শৰত কালৰ ৰাতি | কমলা গগৈ | Sarato Kalaro Rati | Kamala Gogoi | Dihanam | Horinam | Bhoktigeet
ฝัง
- เผยแพร่เมื่อ 6 ส.ค. 2024
- শৰত কালৰ ৰাতি | কমলা গগৈ | Sarato Kalaro Rati | Kamala Gogoi | Dihanam | Horinam
শিৱসাগৰ জিলাত অনুষ্ঠিত হৈ থকা মহা পালনামত শ্ৰদ্ধাৰ কমলা গগৈ ককাইদেউয়ে পৰিৱেশন কৰা এটি সুন্দৰ অনুষ্ঠান আপোনাসৱৰ বাবে আগবঢ়াই দিছো.... জয় গুৰু শংকৰ.... জয় গোবিন্দ কৃষ্ণ 🙏অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা সমূহ ভকত বৈষ্ণৱ আই মাতৃসৱলৈ আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিছো....
anupombitupon
kamala gogoi
dihanam
horinam
tukari geet
bhokti mulok geet
kamala gogoi dihanam
dihanam 2023
anupam bitupon
horinam 2023
new dihanam
new horinam
kamala gogoi hori naam
kamala gogoi tukari geet
kamala gogoidihanam
newkamala gogoi song
kamala gogoi bhagawat path
dihanam competition
dihanam zubeen garg
dihanam world record
horinam song
horinam song kritan
horinam zubeen garg all song
#anupombitupon
#kamalagogoi
#dihanam
#horinam
#tukarigeet
#bhoktimulokgeet
#kamalagogoidihanam
#dihanam_2023
#anupambitupon
#horinam2023
#newdihanam
#new_horinam
#kamalagogoihorinaam
#kamala_gogoi_tukari_geet
#kamala_gogoidihanam
#newkamala_gogoi_song
#kamala_gogoi_bhagawat_path
#dihanam_competition
#dihanam_zubeen_garg
#dihanam_world_record
#horinam_song
#horinam_song_kritan - เพลง
Gurudev🙏🙏🙏🙏🙏😢😢
Gurudev
Very nice
❤ From Udalguri Orang
Love from Dhemaji
Dhuniya lagise
অতি সুন্দৰ ❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ আপোনাসবক সেৱা ধৰিছো । সুন্দৰ সুমধুৰ দিহানাম টি শুনি বৰ ভাল লাগিল কৃষ্ণ।
কৃষ্ণ
Val lagel sai ❤❤❤ love from golaghat
সুন্দৰ কণ্ঠ। সুন্দৰ পৰিবেশন।
সুন্দৰ হৈছে 🙏
Eman hundar lagise gurujonar nam montu val lagi gol ❤❤❤❤
❤❤❤ bht vall lagil xuni🙏🙏🙏
🙏🙏🙏🙏❤️❤️❤️❤️🌹🌹🌹🌹🌹তিনিচুকীয়াৰ পৰা সেৱা নিবেদিলোঁ ।
মাতটোত কি যাদু আছে নাজানো মন-প্ৰাণ জুৰ পৰি যায়, কৃষ্ণ 🙏🏻🙏🏻🙏🏻
আই সকলৰ উচ্ছাস দেখি মনটো ভাল লাগিল।❤
Hundar hoise
কৃষ্ণ বাপ বৰ সুন্দৰ পৰিবেশন ভাল লাগিছে।
Hundor 🙏
🙏🙏🙏
🙏🙏🙏🙏
🙏🙏
🙏🏻🙏🏻🙏🏻❤️❤️🙏🏻🙏🏻🙏🏻
Hundor
Raajib daa video lage❤
First comment first like de🎉🎉🎉🎉🎉🎉🎉
🙏🙏🙏🙏
Ae belak nam gai gurujonar nete neym namana bapar matro
হিংসা কৰিব নাপাই
আপোনাৰ শ্ৰাদ্ধলৈ মাতিবলৈ কৈ যাৱ ঘৰৰ মানুহক বিনা পইছাত গায় থৈ আহিব।
Probhu apunar nam huni bor hontukh palu apunaloi kruti kruti namashkar krishna
হেপৰভু গাই যাওক চোন অতি সুন্দৰ হৈছে আৰু এই ধৰণৰ গীত শুনিবলৈ পালে মনত ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ কৰো,,, সেয়ে একে সুৰতে কও আপুনি গাই যাওক চোন,,,,,
অতি সুন্দৰ হৈছে আৰু এই গীতটো শুনি ও ভাল লাগিছে সেয়ে, কও,বৈকুনথলে গলেও অতিকৈ ভাল লাগিব,,,, নকলেও হয় যে ইমান ভাল লাগিল গীত টো শুনিবলৈ পাই,,,,
কৃষ্ণ , সমস্তজনা ভক্ত বৈষ্ণৱলৈ আমাৰ ভক্তিভৰা সেৱা নিবেদিলোঁ 🙏🙏🙏🙏 আই সকলক দেখি ইমান ভাল লাগিছে ইমান সুন্দৰ পৱিত্ৰ সাঁজত । কোন ঠাইৰ অনুষ্ঠান বাপজনা ?
শিৱসাগৰ জিলা
Krishna Krishna Krishna (from hariyana)
কৃষ্ণ বাপ 🙏 হিয়া ভৰা নিবেদন❤️
A🙏🙏🙏🌺🖲🖲
এনে এক মহাপুণ্য ধামলৈ পৰিনত হোৱা ভক্ত আই সকললৈ সশ্ৰদ্ধ প্ৰনিপাত জনালোঁ৷🙏🙏🙏
🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ আপোনাসবক সেৱা ধৰিছো । সুন্দৰ সুমধুৰ দিহানাম টি শুনি বৰ ভাল লাগিল কৃষ্ণ।
🙏🙏🙏