- 138
- 1 443 555
Sorapaat
India
เข้าร่วมเมื่อ 26 เม.ย. 2016
ন-পুৰণি সুমধুৰ অসমীয়া গীতমাত আৰু কুলিবোৰ সৰাপাতৰ যোগেদি সংগ্ৰহৰ এক প্ৰয়াস কৰিছোঁ৷ আমাৰ সৈতে থাকক আৰু সহযোগ কৰক৷ ধন্যবাদ
- সৰাপাত
० Sorapaat ० সৰাপাত ० সরাপাত ० सरापात
Enjoy & stay connected with us!
👉 Subscribe to Sorapaat: th-cam.com/users/সৰাপাত
👉 Like us on Facebook: Sorapaat
👉 Follow us on Blogger: sorapaat.blogspot.com/
👉 Contact Us On Email: sorapaat@gmail.com
🎶 Music Can Change The World 🎶

Nodit Ga Dhubole | Bornali Kalita | Manas Robin | নদীত গা ধুবলৈ মোৰো মন আছিলে
Song : Nodit Ga Dhubole
Singer : Bornali Kalita
Lyrics : Manas Robin
Composition : Manas Robin
Music : Abhijit Barman
Nodit Ga Dhubole Lyrics :
গীতৰ ফাঁকি ⵓ নদীত গা ধুবলৈ
কণ্ঠশিল্পী ⵓ বৰ্ণালী কলিতা
গীতিকাৰ ⵓ মানস ৰবীন
সুৰকাৰ ⵓ মানস ৰবীন
সংগীত ⵓ অভিজিৎ বৰ্মন
নদীত গা ধুবলৈ
মোৰো মন আছিলে
সাঁতুৰি চাবলৈ
মোৰো মন আছিলে
চৰাই মৰে ৰৈ
মানুহ মৰে কৈ
মই মৰিম যদি নাপাওঁ
তোমাক সঁচাকৈ
তোমাক সঁচাকৈ
তোমাক সঁচাকৈ
নদীত গা ধুবলৈ
মোৰো মন আছিলে
সাঁতুৰি চাবলৈ
মোৰো মন আছিলে
চৰাই মৰে ৰৈ
মানুহ মৰে কৈ
মই মৰিম যদি নাপাওঁ
তোমাক সঁচাকৈ
তোমাক সঁচাকৈ
তোমাক সঁচাকৈ
মৰমে মৰমক
মাতিলে মৰমেৰে
মন বান্ধিলেও জানা
বাৰে বাৰে মনৰে বান্ধ
খুলি খুলি যায়
ফাগুনে যিদৰে আহি
বাৰে বাৰে পলাশকে
মিছাতে জোকাই
অ’ মৰমে মৰমক
মাতিলে মৰমেৰে
মন বান্ধিলেও জানা
বাৰে বাৰে মনৰে বান্ধ
খুলি খুলি যায়
ফাগুনে যিদৰে আহি
বাৰে বাৰে পলাশকে
মিছাতে জোকাই
মই অধীৰ আজি সঁচাকৈয়ে
তোমালৈ বাটে চাই
তোমালৈ বাটে চাই
তুমি বা আছাগৈ ক’ত
নদীত গা ধুবলৈ
মোৰো মন আছিলে
সাঁতুৰি চাবলৈ
মোৰো মন আছিলে
চৰাই মৰে ৰৈ
মানুহ মৰে কৈ
মই মৰিম যদি নাপাওঁ
তোমাক সঁচাকৈ
তোমাক সঁচাকৈ
তোমাক সঁচাকৈ
দিনে দিনক থেলি
মাহে মাহকে মাতি
বয়সেও জানা আজি
দেৰকুৰি ব’হাগৰে
গগণা বজায়
তথাপিও আছোঁ জানা
তোমালৈ মৰমৰে
জেতুকা বোলাই
অ’ দিনে দিনক থেলি
মাহে মাহকে মাতি
বয়সেও জানা আজি
দেৰকুৰি ব’হাগৰে
গগণা বজায়
তথাপিও আছোঁ জানা
তোমালৈ মৰমৰে
জেতুকা বোলাই
মই অধীৰ আজি সঁচাকৈয়ে
বাটে চাই তোমালৈ
বাটে চাই তোমালৈ
তুমি বুজিছানে সোণ?
পদূলিৰ মূৰতে
তুমি মাতে দিবা
আনে নেদেখাকৈ
অকলে আহিবা
নাওত দিবা চৈ
লইততে গৈ
পলাই গুছি যামে আমি
দক্ষিণ পাৰলৈ
দক্ষিণ পাৰলৈ
দক্ষিণ পাৰলৈ
নদীত গা ধুবলৈ
মোৰো মন আছিলে
সাঁতুৰি চাবলৈ
মোৰো মন আছিলে
চৰাই মৰে ৰৈ
মানুহ মৰে কৈ
মই মৰিম যদি নাপাওঁ
তোমাক সঁচাকৈ
তোমাক সঁচাকৈ
তোমাক সঁচাকৈ
তোমাক সঁচাকৈ
তোমাক সঁচাকৈ
তোমাক সঁচাকৈ
#Manas_Robin (born 3 December 1976) is an Indian music director, singer, musician, lyricist , filmmaker, Bihu artist, and music producer.
#বৰ্ণালী_কলিতা (ইংৰাজী: Bornali Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। তেওঁ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী বিহু ৰাণী। তেওঁৰ জনপ্ৰিয় সংগীত এলবামবোৰৰ ভিতৰত আছে ৰাংঢালী, মৰমজান, মাইনা, অটোগ্ৰাফী ইত্যাদি৷ তেওঁ এতিয়ালৈ ১০,০০০ৰো অধিক গান গাইছে৷
| L I K E | C O M M E N T | S U B S C R I B E |
Disclaimer :
We do not own all the material we were posting on this channel. If you are a copyright owner and want your work to be removed from our channel please contact us viz E-mail or leave us a comment bellow and we will remove your material right away.
Please do not opt for a copyright strike.
~ ~ ~ ~ ~[ স-ৰা-পা-ত ]~ ~ ~ ~ ~
Enjoy & Stay Connected With Us!
~ ~ ~ ~[ S O R A P A A T ]~ ~ ~ ~
👉 Subscribe to Sorapaat: th-cam.com/users/সৰাপাত
👉 Like us on Facebook: Sorapaat
👉 Follow us on Blogger: sorapaat.blogspot.com/
👉 Join on telegram: t.me/sorapaat
👉 Contact Us On E-mail: sorapaat@gmail.com
० Sorapaat ० সৰাপাত ० সরাপাত ० सरापात
©Copyright Disclaimer :
Copyright Disclaimer under section 107 of the Copyright Act of 1976, allowance is made for “fair use” for purposes such as criticism, comment, news reporting, teaching, scholarship, education and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.
🎶 Music Can Change The World 🎶
S O R A P A A T . B L O G S P O T . C O M
#Sorapaat #সৰাপাত #সরাপাত #सरापात

มุมมอง: 572
วีดีโอ
Maya maya mathu maya | মায়া মায়া মাথোঁ মায়া | Guranga Rag | Zubeen Garg | Chekowari | Bakharapara
มุมมอง 132ปีที่แล้ว
/* Original singer: Zubeen Garg */ Singer : Guranga Rag Language : Assamese Place : Chekowari Bakharapara, Dhupdhara, Goalpara, Assam Briefly About Bakharapara : The 29th annual Rongali Bihu was held in 2023 courtesy the Chekowari Milan Silpi Sangho. Bakharapara is located under Chekowari part II at a distance of 9km from the small market township Dhupdhara and NH 17. | L I K E | C O M M E N T ...
Rohe doi | Stage performance | Chekowari | Bakharapara | Dhupdhara | Live | 2023
มุมมอง 112ปีที่แล้ว
Singer : Tina Language : Assamese Place : Chekowari Bakharapara, Dhupdhara, Goalpara, Assam Briefly About Bakharapara : The 29th annual Rongali Bihu was held in 2023 courtesy the Chekowari Milan Silpi Sangho. Bakharapara is located under Chekowari part II at a distance of 9km from the small market township Dhupdhara and NH 17. | L I K E | C O M M E N T | S U B S C R I B E | Disclaimer : We do n...
মেঘে গিৰ্ গিৰ্ কৰে | Meghe gir gir kore | Rajib Sadiya | Bhupen Hazarika | Live stage performance
มุมมอง 418ปีที่แล้ว
Singer : Rajib Sadiya Hekra, Assam কণ্ঠ : ৰাজীৱ শদিয়া */ Original Song /* Singer : Bhupen Hazarika */////////////////////////* Lyrics : মেঘে গিৰ্ গিৰ্ কৰে আহা হিৰ্ হিৰ্ মেঘে কৰে মেঘে গিৰ্ গিৰ্ কৰে আহা হিৰ্ হিৰ্ মেঘে কৰে মেঘে গিৰ্ গিৰ্ কৰে আহা হিৰ্ হিৰ্ মেঘে কৰে বা লাগি আগলতী কলাপাত লৰে এজাক যেন বৰষুণ আহোঁ আহোঁ কৰে মেঘে গিৰ্ গিৰ্ কৰে আহা হিৰ্ হিৰ্ মেঘে কৰে মেঘে গিৰ্ গিৰ্ কৰে হিৰ্ হিৰ্ মেঘে কৰে… ...
Ling lingiya batote | Stage performance | Amjong | 2023 | Puli Rani Rabha | Sonma Medhi
มุมมอง 60ปีที่แล้ว
/*Original Song credit */ Song : Ling Lingiya Batote Singer : Sonma Medhi Language : Pati Rabha Lyricist : Mohabir Biru Rabha Tune : Mohabir Biru Rabha /* Performance at Amjonga */ লিংলিঙীয়া বাটতে lyrics Ling lingiya batote lyrics লিংলিঙীয়া বাটতে কাকা তোৰে ৰাও শুনিলোং হঠাতে লিংলিঙীয়া বাটতে কাকা তোৰে ৰাও শুনিলোং হঠাতে অ’ জাখা মাৰা চুতা কৰি মই ওলাই যাঙ দোবাৰ পাৰত বহি বহি তোকে বাটে চাঙ আহিবি তই লা...
Majulir ejoni suwali dukh pale | Zubeen Garg | Song | Stage performance | Mrinal Rabha | Amjonga
มุมมอง 130ปีที่แล้ว
Majulir ejoni suwali dukh pale | Zubeen Garg | Song | Stage performance | Mrinal Rabha | Amjonga
বৰষুণ এজাক বৰষুণ | Boroxun Ejak Boroxun | Boroxunor Dinbor | বৰষুণৰ দিনবোৰ | চাজু
มุมมอง 2202 ปีที่แล้ว
গীতৰ ফাঁকি ⵓ বৰষুণ এজাক বৰষুণ কণ্ঠশিল্পী ⵓ চাজু এলবাম ⵓ বৰষুণৰ দিনবোৰ | L I K E | C O M M E N T | S U B S C R I B E | Disclaimer : We do not own all the material we were posting on this channel. If you are a copyright owner and want your work to be removed from our channel please contact us viz E-mail or leave us a comment bellow and we will remove your material right away. Please do not opt fo...
Nilim akashole ebar suwa | নীলিম আকাশলে এবাৰ চোৱা | দিক্ষু | বৰষুণৰ দিনবোৰ | Boroxunor Dinbor
มุมมอง 3222 ปีที่แล้ว
গীতৰ ফাঁকি ⵓ নীলিম আকাশলে এবাৰ চোৱা কণ্ঠশিল্পী ⵓ দিক্ষু শৰ্মা এলবাম ⵓ বৰষুণৰ দিনবোৰ | L I K E | C O M M E N T | S U B S C R I B E | Disclaimer : We do not own all the material we were posting on this channel. If you are a copyright owner and want your work to be removed from our channel please contact us viz E-mail or leave us a comment bellow and we will remove your material right away. Please...
Science Museum | Regional Science Centre, Guwahati |
มุมมอง 182 ปีที่แล้ว
Science Museum | Regional Science Centre, Guwahati
Science Museum | Prehistoric life park | Guwahati | Northeast | Assam | প্ৰাক-ঐতিহাসিক জীৱ উদ্যান
มุมมอง 692 ปีที่แล้ว
Science Museum | Prehistoric life park | Guwahati | Northeast | Assam | প্ৰাক-ঐতিহাসিক জীৱ উদ্যান The Regional Science Centre is situated at Guwahati in Assam. It is a science museum which caters to the need of scientific inquiries of the children. The Regional Science centre situated at Khanapara in Kamrup district was established in 1994 with the aim to educate children regarding the impact o...
Moromore thikona | মৰমৰে ঠিকনা | বৰষুণৰ দিনবোৰ | Boroxunor dinbor | দিক্ষু শৰ্মা
มุมมอง 8K2 ปีที่แล้ว
Moromore thikona | মৰমৰে ঠিকনা | বৰষুণৰ দিনবোৰ | Boroxunor dinbor গীতৰ ফাঁকি ⵓ মৰমৰে ঠিকনা কণ্ঠশিল্পী ⵓ দিক্ষু শৰ্মা এলবাম ⵓ বৰষুণৰ দিনবোৰ | L I K E | C O M M E N T | S U B S C R I B E | Disclaimer : We do not own all the material we were posting on this channel. If you are a copyright owner and want your work to be removed from our channel please contact us viz E-mail or leave us a comment bel...
Jur Moloya | জুৰ মলয়া | Priyanka bharali | প্ৰিয়ংকা ভৰালী | Dy melody | Rupam Bhuyan
มุมมอง 2532 ปีที่แล้ว
Jur Moloya | জুৰ মলয়া | Priyanka bharali | প্ৰিয়ংকা ভৰালী | Dy melody | Rupam Bhuyan
দূৰ দূৰণিৰে পৰা | dur duronire pora | Music Video Track | ৰুমী অঞ্জনা চৌধুৰী | Rumi Anjana Choudhury
มุมมอง 3472 ปีที่แล้ว
দূৰ দূৰণিৰে পৰা | dur duronire pora | Music Video Track | ৰুমী অঞ্জনা চৌধুৰী | Rumi Anjana Choudhury
Mon kope duru duru | Pulak Benarjee | মন কঁপে দুৰু দুৰু | পুলক বেনাৰ্জী | Assamese Song
มุมมอง 1052 ปีที่แล้ว
Mon kope duru duru | Pulak Benarjee | মন কঁপে দুৰু দুৰু | পুলক বেনাৰ্জী | Assamese Song
Puwati nishar | Tarali Sarma | Nalini Bala Devi | পুৱতি নিশাৰ | তৰালি শৰ্মা | নলিনীবালা দেৱী
มุมมอง 2.6K2 ปีที่แล้ว
Puwati nishar | Tarali Sarma | Nalini Bala Devi | পুৱতি নিশাৰ | তৰালি শৰ্মা | নলিনীবালা দেৱী
Moi gandhijir dore hom | মই গান্ধীজীৰ দৰে হ’ম | ভূপেন হাজৰিকা | লক্ষ্যধৰ চৌধুৰী
มุมมอง 3.2K2 ปีที่แล้ว
Moi gandhijir dore hom | মই গান্ধীজীৰ দৰে হ’ম | ভূপেন হাজৰিকা | লক্ষ্যধৰ চৌধুৰী
Aji Badha Nidiba | Masum Bhardwaj | Hiren Gohain | Assamese | Melody | Song | Sorapaat
มุมมอง 6072 ปีที่แล้ว
Aji Badha Nidiba | Masum Bhardwaj | Hiren Gohain | Assamese | Melody | Song | Sorapaat
Mon jay | Zubeen Garg | Mon jay movie scene | Letter | Assamese best movie scene | মন যায়
มุมมอง 582 ปีที่แล้ว
Mon jay | Zubeen Garg | Mon jay movie scene | Letter | Assamese best movie scene | মন যায়
Uroniya Mone | Rongmon | উৰণীয়া মনে | ৰংমন | Assamese Song
มุมมอง 21K2 ปีที่แล้ว
Uroniya Mone | Rongmon | উৰণীয়া মনে | ৰংমন | Assamese Song
বিলত তিৰেবিৰাই | Bilot tirebirai podumor pahi oi | অনিন্দিতা পাল | ৰমেন চৌধুৰী | কমলানন্দ ভট্টাচাৰ্য
มุมมอง 2.2K2 ปีที่แล้ว
বিলত তিৰেবিৰাই | Bilot tirebirai podumor pahi oi | অনিন্দিতা পাল | ৰমেন চৌধুৰী | কমলানন্দ ভট্টাচাৰ্য
Kamala Sunduri nase | কমলা সুন্দৰী নাচে | Juli Rajbongshi| Chekowari Bakharapara | Stage Performance
มุมมอง 1032 ปีที่แล้ว
Kamala Sunduri nase | কমলা সুন্দৰী নাচে | Juli Rajbongshi| Chekowari Bakharapara | Stage Performance
Minil na.kam bitchi | Garo Song | Matrix Jitupan Bora | Chekowari Bakharapara | 2022
มุมมอง 2342 ปีที่แล้ว
Minil na.kam bitchi | Garo Song | Matrix Jitupan Bora | Chekowari Bakharapara | 2022
Sereng koi lagile bukute jui | চেৰেংকৈ লাগিলে | Deepjyoti Gogoi | Chekowari | Bakharapara
มุมมอง 1102 ปีที่แล้ว
Sereng koi lagile bukute jui | চেৰেংকৈ লাগিলে | Deepjyoti Gogoi | Chekowari | Bakharapara
Ati mitha xopunote tumi | এটি মিঠা সপোনতে তুমি | Deepjyoti Gogoi | Chekowari | Bakharapara
มุมมอง 952 ปีที่แล้ว
Ati mitha xopunote tumi | এটি মিঠা সপোনতে তুমি | Deepjyoti Gogoi | Chekowari | Bakharapara
Golap bibal | Garo song | Matrix Jitupan Bora | Stage Performance | Chekowari Bakharapara |Dhupdhara
มุมมอง 2002 ปีที่แล้ว
Golap bibal | Garo song | Matrix Jitupan Bora | Stage Performance | Chekowari Bakharapara |Dhupdhara
Fagun Fagun | Bodo Song | Juli Rajbongshi | Stage Performance | Chekowari Bakharapara | Dhupdhara
มุมมอง 3582 ปีที่แล้ว
Fagun Fagun | Bodo Song | Juli Rajbongshi | Stage Performance | Chekowari Bakharapara | Dhupdhara
Koi Nidiya Kiyo | Papon | Shreya Ghosal | Jitupan Bora | Deepjyoti Gogoi | Stage Performance
มุมมอง 1962 ปีที่แล้ว
Koi Nidiya Kiyo | Papon | Shreya Ghosal | Jitupan Bora | Deepjyoti Gogoi | Stage Performance
Siri Siri Laswe Laswe | Phylaw Basumatary | Zubeen Garg | Deepjyoti Gogoi | Bodo Song | Chekowari
มุมมอง 1362 ปีที่แล้ว
Siri Siri Laswe Laswe | Phylaw Basumatary | Zubeen Garg | Deepjyoti Gogoi | Bodo Song | Chekowari
Riba Riba Riba Phui Riba | Deepjyoti Gogoi | Chekowari | Bakharapara | Dhupdhara | Stage Performance
มุมมอง 1482 ปีที่แล้ว
Riba Riba Riba Phui Riba | Deepjyoti Gogoi | Chekowari | Bakharapara | Dhupdhara | Stage Performance
Agoli Botahe | Matrix Jitupan Bora | Live Performance | Chekowari | Bakharapara | Dhupdhara
มุมมอง 4572 ปีที่แล้ว
Agoli Botahe | Matrix Jitupan Bora | Live Performance | Chekowari | Bakharapara | Dhupdhara