Excellent song video, my favourite video, best song video, I love you this video, my favourite video, best song video, most beautiful song video, I love you this video.
Purona gaan bur hunilehe mind tu fresh hoi mur.. Kimann meaning thka gaan.. Hunile buku sui jai.. Aji kali tu ankwa gaan naie.. Sobe njr LOVE story t busy.. Romantic song nhole nhunei.. Xosakoi Oxomiya jogot t ankwa gaan bur heirai goise.. New song r vtrt atya NAKSHATRA tu hunibo pra val gaan ata.. Moi bhabu oxomiya jogotoloi akou jen ebur gaan ghuri ahe..
Aami horu thakute Aamar colony t g kunu function patilei ei geet2 bojaisil. Horure pora Amar sobore mukhosto asil ei gaan Keita. Aji Moi nostalgic. Love you Goswami sir.
মই আজিৰ পৰা 3 দিন হল এই গান টো বিচাৰি আছিলোঁ আজিৰ পৰা 3 দিন আগত আমাৰ ঘৰৰ ওচৰত এজন মানুহে এই গান টো গুণগুণাই আছিল মুৰ এই গান টো কিবা এটা ভাল লাগিল মই লগালক you tube টো on Kori বহুত চেষ্টা কৰিলোঁ কিন্তু বিচাৰি নাপালো পিছত মই সেই মানুহ গৰাকীক কোলে যে আপুনি গান টো যে গুণগুণাই চিল মোক কোক চন গান টো আজি বিচাৰি পালোঁ ❤ Love from Sorbhog barpeta
এই গীত বোৰেই আমাৰ সংগীত কিমান উচ্চ মানৰ তাৰ পৰিচয় দিয়ে... আশা কৰো এই গীতবোৰ যাতে কেতিয়াও হেৰাই নেযায়... আমাৰ ভৱিষ্যত প্ৰজন্ম ও যাতে এই গীত বোৰ উপভোগ কৰিব পাৰে..
Bohut dhuniya geet hkunile xuni thakibo mon jai moi jetiya khuru asilo tetiya redio t ai geet to bohut disil aru ai geet to dile bohut val lagisil akanto mone xunisilo ajio je amar majot anekua geet bilak jiyai ase tar babe bohut val lagise aru agoloi anekoiye jen thake .. best singer
Excellent song video, my favourite video, best song video, I love you this video, my favourite video, best song video, I love you this video, my favourite video, best song video.
World no 1 best song video, my favourite video, best song video, I love you this video, my favourite video, best song video, my favourite video, best song video, I love you this video.
Best song, my favourite song, I love you this song, marvelous, superhit, amazing, evergreen, world no 1 best,so sweet voice, marvelous, superhit, beautiful, awesome, excellent song
Bhut vl lage ai geet bur xuni. Kin2 bortoman oxom khn ji fale goti kri ase. xeyehe vabile voy lage ai geet bur onagoto dn burot heray jbo buli. Ai omulyo geet bur xurokkhito kri rakhiboloi ami xokoluwe sesta kra usit.
Anekuwa Geet bilak aji karo ghort xuniboloi powa najay.... Moy bojay thaku taku koy ki burha manuh aito buli..... Kintu aibilak Geet xunar amej a beleg..... Kiba 1ta vall lagi jay
কি গীত আছিল, কি শব্দ, কি সুৰ, কি সুন্দৰ আৰু সাৱলীল পৰিৱেশন শৈলী,,, শুনি শুনি আমনি নলগা গীত এইবোৰ, লোকনাথ গোস্বামীৰ দুটি গীত প্ৰতিটো মূহুৰ্তত মোৰ মূখত থাকেই " আমোলমোল শেৱালীৰ গোন্ধ " আৰু মঘাই বুলে ঢোলৰ মাত "
আজিলৈকে মই এই দুটি গীতৰ লগত ফেৰ মাৰিব পৰা গীত শুনা নাই,,, ❤❤❤
Excellent song video, my favourite video, best song video, I love you this video, my favourite video, best song video, most beautiful song video, I love you this video.
জাতি মাতিৰ গোন্ধ থকা গীত .শুনিলে গা মন শীতল পৰি যায়.
শুনিলে শুনি থাকিব মন যায়.
খুব সুন্দৰ গীত, শুনিলে শুনি থাকিব মন যায়, মোৰ খুব প্ৰিয় গীত। ধন্যবাদ ছাৰ।
শিল্পী গৰাকীৰ এক অনবদ্য ও অতুলনীয় অৱদান। যুগজয়ী গীত। সদায়েই প্ৰশংসিত হৈ থাকিব।
thanks dadada
কি অপুৰ্ব সৃষ্টি এই গানটি । বাৰে বাৰে শুনিও হেপাঁহ নপলায় । আজিকালি এনেকুৱা গান শুনিবলৈ পোৱা নাযায় । সৃষ্টিৰ অভাৱ অনুভৱ কৰিছোঁ ।
কোনে-কোনে , এই অপূৰ্ব সুন্দৰ গানটো শুনিছে , ২০২০'ত । 😍
এইবোৰ গানে প্ৰমান কৰে অসমীয়া সংগীতজগতখন কিমান চহকী। লগতে কল্পতৰু অনুস্থানটো বৰ ভাল লাগিছিল দে,এইবোৰ বৰ মনত পৰে
অসমীয়া সংগীত জগতলৈ এই গীতটো এক অনবদ্য সংযোজন ৷ গীতটি সঁচাকৈয়ে বাৰে বাৰে শুনিবলৈ মন যায় ৷
Purona gaan bur hunilehe mind tu fresh hoi mur.. Kimann meaning thka gaan.. Hunile buku sui jai.. Aji kali tu ankwa gaan naie.. Sobe njr LOVE story t busy.. Romantic song nhole nhunei.. Xosakoi Oxomiya jogot t ankwa gaan bur heirai goise.. New song r vtrt atya NAKSHATRA tu hunibo pra val gaan ata.. Moi bhabu oxomiya jogotoloi akou jen ebur gaan ghuri ahe..
Very very nice
সচা কথা কৈছে
thanks dada
Aami horu thakute Aamar colony t g kunu function patilei ei geet2 bojaisil. Horure pora Amar sobore mukhosto asil ei gaan Keita. Aji Moi nostalgic. Love you Goswami sir.
কি যে সুমধুৰ গীত !!!
শুনিলে শুনি থাকিবৰ মন যায়।
বৰ সুন্দৰ ছাৰ। আপোনাক বহুত ধন্যবাদ ছাৰ। মন পৰসা গীত। মোৰ মনৰ গান।
আমাৰ শৈশৱ এইবোৰ গীত শুনিয়েই পাৰ হৈছিল ।। এতিয়াও দেহৰ ৰন্ধে ৰন্ধে প্ৰবাহিত হৈ আছে এই চিৰসেউজ গীতসমূহ।।।।।।
বহুত ধুনীয়া গান.... হৃদয় ছুই যায় এইবোৰ গানেই
A gaan tu hulila, horu kal or kotha monot pori jai. One of my very fav song❤. Ak dom nostalgic hoi jau aru a geet ti hunila❤
Long live Assamese culture.
এই গীতবোৰ জীয়াই ৰাখিবলৈ প্ৰতিজন অসমীয়াই চেষ্টা কৰা উচিত। কাৰণ, আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে এই গীতবোৰ।
one of my most favourite song since school life. .. Guswami khuwa is a very genuine man. ... first I met him in mumbai 2016 Nov 9th
jani
Best song video, superhit, beautiful, awesome, excellent song video
মই আজিৰ পৰা 3 দিন হল এই গান টো বিচাৰি আছিলোঁ আজিৰ পৰা 3 দিন আগত আমাৰ ঘৰৰ ওচৰত এজন মানুহে এই গান টো গুণগুণাই আছিল মুৰ এই গান টো কিবা এটা ভাল লাগিল মই লগালক you tube টো on Kori বহুত চেষ্টা কৰিলোঁ কিন্তু বিচাৰি নাপালো পিছত মই সেই মানুহ গৰাকীক কোলে যে আপুনি গান টো যে গুণগুণাই চিল মোক কোক চন গান টো আজি বিচাৰি পালোঁ ❤ Love from Sorbhog barpeta
এই গীত বোৰেই আমাৰ সংগীত কিমান উচ্চ মানৰ তাৰ পৰিচয় দিয়ে... আশা কৰো এই গীতবোৰ যাতে কেতিয়াও হেৰাই নেযায়... আমাৰ ভৱিষ্যত প্ৰজন্ম ও যাতে এই গীত বোৰ উপভোগ কৰিব পাৰে..
হয় । চিৰ যুগমীয়া গান ।
যিবিলাক অন্তৰত বহি গৈছে তাক কেনেকৈ আঁতৰাব ।
যুগমীয়া গীত যুগ যুগ এনেকৈয়েই থাকিব ।
Aponar Lagat moi sanmat
You
same wish
Bohut dhuniya geet hkunile xuni thakibo mon jai moi jetiya khuru asilo tetiya redio t ai geet to bohut disil aru ai geet to dile bohut val lagisil akanto mone xunisilo ajio je amar majot anekua geet bilak jiyai ase tar babe bohut val lagise aru agoloi anekoiye jen thake .. best singer
I was looking for this song from a long time.. thanks!
Lakhs of thanks sir, for this song. Aami anedore asom dekot bohhu vhaka vaki jono gono aakotar jorirea ban khai aasu, aaru thakim siro dinoloi.
Moja gan dei hosakoi.
Wow Bohutbohut bhal lagil huni 💕👌💕
Excellent song video, my favourite video, best song video, I love you this video, my favourite video, best song video, I love you this video, my favourite video, best song video.
আমাৰ সংগীত জগতত এক অনবদ্য সংযোজন......
Best song video, my favourite video, I love you this video, my favourite video, best song video, I love you this video.
সৰুৰে পৰা শুনি আহিছো এই সমন্বয়ৰ গীতটো । বৰ ভাল লাগে গীতটো । অসম থকালৈকে এই গীতটো অসমীয়াৰ বুকুত বাজি থাকিব ।
bohut dhunia gaan.....anekua gaan lage amak....
saidul Ali
+Rana Ali 0000000000
+Rana Ali,00000000000ki nu?
অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ একতাৰ দোলডাল অধিক সুদৃঢ় কৰিবলৈ গীতৰ জৰিয়তে প্ৰয়াস কৰা সমন্বয়ৰ গীত।
সছাকৈ আগৰ এই গিট বোৰ বৰ মন মোহাৰ আছিল ❤❤❤❤❤❤❤❤❤
সচাই এনে গীতবোৰৰ কথা আৰু সুৰে মন পুলকিত কৰি তোলে। আপোনাৰ লৈ অশেষ ধন্যবাদ, গোস্বামী SIR. আপোনাৰ লোকৰ দৰে শিল্পী অসমী আই বুকুত বহু সোভাগ্য বলত হে পোৱা যায়। আপোনাৰ লোকৰ এনেবোৰ গীতৰ অৱদানৰ বাবে আমাৰ গীতৰ ভৰাল আজিও চহকী।এই মনোমোহা গীতবোৰ অসমীয়াই বুকুত যেন চিৰসেউজ হৈ ৰয় তাৰে কামনা কৰিলোঁ।
I am very pleased with the lyric and meaning of the SOCIETY COORDINATION song.....🤗🤗🤗🤗🤝🤝🤝🤝🤝🏅🏅🏅🏅🏅🙏🙏🙏
Best Dr.Loknath Goswami,Dr.Moghai Ojha
World no 1 best song video, my favourite video, best song video, I love you this video, my favourite video, best song video, my favourite video, best song video, I love you this video.
বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ গীত।।।
মোৰ সাংবাদিক জীৱনত গোস্বামী ককাইদেউৰ এটা সাক্ষাত্কাৰ লৈছিলো, প্ৰতিটো কথাই অন্তৰ পৰশি গৈছিল
Bohut val paw aigantu .
Sar iman Hundor gan huni thakibor mon jai ai Hundor monumuha gan bur jn hodai jiai thake aiai bhogobanor ushorot mur amar hokolure parthona krishno
ঐক্যবদ্ধতা কি মহান প্ৰকাশ।
Nice song
Aaibur Gaan Khuniley Blood Garam Hoi Jaai. Jai Aai Asom. U R Great Baidaw
বৰ ধুনীয়া লাগে গীতো শুনি।পুৰণি গীতবোৰ শুনিলে শুনি থাকিব মন যায়।❤❤❤
Nice song I like you
অতি আপুৰুগিয়া গীত উপহাৰ দিলে । তাৰ বাবে ধন্যবাদ
Thanks
@@nilutpolplays7283 ggggggg
One of my most favourite song... Excellent lyrics an music
শুনি আমনি নেলাগে।চিৰযুগমীয়া গীত।
*সাম্প্ৰতিক সময়ত বৰকৈ প্ৰয়োজনীয় গীত*
গানটো এবাৰ শুনিলে শুনি থাকিব মন যায় ৷
Axom Amar hosakoi xuwoni rupohi aru moromi ...Ami hosakoi bhut lucky Ami ai axom r nibakhi .. I love my Assam
Really,,, we as the member of new Assamese society should avoid caste discrimination and think for the unity of Assamese people
কেঁচা মাটিৰ সোণ আছিল এইবোৰ গীত
চিৰ-সেউজ ❤️
চিৰসেউজত ৰ'দালিৰ ৰহন, আগৰৱালাই দিয়ে সোঁৱৰায় সোণসেৰিয়া কৃষ্টি ভাবিকালৰ সমাজলে লাগে নতুন সৃষ্টি।
Big fan
বৰ সুন্দৰ গান
Aji ei gan tu hunibo kiba mon gol bohut dinor murot hunilu vhal lagil😌
অতি সুন্দৰ সুৰিয়া গীত❤
সঁচাই আগৰ গীত বোৰ বৰ ভাল আৰু বহুত অথ আছিল❤❤
Otikoi dhunia geet... Mon jur pori jai aibur geet hunile
সুন্দৰ কন্ঠত পৰিবেশন কৰা জনপ্ৰিয় গীতটি য়ে মন্ত্ৰমূগ্ধ কৰিলে।
Best song, my favourite song, I love you this song, marvelous, superhit, amazing, evergreen, world no 1 best,so sweet voice, marvelous, superhit, beautiful, awesome, excellent song
সৰুতে ষ্টেজ পাৰফৰ্ম কৰোঁতে এই গীত টোৰে আৰম্ভ কৰোঁ।
সুন্দৰ গান👍
এইটো চেনেলৰ নাম কি????? শুনি কি ভাল লাগি| বা কি ভাল লগিল ||| বা বা
Guinness world records book world no 1 best song, my favourite song, I love you this song, my favourite song
A great song with powerful lyrics and tune.
One of my favourite song . I like this song. I like song very much
Really good
Your welcome
Please play old sweet song
Thank
From goa
Bhut vl lage ai geet bur xuni. Kin2 bortoman oxom khn ji fale goti kri ase. xeyehe vabile voy lage ai geet bur onagoto dn burot heray jbo buli. Ai omulyo geet bur xurokkhito kri rakhiboloi ami xokoluwe sesta kra usit.
অসমীয়া সংস্কৃতিক চহকী কৰাত অনবদ্য অৱদান আগবঢ়াই আহিছে এই গীত সমূহে।
এনেচিৰস্মৰণীয় গীত সমুহ বোজাসকলৰ বাৱে সদায়ে নতুনঃ
বৰ সুন্দৰ গীত মহাশয় বৰ ভাল লাগিল।
সুন্দৰ গীত
Mur priyo geet hoi... 😍 😍 😍
এই গীতটি শুনি বৰ ভাল লাগে। অতি সুন্দৰ গীত।
A contemporary evergreen Assamese song :-)
গীতটে বৰ মন পৰযা
Bohut val gaan my favourite song👌👌👌
অতীতৰ বহু কথাই মনত পৰে এই গানটো শুনিলে । i love this songs
বাঃ কি সুন্দৰ গীত
Bohu Din Par hoi Gol, Aaji huniba Palu. Moi Radiot He Huniba Paisillu ai gan2...1997, 1998 Man Sonot.
মাটিৰ বাহিৰে আমিনো কত খোজ কাহিম ঘৰ দুৱাৰ কত বনাম ৰেল গাড়ি মটৰ ইত্যাদি কত চলা চল কৰিবলৈ পাৰিব (ইমান সুন্দৰ মনোমোহা কণ্ঠ স্্গীত পৃথিৱীৰ বিশ্বৰ ভিতৰত (প্ৰধান আৰু প্ৰথম ) ভক্তি ভকতী ৰসৰ অমৃত ময় আৰু বৈকুণ্ঠ পুৰ এই খনেই ) নামেই তেখেতৰ লোক নাথ গোস্বামী লোকৰ বাবে কাৰণে ইমান সুন্দৰ শুৱলা শুৱনি মনোমোহা কণ্ঠ স্্গীত (মনোৰঞ্জন আনন্দ উপভোগ কৰিবলৈ সৃষ্টি গানেৰে সৃষ্টি কৰি দিলে +পৃথিৱীৰ বিশ্বৰ মানৱ জাতিৰ বাবে কাৰণে (অউম শান্তি+
Bor hundor lagil..
bohut vaal lagil gaantu honi.Bohut dinar murat honilu
আপোনাৰ গীতবোৰ বহুত ভাল লাগে
গানটো শুনি সৰু কালৰ কথাবোৰ মনত পৰি গ'ল মোৰ সৰুতে এই গানটো ৰেডিঅ'ত বহুত শুনিছিলো আজি আকৌ বহুত বছৰৰ পাছত শুনিলো।
Bahut val lage ai geet bilak huni ami hokolua ai geet bilak jiyai rakhibo lage old is gold
সচাকৈ অতিতৰ গীত বোৰৰ লগত আজিৰ কোনো গীতে তুলনা নহয়। বহুত ভাল পাওঁ। ন-পুৰণি গীতবোৰ।
এনেবোৰ গীত শুনিলে নিজকে অসমীয়া বুলি গৰ্বৰে কব paaruu
নিজৰ মাটিৰ গান মনমহা
Nice song
Nice video 🥰🙂
মোৰ প্রিয় গীত 😍😍😍
Mor bahutei moromor antar sui joa geet.
Ayai Amar asom aru asomiyar pran.
উপযুক্ত সময়ৰ উপযুক্ত গান, গান টো শুনিলে এতিয়াও স্কুলৰ দিনবোৰ মনত পৰি যায়। এইয়ে সময় নতুন প্ৰজন্মক এই গানটিৰ অন্তৰ্নিহিত অৰ্থতেওঁ বুজাই দিয়া।
অসমীয়া সংগীতৰ সোণালী গীত এইবোৰ
Borhiya gan
Nivaj asomiya mon pran jurua ati geet...
Anekuwa Geet bilak aji karo ghort xuniboloi powa najay.... Moy bojay thaku taku koy ki burha manuh aito buli..... Kintu aibilak Geet xunar amej a beleg..... Kiba 1ta vall lagi jay
ক'ত হেৰাই গ'ল সেই দিনবোৰ?😢😢😢
মন ভাল লগা গীত
অতিকৈ পুৰনি গীতটো বহুৱাৰ সুনিলু-হেপাহে নপলাই-
গীতটো সুনি থাকোতে চকুলু বৈ আহিল-বিশাল অৰ্থেৰে ভৰা ধুনিযা কন্ঠত অতি সুন্দৰ গীত/
বিষেসকৈ আৰু বেছি ভাল লাগিল-অনুৰোধৰ গীতৰ অনুণ্ঠানত এই গীতটো বজোৱাৰ বাবে-বহুত মিছ কৰু কলপাতৰু,ফনিন কলবাটৰু আদি----
নিযমিযা শ্ৰোতা আছিলু মযো////
আৰু এতিযা fm বহুত বহুত বেছি সুনো
Khorute Dd1ot saisilu.. n tetiar porai fvrt .. birate dhunia n khundor geet..
Perfect song, most beautiful song, love you this song,so sweet voice, marvelous, amazing, evergreen, world no 1 best song
এনেবোৰ গীত ৰেডিঅ' ত
শুণি বৰ ভাল লাগে !❤