শিশু ভাওনা// বিপ্ৰ দামোদৰ আখ্যান, দন্তবক্ৰ মুক্তিলাভ//খণ্ড-1, সম্পূর্ণ ভাওনা/ 8876941115
ฝัง
- เผยแพร่เมื่อ 1 มิ.ย. 2019
- শিশু ভাওনা, বিপ্ৰ দামোদৰ আখ্যান, দন্তবক্ৰ মুক্তিলাভ,সম্পূর্ণ ভাওনা,যোৰহাট ৰ চাৰিগাঁও অঞ্চলৰ অলপতে অনুষ্ঠিত হোৱা ৰূপমৰা,পঞ্চৱটি নামঘৰত এ ভাগি নাট শিশু শিল্পী সকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়,ইয়াত সকলো শিশু শিল্পীয়ে সুন্দৰ ভাবে অভিনয় কৰি ৰাইজক আমোদ দিয়ে,ইয়াত বিপ্ৰ চৰিত্ৰত প্ৰীতম বৰাই অভিনয় দেখি সকলোকে চকুত চকুপানী নিগৰে, আহক আপোনালোকেও উপভোগ কৰক ,আৰু ভাল লাগিলে আমাৰ এই chennal টু subscribe কৰক যাতে আগলৈ বাকী খণ্ড কেইটাও উপভোগ কৰিব পাৰে।
##apexstudio_bipradamudar_aakhyan##
##apexstudio_vaunacultural_jorhat##
##apexstudio## - บันเทิง
নাৰদৰ কণ্ঠ বৰ ধুনীয়া লাগিল সদায় তুমি এনেকৈয়ে আগ বাঢ়ি যোৱা
মইনাহঁতৰ অভিনয়ত আপ্লুত হৈছোঁ
krishna,very nice
Maza ponsanon
my fav krisna and narod
Bor dhuniya lagise o
Hundor
Hokolu hundor hoise
বহুত সুন্দৰ লাগিলে দেই
ati hundor
nice....love from sivasagar💖💖💖
বৰ ধুনিয়া লাগিছে
অতি সুন্দৰ অভিনয়।
Hundor hoisa. 🌹🙏
অতি সুন্দৰ অভিবাদন দল তিলৈ
Mojavanua
সুন্দৰ হৈছে অতি আকষণীয় .2য় খণ্দ চাবলৈ অপেক্ষা কৰিছো.
Dilu alop agot sauk
Bohut bohut bohut Val lagil
Nice sound mixing ,,,best sound operator
Narod vaiti to r mat to bor dhonia lagise .....
Sundor. Part2 dibosun plz plz
Diya ase gutai kaira part mur chennalt goi sai labo
সুন্দৰ হৈছে..বিষেকৈ নাৰদৰ কন্ঠ অতি সুন্দৰ
val lagil krisna,,,,,,
কবলৈ ভাষা নাই ।ইমান সুন্দৰ অভিনয় সকলোৰে।অাগবাঢ়ি যোৱা
সুন্দৰ অভিনয় .
Moza lagel ssi
Bohut val hoise. Aguai jua
বৰ ধুনিয়া
ভাল অভিনয় করিছে, কর নামঘরত হৈছিল?
Bohut vl lagil
বৰ সুন্দৰ অভিনয়... কবলৈ ভষা নাই... বিশেষকৈ নাৰদ জনৰ কণ্ঠ বৰ শুৱলা হৈছে
Ooo
অ সচাকৈ
Khub bhl hoise
Bhal lagil
সুন্দৰ লাগিল দেই
সচাঁকৈয়ে শলাগিব লগিয়া সকলোকে৷ বায়ন গায়ন অভিনয়
সকলোকে শলাগিছো
Instablaster
বৰ সুন্দৰ কন্ঠ নাৰদৰ অভিনয় কৰা শিল্পী জন
নাৰদৰ অভিনয় কৰা শিল্পি জনৰ বৰ ধুনীয়া কন্ট
সকলোৰে অভিনয় বৰ সুন্দৰ হৈছে।নাৰদৰ কণ্ঠই মোহিত কৰিছে সকলোকে।😍😍😍
Bht val lagile, gaonor namghrt ane akhon hundor vaona dekhi, thnx apex studio
Awaiting for part 4.
Oti hundor
Best bhau narod
Hundor pori dor khn
Narod or voice bhout bhout dhoneya .val lagel sai .
Val
Bor dhuniya hoise...eman boyokhot bohut bhal hoise.
Dislike Kora keijone Kori dekhasun.
2nd part2 dibo ako.. khub hundor hoise
3 din pasot d asu
Very nice parfomanc
nice
hokoluke val lgl.narod r kontho bht huwola
nyc
bht vl lagil
2 part dibo very very nice
Khub hunkale pabo ,kintu subscribe kori rakhibo
Hundor lagisa
You tubt sai thakute ai hat sapori bojai dlu narodor soritya dekhi
Next part dibo......
U dim priyanku
Narod lua bhaiti jonor mat2 bor huwola
নাৰদৰ নাম কমেনট kori জনালে Valle pam
Baki khndo keita upload nidia nki
Dim
আপোনালোকৰ চেনেলত দিয়া সম্পূৰ্ণ ভাওনাখনৰ vdo কেইটা আমি *গুৰুজনাৰ সংস্কৃতি* পেইজটিত লাইভ যোগে সম্প্ৰচাৰ কৰিব পাৰিম নেকি জনাব চোন
লাইভ দিব পাৰিব সম্পূৰ্ণ আমাৰ channel টো নাম ও দিলে ভাল পাম।
@@Pranjalborasumpi নিশ্চয়।আপোনালোকৰ চেনেলৰ লিংকটো দিম
Dhainabad
Val lagil...Khali...bahi bojwa2 Kam nai.... Narod jone geet gaw te ki scale t gaise bojabo a nwarile...
Uhhmm
phn nmbr2 deok xun apunr
Ji gejone Desike disa tauloka vauna harmormoye buji nepai
Thike koise
Pasor khandra bilak debo soon
Khub hunkale di asu ,
Mur narote guwa geet2 lagisile parile dibo sun amar gaot moiu lom ru gam 9132725202
O Dada mur hatat napabo ngoi,Ami video kam he kru
ati hundor