Tumar vdo tu sai bohut kandilu.. Moi jetiya 9mnth r pregnant asilu tetiya mur mr. R jandis hoisil. Teu nursing home t moi ghorot.g dina moi admit hobo goisilu teu mur logot nasile. Ot t xumua time t teu nursing home goisil kintu gator pora teuk jabole nidile jsndis r karone.. Tetiya moi bohut kandisilu.. Vdo cl kori teu muk sai asile.. Xeikhini kotha monot porile kenekua lage bujabo nuaru.. Tumar kotha khini gom pai ki kom vaxa nai. Suwali jonir kotha sinta kori agbarhi jua..
Ai doctor bur r bbe ami amr apun manuh bur herab lgiya hoi....xihote practical kri sai sai manuh mri pelai rong tripment kri kine....bhut dux lgise ba tmi vle thaka porik vl manuh বনোৱা tmi vngi njaba vogban ase tmr lgt ❤
আজি হঠাৎ তোমাৰ ভিডিঅ এটা পাই একেলগে সকলো ভিডিঅ চাই পেলালো ৷ জনা নাছিলো তোমাৰ জীৱনত এনেকুৱা ঘটনা হৈ গ’ল ৷ বহুত দুখ লাগিল ৷ কি কিৰবা এয়াই জীৱন । জীৱনে ভিন ভিন পৰীক্ষা লয় ৷ ভালে থকা ৷ পৰী ভাল হওক ৷
Buku khon puri goise o .tumak Kiba ata kobole u mur vakha nai .. Aji fast saisu tumar vedio.. Vogobane jiman khini dukh dise tat koi u jen bohut besi hukh die tumak..
বহুত কান্দিলো শুনি,,ভাল মানুহ এই পৃথিৱীত বেছি দিন নাথাকে,,,পোৱালীজনী ভাল হওঁক,,, আশীৰ্বাদ কৰিছোঁ
কথাবোৰ শুনি চকুলো টুকিলো.... ভগৱানে তোমাক আৰু মাইনাজনীক সদায় সুস্থ আৰু কুশলে ৰাখক তাকে কামনা কৰিছোঁ। ঈশ্বৰে তোমাক শক্তি দিয়ক🙏
❤
তোমাৰ কথা খিনি শুনি মোৰে চিঞৰি কান্দি দিব মন গৈছে 😢 ভালে থাকা তুমি বা 😢 তোমাৰ মাইনা জনীৰ কথা ভাৱি সদায় সাহসী হৈ যুঁজি যোৱা 😢 মোৰ ফালৰ পৰা বহুত বহুত মৰম তোমালৈ 😢❤
😢😢
Prothom part tut gyan diya moral police keitamaan dekhilu. Manuhor ene manokhikotar babe dhikkar disu. Todupori tumi etiya morim melim bur bhabi nethakiba, pori ase, gotike aguwai jua. Eneu prithiwi r ataitkoi dangor juddha Maa hoi. Etiya tumi hobo laagibo. God bless you and Pari🙏🏻
হে ভগৱান...তোমাৰ কথ শুনি চকুপানী ধৰি ৰাখিব পৰা নাই.....বহুত কান্দিলোঁ...ভগৱানে তোমাক সদাই শক্তি দিয়ক...মাইনাজনীক ভাল মানুহ কৰা...উদয়ৰ সপোনবোৰ তুমি এ পূৰণ কৰিব লাগিব...সি তাৰ অংশ তোমাৰ ওচৰত থৈ গৈছে, মাইনৰ গাতে তুমি তাক বিচাৰি পবা...তুমি ধৰ্য্য নেহেৰুৱা....ভগৱানে তোমাৰ ভাল কৰওঁক🙏🙏🙏
উপাসনা, তেনেকৈ নাভাবিবা--ভগবান আছে,পৰীৰ কাৰণেই তুমি strong হ'ব লাগিব --ভগবানেই তোমাৰ জীৱনৰ সাৰথি হ'ব ---তুমি হেৰুওৱা সকলো মনৰ সুখ/আশা/সপোন বিলাক পৰীয়ে ঘূৰাই আনিব ---May God bless you my dear/my son
আজি Prothom চাইচো তোমাৰ ভিডিও . বহুত দুখ লাগিল চকুৰ পানী ওলাই গল . কি কৰিবা ভগৱানৰ লীলা . দুখ নকৰিবা ছোৱালী জনীৰ বাবে তুমি সাহসী হব লাগিব . সচাকৈ মানুহৰ জীৱনত বহুতৰ লগত সহিব নোৱাৰা দুখ আহি যায় . 😭😭
You are one of the strongest woman I have seen. Being your senior I salute you.. wishing you both lots of blessings.
Thank u so much🙏
Aji first karubar video sai kandi pelalu 😥😥stay strong and healthy.. Duyujni loi bhut mrm ❤❤
আপোনাৰ কথা শুনিছো আৰু কান্দিছো ... কবলে ভাষা নাই,... আপোনাক শক্তি দিয়ক ভগবানে..... মাইনা জনিলৈ ও মৰম ❤
ক'ব লৈ ভাষা নাই,ভালে থাকা সদায় মাইনা জনীক লৈ❣️❣️❣️
বহুত সাহসী তুমি আৰু সাহসী হোৱা ভগবানে তোমাক ভালে ৰাখক ❤ পুতলাজনীলৈ বহুত আশীর্বাদ আৰু মৰম ❤❤ তেও যতেই আছে ভালে থাকক
প্ৰভু ভগৱন্তই তোমাক শক্তি দিয়ক আহিব লগা দিনবোৰ আগুৱাই নিবলৈ। দুখ নকৰিবা পৰীক লৈ আগুৱাই যোৱা ❤️
সাহস দিয়ক নেদেখাজনে৷পৰীক লৈ সপোন দেখি যোৱা দুখবোৰ অলপ হ’লেও কমিব৷ বহুত মৰম পৰী আৰু তোমালৈ৷ভালে থাকা❤
ধয্য আৰু সাহসেৰে আগবাঢ়ি যোৱা ❤ বুজিব পাৰিছো তোমাৰ দুখ।
বৰ দুখ লাগিল। ভগৱানে তোমাক সাহস দিয়ক। কণমানি পৰীক ভাল কৈ ডাঙৰ কৰা।
কিনো কৈ সান্তনা দিম তোমাক। নিজৰ ভালপোৱা মানুহজনক হেৰুৱা বেদনা বহুত যন্ত্ৰণা দায়ক। সুখী হব চেষ্টা কৰিবা মাইনা জনিৰ বাবে।
মই এজনী সৰু ছোৱালী আপোনাৰ প্ৰথম চাইচো ভিডিঅ'🥺🥺 এইটোই ভিডিঅ' প্ৰথম চাইচো বহুত বেয়া লাগি আছে ভাষাৰে বুজাব নোৱাৰি কিমান দুখ লাগিছে😭😭যি কি নহওঁক এতিয়া তুমি মাইনা জনী কথা ভাবি আৰু দাদাৰ সপোন পুৰ কৰা আৰু সদায় ভালে থাকা😢😢❤❤
তোমাৰ কথা খিনি শুনি চিঞৰি কানদিব মন গৈছে 😢😢কণমানি জনীৰ সাহস হৈ থাকা। ভগৱানৰ ওচৰত তাকে কামনা🙏
চকুপানী ধৰি ৰাখিব নোৱাৰিলো 😢😢 পৰীক ভালদৰে ডাঙৰ কৰিবলৈ ভাগৱানে তোমাক শক্তি দিয়ক 🙏
মোৰ জীৱনটোও একে। একমাহ যুদ্ধ কৰি অৱশেষত হাৰি গলো। তোমাৰটো এজনী ছোৱালী আছে মই অকলশৰীয়া হৈ থাকিলো। ডিব্ৰুগড়ত টেষ্ট কৰিথাকোতেই গ'ল। বহুত কষ্ট হয়। ভুল চিকিৎসায়ৰ বাবেই জীৱন এটা নাইকীয়া হৈ যায়।কথাখিনি শুনি থাকোতে নিজৰ জীৱনটোৱে যেন লাগিলে। পৰীক লৈ সাহসী হোৱা। মইটো অকলশৰীয়া।।।।
কবলে একো ভাষা নাই । কৰো লগত এনেকুৱা নহওক।
কথাখিনি শুনি বৰ বেয়া লাগিল৷ ভগৱানে আপোনাক শক্তি দিয়ক আগবাঢ়ি যাবলৈ৷
ভগৱানে তোমালোকক শক্তি দিয়ক🙏
জীৱননে মানুহক হাঁহিব শিকাই যায় আৰু কান্দিওৱাই যায় এই জীৱনৰ ৰং। আপোনাৰ স্পষ্ট শব্দ শুনি আপোনাৰ ভিডিঅ' নুশুনাকে থাকিব নোৱাৰিলোঁ আৰু ঘটনাটো এনেকুৱা লাগিছে কথাবোৰ সম্পূৰ্ণ সন্মূখত ঘটি থকা যেন অনুভৱ হ'ল। আপুনি আৰু আপোনাৰ পৰী যেন এনেকৈ সত্ৰ সাহসেৰে আগুৱাই যায়।
বহুত দিনৰ পিছত দেখা পালো উপাসনা। বহুত দুখ লাগিল কথাবোৰ জানি। ভাষা নাই একো কবলৈ😢।অকমাণি জনিৰ সৈতে ভালে থাকা।🙏
বিশেষ একো কব নোৱাৰো.... খুব কান্দিলো....অকনমানি জনীৰ লগত ভালে থাকা, ভগৱানে শক্তি দিয়ক তোমাক
Akhirbd koribo
বা সাহসী হোৱা। বুজি পাইছো কথাখিনিতে তোমাৰ মনৰ অৱস্থাটো।কান্দি পাইছো মই কথাখিনি শুনি... অকণমানিজনিলৈ মৰম❤❤❤
Bohut dhukh lagil sokur pani ulai gol tumi jen hodai hukhot thaka vogoban or usrt parthona জনাইছোঁ
তোমাৰ কথাখিনি শুনি বৰ দুখ লাগিল।তোমাৰ অকণমানিজনীৰ কথা ভাবি ধৈয্য ধৰা ,মনত সাহস গোটোৱা।ভগৱানে তোমালোকক মংগল কৰক
বহু ত দুখ লাগিল শুনি। কিছুমান ডাক্তৰ মানুহ মাৰো বুলি য়ে মাৰে।
তুমি সঁচাই বহুত সাহসী ভাল হওঁক ভগৱানে ভাল কৰক কথাখিনি শুনি কিবা এটা বুকুত খুন্দিয়াই থৈ যোৱা নিচিনা লাগিছে
😢😢 বুজাব নোৱাৰা দুখ লাগিছে ।এতিয়া মাত্ৰ কণমানি জনীৰ মুখলৈ চাই সাহসী হোৱা ।তুমি সাহসী হোৱা বহুত দৰকাৰ।
Kandilu kandilu bohut besy , tumi hahokhi hua porik val manuh koribo lagibo , love you pori
বৰ দুখ লাগিল। ভগৱানে তোমাক শক্তি দিয়ক।
Tumi bohut brave hoi ,kothakhini xuni kio jnu mon tu akebarei bhal logabo pora nai ,god bless your lil Angel.🙏
ইমান সৰুতে বেছেৰাটোক ভগৱানে লৈ গল,ভাৱিয়েই কিবা লাগিছে। তেওঁৰ আত্মাই স্বৰ্গ ঢুকি পাওক, তাকেই কামনা কৰিছোঁ
Bor oklhria kri dile
এইবোৰ শুনিবলৈ বৰ কষ্ট হয়। আগুৱাই যোৱা তুমি ভাল হ'ব তোমাৰ।পৰীক ভাল মানুহ কৰা❤
Akhirbd koribo porik
বুকু খন bikhai goise......ভালে থাকক আপুনি আৰু মইনা joni bahut strong apuni
তোমাৰ কথা খিনি শুনি বৰ দুখ লাগিল।
কিন্তু তুমি মাইনাৰ কাৰণে সাহসেৰে আগবাঢ়ি যোৱা। দুয়োজনীলৈ বহুত মৰম দিলোঁ 😘😘😘
বহুত দূখ লাগিল ভগৱানে তোমাক শক্তি দিয়ক।
তুমি সঁচাই সাহসী ❤ ভগৱানে তোমাক সাহম দিয়ক🥺এই কথাখিনি মোক বহুত কন্দোৱালে ভালে থকা তুমি আৰু মাইনাজনি
সঁচাকৈ বা কিয় বাৰু প্ৰিয় মানুহবোৰক ভগৱানে কাঢ়ি লৈ যায় 😭 ভিনদেও আপোনাৰ লগত নাথাকিলে কি হ'ব আপোনাৰ ভাল স্মৃতি হৈ আপোনাৰ কাষতেই আছে আৰু সদায় থাকিব ❤️ পৰী আৰু আপোনী সদায় ভালে থাকক ❤️
ভালে থাকা❤
বহুত দুখ পালোঁ, পৰী আৰু তুমি কুশলে থাকা,
তোমাৰ কথাবোৰ শুনি ইমান দুখ লাগিল। কান্দি গৈছোঁ।তুমি অকণমানি জনীৰ সাহস হৈ আগুৱাই যোৱা।❤❤❤
মোৰ জীৱন্ত তোমাৰ নিচিনা একে মোৰ লৰা এট আছে 13 বচৰ হৈছে। মোৰ তোমাৰ video চাই মোৰ বহুত দুখ পাইছোঁ। ভাল থকা সদায় ।
Akhirbad koribo
Kandi kandi salu vedio2 baa vale thaka hodai♥️
পৰীৰ কাৰনেই তুমি সাহসী হব লাগে। পৰীৰ কাৰনেই তুমি মাক আৰু দেউতাকৰ স্হান পুৰাব লাগিব। তোমাক সাহসী হ'বলৈ ভগৱানে শক্তি আৰু সাহস দিয়ক তাৰ কাৰনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দুখ কৰি নাথাকিবা উদয়ৰ আত্মাই কষ্ট পাব। মইও মা দেউতা দুয়ো গৰাকীকে হেৰুৱালো। এতিয়া একেবাৰেই অকলশৰীয়া হৈ পৰিলো। নিজেই নিজৰ সাহস হ'বলৈ শিকা। দুখৰ চকুপানী বোৰ তুমি পৰীৰ কাৰনে বাস্তৱৰ হাহিলৈ পৰিৱৰ্তন কৰা। এদিন নিশ্চয় পৰীয়ে তোমাৰ দুখ বেদনাৰ অন্ত পেলাব।
Bhut bhut dhnybad...akhirbad koribo pori jonik
অকণমানি জনীৰ কথা ভাৱি তাইৰ মুখলৈ চাই সাহসী হোৱা বা।।।। তোমালোকলৈ বহুত বহুত মৰম ❤️❤️❤️
Tumak log pabole mon goise Upaxona ... Bohut bohut morom aru xuvaxix tumaloi aru moinajoniloi .. Sibsagarar pora egoraki Ba ... ❤..
Lg hom adin
ভগৱানে তোমাক বহুত শক্তি দিয়কবাইদেউ ❤❤ জীৱনটো আৰু এবাৰ সুখৰ হক
কবলৈ শব্দ নাই ভগৱানে তোমাক আৰু পৰিক কুশলে ৰাখক ,হৰ হৰ মহাদেৱ 🙏
Akhirbad koribo
সদায় ভালে থাকা পৰীৰ লগত । ভগৱানে আৰু সাহসী কৰি তুলক তোমাক । নিজে পাৰ কৰি আহিছো এই সময় গতিকে অনুভৱ কৰিব পাৰো কিমান কষ্ট হয় । মই টো বিয়া যাব ৪ মাহ সম্পূৰ্ণ নহও তেই তেওঁৰ বিধৱা নামটো পাইছিলো । সেই তেতিয়াৰ পৰাই গৰ্ভত থকা সন্তানটোক সাহস হিচাপে লৈয়ে জীয়াই আছিলো । এতিয়া মোৰ ল'ৰাটোৰ বয়স ২ বছৰ ৮ মাহ । 🙂🙂
Tke o..tumi ru kommni u vle thka❣️❣️
Mur pehir loratu anekoiye hothat nuhua hoi gol . 😢😢bohut dukh lagil Upasana tumar kotha khini bohut dukh lagil . Tumi bohut hahohi suali . Porir karonei tumi strong hobo lagibo .
উফ বৰ দুখ লাগিল । ভগৱান তোমাৰ সহায় হ'ব ছোৱালী জনী ভালকৈ ডাঙৰ কৰা ।
ইছ ৰাম ল'ৰাটোৰ বহু আগৰ পৰাই ভিতৰি জণ্ডিচ হৈ আছিল।হয়তো সি অনুভৱ কৰিছিল।কিন্তু চিকিৎস্যকৰ ওচৰ পোৱাত পলম হ'ল।লগতে মাংসবোৰ খোৱা,কফি খোৱা বা জণ্ডিচত খাব নল'গা তেল মছলা সকলো খোৱাই কাল হ'ল। তাৰ প্ৰথমে গা বেয়া লগা হওঁতেই ভাল চিকিৎস্যকৰ পৰামৰ্শ লৈ ব্লাড টেষ্ট কৰি চিকিৎসা লোৱা হয় ভাল হ'ল হয়। যি হৈ গ'ল ,হৈয়ে গ'ল।তুমি সাহস নেহেৰুৱাবা। মাইনা জনীকলৈ আগুৱাই যোৱা । তোমালোক দুয়োৰে ভবিষ্যত জীৱন উজ্জ্বল কামনা কৰিলোঁ।।
তেওঁৰ আশীৰ্বাদ সদায় আছে আৰু থাকিব তোমালোকৰ লগত.... তুমি সাহসী হোৱা আৰু সুখত থাকা...
অকণমানি জনিলৈ বহুত মৰম❤❤
Akhirbad koribo porik
Tumar vdo tu sai bohut kandilu.. Moi jetiya 9mnth r pregnant asilu tetiya mur mr. R jandis hoisil. Teu nursing home t moi ghorot.g dina moi admit hobo goisilu teu mur logot nasile. Ot t xumua time t teu nursing home goisil kintu gator pora teuk jabole nidile jsndis r karone.. Tetiya moi bohut kandisilu.. Vdo cl kori teu muk sai asile.. Xeikhini kotha monot porile kenekua lage bujabo nuaru.. Tumar kotha khini gom pai ki kom vaxa nai. Suwali jonir kotha sinta kori agbarhi jua..
জগন্নাথে তোমাক শক্তি দিয়ক..... মইনাজনী ভালে ৰাখক।
Bhagaban ace aru thakib sodai .pori bhogabanre ashirbad.porik loi aguwai jowa.tumar val hob.
বহুত দুখ লাগিছে, নিজেও ভুক্তভোগী,😭
Ai doctor bur r bbe ami amr apun manuh bur herab lgiya hoi....xihote practical kri sai sai manuh mri pelai rong tripment kri kine....bhut dux lgise ba tmi vle thaka porik vl manuh বনোৱা tmi vngi njaba vogban ase tmr lgt ❤
অসমৰ চিকিৎসা ব্যৱস্থা এতিয়াও বহুত পিছ পৰা। নিপুন চিকিৎসক ৰ বহুত অভাৱ। ভালকৈ থাকা।
Maa mahakali always blessed u and ur family..bleve on maa mahakali
আজি হঠাৎ তোমাৰ ভিডিঅ এটা পাই একেলগে সকলো ভিডিঅ চাই পেলালো ৷ জনা নাছিলো তোমাৰ জীৱনত এনেকুৱা ঘটনা হৈ গ’ল ৷ বহুত দুখ লাগিল ৷ কি কিৰবা এয়াই জীৱন । জীৱনে ভিন ভিন পৰীক্ষা লয় ৷ ভালে থকা ৷ পৰী ভাল হওক ৷
উপাসনা তুমি বহুত সাহস লৈ জীয়াই থাকিব লাগিব পৰীৰ কাৰনে। উদয় আৰু তোমাৰ মৰমৰ চিন হয় পৰী।
Akhirbad koribo 2jni k🙏
বুকু খন বিষাই গল | ভগবানে তুমাক আৰু কনমানিটোক ভালে ৰাখক | তেখেতৰ আত্মাই সদগতি পাওক
Bohut dukh lgil..mainak hodai moromt rakhiba❤❤
সদায় সাহসী হৈ থাকা বা। জীৱন যুঁজত জয়ী হোৱাতো বৰ কঠিন,পৰীলৈ বহুত মৰম❤
Baa apunar kotha khini khuni mur konda ulai goise ge 😭😭.apuni sodai strong hoi thakok ekmtro moina joni krne ❤️. God always bless you and moina ❤❤
এই দোভাগ ৰাতি তোমাৰ ভিডিঅ' চাই বহুত বেয়া লাগিল ।তুমি সাহসী হোৱা পৰীৰ বাবে।সাহস দিয়াৰ সাহসো নাই।তথাপিও স্মৃতি লৈ জীয়াই থাকা
প্ৰথমবাৰ চালো আজি তোমাৰ ভিদিঅ😢 সচাই বহুত বেয়া লাগিল চকুপানী ওলাই আহিল। 😭
দুখ নকৰিবা তোমাৰ কথাবোৰ শুনি মোৰ চকুলু ৰাখিব পৰা নাই। ঈশ্বৰে তোমাক শক্তি প্ৰদান কৰক।
Ba tumar yei kahani tu a mur kolija sui gol 😢 aru soku Pani boi gol 😢 vale thaka 😢maina loi morom odik❤ love you maina❤❤❤❤
Bhut val puwa manuh bur atori zai .. bhut kandilu 2mar ktha huni.. porik lui aguwai zuwa ...
ক'বলৈ তোমাক একো ভাষা নাই অ, মোৰ ঘৰ ৰুপূ ঘৰৰ ওচৰতে হয়,একে গাঁৱৰ হয় আমি, আমাৰ ঘৰ নামঘৰৰ ওচৰত হয়, ভালকৈ থাকা ছোৱালী জনী ডাঙৰ কৰা,জীৱন এইটোৱেই হয় অ, এনেকুৱা আৰু যাতে কাৰো লগত নহয়,নিজে যি ভালপোৱা সেইটো কৰা, মইয়ো ভগৱানক প্ৰাৰ্থনা কৰিম তোমাক সাহস দিবলৈ।
Akhirbad koribo swali jnik
মোৰ দেউতাৰো আপুনি কোৱাৰ দৰে একেই হৈছিল। দাদাৰ যিখিনি হোৱা বুলি শেষত কলে আমাকো দেউতা নোহোৱা হোৱাৰ পিছত কৈছিল যে সকলো organs বেয়া হৈ গৈছে বুলি। এসপ্তাহৰ ভিতৰত সকলোবোৰ হৈ গৈছে আমাৰ লগত। সুস্থ মানুহজন খোজ কাঢ়ি নিজে গৈছিল আহোতে বগা কাপোৰেৰে ঢাকি লৈ আহিছিল। পৰীৰ ভাল হ'ব ❤
Bor hunkle hklu hoi gl o...akhirbd koriba porik
😢😢😢
হে ভগৱান , কি কৈইনো তোমাক সান্ত্বনা দিম, কিন্তু এটাই অনুৰুধ কৰিছো তুমি ভাঙি নপৰিবা নিজক হেৰুওৱা কথা নাভাবিবা কলিজা জনিৰ কথা ভাবি আগুৱাই যাব লাগিব, হয় যাৰ লগত হয় তেওঁহে বুজি পাই, তোমাৰ এই অৱস্থাত আমি যি কষ্ট পাইছো তাক কৈ বুজাব নোৱাৰোঁ, ভালে থাকা আগুৱাই যোৱা আকৌ কৈছোঁ নিজৰ যত্ন লবা। কলিজাজনিলৈ বহুত মৰম আৰু আৰ্শীবাদ থাকিল।
Akhirbad koribo porik
Stay strong. More power to you.
Xuni bht beya lgise baa nijor lgt huwa jn feel hoise ।।। Aru baki vogoban asa o baa.. navabiba nai buli seibabe tmr lgt aji pori ase anekoi vabiba ji hoise vogoban kiba ata vl babe krise । Tmi pori k vl manhu ajoni bonuwa । Taik mukh t tmi dada bisari lba 😢❤❤ bht mrm tmr babe kolija joni loi
কবলৈ ভাষা নাই,,,তুমি তোমাৰ আৰু তাৰ ভালপোৱা খিনি মৰমৰ চীন হিচাবে মাইনা জনী আছে,,,তুমি তাই কাৰণে আগবাঢ়িব লাগিব,,,আজি চাইছোঁ তোমাৰ ভিডিও তো,,,সচাই মই ভিডিও তো চাই থাকোতে মোৰ চকু পানী ৰখাব পৰা,,নাই,,তোমাৰ ঘৰ কত,,,মোৰ শিৱসাগৰ,,,হয়,,
বা সকলোবোৰ নিয়তিৰ খেলা, মাইনা জনীক, দাঙৰ কৰি, দাদাৰ সপুনবোৰ পুৰণ কৰা, ভগৱানে মংগল কৰক, দাদাৰ আত্মায়ে সৰগত স্থান পাওঁক
Bhut dhnybad...porik akhirbd koribo
বুকু খন বহুত বিষাই গৈছে মই শুনিব পৰা নাই, তুমি পৰি কাৰণে ভাল কৈ থাকা,,,
Akhirbd koribo porik
Bohut strong tumi..God bless you
সঁচাই বহুত অসহনীয়
তোমাৰ ভিডিও আজি প্ৰথম চালোঁ । কি কম মই শব্দহীন হৈ গলো 😢😢😢 .
সাহসী হোৱা মাজনী । কণমানি জনীক ডাঙৰ কৰিব লাগিব । আজি দুইটা খণ্ড চালোঁ । বাকী কেইটা সময় উলিয়াই চাম দেই
ধন্যবাদ বৰমা, তাইক লৈয়ে এতিয়া আগবাঢ়িব লাগিব।
বহুত মৰম টোমাল
বুকুখন বিষাই গল অ | দেহাজনীক লৈ সুখী হোৱা |
Akhirbd koribo porik
2ta part a salu bhut dukh lgi gl kotha bur huni sokupani ulai gl baaa tumalukor vl hbo vlke thaka❤❤❤
Akhirbd koriba porik
সদাই মাইনা জনীৰ লগত ভগৱানে কুশলে ৰাশক ভাগি নপৰিবা মাইনা জনীৰ মুখলৈ চাই জীয়াই থাকা
নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা, তোমাক শক্তি দিয়ক 🙏
শব্দহীন হৈ পৰিছো
পঢ়ি আছিলোঁ, হঠাতে ইউটিউব টো খুলোতে আপোনাৰ video টো দেখি চাই সঁচাই চকুপানী ৰখাব নোৱাৰিলোঁ.. এনেকুৱা লাগিছে যে নিজৰ লগত হৈছে, গাৰ নোম শিয়ৰি উঠিছে.. ভালে থাকক আপুনি আৰু আপোনাৰ ছোৱালী, কথাখিনি শুনি এনেকুৱা লাগিল আপুনি বহুত শক্তিশালী 🙏
Akhirbad koribo porik
Iss video sai anekua lagise agotei gom pua hole mur deutai jondish r dorob diye val hoi jai akebare
Vgyt ni o
Aibur aku kam nai..jar jabo logiya thake jaboi..mur dadai gayoliya dorob khale . hospitalt admit hl aku kamt nahil o..
আমাৰ ভাগ্য বেয়া আপোন জন অবিহনে জীয়াই থকাটো কিমান কষ্টকৰ নিজে ভুগি আছোঁ।
Bor okhnti
Muru ake abshta😭😭suwali 2joni
Bohut dhukh lgil.. strong hua maina jni babe.
তুমি যিমান কৈ গৈছা সিমান বেছি কান্দিছো যাৰ লগত হয় সিয়েই বুজি পাই যাৰ লগত গোটেই জীৱন একে লগে পাৰ কৰা সপেন দেখিছিল হঠাৎ যদি মৃত্যদেহ আগে দেখা পোৱা যায় আৰু কি কম আৰু ক'বলৈ একো ভাযা নাই 😭😭😭😭😭 আমি একো কৰিব নোৱাৰা ভগৱানে সৃষ্টি কৰি পঠাইছে 😭😭 তুমি আৰু আগবাঢ়ি যোৱা 🥹🥹🥹🥹
মোৰ মাৰ নিচিনা একেই হৈছে। এনেকুৱা কাৰো লগত হব নালাগে।বৰ দুখ লাগিল।
Akhirbad koribo porik
Buku khon puri goise o .tumak Kiba ata kobole u mur vakha nai .. Aji fast saisu tumar vedio.. Vogobane jiman khini dukh dise tat koi u jen bohut besi hukh die tumak..
Sameee😢
কবলৈ ভাষা নাই,ভগৱানে সাহস দিয়ক,চকুপানী ৰখাব পৰা নাই
Akhirbd koribo porik
Ba apuni bohut strong. Bhogobane aapunak aru ojosro hokti diok. konmani jonile dher morom bhogobane akhirbad korok tumaluk duyuk kukhole thaka🥹❤❤❤❤