscriber 😊😊 Keep it up Thanx Sir 💐💐
ভাল লাগিল ছাৰ
God bless you sir,🙏🙏🙏🙏
Dhonyobaad thakil...bhale thakok
Exercise is equally important
❤️💯
মইও বহুত খীন, চেষ্টা কৰিম শকত হবলৈ,,, আপোনাৰ ভিডিও টো খুবেই গুরুত্বপূর্ণ
thankyou so much sir for your information..apunar video tu sai val lagil eman friendly koisy kothakhini...
Val lagil sir
মই বহুত খাই থাকিলেও বহুত ক্ষীণ😢😢আপোনাৰ videor পৰা বহুত খিনি জানিব পাৰিলো ছাৰ ধন্যবাদ❤️
Same
Sm
Same 🥺
Same
সুন্দৰকৈ বুজায় দিছে দাদা.. বহুত বহুত ধন্যবাদ..
ধন্যবাদ দাদা ❤️❤️❤️
Bhal lagil apunar comment tu pai.. kuxole thakok xodaai
Thank you Sir ❤🙏
Bahut Val lagil emandhuniakoikathaburkoisa,bahut Val katha janilu,Many thanks bro
মই আগতে নিয়মৰ খিনিয়ে আছিলো খুব ক্ষীণও নহয় খুব শকত ও নহয়।। কিন্তু baby হোৱাৰ পৰা বহুত ক্ষিণাই গৈছোঁ 3years হল কিন্তু শকত হব পৰা নাই।। মোৰ বয়স 23 years আপুনি কোৱা ধৰণে ৰুটিন খন আৰম্ভ কৰিম
Padu
ওখ হোৱাৰ Tip's ৰ ওপৰত এটা ভিডিও বনাব দাদা
Mur uxort ukho huar nutrition pabo. Dorkar holy jonabo
@@awesomeassam1167 প্ৰমাণ আছে জানো
Axe.. apuni amar wellness centre t ahibo lagibo
@@awesomeassam1167 ক'ত যাৱ লাগিব
Apunar ghar kot hoi. Mur golaghatt. Golaghat wellness centre t moi kam kori axu. Apuni amar glght centre t ahibo lagibo
Sir aponar video si bhut bhut Val lage....agoloi aru Val Val video pam buli Asha thakil sir.........
সুন্দৰ
Dhanyabad.. ami xokoluwe mili Axomiyak aaguwai loi jaam
Thank you sir
Oxex dhanyabad..Moi praai xodai video diu.. xoptahot praai 3-4 din live aahu. Axomiyar babe lagi ase.. apunaloi onurudh j apuni jaate video tu share kori diye..
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগে ভালকৈ বুজাইও দিয়ে 😊
Oxex dhonyobaad…video bur share koribosun please
Thank you sir 🙏🙏🙏
Dada etia Khin keneke hom tar eta video boanbo sun plzzz🥺🥺
Weight loss koribo bixarixe Jodi mur uxort nutrition pabo. Easily weight komi jabo. Dorkar holy jonabo
@@awesomeassam1167 weight loss
চাৰ আপোনাৰ উপদেশ বোৰ বহুত ভাল লাগে ৷ এই ভিডিঅ টো চাই বহুত হাহিঁলো ক্ষীণ মানুহবোৰৰ খোৱা style টো দেখি ৷ মোৰ husband ৰ লগত লগত মিলিছে ৷
Thank you so much sir🥰❤️
ধন্যবাদ চাৰ 🙏
Welcome
Iman dhunia koi kotha khini koise apuni val lagil🥰