- 68
- 281 267
Anupam Assom অনুপম অসম
เข้าร่วมเมื่อ 24 พ.ย. 2017
কৰ্মই আমাৰ ধৰ্ম
জাঁজীমুখৰ ভয়াবহ বান পৰিস্থিতি//ভৰা ব্ৰহ্মপুত্ৰই প্লাৱিত কৰিলে জাঁজীমুখৰ বিস্তীৰ্ণ অঞ্চল। #flood
জাঁজীমুখৰ ভয়াবহ বান পৰিস্থিতি//ভৰা ব্ৰহ্মপুত্ৰই প্লাৱিত কৰিলে জাঁজীমুখৰ বিস্তীৰ্ণ অঞ্চল। #flood
มุมมอง: 9
วีดีโอ
যান্ত্রনাময় যাত্রা,৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, টীয়কৰ পৰা কাকজান
มุมมอง 566 หลายเดือนก่อน
যান্ত্রনাময় যাত্রা,৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, টীয়কৰ পৰা কাকজান
পাতত দিয়া দৰিকণা মাছৰ জুতি//highlight
มุมมอง 7010 หลายเดือนก่อน
পাতত দিয়া দৰিকণা মাছৰ জুতি//highlight
আহোমৰ প্ৰথম ৰাজধানী টিপামত এটি বিশেষ দিন// Tipam//Dibrugarh//Nahorkotia
มุมมอง 4711 หลายเดือนก่อน
আহোমৰ প্ৰথম ৰাজধানী টিপামত এটি বিশেষ দিন// Tipam//Dibrugarh//Nahorkotia
টীয়ক সুকুমাৰ কলা কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী সকলে অংকণ কৰা চিত্র প্ৰদৰ্শন//যোগাযোগ নম্বৰ:- 9954447673
มุมมอง 18ปีที่แล้ว
টীয়ক সুকুমাৰ কলা কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী সকলে অংকণ কৰা চিত্র প্ৰদৰ্শন//যোগাযোগ নম্বৰ:- 9954447673
জেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যৰ টীয়কৰ গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত ৰাইজক আপ্লুত কৰা ভাষণৰ এক কিয়দাংশ
มุมมอง 6ปีที่แล้ว
জেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যৰ টীয়কৰ গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত ৰাইজক আপ্লুত কৰা ভাষণৰ এক কিয়দাংশ
'কংস'ৰ ভাওত দুৰ্দান্ত অভিনয় কৰি দৰ্শকৰ মন মুহিত কৰিলে তাপস তৰুণ শইকীয়াই// Teok, Jorhat//Rakh
มุมมอง 219ปีที่แล้ว
'কংস'ৰ ভাওত দুৰ্দান্ত অভিনয় কৰি দৰ্শকৰ মন মুহিত কৰিলে তাপস তৰুণ শইকীয়াই// Teok, Jorhat//Rakh
new picnic place// জাঁজীমুখ,টীয়ক//ৰংথলী
มุมมอง 692 ปีที่แล้ว
new picnic place// জাঁজীমুখ,টীয়ক//ৰংথলী
টীয়ক সন্মিলিত যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা কেন্দ্রীয় ৰাসৰ মহাৰাসৰ এক নান্দনিক দৃশ্য
มุมมอง 262 ปีที่แล้ว
টীয়ক সন্মিলিত যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা কেন্দ্রীয় ৰাসৰ মহাৰাসৰ এক নান্দনিক দৃশ্য
Majuli Rakh//Khunasuk// মাজুলীৰ খোনাচুকৰ ৰাস
มุมมอง 1572 ปีที่แล้ว
Majuli Rakh//Khunasuk// মাজুলীৰ খোনাচুকৰ ৰাস
মাজুলীৰ ৰাস// বিন্দাবনত শ্ৰীকৃষ্ণৰ লীলা// Majuli Rakh
มุมมอง 1092 ปีที่แล้ว
মাজুলীৰ ৰাস// বিন্দাবনত শ্ৰীকৃষ্ণৰ লীলা// Majuli Rakh
উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, যোৰহাট convocation Ceremony 2022
มุมมอง 632 ปีที่แล้ว
উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, যোৰহাট convocation Ceremony 2022
Hori nam//হৰি নাম//ঢেকীয়াখোৱা বৰ নামঘৰ
มุมมอง 1372 ปีที่แล้ว
Hori nam//হৰি নাম//ঢেকীয়াখোৱা বৰ নামঘৰ
কামাখ্যা ধামত অম্বুবাচী মেলা//মা বন্দনাৰে মুখৰিত হৈ পৰিছে শক্তিপীঠ
มุมมอง 532 ปีที่แล้ว
কামাখ্যা ধামত অম্বুবাচী মেলা//মা বন্দনাৰে মুখৰিত হৈ পৰিছে শক্তিপীঠ
জ্যোতি বিদ্যাপীঠ টীয়কৰ প্ৰাত:সভা// Morning assembly Jyoti Vidyapith Teok
มุมมอง 1.6K2 ปีที่แล้ว
জ্যোতি বিদ্যাপীঠ টীয়কৰ প্ৰাত:সভা// Morning assembly Jyoti Vidyapith Teok
পেপাঁ বাদন শুদ্ধ ৰূপত//পাৰ্থপ্ৰতিম নেওঁগ, Pepa Badon
มุมมอง 1782 ปีที่แล้ว
পেপাঁ বাদন শুদ্ধ ৰূপত//পাৰ্থপ্ৰতিম নেওঁগ, Pepa Badon
অসমৰ আটাইতকৈ ডাঙৰ পেঁপাটো// কোনে সৃষ্টি কৰিলে// big & long pepa
มุมมอง 1372 ปีที่แล้ว
অসমৰ আটাইতকৈ ডাঙৰ পেঁপাটো// কোনে সৃষ্টি কৰিলে// big & long pepa
ৰুক্মিণী হৰণ নাটৰ বেদনিধি চৰিত্ৰৰ এটি দৃশ্য
มุมมอง 1682 ปีที่แล้ว
ৰুক্মিণী হৰণ নাটৰ বেদনিধি চৰিত্ৰৰ এটি দৃশ্য
শ্ৰেষ্ঠ তাৰ্কিক//সৰ্বানন্দ নেওঁগ // টীয়ক প্ৰেছক্লাৱ
มุมมอง 7K2 ปีที่แล้ว
শ্ৰেষ্ঠ তাৰ্কিক//সৰ্বানন্দ নেওঁগ // টীয়ক প্ৰেছক্লাৱ
সাংবাদিকৰ প্ৰকাৰ আৰু গুৰুত্ব// দীপক শৰ্মাৰ গুৰুত্বপূৰ্ণ বক্তৃতা অনুষ্ঠান।। Deepak Sharma
มุมมอง 1872 ปีที่แล้ว
সাংবাদিকৰ প্ৰকাৰ আৰু গুৰুত্ব// দীপক শৰ্মাৰ গুৰুত্বপূৰ্ণ বক্তৃতা অনুষ্ঠান।। Deepak Sharma
বিস্ময়ক বাখৰ বেঙেনা// Bakhor Bangena// Sivsagar, Bokota
มุมมอง 1652 ปีที่แล้ว
বিস্ময়ক বাখৰ বেঙেনা// Bakhor Bangena// Sivsagar, Bokota
বান্দৰ "এক উভটনি যাত্রা"// পূৰ্ণাংগ নাটকৰ ষষ্ঠ (অন্তিম)খণ্ড
มุมมอง 1032 ปีที่แล้ว
বান্দৰ "এক উভটনি যাত্রা"// পূৰ্ণাংগ নাটকৰ ষষ্ঠ (অন্তিম)খণ্ড
বান্দৰ "এক উভটনি যাত্রা"// পূৰ্ণাংগ নাটকৰ ৫ম খণ্ড
มุมมอง 532 ปีที่แล้ว
বান্দৰ "এক উভটনি যাত্রা"// পূৰ্ণাংগ নাটকৰ ৫ম খণ্ড
Excellent...keep.growing...bro.oti.hundor...
লোভ লগাই আছ ন ...
Ki naam baa jonir
Thank you so much
ভাল লাগিল। আগোৱাই যোৱা ।
Very good
কল জাগ দিছে 😊
Ki karise mane
কল পকাবলৈ জাক দিয়া বুলি কয়
❤❤❤
Tur biya khon uu hunkale kham aru 🎇🎇
বহুত ধুনীয়া
Great
🙏🙏🙏
Ami goisu dada bohut Val lage
মালিনীথানৰ লগত জড়িত আখ্যানমতে শ্ৰীকৃষ্ণই বিদৰ্ভৰ ৰজা ভীস্মকৰ জীয়ৰী ৰুক্মিণীক হৰণ কৰি দ্বাৰকালৈ নিওঁতে বৰ্তমানৰ মালিনী থান থকা ঠাইত জিৰণি লৈছিল। তেতিয়া সেই ঠাইতেই মহাদেৱ শিৱ আৰু তেওঁৰ পত্নী দূৰ্গা (পাৰ্বতী)ই এখন ফুলৰ বাগিচাৰ মালি ৰূপ ধৰি আছিল। শ্ৰীকৃষ্ণ ৰুক্মিণী সেই ঠাই পোৱাৰ লগে লগে পাৰ্বতীয়ে তেওঁলোকক সুন্দৰ ফুলৰ মালাৰে আদৰণি জনাইছিল।এই কাৰ্যত সন্তোষ্ট হৈ শ্ৰীকৃষ্ণই পাৰ্বতীক মালিনী নামেৰে সম্বোধন কৰিছিল। সেই সময়ৰ পৰা ঠাইখন মালিনীথান নামেৰে প্ৰখ্যাত হৈ পৰে।এই আখ্যানমতে কৃষ্ণ-ৰুক্মিণীৰ বিবাহ শিৱ -পাৰ্বতীৰ সাক্ষাতত মালিনীথানতে সম্পন্ন হৈছিল। মালিনীথানৰ প্ৰায় দুশ মিটাৰ উচ্চতাত ৰুক্মিণী মন্দিৰ আৰু তাৰো ওপৰলৈ প্ৰায় সাত কিলোমিটাৰ আঁতৰত আকাশী গংগা অৱস্থিত। জনবিশ্বাসমতে মালিনীথানত শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিবাহ হৈ যোৱাৰ পাছত বৰ্তমানৰ ৰুক্মিণী মন্দিৰ থকা স্থানতে দুয়ো এনিশা জিৰণি লৈছিল। পিছদিনা দুয়ো আকাশীগংগাৰ নিৰ্মল জলধাৰাত স্থান কৰি আহি পূজা সেৱা কৰি দ্বাৰকালৈ যায়গৈ। চুতীয়া ৰজাসকলৰ ৰাজত্ব কালত মালিনীথানত কেইবাটাও মন্দিৰ আছিল । কিন্তু চুতীয়া ৰাজ্যৰ পতন আৰু প্ৰাকৃতিক দুৰ্যোগত মন্দিৰকেইটা ভাঙি পৰিছিল আৰু মূৰ্তিবোৰ মাটিত পোত গৈছিল।কুৰি শতিকাৰ চতুৰ্থ দশকত ডব্লিউ এইচ কালভাৰ্ট নামৰ পাছিঘাটৰ Assistant political officer এজনে পাহাৰৰ গালং সম্প্ৰদায় আৰু ভৈয়ামৰ তৰাজান অঞ্চলৰ মানুহৰ মাজত হোৱা কাজিয়া এখনৰ মীমাংসা কৰিবলৈ যাওঁতে মালিনীথানৰ ধ্বংসাৱশেষবোৰ দেখা পাইছিল। দেশ স্বাধীন হোৱাৰ পাছত প্ৰথমে ডঃ ধৰ্মেশ্বৰ চুতীয়া তাৰপিছত ভৰত চন্দ্ৰ ভূঞা নামৰ দুজন চৰকাৰী বিষয়াই মালিনীথান পৰিভ্ৰমণ কৰিছিল।ভূঞাদেৱে মালিনীথান পৰিদৰ্শন কৰি যোনীপীঠৰপৰা বিচ্ছিন্ন হৈ থকা এটা শিৱ লিংগ,তিনিডোখৰ হৈ ভাগি থকা দশভূজা দূৰ্গা, গণেশ আদিৰ ভগা -ছিগা মূৰ্তি দেখিবলৈ পাইছিল। মালিনীথান চৰকাৰীভাৱে প্ৰথম প্ৰণালীবদ্ধ অনুসন্ধান আৰম্ভ হৈছিল ১৯৬৮ চনৰ পৰা।এই কামৰ গুৰি ধৰিছিল উত্তৰ পূব সীমান্ত অঞ্চলৰ গৱেষণা বিভাগৰ উপ সঞ্চালক লক্ষ্মীনাথ চক্ৰৱৰ্তীয়ে। মালিনীথান আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত ক্ষেত্ৰ অধ্যয়ন চলাই সেই ঠাইত হাবি জংঘলৰ মাজত পোত খাই থকা অৱস্থাত শিলত কটা মূৰ্তিৰ ধ্বংসাৱশেষ দেখা পাইছিল।১৯৭০ চনৰ পৰা ১৯৭১ চনলৈকে খনন কাৰ্য চলাই লক্ষ্মীনাথ চক্ৰৱৰ্তী দেৱে এশতকৈ অধিক মূৰ্তি আৱিস্কাৰ কৰে। আখ্যানসমূহ পুৰণি যদিও মন্দিৰটো প্ৰাচীন কালৰ নহয়। প্ৰত্নতাত্বিক গৱেষণাই প্ৰমাণ কৰিছে যে মন্দিৰটো দ্বাদশ শতিকাৰ। মন্দিৰটোৰ নিৰ্মাণ চুতীয়া ৰজা ৰত্নধ্বজ পালে নিৰ্মাণ কৰাৰ সম্ভাৱনাই অধিক। ৰুক্মিণী মন্দিৰৰ পূজাৰীজনে কিন্তু চুতীয়াসকলৰ দশমজন ৰজা সত্যনাৰায়ণৰ কথা উল্লেখ কৰে যদিও সত্যনাৰায়ণৰ ৰাজত্বকাল ত্ৰয়োদশ শতিকা হোৱালৈ চাই দ্বাদশ শতিকাৰ চুতীয়া ৰজা ৰত্নধ্বজ পালে নিৰ্মাণ কৰাৰ সম্ভাৱনাই অধিক।
Bhal lagil.Bharati.
Dhemji goi axu
Joy Malini Maa joy ho xoto kuti pranam jonalu kripa kora Maa pranam,,,
Maja di
Excellent 👍👍👌👌 mojja lagil ...aj pora bondu holu ... plz check koriba mur Vlog
🙏🙏🙏🙏
Nice
Nice video sai Val lgil mur video Tu abr holeo sabo❤️
Krishna krishna
Amar ghoro usrote nice video frnd holu tumi frnd hoba dei
Dada dslr ba GoPro loi gole 500 dibo Lage mobile di video korile poisa nalage
Moi hoiasu aru jaboloi buth mon goise aru buth mîßs yœû korisu ketiya jabo pm njnu 🤧❤️
🙏🙏জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰি হে 🙏🙏
সুন্দৰ ❣️
Channel to hokolu a like comment subscribe kori bhaiti to aguai juat hohai kore jen ❤️❤️
Thank you
মা কামাখ্যা মন্দিৰক নমস্কাৰ
Jay maa
Bohut vl lagil goi.gole ghuri ahibo mon najai🙏🙏🙏
Excellent
Thank you
মজা, অতি সুন্দৰ 👍🙏
😊
সুন্দৰ । বহুত ভাল লগিল
ধন্যবাদ
Beautiful
🙏🙏
সুন্দৰ
বাহ ইমান দীঘল পেপাঁ
Mojaaa🔥🔥🔥🔥
Moja 🔥🔥🔥🔥
Tqq
সুন্দৰ 👌👌👍👍🔥🔥🤘🤘
Thank you
সুন্দৰ
Good 👍👍
Keep growing bro
Joy sree ram
Bro aap achcha vlog banatha hai hindi me baatein kerne se tik hai hum lugo keliyea
Tqq bro, next time i will try it
🔥🔥🔥
অতি সুন্দৰ
ধন্যবাদ