ইংলেণ্ডৰ বাৰ্মিংহামত হোটেল ক্ৰয় কৰা এজন অসমীয়া

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 พ.ย. 2024

ความคิดเห็น • 217

  • @hrishikeshhazarika5361
    @hrishikeshhazarika5361 2 ปีที่แล้ว +91

    নিভাঁজ অসমীয়া মানুহ। কথাবোৰ শুনিলেই মন ভৰি যায়। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।

  • @tapanboruah2255
    @tapanboruah2255 2 ปีที่แล้ว +45

    অতি সুন্দৰ পৰিকল্পনা কৰিছে । পৰ্যটনৰ ক্ষেত্ৰত সকলোৰে আদৰ্শ হওঁক

  • @baduliparasivamandirgolagh9288
    @baduliparasivamandirgolagh9288 2 ปีที่แล้ว +28

    আপুনি আমাৰ এগৰাকী আদৰ্শবান অসমীয়া । অসমীয়া হিচাবে গৌৰৱবোধ কৰিছোঁ । আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিলোঁ ।❤❤

  • @ankurborah4988
    @ankurborah4988 2 ปีที่แล้ว +25

    Matric t 3rd division r pora DU r Gold medalist. Principal scientists. Sir apunak salute. ❤️❤️

  • @nayanjyotinath2786
    @nayanjyotinath2786 2 ปีที่แล้ว +74

    অসমীয়া মানুহ বিদেশত গৈ পঢ়ি আছে, চাকৰি কৰি আছে, ব্যৱসায় কৰি আছে আৰু কেনেকৈ ক'ব অসমীয়া মানুহ দুখীয়া বুলি !

    • @babuldas4341
      @babuldas4341 2 ปีที่แล้ว +2

      100% Right 👍👍👍, বহুত ভাল কথা কৈছে

    • @ApulicaOfficial
      @ApulicaOfficial 2 ปีที่แล้ว

      এটা চাম সদায় ধনী। অসমীয়া বিহাৰী বুলি কথা নাই।

  • @dwijenborah5490
    @dwijenborah5490 2 ปีที่แล้ว +9

    অসমীয়া নব প্রজন্মৰ বাবে আপুনি এক আদর্শ৷আপোনাৰ দীর্ঘায়ু কামনা কৰিলো৷

  • @jatingogoi2634
    @jatingogoi2634 2 ปีที่แล้ว +2

    এজন নিষ্ঠাৱান অসমীয়া, ঈশ্ৱৰৰ কৃপা, অসমীয়া যুৱ চামৰ প্ৰেৰণাৰ উৎস। অসমৰ পৰিৱেশ পৰ্য্যটনৰ দিশত আগুৱাই নিয়ক।
    সুন্দৰ সপোন বাস্তৱ হওক।

  • @iamyouwelove2934
    @iamyouwelove2934 2 ปีที่แล้ว +10

    আপোনাৰ কথাবোৰে মন চুই গল,,,আপোনাৰ দীৰ্ঘাইও কামনা কৰিলোঁ।।।

  • @dosmantachutia4402
    @dosmantachutia4402 2 ปีที่แล้ว +35

    Dada aru anekua video dibo sun সৰু ৰ পৰা ডাঙৰ হোৱা মানুহ সেই মানুহ বিলাকৰ পৰা বহুত উৎসা পাওঁ । ব্যৱসায়ত সাহস পাওঁ বহুত অনুপেৰণা পাওঁ ❤️❤️❤️❤️ আৰু বহুত কথা শিকিব পাৰি ❤️ ভাল লাগে এনেকুৱা video

  • @bimansaikia4305
    @bimansaikia4305 2 ปีที่แล้ว +7

    আপোনাক কি বুলি ধন্যবাদ দিম ভাষায় বিচাৰি পাৱলৈ নায়। লগতে যি জনে এনেকুৱা হিৰাৰ লগত ৰিজাব পৰা মানুহ কিছুমান দেখুৱাই তাৰ বাবেও অশেষ ধন্যবাদ জনাইছোঁ ।

  • @swarmilansangeet3348
    @swarmilansangeet3348 2 ปีที่แล้ว +1

    বহুত ভাল লাগিল। তেখেতক লগ পোৱাৰ প্রৱল ঈছা জাগিল।

  • @gopalkrishnadas3754
    @gopalkrishnadas3754 2 ปีที่แล้ว +1

    অতিশয় গৌৰৱ অনুভৱ কৰিছোঁ ৷তেওঁৰ দৰে এজন ইমান চহকী আৰু ইমান ডাঙৰ পদবীধাৰী ব্যক্ৰিয়ে নিজৰ ব্যৱসায়ৰ জৰিয়তে কেনেকৈ ইমান উন্নতিৰ মুখ দেখা পাইছে আৰু সকলোবোৰ সাবলীল ভাৱেৰে বৰ্ণনা কৰিলে !সচাকৈয়ে তেওঁ এজন মহান লোক ৷তেওঁৰ লগত ল’গ পাবলৈ বৰ মন গৈছে !ঈশ্বৰে তেওঁৰ মংগল কৰক ৷

  • @labagogoi3561
    @labagogoi3561 2 ปีที่แล้ว +1

    বহুত ভাল লাগিল বাতৰিটো চাই। বেলেগৰ কাৰণে অনুপ্ৰেৰণা দায়ক খবৰ।

  • @biplabroktim1210
    @biplabroktim1210 2 ปีที่แล้ว +16

    অসমীয়া তাতে আহোম নোৱাৰা কাম একো নাই মন কৰিলেই হল সকলোৰে বাবে আদর্শ ছাৰ......জয় আই অসম 👌👌🙏🙏

  • @rajivdutta596
    @rajivdutta596 2 ปีที่แล้ว +3

    বাপৰে বাপ, বুলি কলো, rare of the rarest, কি বুলি কম , ভাবি পোৱা নাই, মই কম Best of the Best entrepreneur in entire Assam

  • @tarachangmai757
    @tarachangmai757 2 ปีที่แล้ว

    অসমৰ নতুন প্ৰজন্মৰ বাবে আদৰ্শ ব্যক্তি শইকীয়া চাৰলৈ বহুত বহুত ধন্যবাদ থাকিল।

  • @dipakmahanta1186
    @dipakmahanta1186 2 ปีที่แล้ว +2

    আপোনাৰ কথাখিনি শুনি বহুত অনুপ্ৰাণিত হৈছো এজন অসমীয়া হিচাপে গৌৰব অনুভব কৰিছো । you are a inspiration of so many people God bless you 🙏🙏

  • @robinmohan9667
    @robinmohan9667 2 ปีที่แล้ว

    আন্তঃৰাষ্ট্ৰীয় স্তৰত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা অসমীয়া ব্যৱসায়িজনলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। উন্নতি জখলাত আগবাঢ়ি যাওক, তাৰেই কামনা কৰি লো । ভগৱানে মঙ্গল কৰক।

  • @binitaborgohain5688
    @binitaborgohain5688 2 ปีที่แล้ว

    সদাই অতুলনীয় ব্যক্তি হৈ থাকিব।ইমান দিন বিদেশত থাকিও নিজৰ মাতৃ ভাষাৰ মাজত ইংৰাজী ভাষা ব্যৱহাৰ কৰা নাই।

  • @TithoBoro
    @TithoBoro 2 ปีที่แล้ว +3

    bohut bohut bhal lagil vdo tu sai..অসমীয়া মানুহৰ এনে ঊন,নতি দেখি বৰ গৌৰব অনু্ভৱ হয়.Thank yoi.

  • @anupslearningworld9542
    @anupslearningworld9542 2 ปีที่แล้ว +9

    দাদা অসমৰ আদৰ্শ।অশেষ শুভেচ্ছা জনালো

  • @malatalukdar1443
    @malatalukdar1443 2 ปีที่แล้ว

    বৰ প্ৰশংসনীয় পদক্ষেপ দাদা,ভাল লাগিল

  • @bhaskarborah4254
    @bhaskarborah4254 2 ปีที่แล้ว +2

    মহাশয় আপোনাক বহুত বহুত ধন্যবাদ।

  • @montichutia2008
    @montichutia2008 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল চাই নৱপ্ৰজন্মই চাবলগীয়া শিকিবলগীয়া কথা

  • @himangshuchoudhury2476
    @himangshuchoudhury2476 2 ปีที่แล้ว +5

    Very inspirational video for each and every Assamese...pray for your long life

  • @ranikaphigogoi9801
    @ranikaphigogoi9801 2 ปีที่แล้ว +4

    উপাৰ্জনৰ স্বতাধিকাৰী জনক বহুত ধন্যবাদ জনাইছোঁ।

  • @Hemanta826
    @Hemanta826 2 ปีที่แล้ว +2

    প্ৰদীপ কুমাৰ শইকীয়া ছাৰৰ ৰিজৰ্টলৈ (বগীবিল) গৈছোঁ, খুব সুন্দৰ পৰিবেশ।

  • @mohiborah7490
    @mohiborah7490 2 ปีที่แล้ว +2

    সচাঁকৈ অসমীয়া সিচাবে গৌৰৱৰ কথা lআমাৰ মাজতো ইমান বহুল আৰু ভাল চিন্তাধাৰা মানুহ আমাৰ মাজত আছে l

  • @hariprasadgoswami4135
    @hariprasadgoswami4135 2 ปีที่แล้ว +2

    শইকীয়া দেৱৰ পৰা বহু কেইটা দিশৰ বিষয়ে জানি ভাল লাগিছে । যুৱক যুৱতী সকলৰ স্বনিয়োজনৰ ক্ষেত্ৰত বহুত শিকিব লগীয়া আছে । উপাৰ্জন চেনেলটিয়ে কৰা প্ৰচাৰৰ বাবে ধন্যবাদ ।

  • @aditidas2493
    @aditidas2493 2 ปีที่แล้ว +1

    বহুত ভাল লাগিল।

  • @reetagogoi6431
    @reetagogoi6431 2 ปีที่แล้ว +1

    আবেগিক হৈ পৰিলোঁ।সেই সময়ৰ এখন জীৱন্ত ছবি!

  • @chandanmahanta7698
    @chandanmahanta7698 2 ปีที่แล้ว +1

    সচাকৈ আপোনি নৱ-প্ৰজন্মৰ আদৰ্শ, অসমীয়া হিচাপে আপোনাৰ পৰা আমি গৌৰৱান্বিত 🙏

  • @priyadevi7684
    @priyadevi7684 2 ปีที่แล้ว +3

    Sir you are an inspiration to this upcoming generation.your endeavour proved you the "Natural Gem of Ethnicity-Assam".

  • @jintutalukdar2990
    @jintutalukdar2990 2 ปีที่แล้ว +2

    অতি সুন্দৰ দাদা ।

  • @debasishborah3097
    @debasishborah3097 2 ปีที่แล้ว +7

    You are A Great Person, Bohut Bohut Xundor Performance, May God Bless You

  • @CRICKET_FANCLUB.
    @CRICKET_FANCLUB. 2 ปีที่แล้ว +1

    সুন্দৰ আগবাঢ়ি যোৱাত সহায় হব

  • @anantamoranvloge7255
    @anantamoranvloge7255 2 ปีที่แล้ว +2

    সুন্দৰ দাদা শুভেচ্ছা জনালোঁ।।

  • @montudarig4737
    @montudarig4737 2 ปีที่แล้ว +2

    আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল ছাৰ

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 2 ปีที่แล้ว

    যাওক চোন আগবাঢ়ি সামৰ্থ্য বান অসমীয়া সকল এনেবোৰ দিশেৰে । উন্নতিত মুখৰ হওঁক আপোনালোকৰ ব্যক্তিগত কৰ্ম ৰাজি ।

  • @jackalive9725
    @jackalive9725 2 ปีที่แล้ว +5

    কেৰেলা ৰাজ্য খনৰ মানুহে ডুবাই গৈয়ে ৰাজ্য খন চলাই আছে ।আমাৰ যুব সমাজকো কেনেকৈ বাহিৰৰ দেশত কেনেকৈ যাব লাগে তাৰ টিপ দিব লাগে।

  • @allinonesr7984
    @allinonesr7984 2 ปีที่แล้ว

    Buhut val lagil apunar kotha xuni. Aru buhut xikilo apunar pora thank you uncle

  • @chandraa5971
    @chandraa5971 2 ปีที่แล้ว +3

    অসমীয়া হিচাপে আপোনাৰ পৰা অনু প্ৰেৰণা পালোঁ 🙏🙏🙏🙏

  • @sumiraninath9960
    @sumiraninath9960 2 ปีที่แล้ว +2

    🙏🙏🙏🙏🙏🙏আপোনাৰ কথাখিনিয়ে মন ভৰাই তুলিলে।শটতকোটি প্ৰনাম ।

  • @tapankonwar6720
    @tapankonwar6720 2 ปีที่แล้ว +1

    Great,apuni maje maje homoi pale manuhok utkhah dibosun ,

  • @bmedhi1592
    @bmedhi1592 2 ปีที่แล้ว +1

    Borhiya 👍🏻👍🏻
    Thank you Uparjan for introducing this examplary person, and Thank you Mr Saikia, for your honest admission and advice. Really inspiring. Wish you more success and happiness!!

  • @kishoredas9204
    @kishoredas9204 2 ปีที่แล้ว +2

    Dada bohut Val lagil bogibill resot dekhe

  • @RkR8077
    @RkR8077 2 ปีที่แล้ว +1

    Very good Eyaky koy axomiya Dada giri and God more gives you .

  • @monjulahon7712
    @monjulahon7712 2 ปีที่แล้ว +3

    অসমীয়া জাতিৰ এজন সিঙঘ পুৰুষ । অসমীয়া জাতিৰ গৌৰৱ ।

  • @monujmanoshborah9388
    @monujmanoshborah9388 2 ปีที่แล้ว

    ইমান সুন্দৰ অনুষ্ঠান 🥰🥰🥰 ।।

  • @monjumoniburagohain2044
    @monjumoniburagohain2044 2 ปีที่แล้ว +1

    অসমীয়া সফল নিদশন আগুৱাই যাওক

  • @animabhattagoswami5913
    @animabhattagoswami5913 2 ปีที่แล้ว

    Bohut bhal lagise Pradip we are proud of you

  • @jyotisankarchaliha8071
    @jyotisankarchaliha8071 2 ปีที่แล้ว +2

    শ্ৰীযুত প্ৰদীপ শইকীয়াৰ বৰ্নাধ্য বৰ্ণীল জীৱন পৰিক্ৰমা অসমীয়া প্ৰতিস্থিত ব্যৱসায়ী সকলৰ বাবে অনুকৰণিয়.... ইংলণ্ডৰ বাৰ্মিংহামত সাত হেজাৰ বৰ্গফুটৰ দুশজন ব্যক্তি অনায়াসে বহিব পৰা এখন বৃহত পৰিসৰৰ এখন ৰেষ্টুৰেণ্ট সম্পতী গঢ়াৰ সাহস কৰিব পৰা যুৱ অৱস্থাত হাহ কুকুৰা গৰু গাহৰি ধান চাউল টিউচন কৰা এই ব্যক্তিজন অসমীয়া যুৱ ব্যৱসায়ী সকলৰ আদৰ্শ হওক লগতে শ্ৰীশইকীয়াৰ বৰ্ণাধ্য শিক্ষা জীৱন অতুলনীয়.... মেট্ৰিক পৰীক্ষাত তৃতীয় বিভাগত পাচ কৰি শেষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানত সোণৰ পদক প্ৰাপ্ত আৰু শেষত বিশ্ব স্তৰত এজন বিজ্ঞানী... শ্ৰীশইকীয়াই বৰ্তমান বিশ্বৰ অতি বিলাসী হোটেলত থাকি অভিজ্ঞতা গোটোৱাৰ বাবে খৰচ কৰিবলৈ সামৰ্থবান হোৱাৰ নিদৰ্শণ দেখুৱাবলৈ সমক্ষ এক জীৱনগাথা অতুলনীয় আৰু অনুকৰণীয় ... আন্তৰিক অভিনন্দন শ্ৰীযুত প্ৰদীপ শইকীয়া আৰু সহধৰ্মীনি শ্ৰীমতী শইকীয়ালৈ... কেতিয়াবা কৰবাত আপোনাক ব্যক্তিগত ভাবে লগ পাবলৈ আশা পুহি ৰাখিছোঁ... আপুনি সুস্বাস্থ্যৰে বৰ্তমানৰ এজন সবল সফল অসমীয়া আদৰ্শ ব্যক্তিত্ব হৈ কুশলে নিৰাপদে জীৱন যাপন কৰাৰ হিয়াভৰা শুভকামনাৰে... ঈশ্বৰ আপোনাৰ সহায় হওক ...

  • @travelvlogs5093
    @travelvlogs5093 2 ปีที่แล้ว +2

    নৱ প্ৰজন্মৰ আদৰ্শ নমস্য ব্যক্তি। 🙏🙏🙏

  • @gogoipradeep9470
    @gogoipradeep9470 2 ปีที่แล้ว +1

    Bohut......bhal lagise

  • @binadas5619
    @binadas5619 2 ปีที่แล้ว +1

    বৰ ভাল লাগিল

  • @dilipgogoi3682
    @dilipgogoi3682 2 ปีที่แล้ว +1

    সুন্দৰ

  • @junbora1225
    @junbora1225 2 ปีที่แล้ว +1

    Khura apunak pronam 🙏🙏🙏 bohut vl lagil vdo👌👌👌 apuni amar edarkha hoi thakok hosakoi mon vl lagi gol apunar kothabur eman mitha👌👌👌👌👌

  • @apurba--MobileTech
    @apurba--MobileTech 2 ปีที่แล้ว +5

    Aibur ha asol axomiya manuh....bahut val lagil...

    • @jaijawanagrifarm2416
      @jaijawanagrifarm2416 2 ปีที่แล้ว

      Kio... Baki ki bhajal niki

    • @apurba--MobileTech
      @apurba--MobileTech 2 ปีที่แล้ว

      @@jaijawanagrifarm2416 umm...aibur hoisea asol karmo hell axomiya manuh...aru asame asea khai- boi pat muhari hoi thoka...belegea ahe nijaor mukhar agor vat keta kahi nila u gom nupuwa...tume atiya kun bidhar hoi...jonale val pam...

    • @juribhuyan7403
      @juribhuyan7403 2 ปีที่แล้ว

      😃😃😃

    • @jaijawanagrifarm2416
      @jaijawanagrifarm2416 2 ปีที่แล้ว

      @@apurba--MobileTech first of all learn how to right in Roman.... Then kip yours point... Can you let me know what contribute you had yet gave to make our Assam beautiful.... Its very easy to points other Demerits.....
      Joi AAi Axom

  • @birajvlogs9433
    @birajvlogs9433 2 ปีที่แล้ว +18

    আপুনি সঁচাকৈ আদৰ্শ সকলোৰে 🙏🙏

  • @nanghunpha
    @nanghunpha 2 ปีที่แล้ว +2

    আপুনি অসমৰ এজন আধুনিক আদৰ্শ বাদী বুদ্ধি বাদী পুৰুষ ।আপোনালৈ অলেখ অভিনন্দন জনালোঁ ।

  • @hemantaphukan2874
    @hemantaphukan2874 2 ปีที่แล้ว +9

    শুনি থাকিৱ মণ যায় কথাবোৰ

  • @prasenjittalukdar4528
    @prasenjittalukdar4528 2 ปีที่แล้ว +3

    Excellent Dada, I have no words .........So down to earth.

  • @a2zcrazywheel573
    @a2zcrazywheel573 2 ปีที่แล้ว

    বহুত বহুত ভাল লাগিল

  • @durnadihingia7057
    @durnadihingia7057 2 ปีที่แล้ว +1

    Saikia da, bhobishot pojo nmor batkotia. Jai Ai Asom

  • @bedantagogoi5838
    @bedantagogoi5838 2 ปีที่แล้ว

    এসময়ৰ সহপাঠী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ ।

  • @Apurba_12
    @Apurba_12 2 ปีที่แล้ว

    বহুত ভাল লাগিল চাই৷

  • @mriduldwarah94
    @mriduldwarah94 2 ปีที่แล้ว +2

    জয় আই অসম।

  • @mamon5946
    @mamon5946 2 ปีที่แล้ว

    Tekhete. kosto kori unnati korise Tekhetok zen kuneu hingha nokore Aru agbarhi jaboloi diyok Proud to be an assamese and proud to say he is our assamese person The son of mother Assam

  • @Kalita1990-j8c
    @Kalita1990-j8c 2 ปีที่แล้ว +1

    Bahut val Kam korise

  • @ajaybhuyan9875
    @ajaybhuyan9875 2 ปีที่แล้ว +2

    *PROUD BE ASSAMESE*
    JOI I AXOM ❤🙏✊

  • @RupanjaliRonganoi
    @RupanjaliRonganoi 2 ปีที่แล้ว +3

    খুব ভাল লাগিল ❤️

  • @bollywoodclassicalbestsong2882
    @bollywoodclassicalbestsong2882 2 ปีที่แล้ว

    Khub bhal lagil apunar kothakhini

  • @dilipkrghose1049
    @dilipkrghose1049 2 ปีที่แล้ว +2

    We the assamese people are proud of you .

  • @motlebhussainmondal880
    @motlebhussainmondal880 2 ปีที่แล้ว +1

    Thanks to him. Because he is self dependent. He is not idle like us. Every one praise his perseverance.

  • @rupjyotidasdas7406
    @rupjyotidasdas7406 2 ปีที่แล้ว +1

    Bohut val lagel..amar axomiya manuh bohut dangor dangor ase.. Val lage..

  • @purobidas6107
    @purobidas6107 2 ปีที่แล้ว +1

    Aapuna r katha bor huni bahut Val lagi.karn bahut janio bahirt thakio englisht nakoi.aasamist koise.j.aaji kali alp bahirt gole a englisht kb dhare.aapunar nisina manuh bhut pable tan.👍👍👍 Joy aai axom

  • @gitashri8229
    @gitashri8229 2 ปีที่แล้ว

    vogobane kripa kori ase apunak 🙏hundor mon ata thakile agbahi jabole nisyoi hohoj hoi pore .eake bujilu .... hosai ontoror pora koisu apunar hot sintai vogobanok hukhi korise asolote .val houk hokolu ...all is well ....🙏🙏🙏🙏

  • @sabkushassamesefood2158
    @sabkushassamesefood2158 2 ปีที่แล้ว +1

    আপোনাৰ চেষ্টাৰে আমি ইন্ধন পাওঁ👍 lovsss from golaghat

  • @gkdigital92
    @gkdigital92 2 ปีที่แล้ว +10

    অসমীয়া হিচাপে গৌৰব অনুভৱ কৰিছো

  • @dipalidas4137
    @dipalidas4137 2 ปีที่แล้ว +1

    Apuni amar new generationr babe path padaorshok aru arhee ... karon laj aru bhoi ai duta karonot ajir generation pisuai ase.. income korile kihor laj... karobak khujile aru sur korilehe laj mor mote.... Dignity of Labour... should know.... Thanks ... awaiting your next updates..

  • @phukanpegu6757
    @phukanpegu6757 2 ปีที่แล้ว +4

    Sir., I'm earnestly saluting you..... Go ahead and fulfill your dreams.......

  • @rambdchetry2382
    @rambdchetry2382 2 ปีที่แล้ว

    Good suggetion, chatiun katha hasakoi long live,

  • @jkcorner1597
    @jkcorner1597 2 ปีที่แล้ว

    Bhal lagil dei Prodeepda......ami ekeloge jorhat t asilu........... Vadhodhara t akou log palu... Aapunar ghorort khana khaisilu...sai bhal lagil....aru aguai jauk....... love from JK Corner 💖💖💖💖

  • @kaushikkisur7975
    @kaushikkisur7975 2 ปีที่แล้ว

    Bhut Val lagil Dada gole APK Huma m

  • @sushilchgogoi7458
    @sushilchgogoi7458 2 ปีที่แล้ว

    আপোনানাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।

  • @junemonimahanta5291
    @junemonimahanta5291 2 ปีที่แล้ว

    ভগৱানৰ ওচৰত আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ 🙏 আপুনি সকলোৰে আদৰ্শ হওঁক।

  • @apurbakalita1968
    @apurbakalita1968 2 ปีที่แล้ว

    xunder sir , keep it up

  • @bijumoni6757
    @bijumoni6757 2 ปีที่แล้ว +1

    Nobo projonmor babe ek perona, God bless you

  • @pranjalchangmai9035
    @pranjalchangmai9035 2 ปีที่แล้ว

    bhutei val lgil ,,,hosai man2 sui gol kothabure,,,ajon bidekhot scientist kora manuh ajone imn hundarkoi akhomiya te kothabur bujai kole bhutei val lgil,,,aru lgte ako ahi ja nijar matribhumi khonok akuwali loi hokolure udahoran hoi hundorkoi kamat aguwai goixe kobole vakha nai ,,,hosai teuk ajon prokit akhomiya hontan buli kobole ami proud fill korixu,,,,

  • @kamalnath5916
    @kamalnath5916 2 ปีที่แล้ว +1

    Sir apunar kormo bur xosakoi val lagil.parile dukhiya lra buroku kiba ata xongstapon diya bebostha krib boli akha rakhilu

  • @tapankonwar6720
    @tapankonwar6720 2 ปีที่แล้ว +1

    Great

  • @manojkakoty4577
    @manojkakoty4577 2 ปีที่แล้ว

    Saikia dangaria ....apunak kauti kauti pranam.
    Apunar aru unnotti hauk....tar ye kamona korilu.

  • @keshabhazarika1815
    @keshabhazarika1815 2 ปีที่แล้ว

    তেখেত নৱ প্ৰজন্মৰ বাবে আদৰ্শ হওক । কিন্তু এনে কাম কৰিবলৈতো মূলধনৰ বহুত দৰকাৰ । আমাৰ কিমানৰ আছে ।।।।

  • @ureshbora8416
    @ureshbora8416 2 ปีที่แล้ว +2

    Nice.

  • @mukthangbasumatari3770
    @mukthangbasumatari3770 2 ปีที่แล้ว

    We proud of you Dangoriya....💪💪💪

  • @anoopgoswami1916
    @anoopgoswami1916 2 ปีที่แล้ว +1

    Salute to you sir always,

  • @duluchangmai6691
    @duluchangmai6691 2 ปีที่แล้ว

    Kothat olop u ohongkar nai...Great humen being....Pohar pora ji dore agbahi goise..Manibo logia ...🙏🙏🙏🙏🙏

  • @itsgogoi_9129
    @itsgogoi_9129 2 ปีที่แล้ว +1

    ❤️real akhomiya

  • @lifesjourney.19
    @lifesjourney.19 2 ปีที่แล้ว +1

    Best episode...

  • @harendrarajbongshi1868
    @harendrarajbongshi1868 2 ปีที่แล้ว +2

    আপুনি অসম গৌৰৱ