ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
অসমৰ বিখ্যাত বাঁহী বাদক প্ৰয়াত প্ৰভাত শৰ্মা দেবৰ বিয়াৰ ঠিক আগদিনাখন ৰাতি বৈঠকী উত্সবত গান গাবলৈ গুবাহাটীত অনাতাঁৰ কেন্দ্ৰত কাম কৰা কেইজনমান শিল্পী ক নিমন্ত্ৰণ কৰি অনা হৈছিল । তৰ ভিতৰত ইন্দ্ৰ বনিয়া, আৰু জ্যোতিষ ভট্টাচাৰ্যও আছিল । ইন্দ্ৰ বনিয়া দেবে এটা ৰম্য গল্প কৈছিলে ।সুন্দৰীদিয়া সত্রৰ যিটো নামঘৰ, তাৰ ঠিক পূবফালে প্ৰভাত শৰ্মাঘৰ ।আমি তেতিয়া হাইস্কুলৰ ছাত্ৰ ।আমাৰ বয়স তেৰ নাইবা চৈধ্য বছৰ ।গতিকে তেখেতৰ কিছু কথা আমি শুনিছিলো ।