ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
এঘাৰ দিনত হোৱা শ্ৰাদ্ধ❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মাধৱ ❤
কৃষ্ণ,আই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৃতাহৰ নাম একাদশ দিনতহে পাতে।দহ দিনৰ দহা নাপাতে।
মই টো তাকেই কৈছোঁ যে অনা সঙ্ঘৰ মানুহে যিটো নিয়ম দহ দিনত পাতে কিন্তু সঙ্ঘৰ মানুহে ১১ দিনত পাতে। আপুনি চাগে ভিডিঅ' টো সম্পূৰ্ণ কৈ নোচোৱাকৈ মোক comment কৰিছে। comment কৰাৰ আগতে সম্পূৰ্ণ ভিডিঅ' টো চাই ল'ব বাপ জনা।
@@papumonigogoi7575kintu apuni 2 tital 2t Doha buli dise
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু ইশ্বৰ 🙏🙏🙏🙏 অ হৰি অ ৰাম কৃষ্ণ কৃষ্ণ হৰি
Krishno madhobo
Krishna 🙏, নাম ভাল লাগিল কৃষ্ণ 🙏 সমূহ বাপ আৰু আই লৈ সেৱা জনালোঁ কৃষ্ণ
কৃষ্ণ
সুন্দৰ নাম প্রংগৰ ভিডিও আগ বাড়ালে 🙏🙏🙏🙏🙏🙏 new friend হলো। 🙏🤝 আশা কৰোঁ আপুনিও হব 🙏
কৃষ্ণ।
কৃষ্ণ জয় গুৰু শঙ্কৰ কৃষ্ণ
এই ভাগক কাজ বোলা হয় , ১১ দিনৰ দিনা পাতে । প্ৰতিবেদকে দহা বুলি ভুল কৈ কৈছে । অনুষ্ঠান সমুহৰ ওপৰত সম্যক জ্ঞান আহৰন কৰি প্ৰচাৰ কৰিব লাগে । সকলোৱে উপকৃত হব ।
এই ভাগক কাজ বুলি কৈ সেয়া মই জানো কিন্তু অনাসংঘৰ মানুহৰ মতে এৰা দহা বুলি কোৱা হয় সেয়ে মই তেনেকৈ লিখিলোঁ .. কৃষ্ণ
কাজক সকলোৱেই কাজ বুলিহে কোৱা শুনিছোঁ। কৃষ্ণ।
সঙ্ঘৰ মৃতকৰ নাম এঘাৰ দিনাখনতহে হয়। গতিকে এই নামভাগ দহা দিনাৰ নহয়। কৃষ্ণ।
এঘাৰ দিনা খনেই নাম ভাগ পাতিছিল, কৃষ্ণ . comment দিয়া আগতে সম্পূৰ্ণ video চাই ল'ব লাগে বাপ
@@papumonigogoi7575 kirisna
🙏
🙏 নাম ভাল লাগিছে কৃষ্ণ কৃষ্ণ বাপ 🙏❤️❤️💖💖
Srimanta Shankardeva shanghai doha napate nohoi
দহা এখন 'খালোগৈ' বুলি কলে শুদ্ধ নহয় যেন লাগে।
অনাসংঘৰ মতে দহা বুলি কোৱা হয়
Hundor muru video sabo sun
কৃষ্ণ।চাইছো
Kun jilla