Dhrubajyoti Green
Dhrubajyoti Green
  • 729
  • 173 680

วีดีโอ

আড্ডাত এচকল জীৱনবিলাস
มุมมอง 17514 วันที่ผ่านมา
এচকল জীৱনবিলাস নামৰ পুথিখন উন্মোচনৰ উপলক্ষ্যে গুৱাহাটী আৰ্টিষ্টছ গীল্ডত ২৫ জানুৱাৰী ২০২৫ তাৰিখে অনুষ্ঠিত হোৱা গাম্ভীৰ্য্যপূৰ্ণ মনোৰম অনুষ্ঠানটোৰ আঁত ধৰি প্ৰস্তুত কৰা এটি চমু ভিডিও।
Planetary Parade Programme by NSC Guwahati
มุมมอง 5514 วันที่ผ่านมา
A Special Programme on the Sky Observation organised by National Science Centre, Guwahati for students and interested general public
বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ আকৰ্ষণীয় কৰ্মসূচী
มุมมอง 7114 วันที่ผ่านมา
এডাল বাঁহৰপৰাই উপাৰ্জন কৰিব পাৰি একলা টকা। অসমৰ সেউজ সম্পদৰ ভিত্তিত এনেধৰণৰ কিছুমান লাভজনক উদ্যোগ গঢ়িবপৰাকৈ যোৰহাটত অৱস্থিত বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা সময়ে সময়ে বিভিন্ন প্ৰশিক্ষণ আগবঢ়োৱা হয়। এই ভিডিওটোত সেই বিষয়ে কিছু কথা কোৱা হৈছে।
কৃষি মেলাত উদ্ভাৱনা আৰু তৈলবীজ বিষয়ক সজাগতা
มุมมอง 8821 วันที่ผ่านมา
কৃষি ক্ষেত্ৰত উদ্ভাৱনী চিন্তাক অনুপ্ৰেৰণা জনোৱাৰ বাবে চৰকাৰে লৈছে সৱল পদক্ষেপ। একেদৰে অসমত তৈলবীজ শস্যৰ খেতিৰ যথেষ্ট গুৰুত্ব দিছে। সেই সম্পৰ্কীয় কিছু কথা।
ৰাজ্যৰ বাহিৰলৈ অশোক মেধিৰ টাবচইল
มุมมอง 9721 วันที่ผ่านมา
নলবাৰী জিলাৰ বালি গাঁওৰ অশোক মেধিয়ে স্কুলীয়া কালতে আৰম্ভ কৰা উদ্যোগত গোবৰ-জাবৰ, পথাৰৰ মাটি গোটাই প্ৰস্তুত কৰা সামগ্ৰীয়ে অসমৰ লগতে আন ৰাজ্যতো জনপ্ৰিয়তা লাভ কৰিছে ।
আঞ্চলিক কৃষি মেলা ২০২৫ত টেঙাৰ কথা
มุมมอง 8821 วันที่ผ่านมา
ঔষধি গুণেৰে ভৰপূৰ অসমৰ বিভিন্ন প্ৰজাতিৰ মূল্যবান টেঙাজাতীয় ফলবোৰৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে কিছু কথা।
আঞ্চলিক কৃষি মেলা ২০২৫ত চাহখেতিৰ বতৰা
มุมมอง 7421 วันที่ผ่านมา
চাহখেতিত জৈৱিক কীটনাশকৰ প্ৰয়োগ আৰু চাহৰ মূল্য সংযোজনৰ গৱেষণা কৰ্ম বিষয়ক কিছু কথা
আঞ্চলিক কৃষি মেলা ২০২৫ যোৰহাটত শস্যকৃমি
มุมมอง 6721 วันที่ผ่านมา
যোৱা ৪ৰপৰা ৬ জানুৱাৰী ২০২৫ তাৰিখলৈ অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটত চৌহদত অনুষ্ঠিত আঞ্চলিক কৃষি মেলা ২০২৫ৰ প্ৰদৰ্শনীৰ শস্যকৃমি বিষয়ক বিপনীটোৰ লগত সম্পৰ্কিত এটি ভিডিও।
আঞ্চলিক কৃষি মেলা ২০২৫ত পতংগ আৰু লাৰ কথা
มุมมอง 8528 วันที่ผ่านมา
আঞ্চলিক কৃষি মেলা ২০২৫ যোৰহাটৰ প্ৰদৰ্শনী মণ্ডপত পতংগ আৰু লাৰ বিষয়ে ৰেকৰ্ডিং কৰা দুটা সজাগতামূলক তথ্যভিত্তিক বক্তব্য।
আঞ্চলিক কৃষি মেলা ২০২৫ত সামূহিক বিজ্ঞান
มุมมอง 8128 วันที่ผ่านมา
অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ সামূহিক বিজ্ঞানৰ কিছু কথা
Livestock and Poultry Show 2025
มุมมอง 14528 วันที่ผ่านมา
This video is related to the Livestock and Poultry Show 2025, Khanapara, Guwahati
কৃষি মেলা ২০২৫ত বিপণন বুদ্ধিমত্তা কোষ
มุมมอง 186หลายเดือนก่อน
যোৰহাটত অনুষ্ঠিত আঞ্চলিক কৃষি মেলা ২০২৫ত অসম কৃষি বিশ্ববিদ্য়ালয়ে খোলা কৃষি বিপণন বুদ্ধিমত্তা কোষৰ বিক্ৰী কেন্দ্ৰত কৃষি অৰ্থনীতি বিভাগৰ মূৰব্বী অধ্যাপিকাৰ সৈতে এখন্তেক।
আঞ্চলিক কৃষি মেলা ২০২৫ত সম্প্ৰসাৰণ শিক্ষা
มุมมอง 95หลายเดือนก่อน
অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ সম্প্ৰসাৰণ শিক্ষা ব্যৱস্থাৰ বিষয়ে কিছু কথা।
Regional Sc Fair 2025 at NSC Guwahati
มุมมอง 23หลายเดือนก่อน
This video is related to the Regional Science Fair 2025 organised by National Science Centre, Guwahati from 7th to 10th January 2025
আঞ্চলিক কৃষি মেলা ২০২৫ত ৰেচম আৰু কৃষি সঁজুলি
มุมมอง 37หลายเดือนก่อน
আঞ্চলিক কৃষি মেলা ২০২৫ত ৰেচম আৰু কৃষি সঁজুলি
ODL AAU at Regional Agri Fair 2025 Jorhat
มุมมอง 145หลายเดือนก่อน
ODL AAU at Regional Agri Fair 2025 Jorhat
উদ্যান শস্য় গৱেষণা কেন্দ্ৰত মন্ত্ৰমুগ্ধ ছাত্ৰছাত্ৰী
มุมมอง 89หลายเดือนก่อน
উদ্যান শস্য় গৱেষণা কেন্দ্ৰত মন্ত্ৰমুগ্ধ ছাত্ৰছাত্ৰী
Assam Book Fair 2024 25
มุมมอง 79หลายเดือนก่อน
Assam Book Fair 2024 25
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐশ্বৰ্যশালী উদ্ভিদ কেন্দ্ৰটো
มุมมอง 364หลายเดือนก่อน
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐশ্বৰ্যশালী উদ্ভিদ কেন্দ্ৰটো
শিপিনী আৰু হস্তশিল্পীৰ প্ৰেৰণা প্ৰাগজ্যোতিকা
มุมมอง 122หลายเดือนก่อน
শিপিনী আৰু হস্তশিল্পীৰ প্ৰেৰণা প্ৰাগজ্যোতিকা
Dima Hasao Coffee Table Book
มุมมอง 10หลายเดือนก่อน
Dima Hasao Coffee Table Book
অসম গ্ৰন্থমেলা ২০২৪ ২৫ আৰম্ভ
มุมมอง 125หลายเดือนก่อน
অসম গ্ৰন্থমেলা ২০২৪ ২৫ আৰম্ভ
সংগ্ৰহালয় উৎসৱ ২০২৪ত বোকা পানী
มุมมอง 99หลายเดือนก่อน
সংগ্ৰহালয় উৎসৱ ২০২৪ত বোকা পানী
১৮০ গৰাকী প্ৰেৰণাময়ী মহিলাৰ জীৱনী
มุมมอง 375หลายเดือนก่อน
১৮০ গৰাকী প্ৰেৰণাময়ী মহিলাৰ জীৱনী
ত্ৰিপুৰাৰ প্ৰবীণ বাঁহ শিল্পী পৰিতোষ সাহা
มุมมอง 16หลายเดือนก่อน
ত্ৰিপুৰাৰ প্ৰবীণ বাঁহ শিল্পী পৰিতোষ সাহা
পৰিৱেশ সমাজ আৰু মূল্যবোধ নামৰ গ্ৰন্থখন
มุมมอง 90หลายเดือนก่อน
পৰিৱেশ সমাজ আৰু মূল্যবোধ নামৰ গ্ৰন্থখন
Dr S B Medhi IAS Retd Episod 4
มุมมอง 59หลายเดือนก่อน
Dr S B Medhi IAS Retd Episod 4
Dr S B Medhi IAS Retd Episod 3
มุมมอง 81หลายเดือนก่อน
Dr S B Medhi IAS Retd Episod 3
Dr S B Medhi IAS Retd Episod 2
มุมมอง 140หลายเดือนก่อน
Dr S B Medhi IAS Retd Episod 2

ความคิดเห็น

  • @sikhagoswami2900
    @sikhagoswami2900 9 วันที่ผ่านมา

    উৎপলৰ কাম সদাই ভাল লগা আৰু নিখুঁত । আশা কৰোঁ পাঠকে কিতাপখন পঢ়ি ভাল পাব।

  • @aimonideka3083
    @aimonideka3083 11 วันที่ผ่านมา

    Congratulations utpal daa..

  • @NibaranNath-bx4ee
    @NibaranNath-bx4ee 21 วันที่ผ่านมา

    অতি উত্তম

  • @hiranyabhattacharyya425
    @hiranyabhattacharyya425 หลายเดือนก่อน

    Congratulations to ODL team. Good going 👍

  • @borao9
    @borao9 หลายเดือนก่อน

    Congratulation to ODL team . excellent work done

  • @dhanadadeka7864
    @dhanadadeka7864 หลายเดือนก่อน

    বৰ ভাল লাগিল👌👌👌👍👍

  • @alakanandarajbangshi1890
    @alakanandarajbangshi1890 หลายเดือนก่อน

    অনন্য অনুষ্ঠান । উপস্থিত থাকি ভাল লাগিল

  • @mollikabegum6559
    @mollikabegum6559 หลายเดือนก่อน

    সুন্দৰ অনুষ্ঠান ।

  • @silentvlog-cw5bs
    @silentvlog-cw5bs หลายเดือนก่อน

    I happened to meet him in a workshop in cotton college 10 years back..

  • @Dipika7896
    @Dipika7896 2 หลายเดือนก่อน

  • @SochinaMunda
    @SochinaMunda 2 หลายเดือนก่อน

    Thank you khura 🙏 val lagil Sai apuni amar product khinir dhuniya ke video bonai se okhek dhonyobad thakil 🙏

  • @bijechkonchbijeshkonch5299
    @bijechkonchbijeshkonch5299 2 หลายเดือนก่อน

    Nice very very good and nice video

  • @mrinalbaruah3864
    @mrinalbaruah3864 2 หลายเดือนก่อน

    Training loboloi kene koi jogajog korib lagib jonabo soon

  • @samimapresents5479
    @samimapresents5479 2 หลายเดือนก่อน

    Very nice 👍 খুব ভাল লাগিলে শুনি ।

  • @samimapresents5479
    @samimapresents5479 2 หลายเดือนก่อน

    খুব সুন্দৰ পদক্ষেপ , বহুত বহুত শুভেচ্ছা থাকিল ।

  • @runumeekalita1393
    @runumeekalita1393 2 หลายเดือนก่อน

    সুন্দৰ ,শুভেচ্ছা জনালোঁ🙏

  • @DipdyutiChowdhury
    @DipdyutiChowdhury 2 หลายเดือนก่อน

    Nice video. Thanks

  • @meenaingti9205
    @meenaingti9205 2 หลายเดือนก่อน

    বঢ়িয়া

  • @kironpravaborah1909
    @kironpravaborah1909 2 หลายเดือนก่อน

    Aru aag bahi juwa junali logote Rosmiu

  • @jonalibaruah8601
    @jonalibaruah8601 3 หลายเดือนก่อน

    ইমান সুন্দৰকৈ একোজোপা পৈনত গছৰ লাভৰ কথা ছবিসহিতে দেখুৱালে৷ ধন্যবাদ৷বৃক্ষৰ গুৰুত্ব আমি বুজো৷ কিন্ত বহুজনে বুজিও নুবুজে৷

  • @pkg1951
    @pkg1951 3 หลายเดือนก่อน

    সুন্দৰ গায়ন।

  • @kusumtalukdar8264
    @kusumtalukdar8264 4 หลายเดือนก่อน

    অতিকেই সুন্দৰ অনুষ্ঠান

  • @KharkuDas
    @KharkuDas 4 หลายเดือนก่อน

    মই (Major) ইতিহাস বিভাগৰ পৰা BA পাছ কৰিলো। মই MA পুৰাতাত্ত্বিক বিভাগটো ল'ব পাৰিমনে ।

  • @sabita3055
    @sabita3055 4 หลายเดือนก่อน

    bohut bhal lagil

  • @chitralekhabaruah3949
    @chitralekhabaruah3949 4 หลายเดือนก่อน

    Excellant effort of Pragjyotish College Anthropology department..

  • @kusumtalukdar8264
    @kusumtalukdar8264 4 หลายเดือนก่อน

    It's really very much inspiring and encouraging video

  • @ClassIX_Maths
    @ClassIX_Maths 4 หลายเดือนก่อน

    I have also participated bro ❤❤

  • @BhaskarSharma-m3r
    @BhaskarSharma-m3r 5 หลายเดือนก่อน

    😊😢❤

  • @BhaskarSharma-m3r
    @BhaskarSharma-m3r 5 หลายเดือนก่อน

    Very nice

  • @The_Ahom_
    @The_Ahom_ 5 หลายเดือนก่อน

    I participated on extempore speech from charaideo district

  • @NibaranNath-bx4ee
    @NibaranNath-bx4ee 5 หลายเดือนก่อน

    আদৰ্শবান শিক্ষক।

  • @soumyadeepdatta8753
    @soumyadeepdatta8753 5 หลายเดือนก่อน

    শ্ৰী কনক চন্দ্ৰ শৰ্মাদেৱৰ এই কথোপকথন শুনি অত্যন্ত আনন্দিত হলো। আজিৰ পৰা প্ৰায় ৩৫ বছৰ আগতে মোৰ লগত তেওঁৰ, এটা ঘটনাৰ পৰিপ্ৰেক্ষিতত মুখামুখি হৈছিল। সেই সময়ত তেওঁ ধুবুৰী জিলাৰ উপায়ুক্ত হৈ আছিল। সেই সময়ত আমাৰ পৰম্পৰাগত গৌৰবৰ চান্দৰডিঙা পাহাৰৰ এটা সংকট আহি উপস্থিত হৈছিল। সেই সময়ত আমি ডেকালৰা, আমি চান্দৰডিঙাক ধ্বংসৰ হাতৰ পৰা বচাবলৈ আন্দোলন আৰম্ভ কৰিছিলো। শ্ৰী কনক চন্দ্ৰ শৰ্মাদেৱ সেই সময়ত আমাক পূৰ্ণ সহযোগীতা কৰিছিল। কাৰণ তেওঁ অসমখনক মনেপ্ৰাণে ভালপাইছিল। উপায়ুক্ত হৈ তেওঁ যদি সেই সময়ত, চান্দৰডিঙাত ডাইনামাইট ফুটুয়াৰ অনুমতি প্ৰদান কৰিলে হয়, তেতিয়া হলে আমাৰ সংগ্ৰাম যে বহুত কঠিন হোল হয় তাত কোনো সন্দেহ নাই। এই উপায়ুক্ত শ্ৰী কনক চন্দ্ৰ শৰ্মাদেৱৰ সততা, দেশ আৰু জাতিৰ প্ৰতি শ্ৰদ্ধা মোক বক্তিগত ভাবেও অনুপ্ৰাণিত কৰি আহিছে। এই সম্পর্কে কোনো এখন বাতৰি কাকতত মোৰ লেখাৰ ইচ্ছা আছে। মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দৰে প্ৰতাপী মুখ্যমন্ত্ৰীৰ সময়কালত, শ্ৰী কনক চন্দ্ৰ শৰ্মাদেৱৰ এই নিৰ্ভিক আচৰণ প্ৰত্যেকজন অসমীয়াৰ মনত অনুপ্ৰেৰণা প্ৰদান কৰিব।। তেওঁৰ প্ৰতি শ্ৰদ্ধা জনালো।। মা তাৰায় যেন তেওঁক সদায় মঙ্গল কুশলে ৰাখে তাৰ বাবে মা তাঁৰাৰ ওছৰত প্ৰাৰ্থনা যনালো।।❤

  • @ganeshhazarika2453
    @ganeshhazarika2453 6 หลายเดือนก่อน

    Congratulations to Mr k k Sen sir for his allout efforts and contribution towards literature.

  • @ৰিপুঞ্জয়নাথ
    @ৰিপুঞ্জয়নাথ 6 หลายเดือนก่อน

    dada class bilk tu online hy timing tu jne neki clsr

  • @monumentaljourneyJD
    @monumentaljourneyJD 6 หลายเดือนก่อน

    Very informative 👏

  • @fardinasaleh4695
    @fardinasaleh4695 6 หลายเดือนก่อน

    ❤❤❤

  • @aamarprithivibharatiphukan6883
    @aamarprithivibharatiphukan6883 7 หลายเดือนก่อน

    ভাল লাগিল

  • @dipengogoi2113
    @dipengogoi2113 7 หลายเดือนก่อน

    ভাল অনুষ্ঠান এটা হৈ গ'ল ! বিগ্যানৰ প্ৰসাৰত আৰু প্ৰচাৰত এনে অনুষ্ঠানে নিশ্চয় সহায় কৰিব । অভিনন্দন !

  • @nawalkhandelia8390
    @nawalkhandelia8390 7 หลายเดือนก่อน

    🙏🙏💐

  • @maheshbarman6091
    @maheshbarman6091 7 หลายเดือนก่อน

    ইলোৰা বিজ্ঞান মঞ্চৰ অতি উৎকৃষ্ট প্ৰয়াস। ভবিষ্যতেও এই অভিযান আৰু ক্ষীপ্ৰ আৰু গতিশীল হওক।

  • @AparnaDeviBasicLearning
    @AparnaDeviBasicLearning 7 หลายเดือนก่อน

    Nice video

  • @kusumtalukdar8264
    @kusumtalukdar8264 7 หลายเดือนก่อน

    ৰঙালী মেলা..... বৰ ভাল লাগিল

  • @pkg1951
    @pkg1951 7 หลายเดือนก่อน

    বৰ সুন্দৰ কথাখিনি কৈছে মহীলা গৰাকীয়ে।

  • @sabita3055
    @sabita3055 7 หลายเดือนก่อน

    Very Nice

  • @kainatrahmanchoudhury2685
    @kainatrahmanchoudhury2685 8 หลายเดือนก่อน

    Mur lora e 2023 t hobby camp join korisile...eibar ketia hobo please jonabo sun.

  • @jonalibaruah8601
    @jonalibaruah8601 8 หลายเดือนก่อน

    এটি সুন্দৰ অনুষ্ঠানৰ সাক্ষী হৈ ভাল লাগিল৷ জয়তু AAU ODL

  • @pritirekhachoudhary3955
    @pritirekhachoudhary3955 8 หลายเดือนก่อน

    বৰ সুন্দৰ উপস্হাপন

  • @FIREFLASH888
    @FIREFLASH888 8 หลายเดือนก่อน

    🎉🎉

  • @sabita3055
    @sabita3055 8 หลายเดือนก่อน

    অতি ভাল লগা অনুষ্ঠান বহুত ভাল লাগিল

  • @rajnisharma1448
    @rajnisharma1448 8 หลายเดือนก่อน

    জয় আয় অসম🎉❤❤