- 6 418
- 112 445
Pratidin Live Assam
India
เข้าร่วมเมื่อ 7 ส.ค. 2020
সত্যনিষ্ঠ আৰু নিৰ্ভৰযোগ্য সংবাদৰ প্ৰতিশ্ৰুতিৰে
সমূহ অসমবাসীলৈ মাঘ বিহুৰ উৰুকাৰ শুভেচ্ছা জনাই জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণ দ্বীপৰ সংগীতানুষ্ঠান
সমূহ অসমবাসীলৈ মাঘ বিহুৰ উৰুকাৰ শুভেচ্ছা জনাই জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণ দ্বীপৰ সংগীতানুষ্ঠানৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়ালোঁ ।
#pratidinliveassam #maghbihu #uruka #prandeep_musical #Kakopather #highlightseveryonefollowers
#pratidinliveassam #maghbihu #uruka #prandeep_musical #Kakopather #highlightseveryonefollowers
มุมมอง: 494
วีดีโอ
যোৰহাটৰ ষ্টেডিয়াম চৌহদৰ বাকৰিত অনুস্থিত হোৱা কেন্দ্ৰীয় অবিৰত শ্ৰীমদ্ভাগৱত পাঠৰ থলীত ।
มุมมอง 1972 หลายเดือนก่อน
🟩যোৰহাটৰ ষ্টেডিয়াম চৌহদৰ বাকৰিত কিছু সময় । কেন্দ্ৰীয় অবিৰত শ্ৰীমদ্ভাগৱত পাঠৰ থলীত উদযাপন সমিতিৰ বিভিন্ন বিভাগৰ বিষয়ববীয়াৰ মতামতৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা বৈষ্ণৱপ্ৰাণ ভকতবৃন্দৰ মনৰ অনুভৱ আগবঢ়াইছো । ( যুগুতাইছে যোৰহাটৰ সংবাদদাতা পুলক চুতীয়াই ) #pratidinliveassam #jorhat
🟩কবিতাৰ সুগন্ধি সুৱাসেৰে ভৰি পৰিল যোৰহাট ।🟩 পঞ্চজ্যোতি কবি সমাৰোহত পঞ্চজ্যোতি কাব্য পুথি উন্মোচন ।
มุมมอง 282 หลายเดือนก่อน
🟩কবিতাৰ সুগন্ধি সুৱাসেৰে ভৰি পৰিল যোৰহাট । 🟩 পঞ্চজ্যোতি কবি সমাৰোহত পঞ্চজ্যোতি কাব্য পুথি উন্মোচন । #pratidinliveasaam #jorhat
দেৱৰ্ষী নাৰদৰ কণ্ঠত নিগৰিত শ্ৰুতিমধুৰ ভক্তিগীতত মন্ত্ৰমুগ্ধ দৰ্শক । Pratidinliveassam
มุมมอง 462 หลายเดือนก่อน
🔴 চুঙীৰ নৈশ বুকুত গাঁৱৰ এজাক কণমানিৰ দুৰ্দান্ত অভিনয়ৰ চমক । 🔴দেৱৰ্ষী নাৰদৰ কণ্ঠত নিগৰিত শ্ৰুতিমধুৰ ভক্তিগীতত মন্ত্ৰমুগ্ধ দৰ্শক । 🔴জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বৰবাম চুঙী বৰনামঘৰত পৰিৱেশিত " ভৃগুমুণিৰ পদচিহ্ন " ভাওনাৰ কিছু নয়নাভিৰাম দৃশ্যাংশ উপভোগ কৰো আহক । ( প্ৰথম খণ্ড ) ( যুগুতাইছে যোৰহাটৰ সংবাদদাতা পুলক চুতীয়াই ) #pratidinliveassam #vaunavideo #jorhat
মৰাণ স্বায়ত্তশাসিত পৰিষদলৈ অহা ধন আত্মসাত কৰাৰ গুৰুতৰ অভিযোগ । Pratidinliveassam
มุมมอง 1455 หลายเดือนก่อน
মৰাণ স্বায়ত্তশাসিত পৰিষদলৈ অহা ধন আত্মসাত কৰাৰ গুৰুতৰ অভিযোগ সমাজসেৱক ৰহেন্দ্র মৰাণ ওৰফে গুলী অসমৰ । #pratidinliveassam #tinsukia
উজলি উঠিল কণমানিহঁতৰ সুকোমল হাতৰ পৰশত নানাৰঙী চিত্ৰ । Pratidinliveassam
มุมมอง 185 หลายเดือนก่อน
🔴তিতাবৰত সাতোৰঙৰ সমাহাৰ । 🔴উজলি উঠিল কণমানিহঁতৰ সুকোমল হাতৰ পৰশত নানাৰঙী চিত্ৰ । #pratidinliveassam #titabor #jorhat
বানপীড়িতৰ মাজত অসম উন্নয়ন পৰিষদৰ সমূহীয়া ভোজন প্ৰদান । Pratidinliveassam
มุมมอง 1106 หลายเดือนก่อน
বানপীড়িতৰ মাজত অসম উন্নয়ন পৰিষদৰ সমূহীয়া ভোজন প্ৰদান । #pratidinliveassam #sibsagar
ফিল'বাৰীৰ পদুমপথাৰত আৰক্ষীয়ে খেদি-খেদি ধৰিলে ড্ৰাগছ বেপাৰীক । Pratidinliveassam
มุมมอง 46 หลายเดือนก่อน
ফিল'বাৰীৰ পদুমপথাৰত আৰক্ষীয়ে খেদি-খেদি ধৰিলে ড্ৰাগছ বেপাৰীক । #pratidinliveassam #philobari #tinsukia
জলবন্দীত কোটোহাৰ তিনিখনকৈ গাঁওমথাউৰিত আশ্ৰয় ১৫০ টাকৈ পৰিয়াল । Pratidinliveassam
มุมมอง 26 หลายเดือนก่อน
জলবন্দীত কোটোহাৰ তিনিখনকৈ গাঁও মথাউৰিত আশ্ৰয় ১৫০ টাকৈ পৰিয়াল । বানাক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ বৰবৰুৱা প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় লায়ন্স ক্লাবৰ । #pratidinliveassam #dibrugarh
ছাত্ৰৰ চুৰিৰ আঘাটত মৃত্যু শিক্ষা গুৰুৰ । Pratidinliveassam
มุมมอง 136 หลายเดือนก่อน
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা । ছাত্ৰৰ চুৰিৰ আঘাটত মৃত্যু শিক্ষা গুৰুৰ । #pratidinliveassam #sibsagar
হাজোত 'মা'ৰ নামত এজোপা বৃক্ষ শীৰ্ষক কাৰ্যসূচী ৰূপায়ন/ pratidinliveassam
มุมมอง 286 หลายเดือนก่อน
হাজোত 'মা'ৰ নামত এজোপা বৃক্ষ শীৰ্ষক কাৰ্যসূচী ৰূপায়ন । #pratidinliveassam #hajo
ৰামদিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনত ককা আইতা দিৱস উদযাপন / Pratidinliveassam
มุมมอง 17 หลายเดือนก่อน
ৰামদিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনত ককা আইতা দিৱস উদযাপন নিজ হাতেৰে বনোৱা মৰমৰ ৰুমাল উপহাৰ হিচাপে দিলে নিজৰ ককা আইতালৈ । #pratidinliveassam #hajo
জনপ্ৰিয় কণ্ঠশিল্পী পাৰ্থজ্যোতি বৰুৱাৰ সংগীতানুষ্ঠান / Pratidinliveassam
มุมมอง 57 หลายเดือนก่อน
জনপ্ৰিয় কণ্ঠশিল্পী পাৰ্থজ্যোতি বৰুৱাৰ সংগীতানুষ্ঠানত পৰিৱেশিত এটি জনপ্ৰিয় বিহুগীত । #pratidinliveassam #stageshow #kakopather #tinsukia
কাকপথাৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰী সকলৰ জেং বিহু বিহু দলটি প্ৰদৰ্শন / Pratidinliveassam
มุมมอง 17 หลายเดือนก่อน
কাকপথাৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰী সকলৰ জেং বিহু বিহু দলটি প্ৰদৰ্শন অনুষ্ঠিত হৈ যোৱা কাকপথাৰ কেন্দ্ৰীয় ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ জেং বিহু প্ৰতিযোগিতাত । #pratidinliveassam #Bihu2024 #jengbihu #Kakopather #tinsukia
সদৌ টাই আহোম ছাত্ৰ সন্থা,কাকপথাৰ আঞ্চলিক সমিতিৰ গাভৰু বিহু দ’লৰ প্ৰদৰ্শন ৷
มุมมอง 47 หลายเดือนก่อน
সদৌ টাই আহোম ছাত্ৰ সন্থা,কাকপথাৰ আঞ্চলিক সমিতিৰ য়ে-চেং-ফা গাভৰু বিহু দ’লৰ প্ৰদৰ্শন ৫৮ সংখ্যক কাকপথাৰ কেন্দ্ৰীয় ৰাজহুৱা ৰঙালী বিহু সন্মিলন ২০২৪ত ৷ #pratidinliveassam #kakopather #tinsukia
শংকৰদেৱ শিশু-বিদ্যা নিকেতন কাকপথাৰৰ শীৰ্ষ গীত / Pratidinliveassam
มุมมอง 209 หลายเดือนก่อน
শংকৰদেৱ শিশু-বিদ্যা নিকেতন কাকপথাৰৰ শীৰ্ষ গীত / Pratidinliveassam
শংকৰদেৱ শিশু-বিদ্যা নিকেতন, কাকপথাৰৰ ৰূপালী জয়ন্তী সমাৰোহ সামৰণি অনুষ্ঠান আজিৰে পৰা আৰম্ভ ।
มุมมอง 99 หลายเดือนก่อน
শংকৰদেৱ শিশু-বিদ্যা নিকেতন, কাকপথাৰৰ ৰূপালী জয়ন্তী সমাৰোহ সামৰণি অনুষ্ঠান আজিৰে পৰা আৰম্ভ ।
হৰি নামৰ ধ্বনিৰে মুখৰিত হ’ল দৰিকাপাৰ নাওঁজান গাওঁ উদয় নগৰ নামঘৰ । Pratidinliveassam
9 หลายเดือนก่อน
হৰি নামৰ ধ্বনিৰে মুখৰিত হ’ল দৰিকাপাৰ নাওঁজান গাওঁ উদয় নগৰ নামঘৰ । Pratidinliveassam
ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত লুৰিণজোতি গগৈক আদৰণি ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ। Pratidinliveassam
มุมมอง 210 หลายเดือนก่อน
ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত লুৰিণজোতি গগৈক আদৰণি ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ। Pratidinliveassam
খেল মহাৰণ ২০২৩-২৪ৰ ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাৰ উদ্বোধন কৰে ডিব্রুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে।
มุมมอง 310 หลายเดือนก่อน
খেল মহাৰণ ২০২৩-২৪ৰ ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাৰ উদ্বোধন কৰে ডিব্রুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে।
ছদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিৱসাগৰৰ শিৱদৌলত শিৱৰাত্ৰী মেলা । Pratidinliveassam
มุมมอง 410 หลายเดือนก่อน
ছদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিৱসাগৰৰ শিৱদৌলত শিৱৰাত্ৰী মেলা । Pratidinliveassam
ডুমডুমাত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দ্বাদশ সংখ্যক অধিৱেশন আৰম্ভ ।
มุมมอง 211 หลายเดือนก่อน
ডুমডুমাত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দ্বাদশ সংখ্যক অধিৱেশন আৰম্ভ ।
বৰপথাৰত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় মে-ডাম -মেফি উদযাপন । উপস্থিত লুৰিণজ্যেতি গগৈ ।
มุมมอง 111 หลายเดือนก่อน
বৰপথাৰত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় মে-ডাম -মেফি উদযাপন । উপস্থিত লুৰিণজ্যেতি গগৈ ।
ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ । Pratidinliveassam
มุมมอง 111 หลายเดือนก่อน
ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ । Pratidinliveassam
জাতীয় সংগঠন সংগ্ৰামী সেনাই জয়সাগৰ পুখুৰী পাৰত দেখুৱালে ব্যতিক্ৰমী কাৰ্য ।
มุมมอง 111 หลายเดือนก่อน
জাতীয় সংগঠন সংগ্ৰামী সেনাই জয়সাগৰ পুখুৰী পাৰত দেখুৱালে ব্যতিক্ৰমী কাৰ্য ।
আবেগিক মূহুর্তৰে সামৰণি পৰিল অসম কলেজ শিক্ষক সংস্থাৰ ৬৮ সংখ্যক বার্ষিক কেন্দ্রীয় অধিবেশন ।
มุมมอง 111 หลายเดือนก่อน
আবেগিক মূহুর্তৰে সামৰণি পৰিল অসম কলেজ শিক্ষক সংস্থাৰ ৬৮ সংখ্যক বার্ষিক কেন্দ্রীয় অধিবেশন ।
শিৱসাগৰ গড়গাঁও হেমেনাবাৰীত মে-ডাম-মে-ফী উদ্যাপন । Pratidinliveassam
มุมมอง 311 หลายเดือนก่อน
শিৱসাগৰ গড়গাঁও হেমেনাবাৰীত মে-ডাম-মে-ফী উদ্যাপন । Pratidinliveassam
যোৰহাট সদৰ থানাত হাজিৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা । Pratidinliveassam
มุมมอง 111 หลายเดือนก่อน
যোৰহাট সদৰ থানাত হাজিৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা । Pratidinliveassam
ডিব্ৰুগড়ত আটাছুৰ মে -ডাম-মে-ফী । Pratidinliveassam
มุมมอง 311 หลายเดือนก่อน
ডিব্ৰুগড়ত আটাছুৰ মে -ডাম-মে-ফী । Pratidinliveassam
দৰিকা নৈত উটি অহা অৱস্থাত এটি সদ্যোজাত শিশুৰ মৃতদেহ উদ্ধাৰ । Pratidinliveassam
มุมมอง 311 หลายเดือนก่อน
দৰিকা নৈত উটি অহা অৱস্থাত এটি সদ্যোজাত শিশুৰ মৃতদেহ উদ্ধাৰ । Pratidinliveassam
Nice❤❤❤
Miss krisu
🎉🤣🤣👍
Nice
Nice❤❤❤
অভিনন্দন জনালো।🎉🎉🎉🎉🎉❤❤❤❤❤
kam nai BJP
কনাক হাহক পতান ধান দিয়াৰ দৰে এইবাৰ থগিব চৰকাৰে ৰাইজক
কি বাতৰি পঢ়িছে?
Right we r Adivasi people ... Not tea tribe OK..
অসমত কি হৈছে সেইটো ক'ব লাগে। বাকী বোৰ নুশুনে আৰু।
ভাল পদক্ষেপ লৈছে ।।
Bohut dhunia kotha korise hokolu dol hongotnok bohut bohut ,,,,,🙏🙏🙏 Joi aai okhom
Congratulations bro aguwai juwa aru
Amer lekhiaburok chakori ata loge o Himonto Bishyo sormah
Mur bhal din ketiau nahe
ৰাজীৱ দা দেখোন
Hundor prativa.
Hundor bihu dance.
Dukhor kotha.
Bahut Dukh lagila.
🙏🏻🙏🏻🙏🏻
Nice ❤
Goo...d
Ake amar falew
😆 Promo`SM
Very nice .. Congratulations
Good
Luha adal bhalke gorom kori logai diyok tak
Great 😃👍
👍👍
Anujmaeatta
Shoot koribo dibo lage
Ki j asorit manuh bur Dada hokol sai siti Dhaba burot humabo .aji kali kotu kunu huroikhito nhoi .
Dhaba khon jui logai dibo lage aru putek kitak police sor mar khuabo lage
Nyc
Thanks from🌹 hyd.
Good evening news
Good job👏👏👏
Bhut bhal lagil de
বাতৰি পঢ়া গৰাকীয়ে শব্দ বোৰ শুদ্ধ কৈ উচ'চাৰণ কৰিিবলৈ চেষ্টা কৰিব
বিভাগীয় কতৄপক্ষই বিষয়টোৰ ওপৰত ব্যৱস্থা কৰা উচিত
দুনিয়ার চোর এক হও !!!
আমি আসামের জনগনকে বলছি আপনারা আর যাই করুন তৃনমূল চোরদের দলে যোগ দেবেন না। পশ্চিম বঙ্গে এই দল কোটি কোটি টাকা লুটছে। শিক্ষক পদ বিক্রি করে দিয়েছে। এখানে ঁশিক্ষামনত্রী জেলে। মমতাকে বিশ্বাস করলে ঠকতে হবে। সব মিথ্যা কথা বলে। ত্রিপুরা তচ্য
Nice voice
আগলৈ আৰু অসমীয়া ফিল্ম আহক
Thogibo manuh bisari napala aru....
Good night news
Good night
Good
Very good