হাৰিয়ানাত হাৰিল, এইবাৰ মহাৰাষ্ট্ৰতো মহা সংকট বিজেপিৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ต.ค. 2024
  • ♦️হাৰিয়ানাত হাৰিল, এইবাৰ মহাৰাষ্ট্ৰতো মহা সংকট বিজেপিৰ
    #হাৰিয়ানা #কংগ্ৰেছ #মুখ্যমন্ত্ৰী #বিজেপি #মোদী #শ্বাহ

ความคิดเห็น • 13

  • @Rahul-e2x7z
    @Rahul-e2x7z 3 วันที่ผ่านมา +4

    নৰেন্দ্ৰ মোদীক হাটাও ভাৰত বচাও ভাৰত খন বেছি বেছি খেখ কৰিলে

  • @hafijursikder9104
    @hafijursikder9104 3 วันที่ผ่านมา +7

    ঝাৰখণ্ডতো জ্বৰ আহিব ।

  • @GauriBaruah-gx7ck
    @GauriBaruah-gx7ck 3 วันที่ผ่านมา +5

    এটিয়াই মন্তব্য নিদিওঁ! ফলাফল ওলোৱাৰ পিচতহে মন্তব্য দিম যে মোডী তুমি ৰাজনীতিৰ পৰা সন্যাস লোৱা, তুমি জনতাৰ ওচৰত অপ্ৰাসঙ্গীক। তোমাৰ দ্বাৰা ভাৰত বিশ্ব গুৰু হোৱাটো ৰাইজে নিবিচাৰে। তোমাৰ পৰা "যিটো কও সেইটো কৰো, যিটো কৰো সেইটো কও" এই প্ৰতিশ্ৰুতি নালাগে আৰু গেৰান্টিও নালাগে।সন্যাস লোৱাৰ আগে আগে ব্যৱহাৰ কৰা চুটপেন্ট, চুৰিদাৰ, ছাল, ঘড়ী,কলম ইত্যাদি নিলামত দি যাবা, ৰাজভৰালত কেইবা কোটি টকা জমা হ'ব। অমি অভাবত থাকিম ঠিকেই কিন্তু শান্তিত থাকিম। য'ত ধৰ্মৰ লগত ধৰ্মৰ খোকা খুণ্ডা নালাগে, সাম্প্ৰদায়িক জুই নজলে।

  • @abdurrahimbhuyan4465
    @abdurrahimbhuyan4465 3 วันที่ผ่านมา +1

    চাওঁ, কাইলৈ কি হয়গৈ ।

  • @tayyeburrahman7362
    @tayyeburrahman7362 2 วันที่ผ่านมา

    চেঠজী গয় !

  • @MonowarHusan-f3f
    @MonowarHusan-f3f 3 วันที่ผ่านมา

    Laga

  • @NripenThakuria
    @NripenThakuria 2 วันที่ผ่านมา

    হাৰিয়ানাত কোন জিকিলে ?

  • @Deka2243
    @Deka2243 วันที่ผ่านมา

    Rahular para taka paise chahe

  • @Hudipta
    @Hudipta 13 ชั่วโมงที่ผ่านมา

    Atiya laj laga nai n

  • @afterhussain3245
    @afterhussain3245 3 วันที่ผ่านมา +2

    Bjp hatau India bosau

  • @TCF573
    @TCF573 3 วันที่ผ่านมา +1

    Zharkhand t tu Hemonto soren r bade aan kaku Vote nidiye tar manuhe