Remix Works ot Expert
Remix Works ot Expert
  • 16
  • 92 166
পাণ গছৰ কাটিং পদ্ধতি/ জৈৱিক সাৰ প্ৰয়োগ# 1 September 2020
পাণ গছৰ কাটিং পুলি কেনেকৈ বনোৱা হয় তাকে ভিডিঅ টোত দেখুওৱা হৈছে । পাণ গছৰ কাটিং কৰাৰ সময়ত/ পুলি পচোৱা সময়ত জৈৱিক সাৰ কেনেকৈ প্ৰয়োগ কৰা হয় তাকো ভিডিঅ টোত দেখুওৱা হৈছে ।
ভিডিঅটো ভাল লাগিলে Like, Comment আৰু Subscribe কৰি দিব ।
ধন্যবাদ ।
มุมมอง: 77 002

วีดีโอ

চিটিকাৰ কেপেটা ## 26 August 2020
มุมมอง 1594 ปีที่แล้ว
চিটিকাৰ কেপেটা এখন কেনেকৈ সুন্দৰকৈ বনাব পাৰি । Recording কৰা হৈছে ।
মাছ ধৰাৰ চেপা বনোৱা পদ্ধতি # How to make Sepa for fishing / 25 August 2020
มุมมอง 1.9K4 ปีที่แล้ว
বাৰিষাৰ কালত সহজতে মাছ মাৰিবলৈ চেপা বনোৱাৰ পদ্ধতি ভিডিঅ টোত দেখুওৱা হৈছে ।
বাৰিষা বতৰত খোৱা প্ৰধান ফল কলাজামু । 4 July 2020
มุมมอง 514 ปีที่แล้ว
বাৰিষাৰ বতৰত খোৱা ফল কলাজামু ভিডিঅ ।
ভলুকা বাঁহৰ খৰিছা কেনেদৰে প্ৰস্তুত কৰা হয় । 26 June 2020
มุมมอง 654 ปีที่แล้ว
বাহঁৰ খৰিছা, ভলুকা বাঁহৰ খৰিছা কেনেকৈ বনোৱা হৈছে তাক ভিডিঅ টোত দেখুওৱা হৈছে ।
এখন ইটাৰ দেৱাল কেনেকৈ Plaster কৰা হয় । how to make a Wall Plaster .
มุมมอง 284 ปีที่แล้ว
এখন ইটাৰ দেৱাল কেনেকৈ প্লাষ্টাৰ কৰা হৈছে তাক দেখুওৱা হৈছে ।
জৈৱিক সাৰ কেনেকৈ প্ৰস্তুত কৰা হয় / How to make Vermicompost at Home?
มุมมอง 5984 ปีที่แล้ว
জৈৱিক সাৰ কেনেকৈ প্ৰস্তুত কৰা হয় ঘৰতে । প্ৰস্তুত কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয় । কিমান দিন লাগে, সেইবিলাক কথা ভিডিঅ টোটোত উপস্থাপন কৰা হৈছে । আশাকৰো ভিডিঅ টোৰ পৰা আপুনি কিছু কথা জানিব পাৰিব ।
বাহঁৰ handle থকা Basket কেনেকৈ বনোৱা হয় / How to make Bamboo handle Basket.
มุมมอง 1404 ปีที่แล้ว
নিজে making কৰা বস্তু চাই ভাল লাগে । ফুৰ্টিও লাগে । বাহঁৰ handle থকা এটা সৰু পাচি আপুনি কেনেকৈ বনাব পাৰিব নিজে আৰু ঘৰতে । তাকে ভিডিঅ টোত shortly দেখুৱাবলৈ চেষ্টা কৰা হৈছে । আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব । মোক support কৰক । ধন্যবাদ ।
বাঁহ আৰু লোহাৰৰ পচা কেনেকৈ বনোৱা হয়। How to make Bamboo Poles with Bamboo & Road?
มุมมอง 1.3K4 ปีที่แล้ว
পচা মাৰি মাছ, কুচিয়া, কেকোঁৰা ইত্যাদি ধৰা হয়। এতিয়া কথা হ'ল এডাল পচা আপুনি কেনেদৰে বনাব নিজৰ ঘৰতে ।পচা বনাবলৈ কি কি বস্তুৰ দৰকাৰ হয় ইত্যাদি সকলো বিলাক এই ভিডিঅ টোত দেখুৱাবলৈ চেষ্টা কৰা হৈছে । ভিডিঅ'টো ভাল লাগিলে লাইক, কমেন্ট কৰিবলৈ নেপাহৰিব । আৰু শেষত এই চেনেলটো please subscribe কৰি দিব । ধন্যবাদ ।। জয় আই অসম
নিজেই বৰ চালনি কেনেকৈ বনাব/ Remix Worksত এক্সপাৰ্ট
มุมมอง 2.5K4 ปีที่แล้ว
ঘৰতে আপুনি নিজেই এখন বাহঁৰ বৰ চালনি কেনেকৈ বনাব তাকে ভিডিঅ টোত দেখুওৱা হৈছে । ধন্যবাদ ।
Zerotlize পদ্ধতিত লাহী কচু/আহিনীয়া কচু । বয়স তিনিমাহ হৈছে ।
มุมมอง 1124 ปีที่แล้ว
লাহী কচু বা আহিনীয়া কচু Zerotlize পদ্ধতিত কেনেকৈ কৰা হয় দেখুওৱা হৈছে । কচু বিলাকৰ বয়স তিনিমাহ হৈছে ।
How to make Bamboo Ladder at Home. বাহঁৰে এখন জখলা কেনেকৈ নিজেই বনাই লব পাৰি । Heavy Ladder
มุมมอง 1.3K4 ปีที่แล้ว
এই ভিডিঅ টোত বাহঁৰে এখন জখলা সহজ পদ্ধতিত কেনেকৈ বনাব পাৰি তাক দেখুওৱা হৈছে । ভিডিঅটো আপোনাৰ ভাল লাগিলে like আৰু comment এটা কৰি দিব । আৰু এই channel টো আপোনাৰ মনোগ্ৰাহী হলে জৰুৰ Subscribe কৰি থব ।। ধন্যবাদ । জয় আই অসম
Local Vegetables Harvesting . 22 may 2020
มุมมอง 404 ปีที่แล้ว
আজিৰ ভিডিঅ টোত বিভিন্ন ধৰণৰ লোকেল শাক পাচলি যেনে - ধেকীয়া শাক, নৰসিংহ শাক, তিয়হ, বিলাহী চিঙি অনা (Harvesting ) দেখুওৱা হৈছে । কাঠ আলু, মুৱা আলু, পাণ, আদা বস্তা বেগত কৰা দেখুওৱা হৈছে । গছৰ কঠাল দেখুওৱা হৈছে । ধন্যবাদ । জয় আই অসম
How to make Bamboo Busket & hand Fan at Home?Training নোলোৱাকৈ বাহঁৰ খৰাহি, বিচনি কেনেকৈ বনোৱা হয়?
มุมมอง 5874 ปีที่แล้ว
Please like and Subscribe my channel ভিডিঅ টোত কোনো ধৰণৰ Training নোলোৱাকৈ কেনেকৈ ঘৰতে বাহঁৰ সৰু খৰাহি আৰু বাহঁৰ বিচনি বনোৱা হৈছে তাক দেখুওৱা হৈছে । আশা কৰিলো আপোনালোকে মোক নিশ্চয় SUPPORT কৰিব । ধন্যবাদ । জয় আই অসম
মাছ ধৰা সজুলি জাকৈ কেনেকৈ ঘৰত বনোৱা হয়। How to make jakoi for fish at home.
มุมมอง 6K4 ปีที่แล้ว
Remix workত এক্সপাৰ্ট channel টোত বিভিন্ন ধৰণৰ সানমিহলি video upload কৰা হৈছে । Please like, comment, share and subscribe my channel. আজিৰ video টোত মাছ ধৰিবলৈ এখন জাকৈ কেনেকৈ নিজৰ ঘৰতে নিজে বনাই লব পাৰি তাক দেখুওৱা হৈছে ।
আহিনীয়া কচুখেতি । মই নিজেই কৰা খেতি । কচুখেতি Video (This VIDEO for my new CHANNEL )
มุมมอง 2235 ปีที่แล้ว
আহিনীয়া কচুখেতি । মই নিজেই কৰা খেতি । কচুখেতি Video (This VIDEO for my new CHANNEL )

ความคิดเห็น

  • @NumalSonowal-b8i
    @NumalSonowal-b8i หลายเดือนก่อน

    Krili.ata.dekali.ata.

  • @BidyutGoswami-jw5ox
    @BidyutGoswami-jw5ox 4 หลายเดือนก่อน

    চিমেনতৰ বেগত পান লগালে কিমান দিনত উৎপাদন পাব পাৰি। মাহে কত এজোপা পানত কেই গুছি উৎপাদন পাম।

  • @User654-s2m
    @User654-s2m ปีที่แล้ว

    ekoniya sepa dekhun Kor pora xikisa kokai 😂😂😂 mase muti kini gusi jabo 😂😂😂😂

  • @rishahussain659
    @rishahussain659 ปีที่แล้ว

    Dada apuni boga mati dise kola mati dib parine

  • @jaanslifestyle
    @jaanslifestyle ปีที่แล้ว

    ভাল লাগিল আপোনাৰ বন্ধু হলো আপুনি ও মোৰ বন্ধু হ'ব বুলি আশা ৰাখিলোঁ

  • @RahulDas-rz2bu
    @RahulDas-rz2bu 2 ปีที่แล้ว

    ফোন নংটো দিবচোন দাদা

  • @bhaskarcreation6006
    @bhaskarcreation6006 2 ปีที่แล้ว

    🤣🤣🤣🤣🤣ki sepa bonaisa a vai mass.ki xapu nalgibu😆😆🤣🤣

  • @pranjalgoswami7247
    @pranjalgoswami7247 2 ปีที่แล้ว

    aponar pora pan puli anar kiba bebostha hb niki?moi mati alp redy kori rakhiso pan ruwar karone,,

  • @a.k.education.5411
    @a.k.education.5411 2 ปีที่แล้ว

    Tabot rub parimne

  • @londonlip2425
    @londonlip2425 2 ปีที่แล้ว

    👍👍👍❤

  • @mkkoknal448
    @mkkoknal448 3 ปีที่แล้ว

    Good idea

  • @tulyaboruah7078
    @tulyaboruah7078 3 ปีที่แล้ว

    বৰ ভাল পালোঁ চাই । জ্ঞান পালোঁ।

  • @khireswarsonowal9685
    @khireswarsonowal9685 3 ปีที่แล้ว

    val lagil.

  • @MGKHUB7
    @MGKHUB7 3 ปีที่แล้ว

    ভাল লাগিল ।। কথা বোৰ বিতংকৈ জানিব পাৰিলো ।। ধন্যবাদ ।।

  • @bimansaikia5218
    @bimansaikia5218 3 ปีที่แล้ว

    ভাল লাগিল মই কৰি চাম |

  • @ucchakamalchetia4807
    @ucchakamalchetia4807 3 ปีที่แล้ว

    ভাল লাগিল। অশেষ ধন্যবাদ।

  • @chibulancharen5304
    @chibulancharen5304 3 ปีที่แล้ว

    Dada pantu kating kori plastictkot je logano lage matitu hokan mati hole hobone na pani miholai hani kori logabo lage da commentot jonabo

    • @remixworksotexpert3589
      @remixworksotexpert3589 3 ปีที่แล้ว

      Alp pani miholai logabo. Pani besi nidibo. Nohole geli jabo panr dal tu. Protibar pani dile horoki jaboloi plastick tolphale phuta thakibo lage. (Panr kating korute 3ta gathi thobo. )

  • @blacklondagaming1026
    @blacklondagaming1026 3 ปีที่แล้ว

    Pan r puli pam neki pH no dibo neki

  • @bidyaaxom8625
    @bidyaaxom8625 3 ปีที่แล้ว

    Dada pan gosor agtu Mori goise ki korib lage upai ata diyok

    • @remixworksotexpert3589
      @remixworksotexpert3589 3 ปีที่แล้ว

      Dui ata ag moribo pare. Akou belegke logai lbo. Polithin t logale tat pani joma hobo nidibo.

    • @lalbuatsaiharivung2479
      @lalbuatsaiharivung2479 3 ปีที่แล้ว

      Khup sundor achhe, kun machhe polypot e lagai ben?

  • @biplobhazarika5843
    @biplobhazarika5843 3 ปีที่แล้ว

    সুন্দৰ

  • @saraswatihardware7362
    @saraswatihardware7362 3 ปีที่แล้ว

    Dada cutting tu tenwkuwa lobo lagibo kumol holy hobo ne

  • @Jyotishmankalitabayon
    @Jyotishmankalitabayon 3 ปีที่แล้ว

    আপোনাক আজি subscribe কৰি 1k subscriber কৰিলোঁ।।কাৰণ video টু ভাল লাগিল।মনত ৰাখিব দেই

  • @rajenm3777
    @rajenm3777 3 ปีที่แล้ว

    Khub bhal lagil kokai, nojona kam ata aaji hikilu. Bohut THANK YOU. Moi O cutting puli bonam.

  • @kanmaigurung3110
    @kanmaigurung3110 3 ปีที่แล้ว

    Bahot Val lagill pan khetito say💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚

  • @DIPANJAL214
    @DIPANJAL214 3 ปีที่แล้ว

    Dada pan or cutting or aru video lage diboson...

  • @birensingamvlogs.9571
    @birensingamvlogs.9571 3 ปีที่แล้ว

    Thanks 😘

  • @amiyachetia2017
    @amiyachetia2017 3 ปีที่แล้ว

    Panor ag rupon method to posandhoise

  • @rajenbora2349
    @rajenbora2349 3 ปีที่แล้ว

    আপোনি বগা পলিথিনতহে কাতিং কৰিচিল 45 দিনৰ পাচত কেনেকৈয় কলা পলিথিন হল গৈ আপুনি মিছাকে দেখুৱাইছে নেকি |

    • @remixworksotexpert3589
      @remixworksotexpert3589 3 ปีที่แล้ว

      মই প্ৰথমতে নিজে চাই ললো পাণৰ কাতিং কৰি পুলি পচাই পলিথিন বেগত । দেখিলো যে পুলিবোৰ ভাল হৈছে । তাৰ পিছত আৰু নতুনকৈ ওপৰত কোৱাৰ দৰে একেটা system ত কাতিং কৰি video বনাই দেখুওৱা হৈছে । ধন্যবাদ ।

    • @rajenbora2349
      @rajenbora2349 3 ปีที่แล้ว

      @@remixworksotexpert3589 আপোনি অলপ কথাবোৰ বেচিকৈ কৈছে |

  • @rbgamerofficial4584
    @rbgamerofficial4584 3 ปีที่แล้ว

    Not washing... Bro (watching)

  • @bijoyhandique578
    @bijoyhandique578 3 ปีที่แล้ว

    Bor bhal lagil. Aagoloiyu ene video nischoi asha korichu. Dhanyabad.

  • @anupambhuyan8176
    @anupambhuyan8176 3 ปีที่แล้ว

    Jaluk u eneke koribo parine...

  • @mastofaahmed2081
    @mastofaahmed2081 3 ปีที่แล้ว

    নাৰিকলত দিব পাৰিম নে

    • @remixworksotexpert3589
      @remixworksotexpert3589 3 ปีที่แล้ว

      নাৰিকলত দিব পাৰিব । ইউৰিয়া লগত জৈৱিক সাৰ মিলাই দিব । best হব । ধন্যবাদ ।

    • @mastofaahmed2081
      @mastofaahmed2081 3 ปีที่แล้ว

      @@remixworksotexpert3589 ধন্যবাদ

  • @assamtrueman9332
    @assamtrueman9332 3 ปีที่แล้ว

    bikibo neki kon thai hoi

  • @gautamdewrivlogs4005
    @gautamdewrivlogs4005 3 ปีที่แล้ว

    sundar

  • @prafullabauri8939
    @prafullabauri8939 3 ปีที่แล้ว

    ধুনীয়া দেখিবলৈ ❤️❤️❤️❤️❤️

  • @nbclass1786
    @nbclass1786 3 ปีที่แล้ว

    Ki jator pan

  • @anyannoaxom6290
    @anyannoaxom6290 3 ปีที่แล้ว

    Excellent voice

  • @pinkigogoi654
    @pinkigogoi654 3 ปีที่แล้ว

    ভাল লাগিল,পাণ গছৰ নজনা কথা জানিব পাৰিলো, লগতে আপোনাৰ চেনেলটো subscribeকৰিলোঁ,মোৰ চেনেলটো subscribe কৰিব বুলি আশা কৰিলো।

  • @gourabdutta1971
    @gourabdutta1971 3 ปีที่แล้ว

    Kun mahot cutting krile vl hoi...ru ketia rubo prim

  • @kidseducationwithahmed2750
    @kidseducationwithahmed2750 3 ปีที่แล้ว

    Daily pani dibo lagibo nky

  • @biplobhazarika5843
    @biplobhazarika5843 3 ปีที่แล้ว

    বঢ়িয়া লাগিল

  • @Workhard990
    @Workhard990 4 ปีที่แล้ว

    Good for nathing

  • @Workhard990
    @Workhard990 4 ปีที่แล้ว

    Useless thing

  • @hemantadutta3902
    @hemantadutta3902 4 ปีที่แล้ว

    ভালেই লাগিল কিন্তু চালনীৰ আচল মূৰ নাই হোৱা পাৰিলে আচল মূৰটো শিকিবলৈ চেষ্টা কৰিব।

  • @ShilpaMedhi
    @ShilpaMedhi 4 ปีที่แล้ว

    75 Sub done plz check new frnd here plz also sub my channe

    • @remixworksotexpert3589
      @remixworksotexpert3589 4 ปีที่แล้ว

      Sub done. U also subs my channel. Plz. &press the bell icon. Thnks

  • @HiraBitu1
    @HiraBitu1 4 ปีที่แล้ว

    3 like...... Video tu sai val lagil.... Apunar channel tu sub kri dilu plz mur channel tu sub kri diba 🙏🙏🙏

  • @anchop
    @anchop 4 ปีที่แล้ว

    Bikin ketapel,kalo aku beri nama plinteng

  • @RickandSe
    @RickandSe 4 ปีที่แล้ว

    nice sharing friend

  • @zahrialsmg3492
    @zahrialsmg3492 4 ปีที่แล้ว

    Mantap th-cam.com/video/ua9I4Gc7Ozw/w-d-xo.html

  • @pdpalahbora1106
    @pdpalahbora1106 4 ปีที่แล้ว

    Nic tumar channel 2 subscribe kori dilu akha koru Tumiu mur channel 2 subscribe koruba please 乁༼☯‿☯✿༽ㄏ乁༼☯‿☯✿༽ㄏ