- 26
- 52 312
The Regional Cultures ♥️
เข้าร่วมเมื่อ 12 มี.ค. 2016
Exploring the entire region within Assam with various cultures taking videos having fun. Joi Aai Asom ❤️
วีดีโอ
উষা অনিৰুদ্ধৰ প্ৰেম কাহিনী ভাওনাৰ ৰূপত// সুন্দৰ নাট // পশ্চিম চতিয়া ভাওনা মহোৎসৱ২০২২ #bhauna #ভাওনা
มุมมอง 7102 ปีที่แล้ว
পশ্চিম চতিয়া ভাওনা মহোৎসবৰ দ্বিতীয় দিনা অনুষ্ঠিত হোৱা "শোণিতপুৰে কৃষ্ণ উষা অনিৰুদ্ধ হৰি হৰৰ যুদ্ধ" নাট ভাগৰ সুন্দৰ পৰিবেশন । পৰিচালক ৰমেন বৰা আৰু অভিনয় ত পশ্চিম চতিয়া অঞ্চলৰ বিভিন্ন গাঁৱৰ ভাৱৰীয়া সকল ।
তিনি গৰাকী যুৱতীৰ সুন্দৰ প্ৰবেশ !! #bhauna #ভাওনা পশ্চিম চতিয়া ভাওনা মহোৎসৱ 22 ।। চতিয়া ভাওনা
มุมมอง 2.3K2 ปีที่แล้ว
দুদিনিয়কৈ অনুষ্ঠিত হোৱা বিশ্বনাথ জিলাৰ পশ্চিম চতিয়া ভাওনা মহোৎসৱৰ দ্বিতীয় দিনৰ নাট "শোণিতপুৰে ঊষা অনিৰুদ্ধ হৰি হৰৰ যুদ্ধ" ৰ কিছু অংশ দিয়া হল।
দ্ৰৌপদীৰ বস্ত্ৰ হৰণ !! কুন্তী দ্ৰৌপদীৰ সুন্দৰ প্ৰবেশ // চতিয়া কেন্দ্ৰীয় ভাওনা ২০২২ #ভাওনা #bhauna
มุมมอง 8K2 ปีที่แล้ว
দ্ৰৌপদী আৰু কুন্তীৰ প্ৰবেশ
শ্ৰীকৃষ্ণৰ প্ৰবেশ ।। মহিলাৰ ভাওনাত সুন্দৰ অভিনয় !! কেন্দ্ৰীয় ভাওনা ২২ // #ভাওনা #bhauna
มุมมอง 2.9K2 ปีที่แล้ว
চতিয়াত প্ৰথম বাৰৰ বাবে আয়োজিত হোৱা মহিলাৰ ভাওনাত আপ্লুত হল হাজাৰ হজাৰ ভক্ত প্ৰাণ ৰাইজ । "যুধিষ্টিৰ ৰ ৰাজসুয় যজ্ঞ দ্ৰৌপদীৰ বস্ত্ৰ হৰণ" নাট ত সুন্দৰ অভিন়য়। চতিয়া কেন্দ্ৰীয় ভাওনা ২০২২, ৯ আৰু ১০ অক্টোবৰ ।।
মহিলাৰ দ্বাৰা পৰিবেশিত ভাওনা ।। সুন্দৰ অভিনয় // চতিয়া #ভাওনা #bhauna
มุมมอง 9402 ปีที่แล้ว
৯ আৰু ১০ অক্টোবৰ তাৰিখে চতিয়াত কেন্দ্ৰীয় ভাবে আয়োজিত হোৱা ভাওনাৰ প্ৰথম দিনাৰ "যোধিষ্টিৰৰ ৰাজ সুয় যজ্ঞ দ্ৰৌপদীৰ বস্ত্ৰ হৰণ" নাট মহিলাৰ দ্বাৰা পৰিবেশন
ঘটোতকচ আৰু হলায়ুডৰ সুন্দৰ অভিনয় ।। চতিয়া কেন্দ্ৰীয় ভাওনা ২২।।
มุมมอง 4822 ปีที่แล้ว
দুদিনিয়াকৈ আয়োজন কৰা চতিয়া কেন্দ্ৰীয় ভাওনাত কৰ্ণপৰ্ব নাটৰ হলায়ুদ আৰু ঘটোতকচৰ চৰিত্ৰৰ সুন্দৰ উপস্থাপন ।
Vauna Sotia #ভাওনা || হিৰিম্বাসুৰৰ প্ৰবেশ || বাৰভূঞা গাঁও, চতিয়া // #bhauna Axur Probesh || HD 4K
มุมมอง 5413 ปีที่แล้ว
Vauna Sotia #ভাওনা || হিৰিম্বাসুৰৰ প্ৰবেশ || বাৰভূঞা গাঁও, চতিয়া // #bhauna Axur Probesh || HD 4K
Dhola Sadiya - Bogibeel Bridge Trip #Tezpur to Roing Trip #Bogibeel Bridge #Dhoa Sadiya
มุมมอง 1003 ปีที่แล้ว
Dhola Sadiya - Bogibeel Bridge Trip #Tezpur to Roing Trip #Bogibeel Bridge #Dhoa Sadiya
নাটক : বেলিয়ে কোৱা সাধু , Sootea,Assam
มุมมอง 2394 ปีที่แล้ว
নাটক : বেলিয়ে কোৱা সাধু , Sootea,Assam
The Rich Cultures from Assam #Raaxh || চতিয়াৰ এখন ঐতিহ্যপূৰ্ণ ৰাস মহোৎসৱ || Himashree as Krishna ✓✓
มุมมอง 31K5 ปีที่แล้ว
The Rich Cultures from Assam #Raaxh || চতিয়াৰ এখন ঐতিহ্যপূৰ্ণ ৰাস মহোৎসৱ || Himashree as Krishna ✓✓
#সত্ৰীয়া নৃত্য #অসমীয়া_প্ৰতিভা || শতাব্দী বৰা, বিশ্বনাথ চাৰিআলি
มุมมอง 585 ปีที่แล้ว
#সত্ৰীয়া নৃত্য #অসমীয়া_প্ৰতিভা || শতাব্দী বৰা, বিশ্বনাথ চাৰিআলি
Satriya Nritya Exhibition by Students of Naduwar Sangeet Bidyapeeth
มุมมอง 395 ปีที่แล้ว
Satriya Nritya Exhibition by Students of Naduwar Sangeet Bidyapeeth
Vote For Jayashree Gogoi #SuperDancer season 3
มุมมอง 5955 ปีที่แล้ว
Vote For Jayashree Gogoi #SuperDancer season 3
Val lagil ❤
Xundor. Aigoraki mur vagini hoi dei.
❤❤❤❤
Xundar
Nice
th-cam.com/video/bNqVV_4dTvA/w-d-xo.html
ফোন নামবাৰটু দিবচোন
7638876897
ধন্যবাদ
সুন্দৰ প্ৰবেশ ভাল লাগিছে।
Thank You
কত হৈছে হা
হৈ গল ইতিমধ্যে
@@theregionalcultures কোন জাগাত
@@narendradeka3977 চতিয়া , বিশ্বনাথ
@@theregionalcultures ও
@@theregionalcultures থেঙকিউ
ধন্যবাদ
🙏🙏
সুন্দৰ প্ৰবেশ.....জয় পশ্চিম চতিয়া
Dhonyobad
Full vaona khon deok val lagise
Full Bhauna khon bohut somoy lage kribole . Olp olp kei diya ase
Channel tut goi Videos t gole dekha pabo। কিছুমান দিয়া আছে
Majuli jaba
Jam baru
Majulithaman habone
Nice👌👌❤❤
Thank u
Nice
Thanks
Lovely
🙏🙏
Good
Good
🙏
Borhiya
Thanks
Lovely
🙏
সুন্দৰ
সুন্দৰ অভিনয়
Dhanyobad
Bohut xundar hoise
ধন্যবাদ জনাইছোঁ
বৰ সুন্দৰ অভিনয়
ধন্যবাদ জনাইছোঁ
Lovely 💐
🙏
🙏🙏🙏
🙏
মজা হৈছে দেই
Thank you
Nath khnr nam2 kobo nki
হিৰিম্বসুৰ বধ
Vl lagil
👍👍👍
এইটো বেয়া কাম কৰিছে । team টোৱে নজনাকৈ আৰু নুসুধাকৈ নাটক এখন এনেকৈ দি দিব নালাগে । মই report কৰিছোঁ বেয়া নাপাব...
তেন্তে কি কৰিব লাগিছিল । অসমীয়া শিল্পীৰ প্ৰতিভা ৰাইজে চোৱা টো নিবিচাৰে যদি থাকক। এইবোৰ নাদৰ ভেকুলী স্বভাৱ নিজৰ লগত ৰাখক । অসমীয়া সংস্কৃতি আপোনাৰ নিচিনা ঠেক স্বভাৱৰ মানুহৰ বাবেই একেটা জেগাতে ৰখি গৈছে
@@theregionalcultures এই team টো আমাৰ । আমি নিবিচাৰোঁ নাটক খনৰ আৰু show নোহোৱালৈকে এনেকৈ youtube ত দিয়াটো..আমাৰ ভাল ৰেকৰ্ডিং আছে সময়ত সেয়া দিম আপুনি mobile recording কৰি কাৰো অনুমতি নোলোৱাকৈ দিবলৈ সাহস কত পালে...এখন নাটকৰ লগত বহুত কষ্ট জড়িত হৈ থাকে আপুনি যদি ভাল মানুহ এতিয়াই নাই কিয়া কৰক
এই নাটক খন আপোনাৰ নহয় । নাটক খন কৰিবলৈ আহোঁতে মই আপোনাক দেখা নাই। আৰু নাটক খন পৰিবেশন কৰা শিল্পী কেই গৰাকী এ এই বিষয়ত মতামত দিয়া নাছিল । আৰু ৰাজহুৱা ভাবে নাটক খন মনষ্ঠস্থ কৰোঁতে অগণন দৰ্শকৰ মাজত কাৰোবাৰ নহয় কাৰোবাৰ ভাল লাগিলে social media বা অনান্য কৰবাত চেয়ৰ কৰা টো একো ডাঙৰ অপৰাধ নহয় । কাৰোবাৰ কিবা এটা ভাল লাগিছে আপলোড দিছে । তাতে আপুনি copyright claim কৰিব পৰা অযথা অধিকাৰ দেখাই নাথাকিব । নিজৰ চেনেলত এই নাটক খন দিবলৈ নোপোৱা টোৱেই আপোনাৰ গা পুৰিছে । অন্য কথা একো নাই । আমি সকলো জানো।
@@theregionalcultures মোৰ নাম বিদ্যুৎ ...অমৰজ্যোতি ফুকনৰ চৰিত্ৰটো মই কৰিছোঁ। নিবেদন আমাৰ নিজৰ নাট্যদল...আৰু বেছি কথা কৈ নাথকিব নহলে report মাৰিম। আমাৰ ভাল vedio upload কৰিম।
আপুনি youtube ত দিবলৈ নাট্যকাৰ নিজৰা ৰাজকুমাৰীৰ মতামত লৈছিল? পৰিচালকৰ? আৰু নাট্যদলৰ? শিল্পীসকলৰ?? ভাল কথা নহয়...মই আপোনাৰ ভাল তো হে কৈছোঁ...
Vii moja subscribe Kori dsu bak mari ba
Val lagil..#pallavi vlogs
In Dhnyobad 🙏
Bohuto sundar lagise maato🌹
Bohut bohut Dhnyobad
Xundar
Buhute Vhal lagil Nice Beautiful RADHE KRISHNA ARU GOPPINEE NASSAH SAi BUHUTE VHAAL LAGIL
Thanks a lot ♥️
Akhmoyot moiu Krishna vau loisilu bhut vl lagisil mur atia bia huar pasr pra aku part lb pra ni bhut dukh lge ketiaba aboise atiau muk rakhr part lb mati thke kintu ki kriba husband r ghrt nidie husbande die kintu bakibur h bhut beya 🥺🥺😭😭😭
বহুত বহুত ধন্যবাদ । আহিব ৰাস চাবলৈ এইবাৰ🙏
Dhunia
বহুত বহুত ধন্যবাদ
jiman dhuniyakoi xojai porai dise rakhkhon ximan futi utha nai
Dhanyobad
Mojja 🙏🙏
Thanks a lot 🙏
❤️ বহুতেই ভাল লাগে , মইও চাইছিলো, কেলি গোপাল নাট ভাগ ।
ধন্যবাদ ❤️
Nice👌
👌👌👌