ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
👍👍👍👍👍
কংগ্ৰেছ দলে তেওঁলোকৰ সহযোগী দলসমূহক স্বাৰ্থ পূৰণৰ খাতিৰত ভৃত্যস্থানীয় জ্ঞান কৰাই নিয়ম । কাৰণ সেই দলসমূহে সমুদ্ৰ মথনৰপাছত অমৃতৰ পৰা বঞ্ছিত হোৱাৰ অভিজ্ঞতা সহজে পাহৰি যাব বুলি কংগ্ৰেছ পূৰামাত্ৰাই নিশ্চিত হৈ আছে
Gauravar hahankare khale.congresar babei ajir paristhiti raij manat rakhiba AAP lao
মানুহে কিবা এটা ভুল কৰিলে সেই ভুল কৰোঁতাজনৰ ওপৰত নানান গ্লানি চটিয়াই দিয়ে ৷ এই একেজন মানুহে যদি কিবা সত্য আৰু শুদ্ধ কাম এটা কৰি দেখুৱায় তেনেহ’লে তেওঁক প্ৰশংসাৰে উপচাই দিয়ে ৷ পিছে ভুল কৰিহে যিকোনো কাম শুদ্ধকৈ আৰু নিয়াৰিকৈ শিকিব পাৰি ৷ গৌৰৱ গগৈৰো সেয়ে হৈছে ৷ যদি তেওঁৰ অহংকাৰ হৈছে তেন্তে; নিজেই ধুই পেলাব লাগিব ৷ সম্মুখৰ বাট বৰ বিপদসংকুল ৷ বিৰোধী ঐক্যই আগলৈ-পাচলৈ চাই আগবাঢ়িব লাগিব ৷ আমি সাম্প্ৰদায়িক সংঘাত আৰু সামাজিক বৈষম্যতাৰ বিপক্ষে সদায় মাত মাতি গণতন্ত্ৰ সুৰক্ষাৰ বাবে সহযোগিতা আগবঢ়াম ৷ জয় ভীমৰাও আম্বেদকাৰ, জয় ভাৰতীয় সংবিধান, জয় আই অসম ৷৷