Dharma Malika Assam
Dharma Malika Assam
  • 77
  • 118 799

วีดีโอ

মহাপুৰুষ হৰিদেৱ আৰু অসমীয়া ভাষা /বহৰি সত্ৰ ১৪৫৩ খৃষ্টাব্দ /Mahapurush Haridev / Dhiren Sarma .
มุมมอง 19621 วันที่ผ่านมา
মহাপুৰুষ হৰিদেৱ আৰু অসমীয়া ভাষা / Mahapurush Haridev and Assamese language // Dhiren Sarma // Satra
বিদ্যালয়ৰ প্ৰাতঃ সভা/ ছাত্ৰ-ছাত্ৰীৰ সংকল্প l Morning Assembly .
มุมมอง 269หลายเดือนก่อน
বিদ্যালয়ৰ প্ৰাতঃ সভা/ ছাত্ৰ-ছাত্ৰীৰ সংকল্প l Morning Assembly .
শুভ জন্মাষ্টমী ২০২৪🙏🏻,তাৰিখ-সময়⏳| Janmashtami Date & Time 2024 | Assamese Video
มุมมอง 5K3 หลายเดือนก่อน
শুভ জন্মাষ্টমী ২০২৪🙏🏻,তাৰিখ-সময়⏳| Janmashtami Date & Time 2024 | Assamese Video
অম্বুবাচী (আমতি) - ২০২৪,তাৰিখ - সময় / Maa Kamakhya / AmbubachiMela 22-26 June 2024
มุมมอง 2.6K5 หลายเดือนก่อน
অম্বুবাচী (আমতি) - ২০২৪,তাৰি - সময় / Maa Kamakhya / AmbubachiMela 22-26 June 2024
পৰিৱেশ সুৰক্ষা / পেলনীয়া সামগ্ৰীৰ পুনৰ্ব্যৱহাৰ / কেঁচুসাৰ প্ৰস্তুত কাৰ্য্যক্ৰম ।।
มุมมอง 2936 หลายเดือนก่อน
পৰিৱেশ সুৰক্ষা / পেলনীয়া সামগ্ৰীৰ পুনৰ্ব্যৱহাৰ / কেঁচুসাৰ প্ৰস্তুত কাৰ্য্যক্ৰম ।।
ভোৰতাল নৃত্য 🙏🏻🙏🏻🙏🏻
มุมมอง 906 หลายเดือนก่อน
ভোৰতাল নৃত্য 🙏🏻🙏🏻🙏🏻
সাত বিহু , অসম / Saat Bihu / Bohag Bihu / Assam.
มุมมอง 3.5K7 หลายเดือนก่อน
সাত বিহু , অসম / Saat Bihu / Bohag Bihu / Assam.
Tiwa Chamadi (Dekachang)//তিৱা চামাদি(ডেকাচাং) মহত্ব - বিশেষত্ব ।
มุมมอง 1658 หลายเดือนก่อน
Tiwa Chamadi (Dekachang)//তিৱা চামাদি(ডেকাচাং)
মহাশিৱৰাত্ৰি তাৰিখ -সময় ২০২৪ /Shivaratri date & time 2024 Assamese 🙏🏻🙏🏻🙏🏻.
มุมมอง 1718 หลายเดือนก่อน
মহাশিৱৰাত্ৰি তাৰি -সময় ২০২৪ /Shivaratri date & time 2024 🙏🏻🙏🏻🙏🏻. Assamese video Assamese video
বাথৌ মাহাত্ম্য//Bathou Puja / Assamese / Dhiren Sarma /🙏🏻🙏🏻🙏🏻
มุมมอง 31010 หลายเดือนก่อน
বাথৌ মাহাত্ম্য//Bathou Puja🙏🏻🙏🏻🙏🏻
প্ৰাৰ্থনা - তুমি কৰুণাময় / School Prayer Assamese/ 🙏🏻🙏🏻🙏🏻
มุมมอง 41K10 หลายเดือนก่อน
প্ৰাৰ্থনা - তুমি কৰুণাময় / School Prayer Assamese/ 🙏🏻🙏🏻🙏🏻
স্বামী কৃষ্ণপুৰী ‌‌, অসম / Krishnapuri , Assam / Dhiren Sarma.🙏🏻🙏🏻🙏🏻
มุมมอง 17711 หลายเดือนก่อน
স্বামী কৃষ্ণপুৰী ‌‌, অসম / Krishnapuri , Assam / Dhiren Sarma.🙏🏻🙏🏻🙏🏻
ৰাসৰ তাৎপৰ্য/ Siyalmari -Nakerbari Rash / Assam Rash.🙏🏻🙏🏻🙏🏻
มุมมอง 121ปีที่แล้ว
ৰাসৰ তাৎপৰ্য/ Siyalmari -Nakerbari Rash / Assam Rash.🙏🏻🙏🏻🙏🏻
কালী বন্দনা - কৃষ্ণকান্ত দ্বিজ কবি বিৰচিত/ Assamese Kali Vandana 🙏🏻🙏🏻🙏🏻
มุมมอง 184ปีที่แล้ว
কালী বন্দনা - কৃষ্ণকান্ত দ্বিজ কবি বিৰচিত/ Assamese Kali Vandana 🙏🏻🙏🏻🙏🏻
ডিমৰীয়াৰ কামাখ্যাৰ ইতিবৃত্ত - দুৰ্গাপূজা /Dimoria Kamakhya , khetri / dimoria / 🙏🏻🙏🏻🙏🏻
มุมมอง 474ปีที่แล้ว
ডিমৰীয়াৰ কামাখ্যাৰ ইতিবৃত্ত - দুৰ্গাপূজা /Dimoria Kamakhya , khetri / dimoria / 🙏🏻🙏🏻🙏🏻
শ্ৰীশ্ৰী দুৰ্গাপূজাৰ সময় সূচী | ২০২৩ | Durga Puja Date & Time 2023 | Assamese
มุมมอง 136ปีที่แล้ว
শ্ৰীশ্ৰী দুৰ্গাপূজাৰ সময় সূচী | ২০২৩ | Durga Puja Date & Time 2023 | Assamese
ভাৰত নামৰ উৎপত্তি কথা / Meaning of Bharat / Assamese .
มุมมอง 213ปีที่แล้ว
ভাৰত নামৰ উৎপত্তি কথা / Meaning of Bharat / Assamese .
কৰম পূজাৰ মাহাত্ম্য - আদৰ্শ / Karam puja , Assam / 🙏🏻🙏🏻🙏🏻
มุมมอง 908ปีที่แล้ว
কৰম পূজাৰ মাহাত্ম্য - আদৰ্শ / Karam puja , Assam / 🙏🏻🙏🏻🙏🏻
মাল গোসাঁই পূজা,ডিমৰীয়া ।Mal Goshai Puja,Dimoria , Assam / dimoria / Dhiren Sarma ll 🙏🏻🙏🏻🙏🏻
มุมมอง 1.9Kปีที่แล้ว
মাল গোসাঁই পূজা,ডিমৰীয়া ।Mal Goshai Puja,Dimoria , Assam / dimoria / Dhiren Sarma ll 🙏🏻🙏🏻🙏🏻
Krishna Janmashtami Date & Time, 2023 / Assamese /🙏🏻🙏🏻🙏🏻
มุมมอง 252ปีที่แล้ว
Krishna Janmashtami Date & Time, 2023 / Assamese /🙏🏻🙏🏻🙏🏻
কীৰ্তন ঘোষা /ভাগৱতৰ তাৎপৰ্য /প্ৰথম কীৰ্তন । পাঠ - অৰবিন্দ ডেকা /Kirtan Ghosha Path🙏🏻🙏🏻🙏🏻
มุมมอง 166ปีที่แล้ว
কীৰ্তন ঘোষা /ভাগৱতৰ তাৎপৰ্য /প্ৰথম কীৰ্তন । পাঠ - অৰবিন্দ ডেকা /Kirtan Ghosha Path🙏🏻🙏🏻🙏🏻
অষ্টনাগ মাহাত্ম্য বন্দনা |পাঠ - ধীৰেন শৰ্মা ।Astanag puja/Nag panchami / Maa Manasa Devi.🙏🏻🙏🏻🙏🏻
มุมมอง 95ปีที่แล้ว
অষ্টনাগ মাহাত্ম্য বন্দনা |পাঠ - ধীৰেন শৰ্মা ।Astanag puja/Nag panchami / Maa Manasa Devi.🙏🏻🙏🏻🙏🏻
শাওণ মাহৰ শিৱ পূজাৰ মাহাত্ম্য | Saon mah |🙏🏻🙏🏻🙏🏻
มุมมอง 128ปีที่แล้ว
শাওণ মাহৰ শিৱ পূজাৰ মাহাত্ম্য | Saon mah |🙏🏻🙏🏻🙏🏻
১৪ আগষ্ট,শাওণ মাহৰ শিৱ পূজা,২০২৩ চন /Shiv Puja Month of Sravana 2023 , 14 August /Bol bam
มุมมอง 751ปีที่แล้ว
১৪ আগষ্ট,শাওণ মাহৰ শিৱ পূজা,২০২৩ চন /Shiv Puja Month of Sravana 2023 , 14 August /Bol bam
জয় মা কামাখ্যা /মাহাত্ম্য/Maa Kamakhya Temple Mahatmya | Assamese / Dhiren Sarma🙏🏻🙏🏻🙏🏻
มุมมอง 2.7Kปีที่แล้ว
জয় মা কামাখ্যা /মাহাত্ম্য/Maa Kamakhya Temple Mahatmya | Assamese / Dhiren Sarma🙏🏻🙏🏻🙏🏻
অম্বুবাচীৰ(আমতি) তাৰিখ আৰু সময় ২০২৩ চন । Ambubachi Date & Time 2023 |🙏🏻🙏🏻🙏🏻|Assamese /
มุมมอง 1.2Kปีที่แล้ว
অম্বুবাচীৰ(আমতি) তাৰি আৰু সময় ২০২৩ চন । Ambubachi Date & Time 2023 |🙏🏻🙏🏻🙏🏻|Assamese /
World Environment Day Assamese Speech / বৃক্ষ মাহাত্ম্য - ধীৰেন শৰ্মা
มุมมอง 1.7Kปีที่แล้ว
World Environment Day Assamese Speech / বৃক্ষ মাহাত্ম্য - ধীৰেন শৰ্মা
Mahapurush Madhavdev | Dhiren Sarma
มุมมอง 383ปีที่แล้ว
Mahapurush Madhavdev | Dhiren Sarma

ความคิดเห็น

  • @tinyclick
    @tinyclick 10 วันที่ผ่านมา

    সুন্দৰ

  • @biography_n_craft
    @biography_n_craft หลายเดือนก่อน

    🙏🏻🙏🏻🙏🏻

  • @Felixg_plays
    @Felixg_plays หลายเดือนก่อน

    🙏🏻

  • @narenmedhi5686
    @narenmedhi5686 2 หลายเดือนก่อน

    জয় বিশ্বকৰ্মা বাবা🙏🙏🙏

  • @subratasarma123-uj3pw
    @subratasarma123-uj3pw 2 หลายเดือนก่อน

    Thaught provoking.

  • @nirensaikia7017
    @nirensaikia7017 2 หลายเดือนก่อน

    Very good prayer for it's secular Character.

  • @SanjayTeron-ld9gg
    @SanjayTeron-ld9gg 3 หลายเดือนก่อน

    🙏🙏🙏

  • @amazingbeauty7735
    @amazingbeauty7735 3 หลายเดือนก่อน

    🙏🙏🙏

  • @dr.biswaranjanpanda1625
    @dr.biswaranjanpanda1625 3 หลายเดือนก่อน

    th-cam.com/users/shortsNQeGuWHyH9I?si=Okn9O-NzzajKALtV

  • @dr.biswaranjanpanda1625
    @dr.biswaranjanpanda1625 3 หลายเดือนก่อน

    th-cam.com/users/shortsNQeGuWHyH9I?si=Okn9O-NzzajKALtV

  • @tinyclick
    @tinyclick 3 หลายเดือนก่อน

    সুন্দৰ বৰ্ণন 🙏

    • @Felixg_plays
      @Felixg_plays หลายเดือนก่อน

      ধন্যবাদ

  • @tinyclick
    @tinyclick 4 หลายเดือนก่อน

    🙏🙏🙏

  • @asomiaasom6008
    @asomiaasom6008 4 หลายเดือนก่อน

    সুন্দৰ ।অসমত বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰবৰ্তক প্ৰচাৰক মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱে প্ৰথম সত্ৰ স্থাপন কৰিছিল ১৪৬২ শকত পাটবাউসী সত্ৰ ।১৪৬২ শকত স্থাপিত আনুস্থানিক প্ৰথম সত্ৰ পাটবাউসী সত্ৰ ।শংকৰদেৱে গতানুগতিক নামঘৰ সাজি ধৰ্মচৰ্চা কৰি ভাগৱতী ধৰ্ম প্ৰচাৰ কৰিছিল ।মহাপুৰুষ শংকৰদেৰ বিয়োগৰ পিছত শংকৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱে নাৰায়ণদাসৰ পৰামৰ্শত মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱৰ পাটবাউসী সত্ৰৰ আৰ্হিত বৰপেটা থান কীৰ্তনঘৰ সাজিছিল এতিয়া বৰপেটা থান কীৰ্তনঘৰ গুচি বৰপেটা সত্ৰ নাম দিছে ।সত্ৰ গুৰু দেৱ দামোদৰদেৱৰ অবদান ,নামঘৰ থান গুৰু শংকৰদেৱৰ অবদান ,আশ্ৰম গুৰু হৰিদেৱৰ অৱদান ।সাম্প্ৰতিক কালত গুৰু হৰিদেৱৰ আশ্ৰম নামঘৰ আৰু গুৰু শংকৰদেৱৰ থান নামঘৰ সমুহ সত্ৰ বুলি নামকৰণ কৰে ।এতিয়া সত্ৰ আৰু শংকৰ মাধৱ একাকাৰ কৰা হৈছে ।বৰ্তমান সময়ত বৈষ্ণৱ ধৰ্ম আৰু সত্ৰ নামঘৰ সকলো কৃতিত্ব অবদান শংকৰ মাধৱক দিছে অসমীয়াই ।কুৰুৱাবাহী ,আউনীআটী ,গড়মূৰ , দক্ষিণপাট সত্ৰত সত্ৰাধিকাৰ ভকত শিষ্য সকলে গুৰু দেৱ দামোদৰদেৱক গুৰু ত্যাগ কৰি গুৰু শংকৰ মাধৱক নকৈ গুৰু আকোৱালি লৈ গুৰু ভজি আছে ,চাৰি ৰাজ সত্ৰত গুৰু দেৱ দামোদৰদেৱক মানুহ বুলিয়ে গণ্য নকৰে সিঁহতৰ বাবে দেৱ দামোদৰদেৱ নামটো আপদ আবৰ্জনা গুৰু দেৱ দামোদৰদেৱৰ নাম ললে পাপ লাগে আউনীআটী গড়মুৰ দক্ষিণপাত কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ ভকত বৈষ্ণৱৰ ।দামোদৰদেৱৰ আদৰ্শৰ চাৰি ৰাজ সত্ৰই শংকৰ মাধৱক পৰম গুৰু ভজি শংকৰ মাধৱৰ প্ৰচাৰ প্ৰসাৰ কৰি বিশ্ব দৰবাৰত প্ৰতিস্থা কৰিবলৈ উঠিপৰি লাগি অসমৰ পৰা গুৰু দেৱ দামোদৰদেৱৰ নাম যোশ অস্তিত্ব নোহোৱা কৰিবলৈ প্ৰধান সেনাপতিৰ ভূমিকা গ্ৰহণ কৰি আছে ।গতিকে আউনীআটী গড়মূৰ দক্ষিণপাত কুৰুৱাবাহী সত্ৰ দামোদৰীয় ব্ৰহ্মসংহতি সত্ৰ বুলি কৈ লাভ নাই তেওঁলোক শংকৰী পন্থলৈ ৰূপান্তৰ হৈছে শংকৰ মাধৱ গুৰু দজনাকহে জানে ।আউনীআটী সত্ৰৰ উদ্যগত গড়মূৰ দক্ষিণপাত কুৰুৱাবাহী চাৰি ৰাজ সত্ৰই শংকৰ মাধৱক পৰম আৰাধ্য গুৰু ভজি বিশ্বত শংকৰ মাধৱক উজলাবলৈ অসমৰ পৰা গুৰু হৰিদেৱ ,গুৰু দেৱ দামোদৰদেৱ ,গদ্য সাহিত্যৰ জনক কবিৰত্ন ভট্টদেৱ গুৰু সবৰ নাম গন্ধ অস্তিত্ব অবদান অৰিহনা নোহোৱা কৰা মুখ্য ভুমিকা গ্ৰহণ কৰি আছে ।তিনি মুখ্য গুৰু হৰিদেৱ ,গুৰু শংকৰদেৱ ,গুৰু দেৱ দামোদৰদেৱক প্ৰণাম 🙏

  • @samarendragoswami3288
    @samarendragoswami3288 4 หลายเดือนก่อน

    Bahut bhal lagise

  • @KusumBora-ni7qq
    @KusumBora-ni7qq 4 หลายเดือนก่อน

    Val lagil🌹🌹🌹🌹🌹🌹🌹🌹❤❤❤❤❤❤❤🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺

  • @BABITAKUMARI-gd1ps
    @BABITAKUMARI-gd1ps 5 หลายเดือนก่อน

    🙏🙏🙏

  • @Himanta441
    @Himanta441 5 หลายเดือนก่อน

    Wrong informations ...Damodardev was one of the disciples of Srimanta Shankardeva similar with Madhabdev , Haridev etc. After death of Srimanta Shankardev damodardev started Brahma Sanghati .

    • @dharmamalikaassam3475
      @dharmamalikaassam3475 5 หลายเดือนก่อน

      নমস্কাৰ, ব্ৰহ্ম সংহতি আৰু পুৰুষ -নিকা সংহতিৰ উপাসনাৰ পাৰ্থক্য আছে। মহাপুৰুষ হৰিদেৱ -দামোদৰদেৱৰ সত্ৰ ব্ৰহ্ম সংহতিৰ । মহাপুৰুষ হৰিদেৱে ১৪৫৩ খ্ৰীষ্টাব্দত বহৰিত আদি সত্ৰ আৰু মহাপুৰুষ দামোদৰদেৱে ১৫৪০খ্ৰীষ্টাব্দত প্ৰথম আনুষ্ঠানিক পাটবাউসী সত্ৰ স্থাপন কৰে। ধন্যবাদ।

    • @Himanta441
      @Himanta441 5 หลายเดือนก่อน

      @@dharmamalikaassam3475 Do not confuse with Damodar of West Bangal with Devo Damodar of Assam . Devo Damodar was the follower and diciple of Srimanta Shankardeva. You are promalgetting wrong informations regarding Devo Damodar founder of Patbaushi sattra.

    • @Himanta441
      @Himanta441 5 หลายเดือนก่อน

      @@dharmamalikaassam3475 পাৰ্থক্য থাকিব পাৰে । একেজুপা আমৰ গুটিৰ পৰা ওলোৱা বেলেগ বেলেগ গছৰ বেলেগ বেলেগ আম খাবলৈ বেলেগ হব পাৰে অলপ । কিন্তু যদি তেতিয়া সোৱাদ বেলেগ হোৱা আম জোপা সেই একেজোৱাৰ গুটিয়েই নহয় বুলি কোৱা হয় তেন্তে সেই কথা অবাঞ্চিত হৈ পৰে । দামোদৰ দেৱ শঙ্কৰদেৱৰ শিষ্য আছিল কিন্তু আপুনি কব বিচৰা নাই শিষ্য আছিল বুলি সেইয়া আপোনাৰ অলপ ভূল হৈছে ।

  • @GhanshyamHazarika-wu2mt
    @GhanshyamHazarika-wu2mt 5 หลายเดือนก่อน

    Madhobdevk guru var pua pisot Ahum raja e SANKARDEV r dhormo k Raj dhormo hisape sikriti Pai kebol madhbdev sestha t damudrdev matro hotrodhikar he daito var pasil aur SANKARDEV agiyat kotha bhagovat ek odhiyaiman likhisil hotrodhikar pra guru keneke hol bujai kole val Pam.

    • @dharmamalikaassam3475
      @dharmamalikaassam3475 5 หลายเดือนก่อน

      Namaskar , Mahapurush Damodardev vaidik bhagawati vaishnav dharmor - Brahma sanghatir Guru ashil . AhomRaja Jayadhwoj Singhoi Brahma sanghatir Damodariya Dharmok Rajdharma hisabe mani loichil aru Dakhinpat etc. Satra sthapna korisil. Dhanyawad.

  • @sikatiramdas3027
    @sikatiramdas3027 5 หลายเดือนก่อน

    Krishna Krishna bap😂

  • @pankajmishra-bj7ni
    @pankajmishra-bj7ni 5 หลายเดือนก่อน

    Xundar hoise sir...

  • @sibensarma
    @sibensarma 5 หลายเดือนก่อน

    সুনদৰভাবে বৰননা কৰাত বুজিবলৈ সহজ হৈছে। আগলৈ নতুনৰ বাবে বাট চাই ৰলো ।

  • @samarendragoswami3288
    @samarendragoswami3288 5 หลายเดือนก่อน

    Barhiya

  • @dayalsharma
    @dayalsharma 5 หลายเดือนก่อน

    জয় গুৰু মহাপুৰুষ শ্ৰী দামোদৰ দেৱ।🙏🙏🙏🙏🙏

  • @dipanjalimohanta4800
    @dipanjalimohanta4800 5 หลายเดือนก่อน

    দামোদৰ দেৱে প্ৰতিষ্ঠা কৰা সত্ৰকেইখনৰ নাম জানিলে উপকৃত হ'ম।অনুগ্ৰহ কৰি জনাবচোন।

    • @dharmamalikaassam3475
      @dharmamalikaassam3475 5 หลายเดือนก่อน

      নমস্কাৰ , সত্ৰসমূহৰ বিষয়ে অনতিপলমে আলোচনা কৰা হ'ব । মতামতৰ বাবে ধন্যবাদ ।

  • @samarendragoswami3288
    @samarendragoswami3288 5 หลายเดือนก่อน

    Bariya

  • @tinyclick
    @tinyclick 5 หลายเดือนก่อน

    Joy Ma Kamakhya 🙏

  • @manojmedhi8213
    @manojmedhi8213 5 หลายเดือนก่อน

    Nice sir

  • @gnd1382
    @gnd1382 5 หลายเดือนก่อน

    দামোদৰ দেৱৰ সত্ৰ বিলাকত প্ৰসংগ কেনেধৰণে অনুষ্ঠিত কৰে। নিশ্চিয় কীৰ্ত্তন আৰু নামঘোষা অনুকৰণ নকৰে। জনাব ছোন?

    • @dharmamalikaassam3475
      @dharmamalikaassam3475 5 หลายเดือนก่อน

      নমস্কাৰ, সত্ৰসমূহৰ প্ৰসঙ্গ সঙ্হতিৰ বিষয়ে ভৱিষ্যতে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ দ্বাৰা নিশ্চয় আলোচনা কৰিম । মতামতৰ বাবে ধন্যবাদ।

    • @RabindhranathDas
      @RabindhranathDas 4 หลายเดือนก่อน

      ​@@dharmamalikaassam3475ko bhi😊

  • @GopalSharma-q5i
    @GopalSharma-q5i 5 หลายเดือนก่อน

    ❤❤❤❤❤❤apunak.bahut.dhainbad..from.dmj.dist

  • @samarendragoswami3288
    @samarendragoswami3288 5 หลายเดือนก่อน

    উপযুক্ত পদক্ষেপ

  • @samarendragoswami3288
    @samarendragoswami3288 5 หลายเดือนก่อน

    Sundar hoise

  • @dilipbaishnabmusical5860
    @dilipbaishnabmusical5860 6 หลายเดือนก่อน

    আতি সুন্দৰ পদক্ষেপ ভাল লাগিল ❤

  • @tinyclick
    @tinyclick 6 หลายเดือนก่อน

    🙏🙏🙏

  • @RabindhranathDas
    @RabindhranathDas 6 หลายเดือนก่อน

    আপোনাৰ মন্তbyt মই এক মত হব নোৱা ৰিলোঁ! হব

    • @dharmamalikaassam3475
      @dharmamalikaassam3475 6 หลายเดือนก่อน

      হব দিয়ক ।

    • @anuraggoswami4108
      @anuraggoswami4108 6 หลายเดือนก่อน

      Gurue ek kore bhakate bhag kore. Apuni hanmat hbo nalage. Mohapurush srimanta sankar guruei guru haridevok xombordhona man jonai thoi goise. Itihakh nojona asame atia alop besi jona ulabole lole. Sankar guru aru teur hisya crome madhob guru, aru guru damodar tiniu mili haridev guru jonak man jonaisil babei bohori satrak maneri satta buliu hona jai.

  • @namitasharma1225
    @namitasharma1225 6 หลายเดือนก่อน

    সুন্দৰ ব্যাখ্যা।

  • @tinyclick
    @tinyclick 6 หลายเดือนก่อน

    😍😍

  • @ganeshsarma706
    @ganeshsarma706 6 หลายเดือนก่อน

    কামৰূপ ৰাজ্যৰ ধৰ্মপ্ৰচাৰক অসমৰ ধৰ্মপ্ৰচাৰক বুলি সংকুচিত কৰিছে।এও কামৰূপ কমতাপুৰৰ ৰাজগুৰু আছিল।

    • @dharmamalikaassam3475
      @dharmamalikaassam3475 6 หลายเดือนก่อน

      আজিৰ দৃষ্টিৰে অসম নামটো শীৰ্ষত প্ৰয়োগ কৰা হৈছে। মতামতৰ বাবে ধন্যবাদ।

  • @narenmedhi5686
    @narenmedhi5686 6 หลายเดือนก่อน

    অতি আদৰণীয় পদক্ষেপ 🙏🙏🙏

  • @sanjeebdeka3528
    @sanjeebdeka3528 6 หลายเดือนก่อน

    🙏🙏🙏

  • @RinuBorah-zs2kv
    @RinuBorah-zs2kv 6 หลายเดือนก่อน

    🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @RabindhranathDas
    @RabindhranathDas 6 หลายเดือนก่อน

    Panditya khub gàvir jen lagise

  • @ranjitdutta3411
    @ranjitdutta3411 6 หลายเดือนก่อน

    গুৰু শঙ্কৰ দেৱ আৰু মাধৱ দেৱক এৰাই চলা হৈছে --? শংকৰ দেৱ গুৰুজনাৰ বিশ্বাস ঘাটক শিষ্য ব্ৰাহ্মণ্যবাদৰ বিভাজন নীতি,সম্প্ৰদায়ীকতাবাদ অস্পৃস্যতাবাদৰ প্ৰতিষ্ঠাপক দামোদৰ দেৱ খিচিৰি ধৰ্ম গুৰুহে!

  • @rajusaikia9238
    @rajusaikia9238 6 หลายเดือนก่อน

    নজনা কথা জানি পালো মহাপুৰুষ দামোদৰ দেৱৰ বিষয়ে । বহুত ধন্যবাদ । -- ৰাজু কুমাৰ শ ইকীয়া ।

  • @ParthaGoswami-c6v
    @ParthaGoswami-c6v 6 หลายเดือนก่อน

    শ্লোক টি সুন্দৰ আবৃত্তি কৰিছে । আপোনাক নমস্কাৰ জনালো । জয় গুৰু শ্ৰী মৎ দেৱ দামোদৰ সংঘ ।

  • @ParthaGoswami-c6v
    @ParthaGoswami-c6v 6 หลายเดือนก่อน

    শ্লোক টি সুন্দৰ আবৃত্তি কৰিছে । আপোনাক নমস্কাৰ জনালো । জয় গুৰু শ্ৰী মৎ দেৱ দামোদৰ সংঘ ।

  • @ParthaGoswami-c6v
    @ParthaGoswami-c6v 6 หลายเดือนก่อน

    শ্লোক টি সুন্দৰ আবৃত্তি কৰিছে । আপোনাক নমস্কাৰ জনালো । জয় গুৰু শ্ৰী মৎ দেৱ দামোদৰ সংঘ ।

  • @ParthaGoswami-c6v
    @ParthaGoswami-c6v 6 หลายเดือนก่อน

    আপোনাৰ এই পদক্ষেপক মই সহস্ৰ প্ৰণিপাত জনাইছো । আশা কৰো গুৰু শ্ৰী মৎ দেৱ দামোদৰ দেবৰ বিষয়ে আপোনাৰ পৰা আৰু বহুত জানিবলৈ পাম। জয় গুৰু শ্ৰী মৎ দেৱ দামোদৰ সংঘ দীৰ্ঘ জীবি হওঁক তাৰেই কামনা কৰিছো ।

  • @pjd845
    @pjd845 6 หลายเดือนก่อน

    বহুতো নজনা কথা শিকিলোঁ ধন্যবাদ থাকিল

  • @narenmedhi5686
    @narenmedhi5686 7 หลายเดือนก่อน

    🙏🙏🙏

  • @tinyclick
    @tinyclick 7 หลายเดือนก่อน

    সুন্দৰ