Ramen Baruah Missing : কালজয়ী সৃষ্টিৰ জীয়া সাক্ষী এটা ঘৰ | Dwipen Baruah

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • Ramen Baruah Missing | কালজয়ী সৃষ্টিৰ জীয়া সাক্ষী এটা ঘৰ
    ১০১বছৰ গৰকা ঘৰটো সাক্ষী বহু উত্থান-পতনৰ
    লতাশিলৰ ঘৰটোৰ পৰাই হৈছিল চিৰ সেউজ সৃষ্টি
    সংস্কৃতিৰ পৰা ক্ৰীড়ালৈ, সাহিত্যৰ পৰা ৰাজনীতিলৈ...
    এটা সময়ত ঘৰটো গিজগিজাই গঠনমুখী চৰ্চাৰে
    আমাৰ ঘৰ, ডক্তৰ বেজবৰুৱা সৃষ্টি এই ঘৰৰ পৰাই
    এই ঘৰতেই সৃষ্টি বৰুৱাৰ সংসাৰ, আজলী নবৌ
    ককাদেউতা নাতি আৰু হাতীও অন্যতম
    অসমৰ বৰঘৰ চহকী কৰা বৰুৱাৰ সংসাৰ
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #ramenbaruah #barnikabaruah
    #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

ความคิดเห็น • 30

  • @bijumonigoswami6083
    @bijumonigoswami6083 หลายเดือนก่อน +44

    সংৰক্ষণৰ বহুত প্ৰায়োজন।অসমীয়া মানুহৰ আৱেগ, সন্মান আৰু অভিমান জৰিত হৈ আছে।

  • @purabidevi5524
    @purabidevi5524 หลายเดือนก่อน +10

    সুন্দৰ পৰিৱেশন ।

    • @chitradas1191
      @chitradas1191 หลายเดือนก่อน

      পৰিবেশন কৰিব লাগে নে ৰমেন দাক কোনে এনেগতি কৰিলে ওলিয়াব লাগে????)

  • @nirusaikia7631
    @nirusaikia7631 หลายเดือนก่อน +2

    বহুতো নজনা কথা জানিব পাৰিলো । কিন্তু এই কথাবিলাক বহু আগতেই সাক্ষাৎ হ'ব পাৰিলেহেতেন আৰু বঁটা , সন্মান আদি জনাই তেওঁকক সন্মান জনাই মনত সুখ,আনন্দ পালে হেঁতেন। আমাৰ দেশত জীয়াই থাকোঁতে সন্মান দিব নেজানে ।🙏

  • @santonooacharjyya3422
    @santonooacharjyya3422 หลายเดือนก่อน +5

    Xundor New...Bipodor Dinot Maanuhok Eenekoi Utshahito koribo laage...Government should preserve this sweet Home...

  • @Reality-x5p
    @Reality-x5p หลายเดือนก่อน +7

    ইমান দিনে এইখিনি তথ্য কোনেও প্ৰচাৰ কৰাৰ আগ্ৰহী নাছিল, বিশিষ্ট ব্যক্তিজন নিৰুদ্দেশ হোৱালৈ 😢। ভাল লাগিল জানিব পাৰি কথাখিনি।তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা যাচিলো ।সকলোৰে আন্তৰিক আশা ৰমেন বৰুৱা ঘুৰি আহক....😥

    • @user-mk8ui3ov4d
      @user-mk8ui3ov4d หลายเดือนก่อน

      ৰমেন বৰুৱাই কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l หลายเดือนก่อน +1

    অসমৰ ইমান গুৰুত্ব পূৰ্ণ দিশ অতদিনে সুপ্ত অৱস্থাত আছিল।সঙৰক্ষনৰ প্ৰয়োজন।

  • @saratkalita7685
    @saratkalita7685 หลายเดือนก่อน +6

    এখন ঐতিহ্যপূৰ্ণ ঘৰ

  • @pranayeenath
    @pranayeenath หลายเดือนก่อน +1

    বহু কথা জানিব পাৰি ভাল লাগিল।❤

  • @lnl6069
    @lnl6069 หลายเดือนก่อน +2

    Eman Atijjo purnno ghar huar pisoto ei Gharto pruti, teulokr proti Sarkaror kuno khadissa nai...? Karon Ami Okhomr huar upori tate Kamrupor hua babe...?
    Ei ghartu Johi khoji jab nedi yeak khongrokshon kori rakhib lage...
    gharto bor khundor ghar hoi. Val lagile...🙏🙏

  • @sauravbarua9035
    @sauravbarua9035 หลายเดือนก่อน

    Government should preserve this sweet home 🙏

  • @dhrubakalita8970
    @dhrubakalita8970 หลายเดือนก่อน

    ঐতিহাসিক ঘৰটো চৰকাৰে নিজৰ তত্ত্বাৱধানলৈ আনি সংৰক্ষিত কৰিব লাগে। ই অসমৰ জাতিয় সম্পদ।

  • @S.M.8439
    @S.M.8439 หลายเดือนก่อน +3

    অঘটন নঘটালৈকে ৰাইজ সচেতন নহয়।

  • @bimansaikia4305
    @bimansaikia4305 หลายเดือนก่อน +1

    সচায় আমি কমলাকান্ত ভট্টাচাৰ্য্য দেৱে কোৱাৰ দৰে উলংগ দেশৰ কামকি ধোৱাৰ নোশোভে লোকৰ কাপোৰ সাজে। সচায় আমি গুনিৰ মোল নুবুজা ৰাজ্যত আছো।

  • @boonsaikia8526
    @boonsaikia8526 หลายเดือนก่อน +1

    Tea gardenor sahebor Bungalow bur enekuwa hoi ,upor tola ghor khini kathor floor hoi ,moi Baruah family r ghor tut ebar goisilu bahut bosoror agate.

  • @saratkalita7685
    @saratkalita7685 หลายเดือนก่อน +9

    অসমৰ এগৰাকী প্ৰখ্যাত ব্যক্তিসকলৰ ভিতৰত এজন তেখেতৰ

  • @santonooacharjyya3422
    @santonooacharjyya3422 หลายเดือนก่อน +1

    Maanoshik Aahare Maanuhok jiyai thaki Srishti Kori Prithibi Sohoki koriboloi Saamol jugai...

  • @user-kx4ku6xz6m
    @user-kx4ku6xz6m หลายเดือนก่อน +2

    Kote gosi gol baru . Khub dokhor bikhoi.

  • @surenboruah3241
    @surenboruah3241 หลายเดือนก่อน

    🙏🙏🙏🙏🙏

  • @chitradas1191
    @chitradas1191 หลายเดือนก่อน +1

    History গাই লাভ নাই সকলোৱে জানে কথা হৈছে ৰমেন দা কত??? আৰু কোনে এনে গতি কৰিলে? তেওঁক কিয় নিজৰ মতে জীয়াই থাকিব নিদিলে? ঈশ্বৰে তেওঁক দীঘায়ু দিলে আৰু আত্মীয়ই তেওঁক জীয়াই থকাটো নিবিচাৰিলে । অতনু ভূ্ঞাদেৱে কুৱাৰ দৰে আত্মীয় দুয়োজনী ফুলনদেৱীক পুলিচে জেৰা কৰক 😡😡😡😡😡

  • @user-te7cu1qp8n
    @user-te7cu1qp8n หลายเดือนก่อน

    ঐতিহ্যপূর্ণ ঘৰটো বহু বছৰ ধৰি মেৰামতি তথা ৰঙ আদি কৰা নাই । সেইতো কৰা হলে ঘৰটো দেখিবলৈ আৰু ধুনীয়া হলহেতেন !

  • @himanibanikya8168
    @himanibanikya8168 หลายเดือนก่อน

    মিউজিয়াম বনাব লাগে❤❤❤❤❤❤❤❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏🙏

  • @uresha1000
    @uresha1000 หลายเดือนก่อน

    বহুতো নজনা কথা জানিব পৰিলো ।

  • @chatradharborah8479
    @chatradharborah8479 หลายเดือนก่อน

    Tekhetor gharkhan Assam Governmente preseve koribo lage

  • @deboborah5858
    @deboborah5858 หลายเดือนก่อน

    বহুত বেয়া ধৰণে আঘাত পাবলাগিব।

  • @RanjanKrneog
    @RanjanKrneog หลายเดือนก่อน

    Eai oeitihahik ghartu sanrasan kori meuseum koribo lage

  • @TCF573
    @TCF573 หลายเดือนก่อน +1

    Teu korbat ase

  • @saratkalita7685
    @saratkalita7685 หลายเดือนก่อน

    😂