Hagorika//Nabajit & Hunti//Diganta//Moran Bihu//New assamese songs

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024
  • সাগৰিকা-2022
    কণ্ঠ-
    নৱজিৎ ৱৰেণ্য বৰুৱা
    সুন্তি মইনা বড়া
    গীতৰ কথা সংগ্ৰহ আৰু সুৰ সংযোজন-
    নৱজিৎ ৱৰেণ্য
    সুন্তি মইনা
    পল উৎপল
    বাঁহী-
    বিতোপন কোঁৱৰ
    ঢোল/তাল-
    পল উৎপল গোহাঁই
    সংগীত শব্দ-সংমিশ্ৰণ:
    দিগন্ত মৰাণ
    বেটুপাত-
    তুষাৰ গোহাঁই
    ভিডিঅ' প্ৰস্তুত-
    সুৰুজ চেতিয়া
    বিশেষ কৃতজ্ঞতা-
    লাতেশ্বৰ চেতিয়া
    জ্যোতি গোহাঁই
    বিজু মৰাণ
    নৱকান্ত বড়া
    ৰূপম দহটীয়া
    দেৱজিৎ দহটীয়া
    মনোজ মৰাণ
    ৰাতুল মৰাণ
    বিশ্বজিৎ প্ৰিয়ম
    হৃদয়জ্যোতি
    বৰ্ণ বিশাল
    নিশি ৰাগ
    নিৰন্তৰ নীলিম
    ভাস্কৰ বিকাচুৰ্য্য
    পিপিং
    নৱাৰ্ট ৰঞ্জন
    দেদি বড়া
    তুলন মৰাণ
    সদৌ মৰাণ ছাত্ৰ সন্থা ব্ৰহ্মাজান শাখা
    "সাগৰিকা-2022"
    (মৰাণ বিহু গীত)
    পূৰ্ণিমা নিশা জোনাকত নাচনী ঐ
    মৰম দিছিলা অন্তৰত
    মৰম কোনে কৰিব নাচনী ঐ
    মোৰে ভঙা হৃদয়ক
    মনে পতা ফুলনিত নাচনী ঐ
    ফুল জানোঁ ফুলিব
    ফুলুটে ফুল ফুলিব নাচনী ঐ
    কলিতে মৰহিব
    নেপায় নহয় ঠগিব নাচনী ঐ
    প্ৰৱঞ্চনা কৰিব
    প্ৰৱঞ্চনাৰ মহা পাপ নাচনী ঐ
    (তোমাৰে গাত লাগিব)2 চাবা
    সাগৰিকা টেকেৰী বিলতে
    সাগৰিকা জাকৈ বায় আছিলা
    সাগৰিকা জাকৈ বায় ঠাকুঙ তে
    সাগৰিকা ককৰা উঠিলে
    সাগৰিকা ককৰা ধৰুংতে
    সাগৰিকা আঙুলি চেপিলে
    সাগৰিকা আঙুলিত চেপুংতে
    সাগৰিকা চিঞঁৰি মাতিলা
    সাগৰিকা মোকে পায় কাষতে
    সাগৰিকা (সাৱটি ধৰিলা)2মোক ।
    (ম'হে পানী খালে ঐ নাচনী
    টেকেৰী নো বিলতে
    মই ঠগে খালোঁ ঐ নাচনী
    তোমাৰে নো লগতে)2
    কাঁচিয়ে কাটিলে ঐ নাচনী
    ৰঙা কৈ তেজ ওলাব
    হৃদয় ভাঙি গলে ঐ নাচনী
    কোনে জোৰা লগাব
    কোনে জোৰা লগাব কোৱা।
    তোমাৰে বেজাৰত ঐ নাচনী
    (পৰি দিম দিহিংত)2
    (যদি যোৱা পাহৰি)2 মোক
    তোমালে মৰম বোৰ ঐ নাচনী
    (ৰাখিছোঁ মই যতনাই)2
    (পাহৰি ঐ নাজাবি)2 মোক
    #oinasoni
    #Allmoranculture
    #chawrokmusic
    #Digntamusic

ความคิดเห็น • 248