- 488
- 119 997
NewsTime3
เข้าร่วมเมื่อ 23 ส.ค. 2024
Always With Public
วีดีโอ
সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ লাটমণ্ডল দীপাংকৰ বৰ্মনৰ স্পষ্টিকৰণ। ৰাইজে ৰূপায়ণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী
มุมมอง 1010 ชั่วโมงที่ผ่านมา
📌বজালীৰ সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ লাটমণ্ডল দীপাংকৰ বৰ্মনৰ স্পষ্টিকৰণ। 📌সোমবাৰে ৰাইজে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰূপায়ণ কৰিছিলপ্ৰতিবাদী কাৰ্যসূচী। 📌 বিভাগীয় তদন্তত স্পষ্ট হ'ব, দীপাংকৰ বৰ্মন সঁচা নে প্ৰতিবাদী ৰাইজ সঁচা!
কি চলিছে বজালীৰ সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত, প্ৰতিবাদ লাটমণ্ডল দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে
มุมมอง 1616 ชั่วโมงที่ผ่านมา
📌কি চলিছে বজালীৰ সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত! 📌ৰাইজে জাঙুৰ খাই উঠা সৰুপেটাৰ লাটমণ্ডল কোন এই দীপাংকৰ বৰ্মন! 📌 ৰাইজে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কিয় ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী!
মুখৰিত সৰভোগ.. #assam #sorbhog #budsacademy
มุมมอง 24วันที่ผ่านมา
মুখৰিত হ'ল সৰভোগ #assam #assameseculture #sorbhog #barnagar #budsacademy
มุมมอง 24วันที่ผ่านมา
লাজত পৰিল কাৰিস্মা নাথ। আধাতে নাম সমৰিব লগা হ'ল কাৰিস্মা নাথে।
มุมมอง 4.2Kวันที่ผ่านมา
📌 লাজত পৰিল কাৰিস্মা নাথ। আধাতে নাম সমৰিব লগা হ'ল কাৰিস্মা নাথে। 📌"ঐ, তুমি হৰি নাম লব আহিছা নে গান গাব আহিছে", এজন বৃদ্ধৰ প্ৰশ্ন কাৰিস্মা নাথক।
বড়ো, নেপালী, কাৰ্বি, তিৱা, তামিল আদি বিভিন্ন লোকৰ সমাগম হোৱা দেখা গ'ল ঐতিহ্যমণ্ডিত বৰনগৰত।
มุมมอง 122วันที่ผ่านมา
🛑 বড়ো, নেপালী, কাৰ্বি, তিৱা, তামিল আদি বিভিন্ন লোকৰ সমাগম হোৱা দেখা গ'ল ঐতিহ্যমণ্ডিত বৰনগৰত। 🛑 বাডছ অকাডেমি সৰভোগৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ উদযাপন। 🛑 বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মন মোহিলে ৰাইজৰ।
জুবিন গাৰ্গ এজন মদাহী, জুবিন গাৰ্গ অসমীয়া জাতিৰ কলংক #assam #zubeengarg
มุมมอง 5953 วันที่ผ่านมา
জুবিন গাৰ্গ এজন মদাহী, জুবিন গাৰ্গ অসমীয়া জাতিৰ কলংক, জুবিন গাৰ্গ এজন গায়কহে, তেঁও শিল্পী নহয়।
มุมมอง 1.9K3 วันที่ผ่านมา
🛑জুবিন গাৰ্গ এজন মদাহী, জুবিন গাৰ্গ অসমীয়া জাতিৰ কলংক। 🛑জুবিন গাৰ্গ এজন গায়কহে, তেঁও শিল্পী নহয়। 🛑সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি জুবিন গাৰ্গে কৰা মন্তব্যত বীৰ লাচিত সেনাৰ যুৱ নেতা আমিৰ অসমৰ প্ৰতিক্ৰিয়া।
পুনৰ চৰ্চাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পূৰ্বৰ অংক ছাৰ, গঢ়ি তুলিছিল দেহ ব্যবসায়।
มุมมอง 633 วันที่ผ่านมา
🛑পুনৰ চৰ্চাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পূৰ্বৰ অংক ছাৰ। 🛑ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বজালীৰ ভিন্ন ঠাইত গঢ়ি তুলিছিল নাৰী দেহ ব্যবসায়ী চক্ৰ। 🛑 বজালী আৰক্ষীৰ খবৰৰ ভিত্তিত গুৱাহাটী আৰক্ষীৰ বৃহৎ অভিযান। ৰাজ্যৰ ভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা চলাই অহা নাৰী দেহ ব্যবসায়ী চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড ধ্ৰুৱজ্যোতি চৌধুৰীক গুৱাহাটী আৰক্ষীৰ এটা বৃহৎ দলে গ্ৰেপ্তাৰ কৰে গুৱাহাটীত।
তিনিচুকীয়া জিলাৰ পেঙেৰীৰ লালমাটি চাহ বাগিচাত প্ৰকাণ্ড ৰজা ফেঁটী সাপ উদ্ধাৰ।
มุมมอง 613 วันที่ผ่านมา
"আমাক অলপ সময় দিব লাগিছিল"- উচ্ছেদিত ব্যৱসায়ীৰ মন্তব্য। সৰভোগ বজাৰত চলিছে উচ্ছেদ অভিযান
มุมมอง 553 วันที่ผ่านมา
📌 সৰভোগ বজাৰত চলিছে উচ্ছেদ অভিযান। 📌"আমাক অলপ সময় দিব লাগিছিল"- উচ্ছেদিত ব্যৱসায়ীৰ মন্তব্য। 📌বজাৰৰ মাজেৰে ৰেল লাইনলৈ যোৱা পথত চলিছে উচ্ছেদ অভিযান। 📌এবছৰ আগতেই দিছিল জাননী। 📌উপস্থিত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ বিষয়াৰ লগতে চক্ৰ বিষয়াৰ কাৰ্য্যালয়, ৰেলৱে বিভাগ, লোকো নিৰ্মাণ বিভাগ, আৰক্ষী প্ৰশাসনৰ লোক।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,ডিগবৈ আঞ্চলিক সমিতিয়ে শিল্পী দিৱস উপলক্ষে সম্বৰ্ধনা অনুষ্ঠান
มุมมอง 463 วันที่ผ่านมา
📌অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,ডিগবৈ আঞ্চলিক সমিতিয়ে শিল্পী দিৱস উপলক্ষে সম্বৰ্ধনা অনুষ্ঠান। 📌সত্ৰীয়া সংস্কৃতিৰ সাধক ডিগবৈৰ টিলেশ্বৰ তামুলী বৰবায়নে চৰকাৰী এককালীন শিল্পী পেঞ্চন পাবলৈ সক্ষম হোৱা আৰু ডিগবৈ উদীয়মান কন্ঠশিল্পী ৰাজ নয়নক সম্বৰ্ধনা।
সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সন্ধিয়া বন্তি প্রজ্বলন কাৰ্য্যসূচী
มุมมอง 804 วันที่ผ่านมา
🛑 শিল্পী দিৱসৰ লগত সংগতি ৰাখি মাণিকপুৰীয়া ৰাইজৰ উদ্যোগত সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কাইলৈ সন্ধিয়া বন্তি প্রজ্বলন কাৰ্য্যসূচী। 🛑স্থান- মাণিকপুৰৰ উৰণীয়া সেতুৰ তল সময়- সন্ধিয়া ০৫:০০ বজাত দিনাংক- ১৭ জানুৱাৰী, ২০২৫ খ্ৰীষ্টাব্দ
Bhalai korele kokajone......
Moja eijonik enekoi laj dibo lage nilaji joni nakot laj nai notongki toi ketia change hobi nijoke ki buli babo toi bandori salkhon aru chehra dekhuai aru kiman toka lutibi
ৰেন্দী ইতু চাবা নাল্গে আৰ😮😮
কি বকি আছাৰ পাগল খানাত যা
Aijoni rendi
জুবিন গাগ কোন তই কোন আকৰ। ইহঁতৰ কাম নাই না এতিয়া জুবিন দাই কাম এটা ওলাই দিছে এতিয়া লাগি থাক কেইদিনমান। অসমত সকলো tranding চলে আৰু কেইদিনমানৰ পিছত ভিজা মেকুৰী হবৰ। জীয়াই থাকোতে একো কৰিবৰ নোৱাৰালি মৃত্যুৰ পিছত চিঞৰি আছৰ কাউৰী নিচিনা কা কা। বেলেগ খবৰ ৰাখিবি আৰু কি হয় আছে অসমত। জুবিন দাৰ পিছত লাগি একো লাভ নাই আৰু তহঁতৰ নিচিনা দালালবোৰে একো ঘটি কৰিবলৈ নোৱাৰা।
Gjone koice tekhet he acol dorkhok vl lagil kowa karone..
Pageli joniye anguli jokari bridha manuh jonok ki bebhar korise???Taik Kiya mata helei ,tai mosta ata bepari.
Kaidin Maan pisot aitok konao namata hobo
Oi kowari Joni...
মোৰ মতে টো এইজনীক ককাজনে দুই থাপৰ মান লগায় দিয়া হলে ভাল পালো হয় ... নামতিৰ নামত বহুৱালি কৰি ফুৰিছে আজি কেইবছৰ মানৰ পৰা | মূৰত টো মাল নাই তাইৰ মাতি অনা মানুহ বোৰৰ মগজু একো নাই | পঢ়া শুনাৰ ফালে ফুটোকা ফেন কথা এটা ভাল কৈ কব নাজানে অলগদ্ধ জনী | স্কুল -কলেজ নিজে টো বাদ দি গৰু হবয়ে লগত ঘুৰি ফুৰা বোৰকো গৰু বনাব | এনেকোৱা বহুৱালি কৰি জিৱন টো খাব পাৰিম বুলি ভাবিছে |
Mayer busa khan jaaa rendir soli mayk kimn koti marsu poisa di mayay koe xonkale susidi ja deuta ahibo buli...
🥱
🎉🎉
🛑 বড়ো, নেপালী, কাৰ্বি, তিৱা, তামিল আদি বিভিন্ন লোকৰ সমাগম হোৱা দেখা গ'ল ঐতিহ্যমণ্ডিত বৰনগৰত। 🛑 বাডছ অকাডেমি সৰভোগৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ উদযাপন। 🛑 বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মন মোহিলে ৰাইজৰ।
Zubeen da jdi beya tenehle pist kio lagi aso ha
মদাহী জুবিন কিন্তু ভূপেনদাৰ ওচৰত অতি নগন্য, সঙ্গীত সূৰ্য্য সূধাকন্ঠ ভূপেনদাৰ গীতৰ ওচৰত জুবিনৰ ছাগাল টুকৰি বেবৰিবাং গীতবোৰ ধূলিকনাৰ নিচিনা ফুক মাৰি উৰাই দিব পৰা বিধৰ। গতিকে জুবিনে কিহক লৈ ইমান ফুটি মাৰে? আনকি বলীউডৰ ৰফি, কিশোৰ, কুমাৰ চানু, উদিত নাৰায়ণ, চনু নিগম আদি গায়কসকলৰ কন্ঠৰ ওচৰত জুবিন অতি নগন্য, মূৰ্খ অসমীয়া মানুহবোৰে সেইখিনি কথাও বুজি নাপায়।
Atiyahe khar pale neki
টোৰ কথা একো নামানে কীয় নো, জুবিন গাৰ্গ কোন এই টো পিছত কব টয় বকি লাভ নাই, কাৰণ ৰাজীৱ সুদিয়াক মইও চিনি নপাও , জয় আই অসম, জয় জুবিন দা
Rajeev hadiya k Upper 100% manuhe Sini pai
Moja dise
Gan gaba pare.kintu taka bahire mador bahire jatir katha sinta nakara ajon gaiyok.wet naikiya .
Very good
zubeenok beyake koi lav nai ineu he eta mentelly hoi .
Vang khai loisa nke be saku kaita kiwa mudi asa jai zubin da tai kon sat kela
Johora toi kun
Tumi kon hoi be zubeen Dak Baya kobale madar sodod
RIP
আপোনাৰ কথাবোৰ ভাল লাগিল ভালে ভালকে চিনি পায়
প্ৰয়াত ৰাজীৱ শদিয়া দেৱলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছো,,, লগতে আজি শিল্পী দিৱসৰ উপলক্ষে তেখেতৰ গীতেৰেই শিল্পী সকলক শ্ৰদ্ধা জনাইছো ধন্যবাদ,,,, জয় আই অসম,,,,,🙏
বহুত দুখ লগা বাতৰি
Happy bhagali Bihu ❤❤
আটাইলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ । মই আপোনালোকৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাৰ বাবে দুখিত আৰু ক্ষমাপাৰ্থি ।
📌 ডেকা-গাভৰু, ৰাইজে মিলি খালে টোপোলা ভাত। 📌সৰভোগৰ কামাৰগাঁৱত ৰংমন এছোছিয়েচনৰ উদ্যোগত ভোগালীৰ উৰুকা উদযাপন। 📌 "ভোগালী বিহু আৰু পৰম্পৰা ৰক্ষাত উঠি অহা প্ৰজন্মৰ ভূমিকা" শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন।
🎉🎉❤❤😊
Slug- বাডচ অকাডেমী, সৰভোগত গ্ৰন্থ উন্মোচনী সভা। VO- বৰনগৰ মহাবিদ্যালয়ৰ প্রাক্তন উপাধ্যক্ষ, বাডচ অকাডেমী-সৰভোগৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট লেখক ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য দেৱৰদ্বাৰা প্ৰণিত আৰু বাডচ অকাডেমীৰ দ্বাৰা প্ৰকাশিত বৃহত্তৰ বৰনগৰ অঞ্চলৰ মঠ-মন্দিৰ, মছজিদ, সত্র আদি ধর্মীয় অনুস্থানসমূহৰ স্থাপনা আৰু ইতিবৃত্ত সম্বলিত "সৰভোগ কেন্দ্ৰিক বৰনগৰৰ ধৰ্মীয় অনুস্থান" শীর্ষক পুখিখনি আজি , খ্ৰীষ্টীয় ২০২৫ বৰ্ষৰ ১২ জানুৱাৰী তাৰিখ, ৰবিবাৰে বাডচ অকাডেমী, সৰভোগত উন্মোচন কৰা হয়। সমগ্ৰ নামনি অসমতে শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা লৈ অহা বাডচ অকাডেমী, সৰভোগত অনুষ্ঠিত আজিৰ এই গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানৰ আৰম্ভণিতে সভাপতিৰ আসন গ্ৰহণ কৰে বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা, সমাজকৰ্মী নিখিল ডেকাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বাডচ অকাডেমীৰ অধ্যক্ষ সুজিত কুমাৰ দাসে। তাৰ পিছতেই আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনাই সম্বৰ্ধনা জনোৱা হয়, তাৰ পিছতেই ভাষণ ৰাখে গ্ৰন্থখনৰ প্ৰণেতা ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই। ভট্টাচাৰ্যই তেখেতৰ ভাষণত গ্ৰন্থখন প্ৰণয়নৰ ক্ষেত্ৰত তেখেতৰ উদ্দেশ্য, অভিজ্ঞতা, যাত্ৰা তথা ঘাট প্ৰতিঘাতৰ বিষয়ে প্ৰকাশ কৰে। তাৰপিছতেই গ্ৰন্থখন উন্মোচন কৰে বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বীৰেন কুমাৰ চক্ৰৱৰ্তীয়ে। উন্মোচনী ভাষণত তেখেতে গ্ৰন্থখনৰ প্ৰণেতা ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যক ধন্যবাদ আৰু অভিনন্দন জনোৱাৰ লগতে এই গ্ৰন্থখন বৰনগৰৰ ইতিহাসৰ এক দলিল বুলি উল্লেখ কৰে আৰু লগতে প্ৰকাশক বাডচ অকাডেমীকো ধন্যবাদ জ্ঞাপন কৰে। গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকে বাডচ অকাডেমী সৰভোগৰ শিক্ষক শিক্ষয়ত্ৰীবৃন্দৰ লগতে বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা, সমাজকৰ্মী হীৰেন মজুমদাৰ, সু সাহিত্যিক কৰুণাকান্ত ৰায়, বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰেজাউল কৰিম আহমেদ, বিশিষ্ট শিল্পী ভৱানন্দ দাস পাঠক, প্ৰাক্তন শিক্ষক কিশোৰিমোহন দাস, কলকাতাৰ National Library ৰ অসমীয়া ভাষাৰ বিষয়া কৰুণাকান্ত ডেকা, সমাজকৰ্মী হৰিকিষাণ মাহেশ্বৰী, সুকবি দিগ্বীজয় নাথ আদি। উপস্থিত বিশিষ্ট ব্যক্তিসকলে তত্বাগধুৰ ভাষণেৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখনীয় যে গ্ৰন্থখন বাডচ অকাডেমীৰ কাৰ্যালয়, কিতাপ ঘৰ-সৰভোগ আৰু গৰখীয়া গোসাঁই থানত উপলব্ধ হ'ব। সৰভোগৰ পৰা উদয়ন নাথৰ ৰিপোৰ্ট NewsTime3।
📌 এয়া কাৰ জয় বুলি ক'লে সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে! 📌সৰভোগত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত।
Xet di koi asa naki 😂
📌 বিজনীৰ দহলাপাৰা টল প্লাজাত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ(১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৫ ইং)ৰ কাৰ্যসূচী পালন। 📌 সভাত ৰখা হয় বন্তি প্ৰজ্বলন, সুৰক্ষাৰ শপত, আমন্ত্ৰিত বিশিষ্ট অতথিৰ ভাষণ, বঁটা বিতৰণ আদি কাৰ্যসূচী। 📌NHAI ৰ অধীনস্থ National Highway Infra Trust ৰ অধীনত ট্ৰাকৰ চালক, হেন্দিমেন আদিৰ কৰোৱা হয় বিনামূলীয়া চকু আদি পৰীক্ষা। National Highways Authority of India - NHAI
📌বঙাইগাঁও জিলাৰ আবাদী গাওঁত অগ্নিকাণ্ড। 📌আজি দুপৰীয়া প্ৰায় ১২:৩০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। 📌অগ্নিকাণ্ডত ভস্মীভূত তিনিটাকৈ ঘৰ। 📌খেৰৰ পুঁজিৰ পৰা বিয়পি পৰে এই অগ্নিকাণ্ড।
👌👌👌
🛑 শিৱসাগৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান। 🛑জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অস্বিনী কুমাৰ দলেৰ চৰকাৰী বাসগৃহত অভিযান মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ। 🛑শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অস্বিনী কুমাৰ দলেৰ চৰকাৰী বাসগৃহত চলিছে এই অভিযান।
Oti dukhor barta
Dukh loga kotha
📌 উত্তৰ গুৱাহাটীৰ টিলিংগাঁৱত ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ হত্যাকাণ্ড । 📌 নাম ধৰ্মৰ প্ৰেমৰ বাণী বিলোৱা ধৰ্ম প্ৰচাৰকক নৃশংস হত্যা । 📌 দুই বন্ধুৱে ডিঙি চেপি হত্যা কৰিলে বন্ধুক । পৰিকল্পিতভাৱে হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল হত্যাকাৰীয়ে । 📌 টিলিংগাঁৱৰ দুটাকৈ নামঘৰৰ মাজত ৰচী লগাই আত্মহত্যাৰ ৰূপ দিছিল । 📌 উত্তৰ গুৱাহাটী আৰক্ষীৰ জালত দুই হত্যাকাৰী।
Mukhya mantree a satya katha kaisse
"খাৰুপেটিয়াৰ শাক পাচলি খালে কিডনী বেয়া হয়, খাৰুপেটিয়াৰ বেঙেনা এৰাতিতে বেজী দি ডাঙৰ কৰে"। অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে কি কলে দৰং জিলাৰ AIUDF দলৰ সাংগঠনিক সম্পাদক মাইনুদ্দিন আহমেদে।
📌মাণিকপুৰত মুকলি হ'ল Dr Anisha's Dental Care Clinic 📌মাণিকপুৰ চাৰিআলিৰ ত্ৰিবেণী মেডিকেলত মুকলি কৰা হয় Dr Anisha's Dental Care Clinic 📌দাঁতৰ সকলো ধৰণৰ সমস্যাৰ চিকিৎসাৰ সুবিধা উপলব্ধ হব এই ক্লিনিকখনত। 📌 যিকোনো যোগাযোগৰ বাবে- 📱9686823780 #dentalcare #dental #DentalHealth #Bongaigaon #bongaigaon_assam #manikpur