- 41
- 48 451
Anuranan Hridoyor Spondon
India
เข้าร่วมเมื่อ 24 ก.ย. 2017
এজন চিত্ৰশিল্পীৰ সমান্তৰালকৈ প্ৰণৱ বৰুৱা এগৰাকী মানৱ দৰদী ব্যক্তি।
নতুন চামক চিত্ৰকলাকেই ভৱিষ্যতৰ পথেয় ৰূপে সপোন দেখুৱাত প্ৰণব বৰুৱা সফল হৈছিল।
มุมมอง: 905
วีดีโอ
চৰাইদেউ, অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ পৱিত্ৰ ভূমি
มุมมอง 119วันที่ผ่านมา
ইতিহাস, প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সাংস্কৃতিক পৰম্পৰাৰ সংমিশ্ৰণ হিচাপে চৰাইদেউ পৰ্যটকৰ আৰ্কষণৰ কেন্দ্ৰবিন্দু।
সপোনৰ সন্ধানত উত্তুঙ্গৰ দিশে যাত্ৰা, দৃষ্টিত সাগৰমাথা।
มุมมอง 17714 วันที่ผ่านมา
সকলো দায়িত্ব পালনৰ পাছত এটি সতন্ত্ৰ পৰিচয়ৰ সন্ধানত আগবাঢ়ি যোৱা ছোৱালীজনী।
হৃদয়ৰ ভাষাৰেই সৃষ্টি কৰে এটাৰ পাছত আনটো সুৰ।
มุมมอง 73821 วันที่ผ่านมา
শ্বিলঙৰ পৰা গুৱাহাটীলৈ এটি নতুন সুৰৰ গুণগুণনি। গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰ চৌহদ,সৃষ্টিৰ কঠিয়াতলীত অলে সুৰৰ গুণগুণনি।
এটি যাত্ৰাৰ ৰূপোৱালী বৰ্ষ,নাম নব প্ৰভাত
มุมมอง 181หลายเดือนก่อน
এজন যুৱক,এদল সাংস্কৃতিক কৰ্মী। এখন মঞ্চ, নাম নৱ প্ৰভাত। পৰম্পৰাগত খাদ্য সম্ভাৰৰ পৰা ফেশ্বনলৈ বিবিধ বিষয়। সন্মানীত হব বহুজন।
গীত মাত কবিতাৰ ছন্দেৰে মুখৰিত অকণিৰ আকাশ।
มุมมอง 523หลายเดือนก่อน
অকণিৰ পৃথিৱীত, অকণিৰ সৈতে এটি দিন, অকণিৰ কথা, অকণিৰ আশা, অকণিৰ সুবাস...
জীৱনৰ প্ৰতিটো ক্ষণ উদযাপন.. জীৱনেই সৃষ্টিৰ সমল...
มุมมอง 12Kหลายเดือนก่อน
তেওঁ লিখি যায়, সমাজৰ কাম কৰি যায়, আগবাঢ়ে তেওঁৰ জীৱন। Host and Concept- Monmoromi Mahanta. Graphics & Video Editing-Sushmita Sarma. Camera-Rana Audio- Parama Goswami.
গতানুগতিক জীৱনটোক সৃষ্টিৰ আধাৰলৈ ৰূপান্তৰ কৰি, এটি গতিশীল যাত্ৰা।@crazycouple-jinban
มุมมอง 2.9Kหลายเดือนก่อน
গতানুগতিক জীৱনটোক সৃষ্টিৰ আধাৰলৈ ৰূপান্তৰ কৰি, এটি গতিশীল যাত্ৰা।@crazycouple-jinban
পডকাষ্ট, ডিজিটেল মিডিয়া আৰু আজিৰ সাংবাদিক।@aboyobbhuyan
มุมมอง 2.4K2 หลายเดือนก่อน
পডকাষ্ট, ডিজিটেল মিডিয়া আৰু আজিৰ সাংবাদিক।@aboyobbhuyan
নৱৰাত্ৰিৰ প্ৰতিটো দিনেই কেনে ৰঙৰ সাজ পিন্ধি, কেনে ৰঙৰ ফুলেৰে মাক পূজা দিব, নিৰ্ধাৰণ কৰা থাকে।
มุมมอง 1.9K2 หลายเดือนก่อน
নৱৰাত্ৰিৰ প্ৰতিটো দিনেই কেনে ৰঙৰ সাজ পিন্ধি, কেনে ৰঙৰ ফুলেৰে মাক পূজা দিব, নিৰ্ধাৰণ কৰা থাকে।
নৱৰাত্ৰি ব্ৰত পালন কৰাৰ সময়খিনিত, আমি কি কৰা উচিত কি কৰা অনুচিত।।
มุมมอง 12K2 หลายเดือนก่อน
নৱৰাত্ৰি ব্ৰত পালন কৰাৰ সময়খিনিত, আমি কি কৰা উচিত কি কৰা অনুচিত।।
দৃঢ় মনঐকান্তিক প্ৰচেষ্টাসাফল্যৰ মাপকাঠি।
มุมมอง 1.1K2 หลายเดือนก่อน
দৃঢ় মনঐকান্তিক প্ৰচেষ্টাসাফল্যৰ মাপকাঠি।
স্বকীয় বৈশিষ্ট্যৰে উজলি থকা জয়ন্ত হাজৰিকাৰ গীত আজিও সকলোৰে সমাদৃত। Moheerooh
มุมมอง 3K3 หลายเดือนก่อน
স্বকীয় বৈশিষ্ট্যৰে উজলি থকা জয়ন্ত হাজৰিকাৰ গীত আজিও সকলোৰে সমাদৃত। Moheerooh
সঙ্গীতৰ পৰা শিক্ষা ক্ষেত্ৰখনলৈ তেওঁৰ অগাধ পাণ্ডিত্য।
มุมมอง 2.2K3 หลายเดือนก่อน
সঙ্গীতৰ পৰা শিক্ষা ক্ষেত্ৰখনলৈ তেওঁৰ অগাধ পাণ্ডিত্য।
Very inspiring interview 👏 we need many more
So inspirational.
Bohut bhal lagil sai ❤, Sir, was an inspiration🙏🏻
Thanks hridoyor spondon.
Very inspiring podcast. So much love and dedication for preserving the works of the great artist by his children for prosterity. Truly admirable. Looking forward to more such podcasts.
Thank you for your kind words and support! 🙏
লখিমী বৰুৱা এগৰাকী ভাল নৃত্য শিল্পীও আছিল ।
Nice nice so beautiful line ❤🙏
Thanks for liking
True line ❤❤❤❤❤🙏🙏🙏🙏🙏
Bahut dhunya baa
সুন্দৰ অনুস্থান
Inspiring
Felt very inspired watching Kalpana do what she did. I wish Kalpana brave everything on her path. ✌
অতি সুন্দৰ
ইমান যে ভাল লাগিছে 💐🙏
দুয়োজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।ইমান সুন্দৰ আলোচনা ।
আপোনাৰ কথাবোৰ বৰ ভাল লাগিল৷
ভিডিঅ'টো চাই ভাল লাগিল। মইও এনেকুৱা এখন বিদ্যালয় বহুত দিনৰ পৰা হোৱাতো বিচাৰিছিলো।
বাইদেউৰ এই বয়সতো বৰ সুন্দৰ ,কথা শুনি বৰ ভাল লাগিল। চিৰদিনলৈ অনুপ্ৰেৰণা হৈ ৰ'ব।ঐ ডালিম ,ঐ ডালিম... গোৱা বাইদেউ গৰাকীক মোৰ এতিয়াও একদম সৰু ছোৱালী দৰে ভাব হয়। আপুনি নথকাৰ কথা ভাবিলেই দুখ লাগে। মনমৰমী, তুমি এটা সুন্দৰ সাক্ষাৎকাৰ আমালৈ আগবঢ়ায় দিলা, তাৰবাবে অশেষ ধন্যবাদ। লাহে -লাহে এইসকল স্বনামধন্য ব্যক্তিৰ সান্নিধ্য আমাৰ জীৱনত কমি আহিছে।
Inspiration to all and specially for the new generation where most of today’s kids are busy with their mobile phone !!! Very well said Sanjana 👏👏👏 proud of you 👍
ইমান সুন্দৰ নাৰী
দাস বাইদেউ লৈ বহুত বহুত সেৱা জনাইছো। প্ৰগেম টো চাই বৰ ভাল লাগিল নমস্কাৰ জনাইছো
সুন্দৰ অনুস্থান
অশেষ ধন্যবাদ
🙏💗 খুব ভাল লাগিল অনুষ্ঠানটি। অতিকৈ প্ৰিয় বাইদেউৰ প্ৰতি , লগতে আপোনালৈ গভীৰ অভিনন্দন ও শ্ৰদ্ধা জনালোঁ ্
🙏👌👌👌❤ অতিকৈ অনুপ্ৰাণিত হ'লো। বৰ ধুনীয়া অনুষ্ঠান। শ্ৰদ্ধাৰ দুয়ো গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছো।
🙏 বৰ সুন্দৰ অনুষ্ঠান উপহাৰ দিলে বাইদেউ। অতিকৈ শ্ৰদ্ধাৰ মনীষী গৰাকীৰ প্ৰতি শতকৌটি প্ৰণিপাত জনাইছো। চিৰ পূজ্য বাইদেউৰ গভীৰ কিতাপ পঢ়ি নিজকে ধন্য মানিছো।ইমান সুন্দৰ এটি অনুষ্ঠান উপহাৰ দিয়াৰ বাবে আপোনাৰ প্ৰতি শতকৌটি প্ৰণিপাত বাইদেউ ।
অিসমৰ শিক্ষা -ৰত্ন ।বাইদেউৰ প্ৰতি ৌসেৱা জনালো ।দীৰ্ঘ য়ু হওকৌ।
কবিতা নাজানো গল্প নাজানো কিন্তু অনুভৱ কৰোঁ আলোচনা খিনিযে বৰ আবেগিক কৰিতুলিলে
সুন্দৰ 😍
🙏🙏🎉💓💓😢
🙏🙏💓
খুউব সুন্দৰ অনুস্থান।
বহুত ভাল লাগিল
Bor val lagil egoraki mohan manixikhr kotha xuni
বৰ ভাল লাগিল
খুউব সুন্দৰ অনুষ্ঠান
বহুত ভাল লাগিল !
বৰ ভাল লাগিল
Khub bhal lagil kathupathan .
Khub bhal lagil.. Many congratulations and best wishes
Thank you dada
দুয়োৰে কথাখিনি শুনি বৰ ভাল লাগিল।❤❤
অতি সুন্দৰ অনুষ্ঠান । বৰ ভাল লাগিল ।
ভাল লাগিল 🙏 কিন্তু তেখেতে যাৰ যাৰ কথা কৈছে অৰ্থাৎ শাহু শিহুৰ,পিতৃ মাতৃ সকলোৰে নামবোৰ কৈ দিয়া হ'লে ভাল আছিল। কাৰণ বহুতে হয়তো তেওঁলোকৰ বিষয়ে নাজানিব পাৰে।
অনুষ্ঠানটি বৰ ভাল লাগিল।
সুন্দৰ কথা বতৰা ভাল লাগিছে বাইদেউ♥️♥️
বহুত ভাল সাক্ষাৎকাৰ গ্ৰহণ কৰি আছা।
কিমান সৌভাগ্যশালী মনীষা.হাজৰিকা লগতে আমাকো তাৰ কণা অকণ দিয়াৰ বাবে বহুত ধন্যবাদ স্পন্দন
Apunak natunkoi abiskar korilu aji 🙏🙏
Mithuba bor bhal lagil dei. Bohut gan monot pelai dile
❤❤❤🎉
সুন্দৰ কথোপকথন বৰ ভাল লাগিল ❤❤
সুন্দৰ কথোপকথন বৰ ভাল লাগিল ❤❤