- 70
- 723 594
Jollywood Unofficial
เข้าร่วมเมื่อ 24 ต.ค. 2016
চেনেলটোৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰৰ নতুন নতুন খবৰ লাভ কৰিব, যি একমাত্ৰ চলচ্চিত্ৰ জগতখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেই হব। চেনেলৰ যিকোনো ভিডিঅ'ক লৈ উজৰ আপত্তি থাকিলে অনুগ্ৰহ কৰি 🙏 আমাৰ সতে যোগাযোগ কৰক নাইবা উক্ত ভিডিঅ'ৰ তলত গৈ কমেণ্টত জনাব পাৰিব।।।
Jollywood Unofficial অন্যতম চেনেল যাৰ জৰিয়তে আমি আপোনালোকলৈ অসমীয়া চলচ্চিত্ৰৰ প্ৰতিটো খবৰ লৈ অহাৰ চেষ্টা কৰোঁ।
Logo টো সুন্দৰকৈ সজাই আমাক উপহাৰ হিচাপে আগবঢ়াইছে তন্ময় দাস ( ton_ton_moy?igshid=YmMyMTA2M2Y )
তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ জনোৱাৰ লগতে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।।।

VLOG #3 / Birangana Xaadhani Announcement Video Launch Event nd Mahurat Day / Biswajeet Bora / Papon
official link :- th-cam.com/video/Cha5NMAkF1U/w-d-xo.html
"বীৰাংগনা সাধনী" এখন আহিবলগীয়া চলচ্চিত্ৰ যি অসমীয়া আৰু হিন্দী ভাষাত নিৰ্মান হব। চলচ্চিত্ৰ খনৰ পৰিচালনা বিশ্বজীত বৰা আৰু প্ৰযোজনা চুতীয়া জাতি উন্নয়ন পৰিষদ। চলচ্চিত্ৰ খনত সংগীত পৰিচালনা কৰিব পাপনে।
চলচ্চিত্ৰ খনৰ মহুৰত আৰু আনুষ্ঠানিক ঘোষণা অনুষ্ঠান ৩ জুন ২০২৩ তাৰিখত অনুষ্ঠিত হৈ যায় । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ।
চলচ্চিত্ৰ খনৰ দৃশ্যগ্ৰহন ২৫ ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হব।।।
#বীৰাংগনা_সাধনী
#biranganaXaadhani
#papon
#BiswajeetBora
#SutiyaDevelopementUnion
#AssameseFilm
#UpcomingAssameseFilm
#JatinBora

มุมมอง: 309
วีดีโอ
কিয় সলনি কৰা হ'ল #শ্ৰী_ৰঘুপতি চলচ্চিত্ৰ খনৰ নাম /// কি কয় ৰবি শৰ্মাই /// Sri Raghupati /// Raghupati
มุมมอง 228ปีที่แล้ว
কিয় সলনি কৰা হ'ল #শ্ৰী_ৰঘুপতি চলচ্চিত্ৰ খনৰ নাম /// কি কয় ৰবি শৰ্মাই /// Sri Raghupati /// Raghupati
"SRI RAGHUPATI - শ্ৰী ৰঘুপতি" TRAILER REVIEW ||| RAVI SHARMA ||| SUV ||| @dipmanitalukdar784
มุมมอง 258ปีที่แล้ว
trailer link th-cam.com/video/30FMug_w04I/w-d-xo.html Sri Raghupati releasing on 2nd June 2023
ANNOUNCEMENT || BIRANGANA XADHANI ||| বীৰাংগনা সাধনী ||| BISWAJEET BORA ||| PAPON MUSICAL
มุมมอง 100ปีที่แล้ว
দেশপ্ৰেম আৰু আত্মবলিদানৰ আদৰ্শ, নাৰী শক্তিৰ প্ৰতীক বীৰাংগনা সতী সাধনী আইৰ জীৱনীমূলক চলচ্চিত্ৰ "বীৰাংগনা সাধনী"ৰ সৰু জিলিকণি এটা মুকলি কৰিলোঁ। আশা কৰোঁ ৰাইজে ভাল পাব। অতিশীঘ্ৰে চলচ্চিত্ৰ খনৰ আনুষ্ঠানিক ঘোষণা কৰা হব। "Announcement Teaser Releasing Soon"
BIHU GEET NON STOP ¶¶ পুৰণি জনপ্ৰিয় বিহু গীত - ASSAMESE BIHU SONG - ©NK BIG STAR - ©MANAS RABIN
มุมมอง 910ปีที่แล้ว
১/ ভোকত নোখোৱাকৈ ২/ জীৱন নামৰ সাগৰ খনিত ৩/ ৰঙাকৈ গল দুখনি ৪/ জীৱন জাঁজী নৈ ৫/ তোমালৈ ঘনাই মনত পৰিছে ৬/ আলহী হৈ আহিম ৭/ জীৱন কচু পাতৰ পানী ৮/ ৰাম চন্দ্ৰ নহওঁ যে ৯/ জোনবাই এ ১০/ জানমনি গুণা গঁথা ১১/ কাজিৰঙা বৰ ধুনীয়া ১২/ ফুল ফুলিছে ১৩/ মাতিছা যদি ১৪/ তিৰিছ তিৰিছ ১৫/ মই নজনাকৈ ১৬/ মনৰে ফুলনিতে ১৭/ সৌ সিদিনা আবেলি পৰত ১৮/ শাওনৰে পথাৰত ১৯/ বগীতৰা ২০/ মন চেঙেলীয়া NK BIG STAR ৰ সৈতে মানস ৰবীন, জুবিন গ...
Black N White Detailed Movie Review - @dipmanitalukdar784 - @JollywoodUnofficial - Ravi Sarma
มุมมอง 62ปีที่แล้ว
Black N White Detailed Movie Review - @dipmanitalukdar784 - @JollywoodUnofficial - Ravi Sarma
VLOG&REVIEW #2 - BLACK AND WHITE চালোঁ ৰবি শৰ্মাৰ লগত - JOLLYWOOD UNOFFICIAL
มุมมอง 295ปีที่แล้ว
Black N White অসমীয়া নতুন চলচ্চিত্ৰ খন উপভোগ কৰিলোঁ। এখন খুবেই সুন্দৰ চলচ্চিত্ৰ, আটাইৰে কাম খুব সুন্দৰ হৈছে। আপোনালোকেও চাওক চলচ্চিত্ৰ খন। লগতে জনাওক আপোনালোকে কেনেকুৱা পালে
বৰপেটা দৌল মহোৎসৱ ২০২২ - BARPETA HOLI CELEBRATION 2022 - JOLLYWOOD UNOFFICIAL
มุมมอง 2Kปีที่แล้ว
@JollywoodUnofficial #বৰপেটাৰদৌল #দেউল #বৰপেটাহোলি #DoulCelebrationAtBarpeta2022 #DoulVideo #Barpeta
Black And White Trailer Review - @dipmanitalukdar784 - @CLOCKNDAIL - @JollywoodUnofficial
มุมมอง 121ปีที่แล้ว
অসমত ড্ৰাগছ মাফিয়াৰ পিছত পুলিচক দৌৰা বহুত দেখিলে। এইবাৰ ডাঙৰ পৰ্দাত সেই দৃশ্যবোৰ চাবলৈ সাজু হওক। কাৰণ আৰম্ভ হৈছে এখন ডাঙৰ যুজঁ আৰক্ষীৰ লগত। কোন জিকিব? কোন হাৰিব? নে real life ৰ নিচিনা সকলো ফুটুকাৰ ফেন হৈ ৰ'ব? @Jollywood Unofficial ৰ আজিৰ video ত আলোচনা কৰিছোঁ ৰবি শৰ্মা অভিনীত চলচিত্ৰ BLACK AND WHITE ৰ ট্ৰেইলৰৰ বিষয়ে। অসমীয়া ফিল্মৰ খবৰবোৰ পাই থাকিবলৈ চেনেলটো SUBSCRIBE কৰিবলৈ নাপাহৰিব।।। #Jollywo...
২০২৩ ত হ'ব কোটিৰ ঘৰত উপাৰ্জন 💰💰💰 আহি আছে এইকেইখন চলচ্চিত্ৰ 🎥 JOLLYWOOD UNOFFICIAL
มุมมอง 220ปีที่แล้ว
ভাৰতৰ লগতে গোটেই বিশ্বতে পাঠানৰ উপাৰ্জনৰ অভিলে দেখি প্ৰশ্ন হৈছে , অসমত কেতিয়া নিৰ্মান হব উপাৰ্জনেৰে চৰ্চা লাভ কৰিব পৰা চলচ্চিত্ৰ??? কেতিয়া নিৰ্মান হব সকলো শ্ৰেণীৰ দৰ্শকক টানি আনিব পৰা চলচ্চিত্ৰ? 2023 ত পূৰণ হব নে এই আশা??? হয়তো হব, কাৰণ এই বর্ষতে মুক্তি পাব বহু কেইখন ব্যয়বহুল চলচ্চিত্ৰ, যি কেইখন চলচ্চিত্ৰৰ বাবে অপেক্ষা এতিয়া সমগ্ৰ অসমবাসীৰ। কিন্তু কেতিয়া মুক্তি পাব এই চলচ্চিত্ৰ কেইখন। নমস্কাৰ স...
Movie Review - Dr. Bezbaruah 2 🔥 - Dumdarr Film 👌 - Jollywood Unofficial
มุมมอง 364ปีที่แล้ว
নমস্কাৰ। বহু অপেক্ষাৰ মূৰত মুক্তি পাইছে ড° বেজবৰুৱা 2 চলচ্চিত্ৰ, কি আছে চলচ্চিত্ৰ খনত যে দৰ্শকে ইমান ভাল পাইছে? সচাকৈ ভাল নেকি কাহিনী, চাওক আমাৰ এই ৰিভিও Subscribe Dip's Channel - @dipmanitalukdar784 #MovieReview #AssameseFilms #DrBezbaruah2 #LatestAssameseFilm #BoxOffice
৫০ সংখ্যক ওপজা দিনটোত প্রিয় শিল্পী জুবিন গাৰ্গলৈ আমাৰ এটি কবিতা উপহাৰ ||| @dipmanitalukdar784
มุมมอง 2892 ปีที่แล้ว
৫০ সংখ্যক ওপজা দিনটোত প্রিয় শিল্পী জুবিন গাৰ্গলৈ আমাৰ এটি কবিতা উপহাৰ ||| @dipmanitalukdar784
বন্ধু ( BANDHU ) MOVIE REVIEW ~ NAYAN NILIM ~ JOLLYWOOD UNOFFICIAL
มุมมอง 3172 ปีที่แล้ว
বন্ধু ( BANDHU ) MOVIE REVIEW ~ NAYAN NILIM ~ JOLLYWOOD UNOFFICIAL
বিদায় চিৰসেউজ অভিনেতা নিপন গোস্বামী - JOLLYWOOD UNOFFICIAL ৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ
มุมมอง 492 ปีที่แล้ว
বিদায় চিৰসেউজ অভিনেতা নিপন গোস্বামী - JOLLYWOOD UNOFFICIAL ৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ
"বেলকনিত ভগৱান" Trailer Launch Event | ছবিখন ৭ অক্টোবৰ ২০২২ ত মুক্তি পাব ছবিগৃহত। God On The Balcony
มุมมอง 4482 ปีที่แล้ว
"বেলকনিত ভগৱান" Trailer Launch Event | ছবিখন ৭ অক্টোবৰ ২০২২ ত মুক্তি পাব ছবিগৃহত। God On The Balcony
BOOMBA RIDE MOVIE REVIEW - BISWAJEET BORA - INDRAJEET PEGU - JOLLYWOOD UNOFFICIAL
มุมมอง 5352 ปีที่แล้ว
BOOMBA RIDE MOVIE REVIEW - BISWAJEET BORA - INDRAJEET PEGU - JOLLYWOOD UNOFFICIAL
VLOG&REVIEW #1 - BOOMBA RIDE ৰ প্ৰিমীয়াৰৰ পৰা - ১৬ চেপ্টেম্বৰত ছবিগৃহলৈ আহক বোম্বাক চাবলৈ।
มุมมอง 7K2 ปีที่แล้ว
VLOG&REVIEW #1 - BOOMBA RIDE ৰ প্ৰিমীয়াৰৰ পৰা - ১৬ চেপ্টেম্বৰত ছবিগৃহলৈ আহক বোম্বাক চাবলৈ।
BOOMBA RIDE ~ OFFICIAL TRAILER ~ BISWAJEET BORA, INDRAJIT PEGU ~ 16th SEPTEMB ~ JOLLYWOOD UNOFFICIAL
มุมมอง 1442 ปีที่แล้ว
BOOMBA RIDE ~ OFFICIAL TRAILER ~ BISWAJEET BORA, INDRAJIT PEGU ~ 16th SEPTEMB ~ JOLLYWOOD UNOFFICIAL
BEST OF DWIPEN BARUAH - দ্বীপেন বৰুৱাৰ চিৰসেউজ জনপ্ৰিয় গীত
มุมมอง 281K2 ปีที่แล้ว
BEST OF DWIPEN BARUAH - দ্বীপেন বৰুৱাৰ চিৰসেউজ জনপ্ৰিয় গীত
GUWAHATI DIARIES TRAILER REVIEW ~ PRASANT SAIKIA ~ 1st JULY RELEASE ~ UPCOMING ASSAMESE FILM
มุมมอง 4072 ปีที่แล้ว
GUWAHATI DIARIES TRAILER REVIEW ~ PRASANT SAIKIA ~ 1st JULY RELEASE ~ UPCOMING ASSAMESE FILM
UPASHARGA TRAILER REVIEW ~ উপসৰ্গ ট্ৰেইলৰ ~ KANGKAN DEKA ~ UPCOMING ASSAMESE FILM 2022
มุมมอง 4912 ปีที่แล้ว
UPASHARGA TRAILER REVIEW ~ উপসৰ্গ ট্ৰেইলৰ ~ KANGKAN DEKA ~ UPCOMING ASSAMESE FILM 2022
CANNES ত বোম্বা ৰাইড ~ এখন অসমীয়া চলচ্চিত্ৰই গঢ়িছে উপাৰ্জনৰ পাহাৰ ~ এইবাৰ একেখন ফিল্মত বৰষা-উৰ্মিলা
มุมมอง 1722 ปีที่แล้ว
CANNES ত বোম্বা ৰাইড ~ এখন অসমীয়া চলচ্চিত্ৰই গঢ়িছে উপাৰ্জনৰ পাহাৰ ~ এইবাৰ একেখন ফিল্মত বৰষা-উৰ্মিলা
CANNES ত অসমীয়া চলচ্চিত্ৰ BOMBA RIDE - কি কয় পৰিচালক BISWAJEET BORA ই
มุมมอง 4562 ปีที่แล้ว
CANNES ত অসমীয়া চলচ্চিত্ৰ BOMBA RIDE - কি কয় পৰিচালক BISWAJEET BORA ই
লোকেল উৎপাত - LOCAL UTPAAT PROMOTION IS GOING ON - 13 th May - Kenny Basumotary
มุมมอง 1832 ปีที่แล้ว
লোকেল উৎপাত - LOCAL UTPAAT PROMOTION IS GOING ON - 13 th May - Kenny Basumotary
৬ মে'ত মুক্তি পাব গংগা ~ কেনেকুৱা চলিছে কথাছবিখনৰ প্ৰচাৰ ~ Jollywood Unofficial ~ PRASTUTI PORASOR
มุมมอง 1162 ปีที่แล้ว
৬ মে'ত মুক্তি পাব গংগা ~ কেনেকুৱা চলিছে কথাছবিখনৰ প্ৰচাৰ ~ Jollywood Unofficial ~ PRASTUTI PORASOR
Trailer Review - Ganga vs Local Utpaat - Upcoming Assamese Films 2022
มุมมอง 1942 ปีที่แล้ว
Trailer Review - Ganga vs Local Utpaat - Upcoming Assamese Films 2022
আঠ খন আহিবলগীয়া অসমীয়া চলচ্চিত্ৰ ||| 8 Most Awaited Assamese Films To Be Released in 2022 |||
มุมมอง 1662 ปีที่แล้ว
আঠ খন আহিবলগীয়া অসমীয়া চলচ্চিত্ৰ ||| 8 Most Awaited Assamese Films To Be Released in 2022 |||
আমেৰিকা আৰু কানাডাৰ ছবিগৃহত মুক্তি পাব এখন অসমীয়া চলচ্চিত্ৰ ||| BOOMBA RIDE এ ৰছিলে ইতিহাস |||
มุมมอง 7K2 ปีที่แล้ว
আমেৰিকা আৰু কানাডাৰ ছবিগৃহত মুক্তি পাব এখন অসমীয়া চলচ্চিত্ৰ ||| BOOMBA RIDE এ ৰছিলে ইতিহাস |||
বৰপেটাৰ দৌল মহোৎসৱ ২০২২ ।।। @বৰপেটা সত্ৰ
มุมมอง 4922 ปีที่แล้ว
বৰপেটাৰ দৌল মহোৎসৱ ২০২২ ।।। @বৰপেটা সত্ৰ
Rhino Express Trailer Review - Jollywood Unofficial - Mani Sinha - Ajay Verma - Assamese Film
มุมมอง 1.4K2 ปีที่แล้ว
Rhino Express Trailer Review - Jollywood Unofficial - Mani Sinha - Ajay Verma - Assamese Film
যতে আছে যত ৰাখিছে প্ৰভু সদায় তেওঁক ভালে ৰাখিবৰ কাৰণে তোমাৰ চৰণত কৰজুৰে প্ৰণাম প্ৰভু । বৰপেটাৰ পিতৃ আছিল তেওঁৰ কণ্ঠই আমাক আপ্লুত কৰিছিল । আৰু তোমাক হৃদয়ত বিচাৰি পাইচিলো।
❤❤❤
Hati aru bandor sai janakoi amoni nalaga xosaka puroni gitbilakw bara bara xunilaw hapah nopolai apunalukoloi bohut bohut xuvaisa thakil dhoinybad
Hati aru bandor sai janakoi amoni nalaga xosaka puroni gitbilakw bara bara xunilaw hapah nopolai apunalukoloi bohut bohut xuvaisa thakil dhoinybad
Aru enekua lage
Kiss you ....
SO BEAUTIFUL SONG OF DIPEN BARUAH NEVER FORGET
Happy holli❤❤
দ্বিপেন ডা তোমাক ভগৱানে দীঘ আয়োক দিয়ক ইমান সুন্দৰ গীত মোৰ বুকুৰ আমথো যেন গান
Moi apunar geet bohut bhal lage .
Eibur bhaal nokoi shoot kori dekhuwale kiye dhuniya dekhibo, ponorabriti houk, ai akhare..
Otikoi madhur geet.
Beautiful song ❤🌹🙏
❤❤❤🌹🌹🌹🙏Excellent ❤🙏
Mon bor sat pori jai😃🙏
Ai bur geet hunile moi be 16/17 book buli bhai asu.
কিমান যে সুমধুৰ গীত শুনিলে শুনি থাকিবৰ মন যায়। ❤❤🎉
শুনি আমনি নালাগে।বৰ সুন্দৰ গীত।❤❤❤❤
Beautiful ❤
Golden Playlist of Assamese 🌟🎙️❤️
ই মান ধু নী আ সুৰ
কবলৈ ভাষা নাই কি যে সুন্দৰ গীত°°° চিৰ দিনেই প্ৰিয় হৈ ৰ'ব এই গীতবোৰ°°°❤❤
😊
Dwipen Baruah is now king of Assamese old & gold sing. Long live Dwipenda
Sweet song agalai prasar karib 🎉🎉😮 😅 thanks
Hale jale mon ulka torago to sky ganbore kab nowarakai kalai lai jaigai
Mon parosa gitbor suni bhal lagil thank.....🎉🎉🎉thanks
Gitikar surokar gayaki sasakaiye sundar🎉🎉🎉🎉🎉🎉🎉
Git
Aibor git jen siro kalejiwanta hai thake🎉
My fevorite songs
Evergreen songeet. Tq ❤❤❤❤❤😂❤❤❤❤❤❤❤😂😂😂namaste
Dibakor akaman Mon hitol kori dile. Hei deka jibonoloi monot pori sokupani ulal.
❤
😊🎉joo
Ki xundor very Dr bejboruah Kotha chobir geet ।bohut Val lage xuni
All song very very nice 🎉🎉🎉
Jubin Gerg you follow him❤
অতি সমুধৰ গীত 🙏🙏🙏
বৰ মধুৰ গান❤পুৰণি হলেও চিৰসেউজ আৰু চিৰমধুৰ, চিৰনতুন। শুনিলে শুনি থাকিবৰ মন যায় 🥰
Poronegetborbohutvilaga♥️♥️♥️♥️♥️♥️♥️♥️
Dhuniya geet ..vl lgise
Happy holi
Very nice holi song
Krishna Krishna 🙏
Joy Guru Shankar
Voice.... Uff.. 😢
অসম্ভব বলিষ্ঠ এক কন্ঠ। অসমৰ গৌৰৱ।
কৃষ্ণ 🙏🏿🌍