Positive Vibes
Positive Vibes
  • 133
  • 9 610 122
এই প্ৰাৰ্থনাই আপোনাক সকলো বিপদৰ পৰা উদ্ধাৰ কৰিব | সকলো দুখ নোহোৱা কৰিব | morning night prayer
এই প্ৰাৰ্থনাই আপোনাক সকলো বিপদৰ পৰা উদ্ধাৰ কৰিব | সকলো দুখ নোহোৱা কৰিব | morning night prayer
#prayer #prayers #god #assamesemotivationvideo
About This Video
এটা এনেকুৱা প্ৰাৰ্থনা যি প্ৰাৰ্থনাই মানুহক শতকোটি বিপদৰ পৰা উদ্ধাৰ কৰিব। কেতিয়া, কেনেকৈ এই প্ৰাৰ্থনা কৰিব লাগিব, কেনেকৈ এই প্ৰাৰ্থনা কৰিব লাগিব সকলো উল্লেখ আছে এই ব
ভিডিঅটোত।
Your Queries
প্ৰাৰ্থনা অসমীয়া
অসমীয়া প্ৰাৰ্থনা জুবিন
ভগৱানৰ কথা
শক্তিশালী প্ৰাৰ্থনা
পুৱাৰ প্ৰাৰ্থনা
হৰি নাম
হৰি নাম দিহা না
ভগৱানৰ নাম
krishna vani
krishna gyan
krishna motivational speech
ভক্তি
ভাগৱত পাঠ
ভাগৱত পাঠ ব্যাখ্যা
prayer
powerful
#assamese #assamesemotivationvideo #motivationalvideo #motivational #godmotivation #krishna #pray #prayertime #morningprayer #morning #prayerworks #motivationalspeech #motivation #assamesestory #stories #story #storytelling #devotional #spritual #sprituality #bhagwan #bhagwatgeeta #bhagwatkatha #bhagwat #krishnabhajan #krishnastatus
มุมมอง: 5 242

วีดีโอ

পুত্ৰক কুম্ভমেলা দেখুৱাবলৈ নিছিল SP মেডামে | চিনি নাপাই খাকীৰ গৰম দেখুৱালে এজন আৰক্ষীয়ে | true story
มุมมอง 56K9 ชั่วโมงที่ผ่านมา
পুত্ৰক কুম্ভমেলা দেখুৱাবলৈ নিছিল SP মেডামে | চিনি নাপাই খাকীৰ গৰম দেখুৱালে এজন আৰক্ষীয়ে | true story #motivational #story #assamesestory About This Video কনমানি পুত্ৰক কুম্ভমেলা দেখুৱাবলৈ নিছিল এগৰাকী আৰক্ষী বিষয়াই। কিন্তু প্ৰয়াগৰাজত মহিলা আৰক্ষী বিষয়াগৰাকীক চিনি নাপাই খাকী পোছাকৰ গৰম দেখুৱালে এজন আৰক্ষীয়ে। তাৰ পিছত সেই বিষয়াগৰাকীয়ে ঘোচখোৰ আৰক্ষীজনৰ যি দশা কৰিলে সেয়া উল্লে আছে ভিডিঅটোত। Your Qu...
সাধাৰণ পোছাকত শাড়ী কিনিবলৈ যোৱা SP মেডামৰ সৈতে কাজিয়া দোকানীৰ | তাৰ পিছত অদ্ভুত কাণ্ড | true story
มุมมอง 235Kวันที่ผ่านมา
সাধাৰণ পোছাকত শাড়ী কিনিবলৈ যোৱা SP মেডামৰ সৈতে কাজিয়া দোকানীৰ | তাৰ পিছত অদ্ভুত কাণ্ড | true story #story #assamesestory #hearttouching About This Video সাধাৰণ পোছাকত শাড়ী কিনিবলৈ যোৱা SP মেডামৰ সৈতে কাজিয়া হ'ল দোকানীৰ। সাধাৰণ পোছাকত থকাৰ বাবে SP মেডামক চিনি পোৱা নাছিল দোকানীজনে। এটা সময়ত দোকানীজনে মাতিলে আৰক্ষীক। আৰক্ষীয়েও যেতিয়া SP মেডামক চিনি নাপালে তেতিয়া ঘটনাই ল'লে এক অন্য ৰূপ। এইটো এটা অত...
পূজা ঘৰত লোটাত জল এনেকৈ ৰাখে নেকি? পূজা ঘৰৰ জলেৰে কৰক এই উপায় | চমৎকাৰ হ'ব | assamese motivation
มุมมอง 116Kวันที่ผ่านมา
পূজা ঘৰত লোটাত জল এনেকৈ ৰাখে নেকি? পূজা ঘৰৰ জলেৰে কৰক এই উপায় | চমৎকাৰ হ'ব | assamese motivation #spritual #devotional #god About This Video পূজা ঘৰ বা মন্দিৰত আপুনি এটা লোটা বা ঘটিত জল ৰাখে নেকি? যদি জল ৰাখে তেন্তে কেইটামান কথা আপুনি মন কৰিবই লাগিব। সেই জলেৰে আপুনি বহু সমস্যা সমাধানো কৰিব পাৰিব। কেনেকৈ সেই জল ৰাখিব লাগে আৰু সেই জলৰ দ্বাৰা আপোনাৰ কি কি উপকাৰ হ'ব সেয়া উল্লে আছে এই ভিডিঅটোত। Your...
মহা কুম্ভ মেলালৈ যোৱা এজন সাধুক নমাই দিয়া হ'ল ৰেলৰ পৰা | তাৰ পিছত চমৎকাৰ | kumbhmela 2025
มุมมอง 74K14 วันที่ผ่านมา
মহা কুম্ভ মেলালৈ যোৱা এজন সাধুক নমাই দিয়া হ'ল ৰেলৰ পৰা | তাৰ পিছত চমৎকাৰ | kumbhmela 2025 #kumbhmela2025 #kumbhmela2025prayagraj #mystery About This Video মহা কুম্ভ মেলালৈ যোৱা এজন সাধুক অপমান কৰি নমাই দিয়া হ'ল ৰেলৰ পৰা। তাৰ পিছত যি চমৎকাৰ হ'ল সেয়া দেখি সকলো হতবাক হৈ পৰিল। ১৩ জানুৱাৰীৰ পৰা ৪৫ দিন ধৰি চলিবলগা এই মহা কুম্ভমেলাৰ পূৰ্বে এজন দিব্য সাধুৰ চমৎকাৰৰ বিষয়ে এই ভিডিঅটোত উল্লে কৰা হৈছে। স্পষ...
১ জানুৱাৰীৰ পূৰ্বে ঘৰৰ পৰা উলিয়াই দিয়ক এইকেইটা বস্তু | নহ'লে নতুন বছৰ বৰবাদ | new year 2025 ||
มุมมอง 29K21 วันที่ผ่านมา
১ জানুৱাৰীৰ পূৰ্বে ঘৰৰ পৰা উলিয়াই দিয়ক এইকেইটা বস্তু | নহ'লে নতুন বছৰ বৰবাদ | new year 2025 || #newyear #motivational #newyear2025 About This Video ১ জানুৱাৰীত ঘৰৰ পৰা উলিয়াই দিয়ক কেইটামান বিশেষ বস্তু। এই বস্তু কেইপদ ঘৰত থাকিলে নতুন বছৰটোত আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে। নতুন বছৰটোত আপুনি ঘৰখনত কি কি কৰিব লাগিব সকলো উল্লে আছে এই ভিডিঅটোত। Your Queries ১ জানুৱাৰীৰ পূৰ্বে ঘৰৰপৰা উলিয়াই দ...
গাখীৰ বিক্ৰী কৰাৰ ভাওজুৰি গৈ আছিল এজন IPS বিষয়া | চিনি নাপায় আৰক্ষীয়ে কৰিলে ধন দাবী | true story
มุมมอง 344K28 วันที่ผ่านมา
গাখীৰ বিক্ৰী কৰাৰ ভাওজুৰি গৈ আছিল এজন IPS বিষয়া | চিনি নাপায় আৰক্ষীয়ে কৰিলে ধন দাবী | true story #story #assamesestory #motivationalvideo About This Video গাখীৰ বিক্ৰী কৰা মানুহৰ ভাওজুৰি গৈ আছিল এজন IPS বিষয়া। পুলিচ চেকিং পইন্টত আৰক্ষীয়ে চিনি নাপায় ৰখালে আৰু ধন দাবী কৰিলে। তাৰ পিছত যি হ'ল সেয়া কল্পনাৰ বাহিৰত। IPS বিষয়াজনে ধন দাবী কৰা আৰক্ষীৰ লগত যি কৰিলে সেয়া জানিলে হতবাক হ'ব। সেই কাহিনী উল্লে ...
ৰামৰ দৰবাৰলৈ ন্যায় বিচাৰি যোৱা এটা কুকুৰৰ কাহিনী | কি কৰ্ম কৰিলে কুকুৰৰ জন্ম পায়? Devotional story
มุมมอง 4Kหลายเดือนก่อน
ৰামৰ দৰবাৰলৈ ন্যায় বিচাৰি যোৱা এটা কুকুৰৰ কাহিনী | কি কৰ্ম কৰিলে কুকুৰৰ জন্ম পায়? Devotional story #devotional #story #assamesestory About This Video প্ৰভু শ্ৰীৰামৰ দৰবাৰত ন্যায় বিচাৰি যোৱা এটা কুকুৰৰ কাহিনী। কি কৰ্ম কৰিলে কুকুৰৰ জনম পোৱা যায় সেয়া উল্লে আছে এই ভিডিঅটোত। কুকুৰটোক আক্ৰমণ কৰা এজন সাধুৰ লগত কি হ'ল সেয়াও আছে এই ভিডিঅটোত। Your Queries ৰামৰ দৰবাৰলৈ ন্যায় বিচাৰি যোৱা এটা কুকুৰৰ কাহিনী ...
চুৰিদাৰ পিন্ধি বজাৰলৈ গৈছিল লেডী SP | চিনি নাপায় জোকালে ৪ যুৱকে | তাৰ পিছত যি হ'ল | true story
มุมมอง 42Kหลายเดือนก่อน
চুৰিদাৰ পিন্ধি বজাৰলৈ গৈছিল লেডী SP | চিনি নাপায় জোকালে ৪ যুৱকে | তাৰ পিছত যি হ'ল | true story #story #hearttouching #assamesestory About This Video এগৰাকী যুৱতী সাধাৰণ পোছাকত বজাৰলৈ গৈছিল। বজাৰত যুৱতীগৰাকীক ৪ জন যুৱকে জোকাইছিল। যি চাৰিজন যুৱকে যুৱতীগৰাকীক জোকাইছিল এটা সময়ত সেই ৪ যুৱকেই কান্দি কান্দি যুৱতীগৰাকীৰ ভৰিত পৰি কান্দিবলৈ ধৰিলে। কিয় ৪ জন যুৱকৰ লগত তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু সেই...
নিজৰ স্বামীৰ সৈতে ৰাতি একেলগে নোশোৱা মহিলাই জানি লওক এই ৩টা কথা | husband wife story
มุมมอง 129Kหลายเดือนก่อน
নিজৰ স্বামীৰ সৈতে ৰাতি একেলগে নোশোৱা মহিলাই জানি লওক এই ৩টা কথা | husband wife story #motivationalvideo #assamese #story About This Video স্বামীৰ সৈতে ৰাতি একেলগে নোশোৱা মহিলাৰ লগত কি হয়? কিয় এগৰাকী মহিলাই নিজৰ স্বামীৰ লগতেই শুব লাগে? আৰু মানুহে জীৱনত কোন কেইটা ভুল কৰিব নালাগে সেয়া উল্লে আছে ভিডিঅটোত। Your Queries নিজৰ স্বামীৰ সৈতে ৰাতি একেলগে নোশোৱা মহিলাই জানি লওক এই ৩টা কথা husband wife stor...
বিয়া এখনলৈ গৈ থকা ASP ৰ গাড়ী ৰখাই ধন দাবী কৰিলে আৰক্ষীয়ে | তাৰ পিছত ASPএ কৰিলে এই কাণ্ড | true story
มุมมอง 29Kหลายเดือนก่อน
বিয়া এখনলৈ গৈ থকা ASP ৰ গাড়ী ৰখাই ধন দাবী কৰিলে আৰক্ষীয়ে | তাৰ পিছত ASPএ কৰিলে এই কাণ্ড | true story #assamesestory #story #motivationalvideo About This Video এবাৰ এখন বিয়া খাবলৈ কাৰ্যালয়ৰ পৰা লৰালৰিকৈ গৈ আছিল এজন অতিৰিক্ত আৰক্ষী অধীক্ষক। ৰাজপথত হঠাৎ তেওঁৰ গাড়ীখন বেয়া হোৱাৰ বাবে তেওঁ বেলেগ এখন গাড়ীৰে যাবলৈ ধৰিলে। আদবাটতে পুলিচ চেকিং পইন্টত তেওঁৰ গাড়ী ৰখাই আৰক্ষীয়ে বিভিন্ন অজুহাত দেখুৱাই ধন দাবী...
সেন্দুৰ লোৱাৰ সময়ত নকৰিব এই ভুল | ধাৰত পোত যাব আপোনাৰ স্বামী | sindoor | assamese motivation
มุมมอง 74Kหลายเดือนก่อน
সেন্দুৰ লোৱাৰ সময়ত নকৰিব এই ভুল | ধাৰত পোত যাব আপোনাৰ স্বামী | sindoor | assamese motivation #assamese #sindoor #motivationalvideo About This Video সেন্দুৰে এগৰাকী মহিলা যে বিবাহিত সেই কথাকে প্ৰতিপন্ন নকৰে। সেন্দুৰে মহিলাগৰাকীৰ স্বামীৰ ভাগ্যও নিৰ্ণয় কৰে। যি মহিলাই সেন্দুৰ লোৱাৰ সময়ত কেইটামান ভুল কৰে সেই মহিলাৰ স্বামী যিমানেই ধনী মানুহ নহওক কিয়, যিকোনো সময়ত তেওঁ দুখীয়া হৈ যাব পাৰে। কেনেকৈ এগৰাকী...
সোন হীৰাতকৈও মূল্যৱান এই উদ্ভিদ | য'তেই দেখে এৰি নাহিব | benefits of cocklebur plant
มุมมอง 53Kหลายเดือนก่อน
সোন হীৰাতকৈও মূল্যৱান এই উদ্ভিদ | য'তেই দেখে এৰি নাহিব | benefits of cocklebur plant #health #healthtips #benefits About This Video অগৰা বা অগৰু। সোন হীৰাতকৈও মূল্যৱান এই বিধ উদ্ভিদ। ইয়াৰ ঔষধি গুণৰ বিষয়ে জানিলে আপুনি আচৰিত হ'ব। অগৰা বা অগৰুৰ ঔষধি গুণ সন্দৰ্ভত এই ভিডিঅটোত উল্লে আছে। লগতে এয়া কেনেকৈ প্ৰয়োগ কৰিব লাগিব সেই সন্দৰ্ভতো উল্লে আছে। Disclaimer এই ভিডিঅত উল্লে কৰা তথ্যসমূহ বিভিন্ন উৎসৰ পৰ...
পকেটত গোপন কেমেৰা লৈ দুখীয়া মানুহৰ বেশত থানাত এন্ট্ৰি SP DC ৰ | তাৰ পিছত অদ্ভুত ঘটনা | true story
มุมมอง 183Kหลายเดือนก่อน
পকেটত গোপন কেমেৰা লৈ দুখীয়া মানুহৰ বেশত থানাত এন্ট্ৰি SP DC ৰ | তাৰ পিছত অদ্ভুত ঘটনা | true story #story #assamesestory #motivationalvideo About This Video এখন থানাৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ পালে সেই থানাখন থকা জিলাখনৰ আৰক্ষী অধীক্ষক আৰু জিলা দণ্ডাধীশে। সেই থানাত চলি থকা কু কাণ্ড ধৰা পেলাবলৈ পকেটত গোপন কেমেৰা লৈ দুখীয়া মানুহৰ বেশত থানাত এন্ট্ৰি মাৰিলে SP আৰু DC এ। তাৰ পিছত যি হ'ল সেয়া উল্লে আছে ...
এজন ট্ৰাক ড্ৰাইভাৰৰ এটা ফোনত চাকৰি গ'ল এজন আৰক্ষীৰ | চিনেমাৰ দৰেই কাহিনী | true story
มุมมอง 114K2 หลายเดือนก่อน
এজন ট্ৰাক ড্ৰাইভাৰৰ এটা ফোনত চাকৰি গ'ল এজন আৰক্ষীৰ | চিনেমাৰ দৰেই কাহিনী | true story #assamese #assamesestory #story About This Video এজন ট্ৰাক ড্ৰাইভাৰৰ এটা ফোনত চাকৰি গ'ল এজন আৰক্ষীৰ। ট্ৰাকৰ পৰা ধন দাবী কৰা এজন আৰক্ষীৰ লগত যি হ'ল সেয়া জানিলে সকলো আচৰিত হ'ব। ঘোচখোৰ আৰক্ষীৰ শেষ পৰিণতি কি হ'ল সেয়া উল্লে আছে এই ভিডিঅটোত। Your Queries এজন ট্ৰাক ড্ৰাইভাৰৰ এটা ফোনত চাকৰি গ'ল এজন আৰক্ষীৰ assamese tr...
আপোনাৰ সৰা চুলিখিনি পেলাই দিয়ে নেকি ? যদি পেলাই দিয়ে সাৱধান | বৰবাদ হৈ যাব আপোনাৰ ঘৰ | Assamese ||
มุมมอง 53K2 หลายเดือนก่อน
আপোনাৰ সৰা চুলিখিনি পেলাই দিয়ে নেকি ? যদি পেলাই দিয়ে সাৱধান | বৰবাদ হৈ যাব আপোনাৰ ঘৰ | Assamese ||
গাড়ী বেয়া হোৱাৰ বাবে এখন মেজিকত গৈ আছিল এজন আৰক্ষী | ৰাজপথত ধন দাবী কৰিলে আৰক্ষীয়ে | true story
มุมมอง 627K2 หลายเดือนก่อน
গাড়ী বেয়া হোৱাৰ বাবে এখন মেজিকত গৈ আছিল এজন আৰক্ষী | ৰাজপথত ধন দাবী কৰিলে আৰক্ষীয়ে | true story
আজি সন্ধিয়া চাকি জ্বলোৱাৰ সময়ত এই ভুল নকৰিব | এইখিনি সময়ত চাকি নজ্বলাব | diwali special
มุมมอง 15K2 หลายเดือนก่อน
আজি সন্ধিয়া চাকি জ্বলোৱাৰ সময়ত এই ভুল নকৰিব | এইখিনি সময়ত চাকি নজ্বলাব | diwali special
দীপাৱলীৰ ৰাতি ১টা কাম মনে মনে কৰিব | মা লক্ষ্মীয়ে দুহাতেৰে ঢালি দিব ধন | dipawali special 2024
มุมมอง 102K2 หลายเดือนก่อน
দীপাৱলীৰ ৰাতি ১টা কাম মনে মনে কৰিব | মা লক্ষ্মীয়ে দুহাতেৰে ঢালি দিব ধন | dipawali special 2024
এখন পাচলি ভৰ্তি ট্ৰাক ধৰি ২ লাখ টকা দাবী কৰিছিল আৰক্ষীয়ে | চালকে ফোন লগালে SP ক | motivational story
มุมมอง 423K2 หลายเดือนก่อน
এখন পাচলি ভৰ্তি ট্ৰাক ধৰি ২ লা টকা দাবী কৰিছিল আৰক্ষীয়ে | চালকে ফোন লগালে SP ক | motivational story
ধনতেৰছত সোন কিনিব নোৱাৰিলে ১টা বস্তু যেনে তেনে কিনক | সোনতকৈ বহুত বেছি ভাল কাম দিব | dhanteras 2024
มุมมอง 169K2 หลายเดือนก่อน
ধনতেৰছত সোন কিনিব নোৱাৰিলে ১টা বস্তু যেনে তেনে কিনক | সোনতকৈ বহুত বেছি ভাল কাম দিব | dhanteras 2024
আচল দুখ কি? ভগৱান শিৱই কৈছে যি এই কাহিনীটো শুনে তেওঁৰেই জীৱন সলনি হৈ যাব | motivational story
มุมมอง 102K3 หลายเดือนก่อน
আচল দু কি? ভগৱান শিৱই কৈছে যি এই কাহিনীটো শুনে তেওঁৰেই জীৱন সলনি হৈ যাব | motivational story
কাতি বিহুৰ দিনা তুলসীৰ তলত এনেকৈ জ্বলাওক চাকি | এই মন্ত্ৰ যপ কৰিলে মহাফল পাব | kati bihu | tulshi
มุมมอง 183K3 หลายเดือนก่อน
কাতি বিহুৰ দিনা তুলসীৰ তলত এনেকৈ জ্বলাওক চাকি | এই মন্ত্ৰ যপ কৰিলে মহাফল পাব | kati bihu | tulshi
পতি পত্নীৰ সম্পৰ্ক কিমান জনমলৈ থাকে? জানিলে আচৰিত হ'ব | heart touching story
มุมมอง 42K3 หลายเดือนก่อน
পতি পত্নীৰ সম্পৰ্ক কিমান জনমলৈ থাকে? জানিলে আচৰিত হ'ব | heart touching story
দুৰ্গা পূজা শেষ হোৱাৰ পূৰ্বে এগৰাকী কন্যাক দান কৰক ১টা বিশেষ বস্তু | ঘৰলৈ আনক এইভাগ বস্তু | Durga |
มุมมอง 28K3 หลายเดือนก่อน
দুৰ্গা পূজা শেষ হোৱাৰ পূৰ্বে এগৰাকী কন্যাক দান কৰক ১টা বিশেষ বস্তু | ঘৰলৈ আনক এইভাগ বস্তু | Durga |
আজি ছোৱালীজনীক এই ৩টা বস্তু একেবাৰে নুখুৱাব | এই এটা ভুলে আপোনাক বৰবাদ কৰি দিব | Durga Puja 2024
มุมมอง 49K3 หลายเดือนก่อน
আজি ছোৱালীজনীক এই ৩টা বস্তু একেবাৰে নুখুৱাব | এই এটা ভুলে আপোনাক বৰবাদ কৰি দিব | Durga Puja 2024
এই লক্ষণ যদি দেখিছে তেন্তে খাটাং আপোনাৰ ইউৰিক এচিড বাঢ়িছে | তেতিয়া এইখিনি কৰিব | uric acid symptoms
มุมมอง 2.9K3 หลายเดือนก่อน
এই লক্ষণ যদি দেখিছে তেন্তে খাটাং আপোনাৰ ইউৰিক এচিড বাঢ়িছে | তেতিয়া এইখিনি কৰিব | uric acid symptoms
সপোনত সাপ দেখিলে মানুহে লাভ কৰে ৭টা অদ্ভুত সংকেত | এই সংকেত ভুলটো অৱজ্ঞা নকৰিব | Vastu Motivation ||
มุมมอง 62K3 หลายเดือนก่อน
সপোনত সাপ দেখিলে মানুহে লাভ কৰে ৭টা অদ্ভুত সংকেত | এই সংকেত ভুলটো অৱজ্ঞা নকৰিব | Vastu Motivation ||
মহালয়াৰ দিনাই মহা সূৰ্য্য গ্ৰহণ | ৬ ৰাশিৰ কপাল ফুলিব | আমাৰ ইয়াত গ্ৰহণ কেতিয়া? surya grahan 2024
มุมมอง 140K3 หลายเดือนก่อน
মহালয়াৰ দিনাই মহা সূৰ্য্য গ্ৰহণ | ৬ ৰাশিৰ কপাল ফুলিব | আমাৰ ইয়াত গ্ৰহণ কেতিয়া? surya grahan 2024
ভেন্দিৰ সৈতে ভুলটো নাখাব এই ৫টা বস্তু | নহ'লে ভয়ানক বিপদত পৰিব পাৰে আপুনি || health tips ||
มุมมอง 4.2K3 หลายเดือนก่อน
ভেন্দিৰ সৈতে ভুলটো নাখাব এই ৫টা বস্তু | নহ'লে ভয়ানক বিপদত পৰিব পাৰে আপুনি || health tips ||

ความคิดเห็น

  • @julideoridutta777
    @julideoridutta777 26 นาทีที่ผ่านมา

    Thank you

  • @KuntiTuti
    @KuntiTuti 3 ชั่วโมงที่ผ่านมา

    Jai shree Krishna 👍❤❤❤

  • @manikanath8866
    @manikanath8866 4 ชั่วโมงที่ผ่านมา

    Bhut val lagile xuni.jai sri krishna🙏🙏💕💕🙏🦋

  • @DiptiKalita-h7p
    @DiptiKalita-h7p 5 ชั่วโมงที่ผ่านมา

    Bohut val lagile

  • @DiptiKalita-h7p
    @DiptiKalita-h7p 5 ชั่วโมงที่ผ่านมา

    Bhout, bhout, dhoinobad

  • @axomniyorgaming6022
    @axomniyorgaming6022 9 ชั่วโมงที่ผ่านมา

    He Thakur 🙏🏻 Krishno krishno

  • @NayanNilim-q8j
    @NayanNilim-q8j 10 ชั่วโมงที่ผ่านมา

    Joi maa laxmi

  • @satishlahkar3302
    @satishlahkar3302 11 ชั่วโมงที่ผ่านมา

    এইটো একেবাৰেই কাল্পনিক । ইয়াৰ কোনো সত্যতা নাই । এইটো হ'ল গছত গৰু উঠা কথা । এনেকুৱা সাধুকথাই সমাজত অন্ধবিশ্বাস বিয়পাই ।

  • @barshavlogs797
    @barshavlogs797 11 ชั่วโมงที่ผ่านมา

    Ratipua xui uthi pakghorot xumabo pare nki???🤔🤔

  • @liliypageo16
    @liliypageo16 12 ชั่วโมงที่ผ่านมา

    Joi Maa lakhi

  • @Sagarika__das.90
    @Sagarika__das.90 12 ชั่วโมงที่ผ่านมา

    Jai shree krishna ❤️

  • @jitenbonia5760
    @jitenbonia5760 12 ชั่วโมงที่ผ่านมา

    কৃষ্ণ 🙏

  • @RupaliDutta-x3j
    @RupaliDutta-x3j 13 ชั่วโมงที่ผ่านมา

    প্ৰভু ভগৱন্ত 👏

  • @SwarangKhakhlari
    @SwarangKhakhlari 13 ชั่วโมงที่ผ่านมา

    Jai Shree Krishna

  • @saradipriyahazarika2781
    @saradipriyahazarika2781 13 ชั่วโมงที่ผ่านมา

    Bahut val lagil❤🎉 Jai shree Krishna

  • @IshanSarma-u9y
    @IshanSarma-u9y 13 ชั่วโมงที่ผ่านมา

    বহুত ভাল লাগিছে ❤️❤️❤️

  • @dipalidutta6735
    @dipalidutta6735 14 ชั่วโมงที่ผ่านมา

    Jay Shree Krishna,,Kotty Kotty Pranam, 🌷🪔🙏🌷🪔🙏🌷,

  • @dilippayun407
    @dilippayun407 14 ชั่วโมงที่ผ่านมา

    Jai ma Laxmi

  • @GaneshDas-qd4pf
    @GaneshDas-qd4pf 14 ชั่วโมงที่ผ่านมา

    Har har mahadev

  • @JabaDeka-f2i
    @JabaDeka-f2i 14 ชั่วโมงที่ผ่านมา

    Jay shree Krishna Jay shree Hari bishnu 🙏🙏

  • @pallabikalita9006
    @pallabikalita9006 14 ชั่วโมงที่ผ่านมา

    Krishna Krishna 🙏🙏🙏

  • @JabaDeka-f2i
    @JabaDeka-f2i 14 ชั่วโมงที่ผ่านมา

    Bhut Val Lagil thanks 🙏

  • @anjalirajbangshi5961
    @anjalirajbangshi5961 15 ชั่วโมงที่ผ่านมา

    বহুত ডাল লাগিল ।

  • @RinaPhukanRinaPhukan
    @RinaPhukanRinaPhukan 15 ชั่วโมงที่ผ่านมา

    Joy maa laxmi

  • @rishitariyonaborah7216
    @rishitariyonaborah7216 15 ชั่วโมงที่ผ่านมา

    Jai shree krishna

  • @NilomoniDutta-r2s
    @NilomoniDutta-r2s 15 ชั่วโมงที่ผ่านมา

    Krishna

  • @JyotirupDoley
    @JyotirupDoley 15 ชั่วโมงที่ผ่านมา

    Joi .ma . Loxmi

  • @dipalidutta6735
    @dipalidutta6735 16 ชั่วโมงที่ผ่านมา

    Bhal Katha Janib Parilo Dhainyabad

  • @barobiraj9424
    @barobiraj9424 16 ชั่วโมงที่ผ่านมา

    Jay shree Krishna

  • @mriduladeka7465
    @mriduladeka7465 16 ชั่วโมงที่ผ่านมา

    🙏🙏🙏🙏🙏🙏🙏🙏🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️

  • @ParbatiKalita-y3u
    @ParbatiKalita-y3u 17 ชั่วโมงที่ผ่านมา

    Jai❤shree❤krishna❤🎉

  • @LaxmiGhosh-xi7lc
    @LaxmiGhosh-xi7lc 17 ชั่วโมงที่ผ่านมา

    God

  • @BidyawatiGogoi-x5n
    @BidyawatiGogoi-x5n 17 ชั่วโมงที่ผ่านมา

    Joy srikrshno

  • @tulonmusical9075
    @tulonmusical9075 18 ชั่วโมงที่ผ่านมา

    হে প্ৰভু কৃষ্ণ 🙏🙏

  • @LakhitEngti-sz2qp
    @LakhitEngti-sz2qp 19 ชั่วโมงที่ผ่านมา

    Krishna Krishna Krishna

  • @apurbamohan8466
    @apurbamohan8466 19 ชั่วโมงที่ผ่านมา

    কৃষ্ণ🙏🙏🙏

  • @dimbeswargogoi1920
    @dimbeswargogoi1920 19 ชั่วโมงที่ผ่านมา

    ব্যৱসায় কৰিবলৈ বেলেগ আৰু উপায় নাপালা নেকি ? এইবোৰ মিছা কাহিনীৰে ভিডিও বনাই লাখোলাখ লাইক ,কমেন্ট , ছেয়াৰিং কৰোৱাই নেটৱৰ্ক কোঃ পৰা লাখৰ লাখ টকা কমিচন আদায় কৰি আছা নহয় ?

  • @JYATISHKARAY
    @JYATISHKARAY 20 ชั่วโมงที่ผ่านมา

    Jai Sree Krishna

  • @kuldipdewan6903
    @kuldipdewan6903 20 ชั่วโมงที่ผ่านมา

    কৃষ্ণ 🙏🏻

  • @kamalapatar1465
    @kamalapatar1465 20 ชั่วโมงที่ผ่านมา

    ভাল লাগিছে 🙏 মই সদায় গংগা জল মিলাই ঘৰৰ ভিতৰত আৰু বাহিৰত ছটিয়াই দিও। কিন্তু সেই পানী মই যিকোনো পানী লও। বেয়া হ'ব নেকি বাৰু?

  • @UjjalRabha-w5z
    @UjjalRabha-w5z 20 ชั่วโมงที่ผ่านมา

    Joy Shri krishn

  • @PrabinDas-ic5gz
    @PrabinDas-ic5gz 20 ชั่วโมงที่ผ่านมา

    Joy Baba Bishnu 👏

  • @chandrakantahaloi8204
    @chandrakantahaloi8204 21 ชั่วโมงที่ผ่านมา

    Most appreciable video, thank you very much.

  • @anjuborthakur6993
    @anjuborthakur6993 21 ชั่วโมงที่ผ่านมา

    Mojja

  • @NayanPegu-t4j
    @NayanPegu-t4j 22 ชั่วโมงที่ผ่านมา

    Vall lagil

  • @Krishnabordoloi-k4b
    @Krishnabordoloi-k4b 22 ชั่วโมงที่ผ่านมา

    Krishna krishna 🙏🙏

  • @HemantaDas-ml2to
    @HemantaDas-ml2to 22 ชั่วโมงที่ผ่านมา

    Har har Mahadev 🙏🙏🙏

  • @dipankardipa125
    @dipankardipa125 22 ชั่วโมงที่ผ่านมา

    Jay shree ram

  • @AnjanaHazarika-o9d
    @AnjanaHazarika-o9d 23 ชั่วโมงที่ผ่านมา

    🙏🙏🙏🙏🙏

  • @AshaDas-o2w
    @AshaDas-o2w วันที่ผ่านมา

    Joy guru